অমৰাৰ আচাৰ | Ambra Pickle Recipe with Less Oil Simple & Healthy Amara Pickle Recipe

In this video I have shown you how to prepare ambra (medicinal fruits) pickle with less oil in rainy season.
The ingredients are:
1.Black & White Zeera seeds,
2.Black & White Mustard seeds,
3.Methi seeds,
4.Sweet & Normal Souf,
5.Red Chillies Powder,
6.Ajwain (Jain) seeds,
7.Turmeric Powder,
8.Salt & Jaggery,
9.Mustard Oil.
অসমত বৰ্ষা কালৰ সহজলভ্য আৰু পেটৰ বিভিন্ন বেমাৰৰ বাবে ঔষধি গুণযুক্ত এবিধ ফল অমৰা ৷ তেনেই কম তেলত ৰুচিকাৰক আৰু সোৱাদযুক্ত অমৰাৰ আচাৰ প্ৰস্তুত কৰোতে মই ব্যৱহাৰ কৰা মছলাসমূহ :
১৷ক’লা আৰু বগা জিৰা গুটি,
২৷ক’লা আৰু বগা সৰিয়হ গুটি,
৩৷মেথি গুটি,
৪৷মিঠা আৰু সাধাৰণ চ’ফ(গুৱি মৰি),
৫৷শুকান জলকীয়াৰ গুৰি,
৬৷জনী (আজৱাইন) গুটি,
৭৷৷হালধি,
৮৷নিমখ আৰু গুঁড়,
৯৷সৰিয়হ তেল ৷
#অমৰাআচাৰ #ambrapickle
১.Amara Achar | অমৰাৰ টেঙা জ্বলা আচাৰ | Ambra | Hog Plam Pickle Recipe | Tasty & Healthy • Amara Achar | অমৰাৰ টে...
২.ভোট জলকীয়াৰ দুবিধ আচাৰ | Ghost Pepper Chilli Pickle | Tasty Recipes • ভোট জলকীয়াৰ দুবিধ আচাৰ...
৩.ঔটেঙাৰ টেঙা মিঠা আচাৰ | Super Tasty Elephant Apple Pickle Recipe • ঔটেঙাৰ টেঙা মিঠা আচাৰ ...
৪.জলকীয়া আচাৰ | Red Green Chillies Pickle Recipe in Rainy Season কেঁচা-পকা জলকীয়াৰ আচাৰ বাৰিষাৰ বতৰত • জলকীয়া আচাৰ | Red Gree...
৫.লেটেকুৰ আচাৰ | লটকন | Burmese Grapes Pickle | Healthy & Tasty Village Recipe • লেটেকুৰ আচাৰ | লটকন | ...
Facebook / rupanjalironganoi
Instagram / rupanjalironganoi
Thank you for watching my video and hit the like button.
Please subscribe my You Tube Channel and share my video with your family friends.

Пікірлер: 88

  • @prativatalukdar2520
    @prativatalukdar252011 ай бұрын

    খুব সুন্দৰ বাইদেউ

  • @himmatk.r7636
    @himmatk.r76362 жыл бұрын

    Namaskar,baideo,firsttimesaalu,apunarreacipe,thanks,iamfromassam,

  • @nanikataki9715
    @nanikataki97153 жыл бұрын

    Thinku Baidaw shikulo

  • @chitrashreeskitchenvlogs1168
    @chitrashreeskitchenvlogs11685 жыл бұрын

    Khub dhunia hoise

  • @dewkc6421
    @dewkc64215 жыл бұрын

    Dekhutey jolpai Jen lagisey

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    5 жыл бұрын

    কাটিলেই পাৰ্থক্যটো ওলাই পৰে ৷ জলফাইৰ গুটি এটা ,অমৰাৰ কেবাটাও সৰু সৰু গুটি এখন জালেৰে আৱৰা থাকে ৷

  • @dewkc6421

    @dewkc6421

    5 жыл бұрын

    @@RupanjaliRonganoi thnxx for d explanation..

  • @kalpanabaruah580
    @kalpanabaruah5803 жыл бұрын

    Dhuniya

  • @durlavboruah4034
    @durlavboruah40344 жыл бұрын

    Majaaa hoi sa

  • @rajendrapatir4921
    @rajendrapatir49215 жыл бұрын

    বহুত সুন্দৰ

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    5 жыл бұрын

    ধন্যবাদ ৷

  • @xudhakanthaxangitvidyalaya4472
    @xudhakanthaxangitvidyalaya447211 ай бұрын

    বাইদেউ আপোনাৰ ভিডিঅ'চাই বহুত ভাল লাগিছে আৰু আমি বহুতো কথা জানিব পাৰিছো। ধন্যবাদ বাইদেউ ভালে ৰাখক ভগৱান নে। মোৰ ঘৰ মহা মৃত্যুঞ্জয় মন্দিৰ ৰ লগতে, বাইদেউ আহিব কেতিয়াবা মোৰ মা য়ে আপোনাৰ ভিডিঅ'চাই আৰু মন্দিৰ আহিলে আমি লগ পাম ধন্যবাদ 🙏🙏

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    10 ай бұрын

    জানি ভাল লাগিল ৷ গলে নিশ্চয় লগ কৰিম ৷

  • @leenadas9539
    @leenadas95392 жыл бұрын

    Val lagil vedeo tu sai

  • @bijoylakhideka8644
    @bijoylakhideka86443 жыл бұрын

    Vl lagil sai video tu . ... apunar ghr lakhimpur kun thait moiu lakhimpur re hoi

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    খেলমাটিত ৷ গাৰ্লচ কলেজ আৰু নৰ্থ লক্ষীমপুৰ কলেজৰ মাজত ৷

  • @achyutsaharia6591
    @achyutsaharia65913 жыл бұрын

    Val lagil baidew video tu

  • @hemantibhuyan5451
    @hemantibhuyan5451 Жыл бұрын

    আপোনাৰ আচাৰৰ ভিদিও বোৰ চাই থাকো ,,বহুত ভাল লাগে ,নিমুৰ আচাৰ অলপ তিতা কিয় লাগে জনাব চোন বাইদেউ ।

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    নেমুৰ বাকলি তিতা ৰসৰ হয় । পকিলে তিতা সোৱাদ কমি যায় । মই তিতা ভাল পাওঁ বাবে কেচা নেমুৰো বাকলি নুগুচাওঁ ।

  • @pronitaskitchenvlogs
    @pronitaskitchenvlogs2 жыл бұрын

    আচাৰৰ ৰেছিপি video টো চাই ভাল লাগিলে😍

  • @akhimhandique3721
    @akhimhandique37215 жыл бұрын

    সুন্দৰ

  • @meghaliray6028
    @meghaliray60285 жыл бұрын

    Khub val hoise

  • @GoutamRoy-ig5he
    @GoutamRoy-ig5he5 жыл бұрын

    Khob Val haysa bido

  • @tiluttamatilu5105
    @tiluttamatilu51054 жыл бұрын

    ভাল লাগিছে

  • @dhrubabora439
    @dhrubabora4392 жыл бұрын

    Bohut duhnia hoise 😍😍😍🙏🏻🙏🏻🤍🙏🙏😘😘😘

  • @anjanasangma8717
    @anjanasangma87175 жыл бұрын

    Thank you so much for recepie

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    5 жыл бұрын

    😘

  • @labonyaboruah158
    @labonyaboruah1584 жыл бұрын

    Val lagil sai

  • @barnali816mahanta
    @barnali816mahanta5 жыл бұрын

    আজি অমরা কিনি আনিছোঁ।।বনাম দিয়ক ।ভাল লাগিল

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    5 жыл бұрын

    বৰ্ণালী, আচাৰ বহুত ভাল হৈছে খাবলৈ ৷

  • @asomiyalorabimanboro3532
    @asomiyalorabimanboro35325 жыл бұрын

    Moi omorar achar2 bisari bisari apunar channel2t palu obohekhot..dhoinnyobad baideu

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    5 жыл бұрын

    ধন্যবাদ গ্ৰহণ কৰিছো ৷ কণ জলকীয়াৰ সানমিহলি আচাৰ দিলো, চাবা ৷ শ্চেয়াৰ কৰিবা পৰিয়াল আৰু বন্ধুমহলৰ লগত ৷

  • @korishmaboruah7011
    @korishmaboruah70115 жыл бұрын

    Dhuniya hoise .moiu Kali bonaisu

  • @ub594
    @ub5945 жыл бұрын

    Val lagil baideu 👌👍

  • @apurbasaikiaapurbasaikia9073
    @apurbasaikiaapurbasaikia90734 жыл бұрын

    Dhunia mam

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    ❤️

  • @aartithakur2788
    @aartithakur27882 жыл бұрын

    Aarti thakur

  • @julibaruahbaruah9616
    @julibaruahbaruah96165 жыл бұрын

    খুব সুন্দৰ হৈছে...মই কিন্তু নিমখৰ পানীখিনি আচাৰত নিদিওঁ ..এইবাৰ দি চাম কেনে হয় !

  • @travelerslakhiminath9325
    @travelerslakhiminath93254 жыл бұрын

    Moja

  • @dhrubajyotidas4007
    @dhrubajyotidas40075 жыл бұрын

    Dhunia Baideu

  • @renumarabha1243
    @renumarabha12433 жыл бұрын

    Amorar fullr asar tu he lage

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    ক্ষমা কৰিব ৷ আজিলৈকে মই অমৰা ফুলৰ আচাৰ প্ৰস্তুত কৰা নাই ৷ 🙏

  • @nitubarua3352
    @nitubarua33525 жыл бұрын

    Bhal lagil amora achar r video tu sai, apuni xundor koi kotha khini bujai koisay, thanks a lot 🙏🙏🙏👌👌👌

  • @rahulkonwar2603
    @rahulkonwar26034 жыл бұрын

    ভাল লাগিল ,এনেকোৱা ভিদেও আগলৈ পাম বুলি ভাবিলো আৰু শিলগুটি আছাৰ কেনেকৈ বনাই জনাবছোন

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    মই শিলগুটি চোবাব নোৱাৰোঁ ৷ দাঁত লগোৱা আছে য়ে ...

  • @ritzsnwl

    @ritzsnwl

    9 күн бұрын

    😂​@@RupanjaliRonganoi

  • @salimakhter9658
    @salimakhter96585 жыл бұрын

    Thekerar achar bonabo sun

  • @bobisumsum8839
    @bobisumsum88393 жыл бұрын

    😋😋😋

  • @dipalimahanta7099
    @dipalimahanta70995 жыл бұрын

    👌👌

  • @lakhiboruah117
    @lakhiboruah1174 жыл бұрын

    Nice

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    Thank you 😊

  • @dsggamer8756
    @dsggamer87564 жыл бұрын

    Nice Baideu 💋💋💋❤❤❤👍😙😘😘😎😎😙

  • @naturalcreation3669
    @naturalcreation36695 жыл бұрын

    Very nice mem

  • @manojkumardas2760
    @manojkumardas27605 жыл бұрын

    ভাল লাগিল অমাৰাৰ আচাৰ বনাবলৈ শিকিবলৈ পায়

  • @rajeshreebhatacharjee2869
    @rajeshreebhatacharjee28693 жыл бұрын

    Asarkhini bor dhunia lagise.l ike nd sub.lorilu .Axa koru muku kori dibo please please

  • @paharideori4288
    @paharideori42884 жыл бұрын

    baideu..konbilahi asar kene k bonam olp jonabo sun

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    সময় সুবিধা পালে নিশ্চয় আচাৰ কৰিম ৷

  • @nuwansumwan16
    @nuwansumwan165 жыл бұрын

    Moi apunak ata kotha hudhibo khujisu ki petor puroni hole ki khabo lage uttor tu kole val pam baido

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    5 жыл бұрын

    প্ৰথমেই কওঁ, এইটো ডাক্টৰৰ বিষয় ৷ কিন্তু সাধাৰণ জ্ঞানেৰে কওঁ, তোমাৰ Food Habit সলনি কৰা ৷ ফাষ্ট ফুড,চিপ্চ ,কুৰকুৰি ইত্যাদি,জ্বলা,মছলা,তেল, মাছ,মাংস কমাই নিৰামিষ খোৱা ৷ Home Made খাদ্য খাবা ৷ মাদক দ্ৰৱ্যৰ অভ্যাস থাকিলে যেনে চাহ কফি কমকৈ খাবা ৷ আমলখি,আদা,শিলিখা প্ৰিজাৰ্ভ কৰি মুহুদি হিচাপে খাবা ৷ এনেয়ে পেট জ্বলিলে আমি ঠাণ্ডা কৰি ৰখা আইচক্ৰীম,দৈ ,মিঠাই, যিকোনো মিঠা, ফলমূল (ৱাটাৰমেলন) খাওঁ ৷ কিন্তু ৰাতি দৈ এভইড কৰিবা ৷ দিনত পানী খাবা ভাত খোৱাৰ আধাঘণ্টা আগত আৰু পিছত ৷ ৰাতি অতিৰিক্ত পানী খাব নেলাগে ৷ যোগাসন,কপালভাটী প্ৰাণায়াম আৰু অগ্নিসাৰ ধৌতি কৰিব পাৰিলে স্থায়ী ৰূপত ভাল হ’ব ৷ কথাবোৰ কলো যদিও ডাক্টৰৰ পৰামৰ্শ লৈ ইনভেষ্টিগেচন কৰিলে সমিধানৰ পথ ওলাব ৷ মই ঘৰুৱাভাৱে প্ৰাথমিক কথাখিনিহে কলো ৷ তুমি যে কথা এটা বিশ্বাসত সুধিলা তাৰ বাবে ধন্যবাদ ৷

  • @rajtaid9679
    @rajtaid96795 жыл бұрын

    Bhut vl lagil baideu....apuner video bure muk bhut upokrit kri se.aru agoloi aguai jauk tare kamnana krilu.

  • @wahidabegum9956
    @wahidabegum99564 жыл бұрын

    Khijai loisil neki?

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    নাই সিজোৱা ৷ মই কঠাল, ফুলকবি সেইবোৰহে সিজাওঁ ৷ তাকো ৬০-৭০ শতাংশতকৈ বেছি নহয় ৷ প্ৰশ্নৰ বাবে ধন্যবাদ ৷

  • @menokamarak7707
    @menokamarak77072 жыл бұрын

    Oretinga achar

  • @binitakalita3830
    @binitakalita38304 жыл бұрын

    amora boil kori bonoa nai neki khuri. boil korio bonabo parim ne

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    Boil কৰিলে বেছি দিন ৰাখিব নোৱাৰিবা ৷ ৰদৰ গৰমতে চোন বইল হৈ যাব ৷ শাওণ ভাদৰ ৰদ দুই তিনি দিনতে সিজি যাব ৷ ধন্যবাদ প্ৰশ্ন কৰাৰ বাবে ৷

  • @dipasridas8394
    @dipasridas83945 жыл бұрын

    Amr o amorar gos ase bohut lge moi o bonam eyate sai sai🤗

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    5 жыл бұрын

    অমৰাৰ ভিতৰৰ জালখনৰ বাবে চুপি খাবলৈ আৰু ভাল লাগে ৷

  • @rashidasultana3146
    @rashidasultana31465 жыл бұрын

    Lalos lagi gl pai

  • @bhagyashreelaskar8731
    @bhagyashreelaskar87315 жыл бұрын

    Val lagil

  • @navajyotimorang7515
    @navajyotimorang75155 жыл бұрын

    Vl hoise pehy khabo matibo ne

  • @bikashgohain85
    @bikashgohain854 жыл бұрын

    Gur nidile nhbo nk

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    হ’ব ৷ মই মিঠা ভাল পাঁও কাৰণেই দিওঁ ৷ ধন্যবাদ প্ৰশ্নৰ বাবে ৷

  • @renumarabha1243
    @renumarabha12433 жыл бұрын

    Kobo paribo n

  • @junmoniborah9635
    @junmoniborah96354 жыл бұрын

    bydo Madhori Jam kanaka bonai hikai diok son

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    সময় পালে নিশ্চয় যিকোনো ফলৰ জাম প্ৰস্তুত কৰিম ৷ ধন্যবাদ মতামতৰ বাবে ৷

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    মধুৰি জেলীৰ ভিডিঅ’ টো চালা নে ? ভাল লাগিলে শ্চেয়াৰ কৰিবা দেই ৷

  • @munmidas9910
    @munmidas99105 жыл бұрын

    ketiya khuwabo muk

  • @debangarajneog1594
    @debangarajneog15943 жыл бұрын

    Kam nai

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    দুবছৰ খালোঁ অ’ ! খোৱাসকলেও ভাল পালে !

  • @anamikadas4594
    @anamikadas45945 жыл бұрын

    mitha nhobone

  • @draxgaming298
    @draxgaming2984 жыл бұрын

    👎👎👎👎👎👎

Келесі