বাঁহ গাজৰ আচাৰ । ইমান টেষ্ট হোৱাকৈ কেনেকৈ বনালো ?? Top Secret. আপুনি যদি বনোৱা নাই তেন্তে বনাওক ।
#mainuanddhruba #assameserecipe #বাঁহগাজৰআচাৰ #গাজৰআচাৰ #অসমীয়াআচাৰ
বাঁহ গাজৰ আচাৰ । ইমান টেষ্ট হোৱাকৈ কেনেকৈ বনালো ?? Top Secret. আপুনি যদি বনোৱা নাই তেন্তে বনাওক ।
Пікірлер: 36
Excellent performance U have done a good job. Learned a nice recipe. Thanks for
অতি সুন্দৰ হৈছে
Mojja
বাইদেউ বাহঁগাজ খালে মই জানো বনাব পাৰো কিন্তু মূৰৰ চুলি টপা হব বাইদেউ। যিকেইদাল আছে সৰিব। ❤
Boriya hoise
সুন্দৰ হৈছে
ভাল লাগিল ❤❤
সুন্দৰ হৈছে আগুৱাই যাওক।।❤
ভাল লাগিছে
ভাল লাগিছে মই বনাম 😊😊
Vl lagel dai mainu ba
Thank. You..
Very njce
Mojja alop dibo neki ba
❤
Mur Jiva Pani porise
❤❤
Khorisar achar hosakoi bor bhal lage, bor dhunia video share korile, new friend holu dei, muru video sabo, hohari jonabo. Bat sai rolu.........
Nice rasipe ❤ mur video buru Saba dai ❤❤
Ai oi
সচাঁকৈয়ে মোৰ একদম জিভাৰ পানী পৰিছে । 😊
Naice Naice,
Moi u khai val pau baaa
Khorisa achar bor xundor koi bonale
মই কেচা মিঠাতেল দি বনোৱা নাছিলোঁ এইবাৰ বনাব লাগিব ।
achar khini dekhi jova khanr pora pani ulaigoise..aapunar hakolu recipe muk bhal lage.. good night.. baa🙏😊
Anaka bnala kimn din o vla rakhibo pari
Kaile khabo pam akha korisu
বাইদেউ খৰিচা আচাৰ টেঙা হোৱাৰ পাছতহে বনাব পাৰি নি?
Xosake gajor gundho2 Kobo nalage ru..❤val lagile vdo2 sai..❤mur vdo bur o sabosn..
Jikono bah gosor hobone baidu
পানী নিদিয়াকৈ বনালে আচাৰ খিনি দুই তিনি বছৰলৈ ভালে থাকে।
বাঁহ গাজৰ আচাৰ ৰ'দত দিলে ক'লা পৰে। আপুনি কেনেকৈ ৰ'দত দিয়ে জনাবচোন।
পকা জলকীয়া হে দিছে