"গৌৰৱ গগৈ জিকিব" ন-বিজেপি মানস বৰাৰ হুংকাৰ🤪

"গৌৰৱ গগৈ জিকিব" ন-বিজেপি মানস বৰাৰ হুংকাৰ🤪#news18assamnortheast #time8news

Пікірлер: 123

  • @masrafali927
    @masrafali92715 күн бұрын

    কংগ্ৰেছক অনুৰোধ দল বাগৰা সকলক যাতে পুনৰ কংগ্ৰেছত যোগ নিদিয়ে।

  • @khetraburagohain2501
    @khetraburagohain250120 күн бұрын

    তুমি কোনো দিনতেই বি জে পি পৰা MLA বা M P হ'ব নোৱাৰা ভাই। তোমাৰ চিনাকি অকন বৰাৰ পুত্ৰ হিচাবেহে।

  • @anjusaikia9306

    @anjusaikia9306

    13 күн бұрын

    থিক কথা

  • @user-xv6gt1xd1u
    @user-xv6gt1xd1u19 күн бұрын

    গৌৰৱ গগৈ জিন্দাবাদ❤❤।কংগ্রেছৰ পৰা বিজেপি ত গৈ মানস বৰাই এতিয়া নিজৰ ভুল অনুভৱ কৰিছে তেওঁ কথাত উমান পোৱা গৈছে।

  • @nishantakashyap4942
    @nishantakashyap494219 күн бұрын

    আপোনাৰ লগত কোনো কংগ্রেছ সৈনিক যোৱা নাই।

  • @paragchetia5023
    @paragchetia502318 күн бұрын

    তই জীৱনত ৱাৰ্ড সদস্য এটাও হ'ব নোৱাৰিবি।

  • @jaychankarborolegalforum7822

    @jaychankarborolegalforum7822

    11 күн бұрын

    Correct , this kind of people should be given lesson.

  • @ArindamsWorld
    @ArindamsWorld19 күн бұрын

    হিমন্ত বিশ্বৰ আমন্ত্ৰনত, লোভনীয় প্ৰস্তাৱত ঢপলিয়াই গ'ল হবলা।

  • @nirensonowal3100
    @nirensonowal310017 күн бұрын

    অ’ বেপাৰী লগত বেপাৰীৰ কথাবাৰ্তা ৷ কিন্ত ৰাইজে তহঁতৰ দুয়োটাৰে চৰিত্ৰ জানে ৷

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs18 күн бұрын

    আপোনাৰ লাজ লগা নাই। আপুনি গৌৰৱ ৰ দৰে এটা সো ন হেৰালে। না ঘৰ কী না ঘাট কী।

  • @Mr......85499
    @Mr......8549919 күн бұрын

    তোমাৰ নিচিনা বিক্ৰী যোৱা মানুহক কংগ্ৰেছ ৰ প্ৰয়োজন নাই

  • @LilaKalita-ml5rr
    @LilaKalita-ml5rr20 күн бұрын

    দল বাগৰি যোৱা মানুহে এইবোৰ কথা কব লাজ পাব লাগিছিল।

  • @sarbanandasingh269
    @sarbanandasingh26918 күн бұрын

    এইবোৰ ফাঁকি আৰু বাকীত চলা ধুৰন্ধৰ নেতা।

  • @bhaskorgogoi7013
    @bhaskorgogoi701320 күн бұрын

    এইজন খাই পাত ফলা । জাবৰ আতৰি গল ভালেই হ'ল।

  • @abdulbariquesheikh215
    @abdulbariquesheikh21519 күн бұрын

    তেল মাৰি কাম নহব।তোমাৰ ভৰিত তুমিয়েই কুঠাৰ মাৰিলা ।Future val nohoy

  • @hiteshkalita9067
    @hiteshkalita906720 күн бұрын

    এইজন এতিয়া বিজেপিৰ বাবে গলগ্ৰ হ হল

  • @bulbulAxom099
    @bulbulAxom09917 күн бұрын

    মই 100% গেৰাণ্টি দি কব পাৰিম। এখেতে আজিৰ date লৈকে কংগ্ৰেছক support কৰি আছে। মনে প্ৰাণে কংগ্ৰেছী। কিন্তু লোভৰ কাৰনে হিমন্তৰ ভৰিত পৰিলে 😂😂🤣🤣

  • @BijoyNath-by7si
    @BijoyNath-by7si20 күн бұрын

    Gourab Gogoi zindabad

  • @ashimtalukdar6187
    @ashimtalukdar618717 күн бұрын

    বোপাই তোমাৰ আৰু দেউতাৰৰ কীৰ্ত্তি অসমৰ বিশেষ কৈ দিচপুৰৰ ৰাইজে ভালকৈ জানে

  • @user-ok6ny8tz3h

    @user-ok6ny8tz3h

    14 күн бұрын

    Minarel water r পুতেক

  • @jadavgogoi944
    @jadavgogoi94420 күн бұрын

    ই চিধাচিধি বদমাচ। এনে ধৰণৰ মানুহ যি দলত থাকিব সেই দলৰ বেয়া হয়েই। পিতৃৰো বহু বদনাম আছে।

  • @Minaramgogoi-xg4qo
    @Minaramgogoi-xg4qo18 күн бұрын

    Luinjyoti gogoi Aru Gourav gogoi ... Ujonit Jikok ... BJP amar " panchayat t 0 korim..

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah690619 күн бұрын

    টিকেটটো পোৱা হলে চুপচাপ থাকিলহেতন ।

  • @user-vn3qh8tz4n
    @user-vn3qh8tz4n18 күн бұрын

    কংগ্রেসৰ মানুহে আপোনাৰ কথা কেনো নেসোনে

  • @user-jc6ht7co4c
    @user-jc6ht7co4c20 күн бұрын

    টিকট নোপোৱা বাবে এনে কথা

  • @ganeshborgohain2040
    @ganeshborgohain204020 күн бұрын

    টিকেট নোপোৱা বাবে এইকেটা কথা

  • @KeshabHazarika-dr1ub
    @KeshabHazarika-dr1ub20 күн бұрын

    মানস।বৰালাজলাগিবলাগিছিল।আপোনি।গল।ভালহল।

  • @khargeswarbaruah8139
    @khargeswarbaruah813919 күн бұрын

    কিনা নাই নিজে বিক্ৰী হৈছে।

  • @ArindamsWorld
    @ArindamsWorld19 күн бұрын

    সংসদৰ টিকত নোপোৱা কাৰনে বিজেপিলৈ গমন ইয়াৰ, বাকী এনেই ফাঁকি মাৰি আছে।

  • @hemjeet2023
    @hemjeet202320 күн бұрын

    নিজক লৈ স্বাৰ্থ ৰাইজক লৈ নহয়

  • @RupkantaPathori

    @RupkantaPathori

    7 күн бұрын

    এৰা সকলোকে ক্ষমতা লাগে, আমাক শাসন কৰিব লাগে,

  • @jimikantadoley5659
    @jimikantadoley565920 күн бұрын

    Gaurav gogoi zindabad

  • @nitulmudoi5483
    @nitulmudoi548320 күн бұрын

    কঙগেছত পুৰণা আবজনা বোৰ আঁতৰি যো‌য়াত কঙগেছৰ কাৰনে পালাছ।

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r20 күн бұрын

    শিপা দালক মানসে চিনি নেপালে

  • @nijamuddin-228
    @nijamuddin-22819 күн бұрын

    Congress zindabad zindabad

  • @user-pm4el9uj5o
    @user-pm4el9uj5o20 күн бұрын

    Congress❤❤❤

  • @keshabbora9993
    @keshabbora999317 күн бұрын

    বি জে পি য়ে পুৰণি বি জে পি ক ধৰি ৰাখিব পাৰিব লাগিছিল।

  • @SehnajParbin-zp9dq
    @SehnajParbin-zp9dq18 күн бұрын

    বেটা ২৬ অত তোক দিশপুৰৰ পৰা টিকট লাগে।

  • @prakashkalita4438
    @prakashkalita443815 күн бұрын

    😂😂😂😂😂বেয়া নাপাব, আজিৰ তাৰিখত আপোনাৰ নিজৰ কোনো গণভিত্তি নাই অৱশ্যে আগতেও নাছিল, এইটো আৰু এনেই নকব, এইটো কব পাৰে যে B J P ৰ গনভিত্তিক আগত লৈ আজি আপুনি কথা কৈ আছে, বহুত দেখিলোঁ আৰু atleast আপুনি এতিয়া আকৌ ........😊😊😊😊 বৰ্তমান ৰাইজে আপোনাৰ পৰা একো নিবিচাৰে আৰু একো কৰি দিবও নোৱাৰে, সেইটো খুব ভাল দৰে বুজিছে

  • @renubaruah360
    @renubaruah36019 күн бұрын

    ই গল ভালেই হল, ই টিকট নাপালে অ,, লাজ নাই ইয়াৰ।

  • @lakhantanti5784
    @lakhantanti578415 күн бұрын

    গৌৰৱ জিকিব আমাৰ ওচৰৰ বাগানৰ ভোট 60 পাৰচেন্ট পাইছে

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u19 күн бұрын

    কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনকালত এচাম ধূৰনদৰ দুটি পুতি খাই দলটোক বদনাম কৰিলে 😂এতিয়া দল বাগৰি কংগ্ৰেছৰ বদনাম গাবলৈ আহিছে 😂 এতিয়া ভাল মানুহবোৰ নতুন প্ৰজন্মৰ দলটোৰ প্ৰতি আকৃষ্ট হৈছে 😂

  • @khargeswarbaruah8139
    @khargeswarbaruah813919 күн бұрын

    সুবিধাবাদী Idiology?

  • @RatulBorah-xk6ir
    @RatulBorah-xk6ir19 күн бұрын

    তোৰ নিচিনা স্বাৰ্থ লোভী গাদী লোভী এজনহে নালাগে হাজাৰ জন আৱর্জনা গলেও দলৰ ক্ষতি নহয় সাংসদৰ টিকট নপোৱা কাৰনেহে দল ত্যাগ ইয়াকে কয় দল প্রেম

  • @jpmu6272
    @jpmu627219 күн бұрын

    যোগদল হত্যাকাণ্ডত কোন আছিলনো?

  • @prabinmallabaruah8845
    @prabinmallabaruah884519 күн бұрын

    কংগ্ৰেছৰ পৰা যোৱা সকল ওভতি আহিব'লৈ সাজু হৈছে । ভূপেন বৰাক দোষ দি লাভ নাই। দলৰ হৈ বহুতো সিদ্ধান্ত অনিচ্ছা সত্বেও লব লগীয়া হোৱাত তেওঁক হয়তো বহতে বেয়া পাইছে। কিন্তু দল এটা চলাব গলে কিছু লোক অসন্তুষ্ট হব পাৰে।

  • @gajendranathsaloi5362
    @gajendranathsaloi536215 күн бұрын

    ক্ষমতা,দেউতাকে দলৰ পৰা একো নিবিছাৰিবলৈ কোৱাৰ পিচতো কংগ্ৰেছ এৰিলে।

  • @jyotishmansportschannel5948
    @jyotishmansportschannel594820 күн бұрын

    কিমান টকাত এম Borah

  • @sahidulsvlogs7862

    @sahidulsvlogs7862

    15 күн бұрын

    টকা? এই বিলাক নেতাৰ পিছত মামাই টকা খৰচ কৰিব নে?

  • @jintuhazarika323
    @jintuhazarika32314 күн бұрын

    কিছু ব্যক্তি কেৱল নিজ স্বাৰ্থ সিদ্ধিৰ বাবে হে আহে

  • @Aditygogoi123
    @Aditygogoi12320 күн бұрын

    Hubidhabadi biswakhghatok..

  • @shyamalsarmah5470
    @shyamalsarmah547018 күн бұрын

    You already sold.

  • @pompipatgiri
    @pompipatgiri20 күн бұрын

    মানসে।।দেউতাক।।কটন।বড়াক।অপমান।কৰিছে

  • @HIRANYAHAZARIKA-nj6kl
    @HIRANYAHAZARIKA-nj6kl20 күн бұрын

    Actually Kam.nai

  • @phanidhartalukdar7053
    @phanidhartalukdar705319 күн бұрын

    Apuni kiman jcb r malik aiber koi dila val hoi

  • @dipamonidas3369
    @dipamonidas336920 күн бұрын

    Lurinjidabad

  • @saratchborgohain
    @saratchborgohain20 күн бұрын

    Bjp downfoll starts

  • @bapiprayag9110
    @bapiprayag911012 күн бұрын

    এইবিলাক অস্তিত্ব নোহোৱা দুই থেঙীয়া সমাজৰ কাম কি কৰিব

  • @user-bb9rw6ul9q
    @user-bb9rw6ul9q18 күн бұрын

    Congress ka dusbin

  • @nripenborgohain201
    @nripenborgohain20115 күн бұрын

    টিকেট নাপায় বলিয়া হ’ল কিয় ?

  • @polianantavlogs4389
    @polianantavlogs438920 күн бұрын

    Very nice ❤❤❤❤❤❤

  • @nivasaikia2249
    @nivasaikia224919 күн бұрын

    Good news

  • @nabaprosadgogoi.285
    @nabaprosadgogoi.28520 күн бұрын

    Bat diya hei.

  • @AJ-ei7uo
    @AJ-ei7uo15 күн бұрын

    গস উখ হলে বতাহে ভাঙ্গি দিয়ে

  • @thekakhua
    @thekakhua20 күн бұрын

    nice sharing

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu13 күн бұрын

    মানস বৰাৰ ৱাৰ্ড সদস্য হোৱাৰ যোগ্যতা নাই।😂

  • @user-gc4vq7rk6h
    @user-gc4vq7rk6h14 күн бұрын

    মানস বৰা ফেউৰাহে ৷ বকক

  • @AdarshrajSingh-pt8mm
    @AdarshrajSingh-pt8mm19 күн бұрын

    BJP loi zuwa congress kormee hokolok jimanai ji nohouk punor coñgressot adori lobo.nelàge kionu punor beleg .....,.Notun hodosya louk Smr8ty rekha

  • @MonujKhanikor-vv8gz
    @MonujKhanikor-vv8gz20 күн бұрын

    Bupai 2 o gola 2mi vl hol.jabrbur juat Congress dol2 safa hol

  • @anilphukon6440
    @anilphukon644013 күн бұрын

    কংগ্ৰেছৰ গেলা মাল বোৰ আতৰিছে

  • @birenkachari5220
    @birenkachari522015 күн бұрын

    Sartho por tohoti

  • @healthworld9935
    @healthworld993515 күн бұрын

    Tumi Congress r tka khowa tatha blood t Congress r taka thaka manuh.

  • @nabakantokutum2762
    @nabakantokutum276219 күн бұрын

    Gourav gogoi zindabad all the best gogoi

  • @KameswarDoley-ri4ez
    @KameswarDoley-ri4ez19 күн бұрын

    Bhupen.borah netar dorker nai.raijok dorker.

  • @kandas3321
    @kandas33215 күн бұрын

    মই ও আশাত নামিলো দ'লৰ ও আকাল পৰিল ।

  • @nituldutta1553
    @nituldutta155310 күн бұрын

    টিকেট নেপাই দল বাগৰা বোৰ বিশ্বাস ঘাটক হয় ,,এইবোৰ ক ৰাইজে ইহঁত ক চিনি ৰাখিব লাগে ,,কাৰণ ইহঁত স্বাৰ্থ পৰ ,,লুভীয়া মানুহ ,,,নিজৰ স্বাৰ্থ ৰ কাৰণে আকৌ দল বাগৰিব ,,দলাৰ বগৰী হয় ,,লেতেৰা চৰিত্ৰৰ মানুহ ।।

  • @subratadey9156
    @subratadey915610 күн бұрын

    সকলোৱে পদবী বিচাৰিলে নিদিলে পাৰ্টি এৰি অইন পাৰ্টিত গলেই সমস্যা সমাধান নহয়। পিতৃয়ে কোৱা কথা কত মানিলে।

  • @user-ln1cz7xy9d
    @user-ln1cz7xy9d10 күн бұрын

    লোকসভাৰ টিকত নেপালে কাৰণে বিজেপিলৈ গমন ।হয়তো তেওঁৰো কিবা কেলেংকাৰী আছে ।দেশপ্ৰেমীকসকল সংবিধান গনতন্ত্ৰ বিনাশকাৰীৰ ফালে নেজাই ।

  • @dibasrisaikia9878
    @dibasrisaikia987819 күн бұрын

    আবৰ্জনা কংগ্ৰেছৰ আছিল

  • @user-ey3ur6ib6x
    @user-ey3ur6ib6x6 күн бұрын

    Ako ahi Congress ba ba lob ha Congress jindabad

  • @dhirenchoudhury4136
    @dhirenchoudhury413620 күн бұрын

    aru mla mp hobo nowara

  • @pranjitbsruah5032
    @pranjitbsruah503211 күн бұрын

    Ohabar bidhayak hobo apuni BJP join korile tu, karon apunaluk Congressr dut khini thakilehe Himanta CM hobo paribo

  • @indrajitprosad4917
    @indrajitprosad491710 күн бұрын

    ৪ জুনৰ পিছত পুনৰ 'মুচিক ভৱ'?

  • @user-ki3qp5dz4u
    @user-ki3qp5dz4u8 күн бұрын

    Akon bora sir 4 lakhot harisil

  • @Wooooooo_.41
    @Wooooooo_.4120 күн бұрын

    তোমাৰ কিজানি টিকট পোৱাতো সপোন হৈ থাকিব

  • @minudas7981
    @minudas798113 күн бұрын

    চুৰৰ পুতেক চুৰে হব লাগিব বুলি ভাবে আজিও।

  • @khagenkalita-lo5bj
    @khagenkalita-lo5bj19 күн бұрын

    Akaxot sang pota kotha koisa

  • @regamajon
    @regamajon8 күн бұрын

    Nimok aram sob

  • @mising1092
    @mising109220 күн бұрын

    Mosta Dalal.

  • @prahladdas6664
    @prahladdas666420 күн бұрын

    Jayanta madhobe every time Congressor birudhasoron kori kotha kua dekha jai.

  • @user-sz6ig8vq4p
    @user-sz6ig8vq4p11 күн бұрын

    kiman tokat bikri hol apuni

  • @parimakeupartistry4933
    @parimakeupartistry493312 күн бұрын

    Fut

  • @dipokdutta3844
    @dipokdutta384415 күн бұрын

    😅😅😅

  • @binandabasumatary6143
    @binandabasumatary614320 күн бұрын

    G Gogoi Hariba ne jikiba konew najane eswar hey janiba

  • @pramodchoudhury6598
    @pramodchoudhury659820 күн бұрын

    Eiak punar congress laba nalage.

  • @Purbajyoti1
    @Purbajyoti119 күн бұрын

    Mr, kiman tokat bikri hoise? Neta jabo, aibar jonota nejay, cong din ahi aase.

  • @DinaDas-ez6tj
    @DinaDas-ez6tj19 күн бұрын

    Aku lav nhb m bora 000

  • @user-wr1ri5ix1i
    @user-wr1ri5ix1i15 күн бұрын

    Congrest parial kendrik parit buli Kai bjp pàrial kendrik parti hai ne nahài

  • @inamulali6637
    @inamulali663720 күн бұрын

    Tomar kam nai buli vabile neki

  • @hemantadas6963
    @hemantadas696318 күн бұрын

    Dalar bogori bagori thakibo

  • @durlovkalita7343
    @durlovkalita734319 күн бұрын

    False

  • @GarimaChoudhury-ii9uw
    @GarimaChoudhury-ii9uw19 күн бұрын

    Tomak assamor manuhe moromar neta buli nabhabe

  • @rupakdoley2028
    @rupakdoley20285 күн бұрын

    you are not good leader beta

  • @user-pe1nq7yt3m
    @user-pe1nq7yt3m20 күн бұрын

    Biki houa manuhar mokhat ene katha.

  • @user-pc7kv7lh2u
    @user-pc7kv7lh2u15 күн бұрын

    Tumar aku Kam nai

Келесі