বাৰী ঢাপৰ কঠালৰ মুচিৰে আঞ্জা | jackfruit and clerodendrum colebrookianum recipe taste |

Фильм және анимация

বাৰী ঢাপৰ কঠালৰ মুচিৰে আজ্ঞা | The first taste of jackfruit | A Medicinal plant Clerodendrum Colebrookianum recipe |
Here we show jackfruit recipe in traditional style of our village. Also here we show a Medicinal plant Clerodendrum Colebrookianum recipe . You should try these food at home .
This is a popular Assamese veg recipe.
If you like the video please click the like button and subscribe our channel. It's free !!
You may post your queries and suggestions in the comment section.
Hope you will like this video,
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
our Facebook link- / amargaon12
our Instagram link- amargaon20?utm_...
#villagelifestyle
#villagecooking
#ethnicfood
#traditional
#amargaon

Пікірлер: 254

  • @shyhumanity2838
    @shyhumanity28382 жыл бұрын

    Jiman dhuniya video himaan dhuniya xangeet aru himanyai dhuniya aanja

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ইমান সুন্দৰ কমেণ্ট আপোনাৰ পঢ়ি অতি সুখী হলো । ধন্যবাদ আপোনালৈ ।

  • @gyanbora6518
    @gyanbora65182 жыл бұрын

    ❤️❤️বতৰৰ পাছলী কঠালৰ মুচি ।খুব সুন্দৰকৈ ৰান্ধিলে ।দেখি খাও খাও লাগি গৈছে ।লগত নেফাফুৰ পাতৰ ভাজি ।এটা কথা আজিকালি আপোনাৰ ভিডিঅ বিলাকত কথা বতৰা পতা শুনি থকাৰ বাবে বেছি ভাল লগা হৈ পৰিছে ।খুব সুন্দৰ হৈছে ।আাপোনাৰ নতুন ভিডিঅৰ বাবে অপেক্ষা কৰিলো ।বাঁহিৰ মাতে মন মুহিছে ।বাঁহি বাদকলৈ ধন্যৱাদ জনালো ।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে । এনেধৰণৰ কমেন্টে মনলৈ উৎসাহ কঢ়িয়াই আনে ।।

  • @ranjanbarman1670

    @ranjanbarman1670

    2 жыл бұрын

    Ddddddddddddm

  • @sangeetaarohan4595
    @sangeetaarohan45952 жыл бұрын

    আহাৰ ৰন্ধাৰ পদ্ধতিৰ পৰা পৰিবেশন কৰালৈকে সকলোবোৰ সুন্দৰ হৈছে। কোনো ৰহণ বাহ্যিকতা বা অতিৰঞ্জিত কৰা হোৱা নাই। প্ৰাকৃতিক পৰিবেশ এটা দাঙি ধৰিছে। এনেকুৱা ব্লগছ chinese চেনেল কেইটামান ত দেখিছিলো। উন্নত মানদণ্ডৰ। আগলৈ ইয়াতকৈও ভাল হোৱাৰ আশাৰে।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে । আমি চেষ্টা কৰি আছো মানদণ্ড উন্নত কৰি যাবলৈ । কিছুমান tools ব্যৱস্থা কৰি আছো যাতে আগলৈ ভিদেও বিলাক আৰু বেছি clarity কৈ দেখুৱাব পাৰোঁ ।

  • @purnarajkonwar9796
    @purnarajkonwar9796 Жыл бұрын

    ভাল লাগিল ❤️❤️

  • @tutumonibhumij4118
    @tutumonibhumij41182 жыл бұрын

    Apunar guteikhini video k moi bohut val pau .. dhunia hoise apunalukor video khini aru dekhai thakok gaon r poribesh khini ..👌👌

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    আমাৰ ভিদেও বিলাক আপুনি নিয়মীয়াকৈ উপভোগ কৰি আমালৈ যি সহযোগ আগবঢ়াইছে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।।

  • @ritumanikalita7392
    @ritumanikalita7392 Жыл бұрын

    💕💕💕

  • @kanailalsharma1653
    @kanailalsharma16532 жыл бұрын

    বৰ লোভ লগাইছা lএদিন টো যামেই

  • @user-nb4gj9lw8q
    @user-nb4gj9lw8q3 ай бұрын

    Khub xundor prosesta

  • @RAADHE492
    @RAADHE4922 жыл бұрын

    💚🥰 *_সুন্দৰ উপস্থাপন_* 💚

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ জনালোঁ

  • @dipaborah8139
    @dipaborah81392 жыл бұрын

    কি মনোমোহা পৰিবেশ,লগতে বাহী,সুৰ, so amazing🙏🙏

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ আপোনাৰ সুন্দৰ মন্তব্য ৰ বাবে

  • @dipaborah8139

    @dipaborah8139

    2 жыл бұрын

    @@amargaon3296 ,❤️❤️

  • @user-ig4xy7od7l
    @user-ig4xy7od7l4 ай бұрын

    বৰ সুন্দৰ পৰিবেশ

  • @aradhyahazarika953
    @aradhyahazarika9532 жыл бұрын

    ঘৰৰ বাৰিৰ পাচলিৰে তৃপ্তিৰে এসাঁজ। অকণমানি জনীয়ে বাইকক বৰ মৰমলগা চুমা খালে...দেখি ভাল লাগি গ'ল।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ ভিদেও টি উপভোগ কৰি ভাল পোৱা জানি ।

  • @koustavhazarika2923
    @koustavhazarika29232 жыл бұрын

    Bohut vl lage video bur sai.. huvesha jonalu ba goraki ru hokoluke aguai jauk

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    অশেষ ধন্যবাদ তোমাৰ মৰম চেনেহ সহযোগৰ বাবে ।

  • @t.bleahvlogs9649
    @t.bleahvlogs96492 жыл бұрын

    Oti xundor video

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ আপোনাৰ সহযোগৰ বাবে

  • @user-ws2hd2cn3p
    @user-ws2hd2cn3p2 жыл бұрын

    অতি সুন্দৰ । ভাত সাঁজ দেখিয়েই খাবলৈ মন গৈছে

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ আপোনাৰ মৰম চেনেহ সহযোগৰ বাবে

  • @dimpusarma334
    @dimpusarma3342 жыл бұрын

    সুন্দৰ লাগিছে চাই। বৰষুণৰ পানীত কাগজৰ নাও, মজা লাগিছে চাই। নেফাফু পাত ভাজি খাই পোৱা নাই। কঠালৰ মুচি ৰ বাকলি আগতে গুচাই লৈ সিজিবলৈ দিওঁ।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ জনালোঁ । নেফাফু high pressure থকা মানুহৰ বাবে অতি উপকাৰী ওষধি গুণসম্পন্ন । হয় , তেনেকৈও খাব পাৰি। আমি মাথোঁ কঁঠালৰ এঠা নাথাকিবলৈ ইয়াক আগতে বইল কৰি লওঁ ।

  • @rimjhimneog713
    @rimjhimneog7132 жыл бұрын

    অ বাইদেউ আঞ্জা শব্দটো আজ্ঞা হৈ আছে । ভাল লাগে আপোনাৰ এই চেনেলটো ।গাৱঁৰ এক নিভাজ ছবি ।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ , শুধৰণি কৰা হল ।।।

  • @junalilifestyle4711
    @junalilifestyle4711 Жыл бұрын

    আপোনাৰ ভিদিঅ বোৰ চাই বহুত ভাল লাগে

  • @gauravmedhi1149
    @gauravmedhi1149 Жыл бұрын

    kothal pura gahori mangkho nisina lgise 😋

  • @jollybhuyan8354
    @jollybhuyan83542 жыл бұрын

    বাঁহীৰ সুৰতো যে অনন্য,বাঁহীবাদকক ধন্যৱাদ।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ , আপোনাৰ এনে কমেন্টে মনলৈ উৎসাহ কঢ়িয়াই আনিব ।

  • @bhabanideka8184
    @bhabanideka81845 ай бұрын

    Val lagile sai❤🎉😮🙏

  • @jonaliduttaborah
    @jonaliduttaborah2 жыл бұрын

    জুইত বনোৱা আহাৰৰ সোৱাদেই সুকীয়া 👌

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    সঁচাই , আপুনি ঠিকেই কৈছে ।

  • @kalpanasarmah4641
    @kalpanasarmah46412 жыл бұрын

    Bohut dhunia hoise hokolu bilak. Kothalor musi singi ani bonua amezei beleg. Aibilak apuni dekhuai thoka babe bohut dhoynnyobad baidew

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ ইমান মৰম দিয়া বাবে

  • @bhanitadeviassam
    @bhanitadeviassam2 жыл бұрын

    ধুনীয়া লাগিল চাই

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ যাছিলোঁ

  • @birinchikr.hazarika347
    @birinchikr.hazarika3472 жыл бұрын

    অতি সুন্দৰ হৈছে

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    🙏🙏🙏🙏💛💛😊😊ধন্যবাদ জনালোঁ

  • @vastuandarchitecture2021
    @vastuandarchitecture20212 жыл бұрын

    ইমান সুন্দৰ ভাৱে উপস্থাপন কৰিছে ।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ জনালোঁ

  • @xxx-jl8ty
    @xxx-jl8ty2 жыл бұрын

    Mind fresh video😌

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thanks a lots।।।।।।।

  • @manuborah4135
    @manuborah41352 жыл бұрын

    সুন্দৰ ❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    🙏🙏🙏🙏

  • @technoporagboy
    @technoporagboy Жыл бұрын

    Nice👌👌👌

  • @himakshineog3080
    @himakshineog30802 жыл бұрын

    বাহ, কি তৃপ্তিৰে ভাত সাজ খাইছে ন! মাইনাজনীলৈ বহুত বহুত মৰম দিছোঁ দেই

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ আপোনাৰ মৰম চেনেহৰ বাবে

  • @madhujya007
    @madhujya0072 жыл бұрын

    সুন্দৰ উপস্থাপন👍👍

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জনালোঁ

  • @anjugogoi6536
    @anjugogoi65362 жыл бұрын

    লোভ লাগি গৈইছে দেই । যি নহক ' এদিন যাম চাবলৈ ' খাবলৈ । শুভ কামনা থাকিল ।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    💛💛💛💛🙏🙏🙏🙏🙏🙏😊😊😊

  • @medinitalukdar4873
    @medinitalukdar48732 жыл бұрын

    Mur mobile jibonot iman dhunia iman mon porokha video koto dekha nai........poribekh tuai xoondar Khati axomiar achol roop

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Bahut bahut dhanyabaad janalu apunar marom seneh r babe ..

  • @pankajdas9670
    @pankajdas96702 жыл бұрын

    Dhuniya poddokhep tholua khadyo hokoluloi agborhaise...best wishes

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    অশেষ ধন্যবাদ আপোনাৰ সহযোগ আৰু আশীৰ্বাদ ৰ বাবে ।।

  • @rikumonicreations1987
    @rikumonicreations19872 жыл бұрын

    সুন্দৰ ❤❤

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    অশেষ ধন্যবাদ থাকিল

  • @bikramsaikia7721
    @bikramsaikia77212 жыл бұрын

    Dhunia concept....

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Okhekh dhanyabaad janalu

  • @rashmirekhadihingia2404
    @rashmirekhadihingia2404 Жыл бұрын

    😍😍😍

  • @primsaikia
    @primsaikia2 жыл бұрын

    Apunar video bur si xosai bht vl lge ..amr oxomia manuh or anakua video sabo ple vl lge bht ...bht bht morom apunaloi❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ ইমান সুন্দৰ কমেণ্টৰ বাবে । আগলৈও এনেধৰণৰ মৰম চেনেহ আশা ৰাখিছোঁ ।।

  • @susibratasaikia3802
    @susibratasaikia38022 жыл бұрын

    Jam dai khabaloi 😍😍

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    🙏🙏🙏🙏😊😊😊💛💛💛💛

  • @rimuboro5104
    @rimuboro51042 жыл бұрын

    Always Best Your Video and Very Nice ❤

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much for your love

  • @dibyajyotidas8843
    @dibyajyotidas88432 жыл бұрын

    বহুত ধুনীয়া, আৰু আগবাঢ়ি যাৱক ।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @birinchikr.hazarika347
    @birinchikr.hazarika3472 жыл бұрын

    দেখিয়ে লোভ লাগি গৈছে

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    অশেষ ধন্যবাদ জনালোঁ 🙏🙏🙏

  • @arupgogoi5157
    @arupgogoi51572 жыл бұрын

    আপোনাৰ বিডিঅ চালে ঘৰলৈ মনত পৰে! বহুত ভাল লাগে আপোনালোকৰ বিডিঅবোৰ নিভাঁজ গাঁৱৰ ছবিখন প্ৰতিফলিত হৈ ৰয়!❤️❤️

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    চেষ্টা কৰি আছো গাঁও ৰ এখন প্ৰতিচ্ছবি আমাৰ ভিদেও বিলাকত দেখুৱাই যাবলৈ । আপোনালোকৰ মৰম চেনেহৰ বাবে ই ইমানদূৰ সম্ভৱ হৈছে । ধন্যবাদ আপোনালোকলৈ ।

  • @prabalgoswami2427
    @prabalgoswami24272 жыл бұрын

    Barhiya lagise banjan kaikhan

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ জনালোঁ

  • @Swasmitaskitchen
    @Swasmitaskitchen2 жыл бұрын

    কঁঠালৰ recipe খুবেই tasty ❤❤❤❤❤❤❤🔥🔥🔥🔥

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    হয় , বৰ ভাল লাগে খাবলৈ

  • @Swasmitaskitchen

    @Swasmitaskitchen

    2 жыл бұрын

    @@amargaon3296 আপোনাৰ ভিডিঅ বনোৱা ধৰণ tu ভাল লাগে ❤❤

  • @rrchannel8812
    @rrchannel88122 жыл бұрын

    সুন্দৰ বাইদেউ আপোনাৰ সকলো vdo ভাল লাগে

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @DigdarshikaThakuria
    @DigdarshikaThakuria2 жыл бұрын

    Bohut bhal Kam korisa eitu channel khuli.

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much for your support

  • @joydevbhumij1350
    @joydevbhumij13504 ай бұрын

    Bahir hur2 bohut dhuniya dai apunar vidio bilk sai hepah npolai ❤❤❤❤bar bar sabo Mon jai

  • @amargaon3296

    @amargaon3296

    4 ай бұрын

    Thankyou so much 💕🙏

  • @user-nb4gj9lw8q
    @user-nb4gj9lw8q3 ай бұрын

    Wonderful music

  • @manutrishnabhuyan5637
    @manutrishnabhuyan56372 жыл бұрын

    সঁচকৈয়ে মনটো ভাল লাগি যাই এনেকুৱা পৰিবেশ দেখিলে ।। অসমীয়া পাকঘৰ টো দেখি কিমান যে ভাল লাগিছে । Video বোৰ বৰ ভাল লাগে । প্ৰথম চাইছোঁ আপোনাৰ video । আগুৱাই যাওক ।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ইমান সুন্দৰ comment আমালৈ পঠিয়ালে তাৰ বাবে বহুত বহুত সুখী হৈছোঁ । আগলৈ আমি আৰু ভাল ভাল ভিডিঅ দি যাবলৈ চেষ্টা কৰি যাম । আপোনাৰ সহযোগৰ বাবে অশেষ ধন্যবাদ থাকিল ।

  • @papudowarah1616
    @papudowarah1616 Жыл бұрын

    Apunr video bur sai bahut vl lage eman hundar banai adresh to pam ni thai dhakhar bahut vl lagil ebar phurib jab mn asil

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Borhat Charaideo district

  • @dipaborah8139
    @dipaborah81392 жыл бұрын

    আজি টিকলো টোৱে খুব চুমা দি আছে,সচাকৈ ইমান মৰম লগা হৈছে🌷🌷❤️❤️

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    হয়, আজি সকলোকে চুমা দি আছে ।।।

  • @dipaborah8139

    @dipaborah8139

    2 жыл бұрын

    ,❤️❤️

  • @rashmirekhadihingia2404
    @rashmirekhadihingia2404 Жыл бұрын

    ধুনীয়া লাগিলে চাই

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🙏

  • @mukundomuraridolnamrup74
    @mukundomuraridolnamrup742 жыл бұрын

    Big frnd amar gaon❣️

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Yes , You are....

  • @ratanphukan6329
    @ratanphukan63292 жыл бұрын

    Aji apunar kothalor vlog ti salu. Dudin agor vedio tu ajihey saboloi homoi paisu kintu asorit juakali amio kothalor or anja aru nephaphu bhaji khaisilu . Heia ji nohouk bor bhal lagil. Konmani jonik panit khelatu dekhi bor hohoj bhabey lobo nuaru Karon ai mahot bemar ajarey bor okhubidhat palai. Mur drishtit ji bilak dhora porey moi koi pelaon. Baya napaijen .

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    সঁচাই কেতিয়াবা আচৰিত ধৰণে কিছুমান কথা মিলি যায় । আপোনাৰ পৰা সদায় এনেকুৱা মৰম চেনেহেই আশা কৰিছোঁ । আপোনাৰ কথাত একো বেয়া পাবলগীয়া নাই । আপুনি ভাল চিন্তাই কৰিছে । আপোনাৰ কমেণ্ট টো পাই সুখী হৈছোঁ । ধন্যবাদ ।।🙏🙏🙏🙏😊😊😊😊

  • @markjhonson2025
    @markjhonson20252 жыл бұрын

    Khai bhal lagibo nobo😊😊😊😊👍👍👍👍

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    হয়, ভাল লাগিল খাই । আমাৰ traditional আহাৰ সঁচাই বহুত সোৱাদযুক্ত হয় ।।

  • @jahnobibora7221
    @jahnobibora72212 жыл бұрын

    সুন্দৰ

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @sangitahazarika8342
    @sangitahazarika83422 жыл бұрын

    Moi apunar chenel t noton apunar video bur sai khub val lage baki bohuto vlog sau kin2 apunaluke cemera agot nokoi video 2t nijor rondha aahar bur dekhuwai thake babe khub val lage bohut uniq apunar vlog bur aru Jen aaguwai jai

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Dhanyawad apunaloi ei dhoronor contant bhal puwa babe

  • @sabitriduttas9249
    @sabitriduttas92492 жыл бұрын

    ভাল লাগিল চাই।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    অশেষ ধন্যবাদ আপোনালৈ

  • @Ayush-cu8no
    @Ayush-cu8no2 жыл бұрын

    Dhunia poribekh khub hundor hoise 😘

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Dhanyawad janalu 🧡🧡🧡🧡🧡🙏👍

  • @Ayush-cu8no
    @Ayush-cu8no2 жыл бұрын

    Oti hundor hoise,😘😘😘

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Dhanyawad apunaloi

  • @bhanitabarman5402
    @bhanitabarman5402 Жыл бұрын

    👍

  • @mmvlog9111
    @mmvlog91112 жыл бұрын

    খায় বৰ ভাল লাগে 😋

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জনালোঁ😊😊😊😊🙏🙏🙏🙏

  • @pubalisaikia154
    @pubalisaikia1542 жыл бұрын

    ❤Hosakoi apunar randhan aru khaidya xombhar poribeshan tu sai moi bhut applut huw baa.apuni ankoie aguwai juowk👍. bhut besi val lage o apunr video bur sai. Apunr gowkhnloi jab loi he mon jai kun thait jonab xun. Bhut etshaa ase jb. Plz. 👍👍

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জনালোঁ। আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ এখন ভিতৰুৱা গাঁও হয় । আপোনাৰ মৰম আৰু আশীৰ্বাদৰ বাবে আকৌ অশেষ ধন্যবাদ জনালোঁ।।

  • @pubalisaikia154

    @pubalisaikia154

    2 жыл бұрын

    @@amargaon3296 bhut bhut dhanyavaad baa thikona Tu januwar babe

  • @pankajsatnami8427
    @pankajsatnami8427 Жыл бұрын

    Bor Val lage dei sai

  • @hariprasadlaskar8452
    @hariprasadlaskar84522 жыл бұрын

    o baideu apunar ghr kot jonab sun . aru apunar xoklubur video mur pio

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জনালোঁ। আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ এখন ভিতৰুৱা গাঁও হয়

  • @jutikadeuri5790
    @jutikadeuri57902 жыл бұрын

    Hosa apunar video bur sai kiba eta apun apun lage o Iman val lage

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    আমাৰ traditional dish বিলাকৰ বাবেই এনেকুৱা লাগে । কাৰণ আমাৰ সকলোৰে গাঁৱলীয়া খাদ্য বিলাকৰ অলপ কিছু সাদৃশ্য আছে ।

  • @Ri-if7zl
    @Ri-if7zl2 жыл бұрын

    Love jackfruit curry

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much

  • @kalpanasarmah4641
    @kalpanasarmah46412 жыл бұрын

    Baidew hosa kotha ata koisu dei apuni kintu hosai bohut morom loga

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    😊😊😊🙏🙏🙏 হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ ।।

  • @hemashriskitchen
    @hemashriskitchen2 жыл бұрын

    Thank u so much ba iman dhuniya k recepie to dekhua babe.... Edin vegetables boil recepie eta bonai dekhuabo ha 😊

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ ইমান মৰম চেনেহ দিয়া বাবে । নিশ্চয় দেখুৱাম .

  • @binugogoi4731
    @binugogoi47312 жыл бұрын

    Bohut Vaal lagil munna 👍❤

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much

  • @minaligogoi7793
    @minaligogoi77932 жыл бұрын

    Nice👌

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u

  • @ranubarman857
    @ranubarman8572 жыл бұрын

    Moiu Kothalor musir sobji khai bohut val pau. video 2 sai Bohut val lagil 👍👍👍 👌👌👌 Next part xunkale diba 💖💖💖

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    নিশ্চয় সোনকালে দিবলৈ চেষ্টা কৰিম

  • @nabinchetry8739
    @nabinchetry87399 ай бұрын

    বৌ আপোনা ৰন্ধা বোৰ দেখি খোব ভাল লাগে । আপোনা ভিদিওবোৰ চাও ভাল লাগে।তাতকৈ ভাল লাগিছে আপোনাৰ লগত থকা সেই গৰাকি কোন হয় ।সেই জনিক ছাব দেই ভাই বোৱাৰী কৰি আনিম ।

  • @amargaon3296

    @amargaon3296

    9 ай бұрын

    🥰🥰

  • @nirmaliboruah5146
    @nirmaliboruah51462 жыл бұрын

    Sundar👌

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জনালো

  • @priyankagogoi5159
    @priyankagogoi51592 жыл бұрын

    Kothalor mushi amaru ani thoisu khaboloi,bohut bhal lage khaai🥰🥰🥰😋😋

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    সঁচাই বহুত ভাল লাগে খাই ।

  • @AbdulMotin-lf9iq

    @AbdulMotin-lf9iq

    Жыл бұрын

    Dhuniya lagise video to sai

  • @krishnagogoi8918
    @krishnagogoi89182 жыл бұрын

    Hsai emn val lagil video2 sai.. Mrinali ba apunr nijr vonti neki baideu.. Ru ata janib bhut mn goise camera man jn kun hoi nu?

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জনালোঁ । মিনালী মোৰ সম্বন্ধীয় ভন্টি হয় ।

  • @laxmishiii9733
    @laxmishiii97332 жыл бұрын

    Always cooked simple liked it❤❤❤

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much for your love

  • @manalishadas2421
    @manalishadas2421 Жыл бұрын

    বা ইমান ধুনীয়াকৈ সকলোখিনি বনাইছা তুমি❤ বহুত ভাল লাগিল বা ☺

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    ধন্যবাদ তোমালৈ

  • @rashmirekhadihingia2404
    @rashmirekhadihingia2404 Жыл бұрын

    আপোনাৰ ঘৰল কৈ আছে আপোনাৰ পৰিবেশ ধুনীয়া হয়

  • @rashmirekhadihingia2404

    @rashmirekhadihingia2404

    Жыл бұрын

    আপোনাৰ ঘৰ কোন ঠাই

  • @babitarajbongshi6678
    @babitarajbongshi66782 жыл бұрын

    😍😍😍😍

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much

  • @sonughatuar9144
    @sonughatuar91442 жыл бұрын

    Nice👍👌

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thanks

  • @aborgohain5011
    @aborgohain50112 жыл бұрын

    ভিডিঅ' টি চাই বৰ ভাল লাগিল। নেফাফু ভাজি মোৰো বৰ প্ৰিয়। আপোনালোকৰ মৌলিকতা অক্ষুণ্ণ থাকক🙏

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ । নিশ্চয় আমি মৌলিকতা অক্ষুন্ন ৰাখিবলৈ চেষ্টা কৰি যাম ।।

  • @aborgohain5011

    @aborgohain5011

    2 жыл бұрын

    🙏

  • @leeon4411
    @leeon44112 жыл бұрын

    🤗🤗🤗👌❤️🙏

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much . Love from AMAR GAON

  • @xxx-jl8ty
    @xxx-jl8ty2 жыл бұрын

    💝

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u

  • @nityasaikia5480
    @nityasaikia54802 жыл бұрын

    Dekhi khou khou lagi goise kothalor vagi khon

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @mainarabha1222
    @mainarabha1222 Жыл бұрын

    Bohut khundar

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 🙏

  • @mainanath8082
    @mainanath8082 Жыл бұрын

    Ba janir vindeu janak dekhabo sun.maina duta khub maram lga❤❤

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    ☺️☺️kzread.info/dash/bejne/rKesxceRitCsXdY.html

  • @farhanabegum8515
    @farhanabegum85152 жыл бұрын

    Apunalukor video bht vl lge kor pora video diye

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @farhanabegum8515

    @farhanabegum8515

    2 жыл бұрын

    Apunalukor ghar kot hoi nu jonabosun plz

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    @@farhanabegum8515 আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ দিচাং নদীৰ পাৰৰ এখন ভিতৰুৱা গাঁও ।

  • @farhanabegum8515

    @farhanabegum8515

    2 жыл бұрын

    Thanks jm baru ketiaba log koribole

  • @dipjyotiburagohain5273
    @dipjyotiburagohain52732 жыл бұрын

    Val lagil sai ...👌horu eta mistake hoi ase neki baru anja tut agiya ...kuar babei beya npbo...N my always favourite tikli little angel 😘❤️.

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    কিয় বেয়া পাম ,ভুলটো আঙুলিয়াই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ । আমাৰ ভিদেও বিলাকক ইমান মৰম দিয়াৰ বাবে heartily thanks ...

  • @jagadishboro2965
    @jagadishboro29652 жыл бұрын

    সুপ্ৰভা আমাৰ গাওঁ

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ ।।

  • @jesminbegum7811
    @jesminbegum78112 жыл бұрын

    Aponar video loi bat sai thko khxe bhut vl dekhie aponie baa .kothalr muchie khai bhut vl lge...

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Bahut bahut dhanyabad janalu

  • @jesminbegum7811

    @jesminbegum7811

    2 жыл бұрын

    @@amargaon3296 tq u baa

  • @bondonakachari1983
    @bondonakachari19832 жыл бұрын

    ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জনালোঁ

  • @dhrubajyotibarman1138
    @dhrubajyotibarman11382 жыл бұрын

    ❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much for your love

  • @prasantagoswami1477
    @prasantagoswami14772 жыл бұрын

    কি যে চিন্তাৰে কামবোৰ কৰিবলৈ ভগৱানে দিয়ে আৰু।গাৱৰপৰিবেশ আৰু মই ভাল পোৱা সকলো বিলাক। দেখি শুনি বৰ ভাল লাগিল।আজি ভাবি আছিলো কঠালৰ মুচিৰ কথা।বতৰৰ খাদ্য;বহুত ভাল লগা লোভনীয় আঞ্জা। কাৰণো চিন্তাৰে এই খুচ্‌ খুচিয়া কামবোৰ কৰে ; নাজানো আৰু। কাগজৰ নাওকে বনালে; ক'ৰবাত আকৌ নঙলাতে উঠা দেখুৱালে। তামোলৰ ঢকুনাতহে উঠা দেখুৱা নাই ; এইবাৰ দেখা পাম।

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ , এইয়া আপোনালোকৰ মৰম চেনেহৰ বাবেই সম্ভৱ হৈছে । তামোলৰ ঢকুৱা ভিদেও clip লৈ ৰাখিছোঁ , পাছলৈ দেখুৱা হব ।।

  • @lioncub5198
    @lioncub51982 жыл бұрын

    ❤️❤️❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Heartily thanks 🙏🙏🙏

  • @risaporimixassamese3044
    @risaporimixassamese30442 жыл бұрын

    বৰ ধুনীয়া হৈছে দেই। মোৰ ভিডিও বোৰ এবাৰ সকলোৱে চাব বুলি আশা কৰিলো

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    অশেষ ধন্যবাদ জনালোঁ

  • @Tiku223
    @Tiku2232 жыл бұрын

    Vl lagil video sai ... apunar ghor kot .

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    ধন্যবাদ জনালোঁ। আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ এখন ভিতৰুৱা গাঁও হয়

  • @Tiku223

    @Tiku223

    2 жыл бұрын

    Video di thakibo dai vl lge sai ❤

  • @devbasnet7811
    @devbasnet78112 жыл бұрын

    Mam can you tell me the district of your....really the way you are exploring our Assamese cuisine it must be appreciated

  • @amargaon3296

    @amargaon3296

    2 жыл бұрын

    Thank u so much for your love and support .. our village belongs to Charaideo district .

  • @jintupathak5740
    @jintupathak5740 Жыл бұрын

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

Келесі