মহিলাক কান্ধত ধৰি থেলি দিয়াৰ অধিকাৰ কোনে দিলে মন্ত্ৰী পিযুষ হাজৰিকাক?

⏩ৰাজহুৱা স্থানতে মহিলাক কান্ধত ধৰি থেলিলে মন্ত্ৰী পিযুষ হাজৰিকাই!
⏩প্ৰতাপী খঙাল আৰু অহংকাৰী মন্ত্ৰী পিযুষ হাজৰিকাৰ মহিলাৰ ওপৰত এনে আচৰণ কিয়?
⏩নাৰী শক্তি-সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দক্ষ, দাম্ভিক প্ৰতাপী মন্ত্ৰীৰ এনে অভব্য আচৰণ কিয়?
⏩এয়াই নেকি নাৰীৰ প্ৰতি বিজেপিৰ মন্ত্ৰীৰ সন্মান?
⏩নাৰীশক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীৰ নাক-কাণ কাটিলে হিমন্তৰ সোঁহাতস্বৰূপ মন্ত্ৰী পিযুষ হাজৰিকাই!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 1 000

  • @LegendIshan
    @LegendIshan29 күн бұрын

    লূভীয়া মহিলা সকলক সূন্দৰ বটা প্ৰদান

  • @dibasrisaikia9878

    @dibasrisaikia9878

    29 күн бұрын

    সঁচা কথা

  • @anjanjyoti7271

    @anjanjyoti7271

    29 күн бұрын

    Asoni lage kene lagise atiya😂😂

  • @user-kj9cb8zz5q

    @user-kj9cb8zz5q

    29 күн бұрын

    Heia lakhpoti baideo nohoi janu?

  • @pankajboro1197

    @pankajboro1197

    29 күн бұрын

    👌

  • @user-sv3ir8fd2z

    @user-sv3ir8fd2z

    29 күн бұрын

    🎉😂😂😂

  • @brothersglobe5706
    @brothersglobe570629 күн бұрын

    আকৌ ভোট দিয়া,,, এইবাৰ গটা,থেলা নহয়,, উলঙ্গ কৰি চোঁচৰাই ফুৰাব।

  • @LiaAoborpatragohain-ms8zp

    @LiaAoborpatragohain-ms8zp

    29 күн бұрын

    %hoityo, BJP bolatkari.

  • @user-vk5nl3oq3e

    @user-vk5nl3oq3e

    29 күн бұрын

    Right kotha koise

  • @manikbasumatary-ow2nh

    @manikbasumatary-ow2nh

    29 күн бұрын

    100% right

  • @dibasrisaikia9878

    @dibasrisaikia9878

    29 күн бұрын

    একাংশ মহিলা লাজ নোহোৱা কাপোৰ খুলি পঠিয়াই দিলেও পইচা দিলে হাচ তালি মাৰি থকা মহিলা

  • @ilovemytravel9681

    @ilovemytravel9681

    29 күн бұрын

    Aru vote dibi kela BJP

  • @anjugogoi6222
    @anjugogoi622229 күн бұрын

    এই জনৰ উদ্ভদালি বেছি সীমা চেৰাই গৈছে সেই কাৰণে জনগনৰ সজাগ হভক নহ'লে গণতন্ত্ৰ শেষ হ'ব

  • @rahulchakroborty3364

    @rahulchakroborty3364

    29 күн бұрын

    Hosa kotha 100%

  • @rabinpathak8715

    @rabinpathak8715

    29 күн бұрын

    Aaibor 1500/ tokia mohila,ehotor las-man ako nai

  • @likhanburagohain

    @likhanburagohain

    29 күн бұрын

  • @user-ft6sd5cz7h

    @user-ft6sd5cz7h

    28 күн бұрын

    ❤​@@rahulchakroborty3364

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr29 күн бұрын

    ভালেই হল পাওঁক মজা। গৈছিল বাপেকক চাবলৈ।

  • @narayankumarbora3762

    @narayankumarbora3762

    29 күн бұрын

    মহিলা পুলিচ গৰাকীৰ হাতত কিয় ধৰিব ?

  • @KabitaGogoi-ut6jr

    @KabitaGogoi-ut6jr

    29 күн бұрын

    @@narayankumarbora3762 ক্ষমতাৰ বলত কাক কত ধৰিছে গমকে নাপায়। মহিলা পুলিচ গৰাকীয়ে একো কব নোৱাৰে কাৰণ সিহঁতৰ চাকৰহে।

  • @user-kj9cb8zz5q

    @user-kj9cb8zz5q

    29 күн бұрын

    Beserai upaiu nai, karon hihotore bapektu ahise j.

  • @bijusaikia5372

    @bijusaikia5372

    29 күн бұрын

    আচল জেগা ৰ বাবেহে অধিকাৰ লাগে । কি আবোল-তাবোল বকি আছে ? ধ্যুৎ ?

  • @Animationvideo777

    @Animationvideo777

    22 күн бұрын

    😂

  • @user-se1vm4xb2q
    @user-se1vm4xb2q29 күн бұрын

    আকৌ পদুমত ভোট দিলে মহিলাক ঊলংগ কৰি চুচৰাব।

  • @trishnakalita4154

    @trishnakalita4154

    26 күн бұрын

    বাকী নাই। উদাহৰণ মণিপুৰ

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh29 күн бұрын

    কি দলে ধৰ্ষণ কাৰীক ফুলৰ মালাৰে শুভেচ্ছা জনায় সেই দলৰ কুকুৰ মন্ত্ৰীৰ ইয়াতকৈ ভাল ব্যৱহাৰ আশা কৰা টান।

  • @LiaAoborpatragohain-ms8zp

    @LiaAoborpatragohain-ms8zp

    29 күн бұрын

    Sabbash👍👍👍👍

  • @livestreamerboy

    @livestreamerboy

    29 күн бұрын

    BJP ses

  • @livestreamerboy

    @livestreamerboy

    29 күн бұрын

    Opodro

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n29 күн бұрын

    মজা পালো দেখি BJP সভালৈ যায় অন্ধভক্ত

  • @eldrinkoch3656
    @eldrinkoch365629 күн бұрын

    মূৰ্খ গিৰিয়েক বোৰে মাইকীক এৰি দিলে বেলেগ পুৰুষে এনে কৰিবয়েই...

  • @dibasrisaikia9878

    @dibasrisaikia9878

    29 күн бұрын

    সঁচা কথা

  • @SaddamHussain-bf5ti

    @SaddamHussain-bf5ti

    29 күн бұрын

    Right 👍

  • @boonsaikia8526

    @boonsaikia8526

    28 күн бұрын

    Piyaje marile gota aru ghorot mota tuye dibo kantholiya sor

  • @jakiahassan3210

    @jakiahassan3210

    28 күн бұрын

    Arunodoi asoni pab ako

  • @gunjanofficial7141

    @gunjanofficial7141

    28 күн бұрын

    1000000000%right 😅❤

  • @debajitborah6983
    @debajitborah698329 күн бұрын

    কিয় জানো এইবোৰ অহংকাৰী বোৰক ভোট দি জয়ী কৰে।

  • @prabhatchborah3751

    @prabhatchborah3751

    29 күн бұрын

    টকা কেইটামান ৰ লোভত।

  • @bichitratanti1230

    @bichitratanti1230

    29 күн бұрын

    Right

  • @LegendIshan
    @LegendIshan29 күн бұрын

    ঠিকেই কৰিছে আচনিৰ লূভীয়া মহিলা সকলক

  • @hiranyaray1301
    @hiranyaray130129 күн бұрын

    আৰু যোৱা লাখপতি বাইদেউ । বিবেকেৰে ভোট দিয়া নহলে সম্মান ধোৱাচাং থোৱা😢

  • @pratimasarma1737
    @pratimasarma173729 күн бұрын

    ঠিকেই আছে। নাৰী শক্তি জিন্দাবাদৰ সময়তে এনে ব্যৱহাৰ। আৰু নাচক বাহু ডাঙি ভাঙি আকৌ এবাৰ মোদী চৰকাৰ।

  • @dibasrisaikia9878

    @dibasrisaikia9878

    29 күн бұрын

    ভালেই পাইছো এইবিলাক মহিলা ফাল্টু হয়

  • @anjanjyoti7271

    @anjanjyoti7271

    29 күн бұрын

    😂😂😂

  • @bijusaikia5372

    @bijusaikia5372

    29 күн бұрын

    ​@@dibasrisaikia9878আচনি ললেই নহব সহিবও লাগিব । পাছলৈ লাখপতি হব পাৰিব ।

  • @kalpanaborah8745

    @kalpanaborah8745

    29 күн бұрын

    পিয়ুষে মহিলাক গতিয়াই ভালেই সন্মান দিছে।আমাৰ আইদেউ হঁত লাখপতি হোৱাৰ আশাত গতাকে খাইছে ।

  • @jakiahassan3210

    @jakiahassan3210

    28 күн бұрын

    Very good

  • @thaneswardoley3380
    @thaneswardoley338029 күн бұрын

    মহিলা সকলক এনেকৈয়ে কৰিব লাগে,মতা মানুহৰ কথা নমনা হৈছে।

  • @indrajitdeka3104
    @indrajitdeka310429 күн бұрын

    ২০০ টকাত বিক্ৰী যোৱাহে ..।একো নাই দুইপাত চৰ খালেও আকৌ এবাৰ ....চৰকাৰ বুলি চিঞৰিব।😂😂 ( বিঃদ্ৰ- মহিলাৰ গাত হাত দিয়াটো মই ব্যক্তিগত ভাৱে সমৰ্থন নকৰোঁ।)

  • @puspadhardowarah1932
    @puspadhardowarah193229 күн бұрын

    তথাপিও এই মহিলাবোৰৰ লাজ হব জানো? ফিৰি চাউল;অৰুণোদয় আচনি; লাখপতি বাইদেউ আচনি কেনে লাগিছে?তেও গাত চেতনা শক্তি আহিব জানো? নিলাজৰো লাজ নাই; কেকোৰাৰো মূৰা নাই।

  • @dibasrisaikia9878

    @dibasrisaikia9878

    29 күн бұрын

    সঁচা কথা

  • @tutudas630
    @tutudas63029 күн бұрын

    চি চি লাজ লাগে ইহতৰ কথাত বাপেক হতক চাব যোৱা ভাল শিক্ষা পাইছে

  • @mukuldas1857
    @mukuldas185729 күн бұрын

    ভাল হৈছে ঘৰ এৰি অহা মজা 😂😂😂

  • @boruah8390
    @boruah839029 күн бұрын

    News18 ক ধৰি বাকি চেনেল বিলাকে নাই দেখুওৱা যে এই নিউজটো, অন্য কংগ্ৰেছৰ নিউজ হোৱা হ'লে তেতুফালি চিঞৰি চিঞৰি বজালে হয়।।।

  • @bdebnath915
    @bdebnath91529 күн бұрын

    লাখপতি বাইদেউ হবলৈ বিচাৰিলে অলপ সহ্য কৰিব শিকিব লাগিব ।

  • @dibasrisaikia9878

    @dibasrisaikia9878

    29 күн бұрын

    😂😂

  • @sbsadhan4071

    @sbsadhan4071

    29 күн бұрын

    😂😂😂

  • @parishmitakalita2434

    @parishmitakalita2434

    28 күн бұрын

    Alap nahai aru bahut

  • @jakiahassan3210

    @jakiahassan3210

    28 күн бұрын

    😂😂

  • @baruah2490

    @baruah2490

    23 күн бұрын

    😂

  • @debenhandique9958
    @debenhandique995829 күн бұрын

    ভাড়াতীয়া মহিলাই ক'তনো মিটিং শুনিব।

  • @dibyajyotigogoi4801
    @dibyajyotigogoi480129 күн бұрын

    এইবোৰৰ মিটিংঙত আৰু যাবি।লাজ নাইকীয়া তহতৰ।

  • @nirubora3660
    @nirubora366029 күн бұрын

    ওপৰৰ মাল যে ফিয়োজ এনে কৰিলেও হিমন্তয় নেদেখা ভাও জুৰী থাকিব।

  • @achintaborah186
    @achintaborah18629 күн бұрын

    এতিয়া দেখুৱাই দিব লাগিব মহিলা শক্তি কিমান।নহলে এই বোৰ মানুহে কি কৰিব কবলৈ ভাষা নাই।

  • @bimalgogoi6026
    @bimalgogoi602629 күн бұрын

    কি কথা হে । মহিলা সকল, লাখপতি বাইদেউ সপোন দেখিবলৈ গৈছিল আকৌ ।

  • @romenbora2408
    @romenbora240829 күн бұрын

    অসমৰ মহিলা সকলে এই ছবিখন দেখিলে কিবা বুজি পায় নে নাপায় সেইটোৱে ডাঙৰ কথা

  • @Danirojasfc6
    @Danirojasfc629 күн бұрын

    দূৰ দূৰণিৰ পৰা টকা দি অনা মানুহ দেৰী হৈছে ঘৰলৈ যাবলৈ... ওপৰৰ মালে ধমক দিব নালাগিল। 😢😢

  • @muned6442
    @muned644229 күн бұрын

    এইটোৱে ঘৰত নিজৰ মাইকী জনিক বেয়া ব্যৱহাৰ কৰে চাগে সেই কাৰণে লোকৰ মাইকীৰ গাত হাত দিছে বিজেপিয়ৰ অহংকাৰী মন্ত্ৰী

  • @wisestory1258
    @wisestory125828 күн бұрын

    মজা ! ১২০০ টকীয়া মহিলাৰ কি সম্মান! নিজে কৰ্ম কৰি খোৱাৰ ঔকাত নাই অসমৰ বহুত মহিলাৰ । ইহতক কেৱল লোন লাগে, ফ্ৰি আচনি লাগে ! একো বেয়া কৰা নাই পিয়াজ হাজৰিকাই। ভদ্ৰ মহিলাই এইবোৰ মিটিঙতে নাযায় ।

  • @birenkurmi8464
    @birenkurmi846429 күн бұрын

    এইয়াই বিজেপি চৰকাৰে আদৰনী আৰু নীতি।

  • @kamalapatar1465
    @kamalapatar146528 күн бұрын

    আইমী বৰুৱা ক এতিয়া আহি ভোট খুজিব দিয়া চেপ্তিটোক।নাকেৰে মাত ফুটাই ফুটাই।

  • @ranjankakati4844
    @ranjankakati484429 күн бұрын

    নিলাজ মন্ত্ৰী পিয়ূজ হাজৰিকা।ঘৈনীয়েক জনীৰ যি বাহাদুৰী।গিৰীয়েকৰ গুন জহাই থাকে অনবৰতে।আইমীৰ দৃষ্টিত কেনেকৈ ভাল ব্যক্তি পিয়ূজ।হিমন্তৰ লগত থকা পালি প্ৰহৰী সকলো অভদ্ৰ।

  • @RABHA706
    @RABHA70629 күн бұрын

    থিকেই আছে ভালেই কৰিলে যেন পাওঁ পিয়াজ হাজৰিকা ভাই

  • @Hidden.face_
    @Hidden.face_29 күн бұрын

    এজন দুজনৰ কাৰণে গোটেই দলটোৰে বদনাম হয়।এইজনাৰ কাৰণে দলটোৰ বহুত ক্ষতি হব । নাৰীৰ ওপৰত এনে কাৰ্য সহ্য কৰিব নোৱাৰি।

  • @technotips442

    @technotips442

    26 күн бұрын

    😂 1500/ ne 500 tokiya? 😋 , gutei bosortu sun bjp netar ai bur kando gutei dexzuri asil toi dexipiwa nai 😊

  • @cinukakoti7828
    @cinukakoti782829 күн бұрын

    মেখেলা পিন্ধা বিজেপি নেতা সমূহ!

  • @dibasrisaikia9878
    @dibasrisaikia987829 күн бұрын

    একাংশ মহিলা লাজ নোহোৱা কাপোৰ খুলি পঠিয়াই দিলেও পইচা দিলে হাচ তালি মাৰি থকা মহিলা

  • @joyprakashgohain7032
    @joyprakashgohain703229 күн бұрын

    ওপৰৰ মাল এইবাৰ তলৰ হৈ যাৱ !

  • @LiaAoborpatragohain-ms8zp

    @LiaAoborpatragohain-ms8zp

    29 күн бұрын

    Uporor maal tolot hauli poribo🤣🤣🤣

  • @BGogoi-ps7cj

    @BGogoi-ps7cj

    25 күн бұрын

    BJP zindabad.modi zindabad.joi shree ram🚩

  • @amarjoytidas8141
    @amarjoytidas814129 күн бұрын

    কচু পাইছে আৰু যাব মিটিঙত

  • @amarjoytidas8141
    @amarjoytidas814129 күн бұрын

    B j p go back

  • @monuwarabegam5708
    @monuwarabegam570829 күн бұрын

    ইহতক পহু খেদা দিব লাগে ইহঁতক ভুত দিয়া সকলে এই বুৰ বিবেচনা কৰক

  • @mantajali11
    @mantajali1129 күн бұрын

    অসমৰ ৰাইজে ইয়াক লাত মাৰি উলিয়াই দিব লাগে🎉🎉

  • @technotips442

    @technotips442

    26 күн бұрын

    Tikei ase pijus e ji korise valei korise ,

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn29 күн бұрын

    পৰাজয়ৰ আশংকাত চকুত শৰীয়হৰ ফুল দেখি গৈছে,

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u29 күн бұрын

    লাখপতিৰ সপোন দেখুৱাই মহিলাক এনে আচৰণ 😂 আমাৰ মহিলা সকলে নেতা পালি নেতাৰ কথাত চৰকাৰী আচঁনিৰ পিছত দৌৰি ফুৰাৰ এইয়া ফল পাইছে 🎉 আচঁনিৰ পিছত ঘূৰাতকৈ নিজৰ সন্তানক মানুহ কৰক 🎉🎉

  • @binoddutta4714
    @binoddutta471429 күн бұрын

    ইয়াৰে ২% মহিলাইহে বিজেপিক ভোট দিব বাকি সকল‌ এনেয়ে ফুৰিবলৈ ওলাই অহা লোক।

  • @jalaluddinahmed9888

    @jalaluddinahmed9888

    29 күн бұрын

    সেই বোৰ মহিলাক বেলেগ সমস্তিৰ পৰাহে আহিছে। সেইসকল গুৱাহাটী ৰ নহয়।

  • @jahidulhaque8357

    @jahidulhaque8357

    29 күн бұрын

    Right

  • @boonsaikia8526

    @boonsaikia8526

    28 күн бұрын

    Guwahati furaabo buli anise ​@@jalaluddinahmed9888

  • @vikramborgohain1910
    @vikramborgohain191029 күн бұрын

    বিজেপিৰ নেতা মন্ত্ৰীৰ অসভ্যলিয়ে বিৰক্তি কৰিছে সকলোকে,,,

  • @NitulSangma-sl2wd
    @NitulSangma-sl2wd29 күн бұрын

    যদি পিয়াঁজৰ ঘৈনিয়েক জনীক কোনোবাই এনেকৈ ঠেলি পঠিয়াই তেতিয়া কি কৰিব

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2g29 күн бұрын

    অভদ্ৰ মন্ত্ৰী।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv29 күн бұрын

    এইবোৰ মন্ত্রীয়ে অসমখন বাপেকৰ সম্পতি বুলি ভাবে। এইবোৰ নাৰী সৱলিকৰনৰ নমুনা বিজেপি চৰকাৰৰ। বিজেপিৰ টোপ গিলি মহিলাৰ এই গতা খাবলগা অৱস্থা।

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah690629 күн бұрын

    মহিলাৰ গাত হাত ?

  • @RatulBorah-xk6ir

    @RatulBorah-xk6ir

    29 күн бұрын

    তালৈ যোৱা মহীলা সকলক চুলিত ধৰি চোচোৰই পেলাব লাগিছিল কেৱল আচিনী লোভৰ কাৰনে বিজেপি গুণ্ডাবাহিনীৰ পোকৰত দৌৰি ফুৰে . ভাগ্যভাল তহতৰ মটা বোৰ মাইকী তলতিয়া

  • @LiaAoborpatragohain-ms8zp

    @LiaAoborpatragohain-ms8zp

    29 күн бұрын

    Case hobo nai pise?????

  • @jahidulhaque8357

    @jahidulhaque8357

    29 күн бұрын

    Right

  • @technotips442

    @technotips442

    26 күн бұрын

    Ooh , kele aitu kiba notun xunapaise niki !😂. Kisudin agot delhi r neta brijbhushan sharan sing or gotona xuni puwa nai niki 🤓

  • @nirubora3660
    @nirubora366029 күн бұрын

    হিমন্ত বিশ্ব ই সোহাতে থকা পিয়োজ হাজৰীকাক এতিয়া কি কৰিব। বেতি পঢ়াও বেতি বচাও অমৃত বানী ভৰিৰে গচকিলে ফিয়োজে।

  • @manikchandradas7057
    @manikchandradas705729 күн бұрын

    এই হাৰামি ফাচি বজাৰৰ বিহাৰীৰ খেদাখোৱা বিহাৰীৰ পোকৰৰ পৰা ওলোৱা গেলা মালটোক জেলত ভৰাই থব লাগে। 😡

  • @nipandas5010
    @nipandas501029 күн бұрын

    ইয়াক লেঙতা কৰি কোবাব লাগে। দালাল চালা।

  • @bulbulbora-cw1el
    @bulbulbora-cw1el29 күн бұрын

    এতিয়া আমাৰ মহিলা সকলে বিজুলীক ভোট দিব নে মীৰা বৰঠাকুৰ বাইদেউক ভোট দিব।বাহৰে মন্ত্ৰী ডাঙৰীয়া।

  • @balendas4259
    @balendas425929 күн бұрын

    এইবোৰ নিলাজ মহিলা । কি পাইছে মহিলাই । মণিপুৰত উলঙ্ঘন কৰি মহিলাক পিটিলে । বিজেপি চৰকাৰে ব্যৱস্থাই নললে । জোণমণিক ধৰ্ষণ কৰি হত্যা কৰিলে খূত পুলিচ বিষয়া । সাধাৰণ মহিলাৰতো অৱস্থা কি হ'ব ভাৱকচোন ? কৰ্ম কৰক । মন্ত্ৰীক মেখেলাইদ কোবাব পাৰিব ।

  • @jibonchetia1588
    @jibonchetia158829 күн бұрын

    ঠেলা গতা খালেও 12শটকাৰ কথাআছে

  • @rupandeka2258
    @rupandeka225829 күн бұрын

    ইয়াক সমতাই মূৰত ধৰিছে গতিকে ৰাইজ মই এটাই কথা কম সেইটো হল অহা 2026 চনত ভোটত তেওঁক সমতাৰ পৰা ওফৰাই দলিয়াই কলং কপিলী নদীত পেলাই দিব লাগে

  • @technotips442

    @technotips442

    26 күн бұрын

    Je korise vale korise Jani Buji aibilak really t jay kio , 😊 mota bilake tiri aridiye poisa gotibole gotike aitu okon xoijjo korile hol 😂

  • @rahmanmuzibur7794
    @rahmanmuzibur779429 күн бұрын

    এটা কথা নহয় ,অসমৰ কোনো বা সাংবাদিকে অমিত শ্বাহক CAA বিষযে কিবা সুধিলেনে ? CAA ,অনা বিজেপিক কোনো অসমীয়াই ভোট নিদিব ।

  • @binoddutta4714
    @binoddutta471429 күн бұрын

    মহিলা সুৰক্ষাৰ নমুনা।

  • @asomiaasom6008
    @asomiaasom600829 күн бұрын

    যেনে কুকুৰ তেনে টাঙন ।১২০০ টকাৰ লোভত গৈ লটিঘটি ।চিঃ চিঃ বৰ লাজৰ কথা ।

  • @rituparnasaikia1701
    @rituparnasaikia170129 күн бұрын

    এই দৃশ্য বহুল অৰ্থত যিমান পাৰে প্ৰচাৰ কৰক।

  • @sewalimedhi6438
    @sewalimedhi643828 күн бұрын

    এইখিনি কম হৈআছে আৰু হব বহুত কাৰন নাৰীক হোনো আগুৱাই নিব বিজেপী চৰকাৰে

  • @user-er9se1md5x
    @user-er9se1md5x29 күн бұрын

    মহিলা গৰাকিয়ে। নিলাজ পিজুজৰ ওপৰত এজাহাৰ দিব লাগে পাগলে আৰু ইয়াতকৈ কি কৰিব

  • @BijoyBiswas-tn1xg
    @BijoyBiswas-tn1xg29 күн бұрын

    Go back BJP

  • @amarjoytidas8141
    @amarjoytidas814129 күн бұрын

    পিয়াজয়াক মাৰ ভোট নিদিব ৰাইজ। অসম খন খালে।

  • @jyotirekha.bhuyan
    @jyotirekha.bhuyan29 күн бұрын

    কিয় আহিব লাগে মহিলাসকল এনে অৱমাননা হবলৈ?এই সকল মহিলাৰ যদি lag আছে BJP ক vote। নিদিয়ে যেন

  • @devdas8542
    @devdas854229 күн бұрын

    ইয়াৰ ওপৰত মহিলা গৰাগীয়ে পুলিচ কেচ দিব লাগে

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn29 күн бұрын

    অতীত চাহক চেহেৰাতো দেখাব লাগিব নহয়,কেনকৈ জানিব নহলে সেই জনেই যে ছিনদিকেতৰ মেইন লীডাৰ

  • @shipramcfarlane8908
    @shipramcfarlane890829 күн бұрын

    ভাল পাইছো। ঘৰৰ কাম বন নাই নেকি? নিজৰ ঘৰখনৰ বাবে চিন্তা কৰক। উন্নতি হব। কি লাভ হল? গতাহে খালে। ডাঙৰ অপমান গম পাইছে নে,?

  • @NavajyotiKalita-kw2ru
    @NavajyotiKalita-kw2ru29 күн бұрын

    অসমৰ খোজনীয়া(আচনীৰ)মহিলাসকলক পুহনীয়া ভিক্ষাৰীৰ পৰ্যয়ৰ বুলি ভাবে।

  • @kirttanaramdas9381
    @kirttanaramdas938129 күн бұрын

    এই মহিলা গৰাকীৰ গিৰিয়েক জনৰ দৃশ্যটো দেখি কেনেকুৱা লাগিছে বাৰু? কিহৰ বাবে মিতিঙত যাবলৈ দিয়ে?

  • @user-fk6oz6k
    @user-fk6oz6k29 күн бұрын

    Moja

  • @prabinmallabaruah8845
    @prabinmallabaruah884529 күн бұрын

    মহিলা আয়োগত গোচৰ দিব লাগে।

  • @TCF573

    @TCF573

    29 күн бұрын

    Heiburor logot Aayug fayig r kaam nai. Toka lage khali. Bhal hoise aru pabo lagisil. 😅😅

  • @pritomb7841
    @pritomb784129 күн бұрын

    শাসনে মুৰত ধৰিছে

  • @ramchandradeka6315
    @ramchandradeka631529 күн бұрын

    কোনে দিব আৰু, অসমীয়া মহিলাই নিজেই দিছে এই অধিকাৰ। কিয়নো এইসকল মন্ত্ৰীৰ কথামতেই অসমীয়া মহিলাই কাণত ধৰি উঠা--বহা কৰি থাকে। মহিলা নহ'লে বৰ্ত্তমানৰ চৰকাৰ খনে কতো এখনো সভা সমিতি পাতিব নোৱাৰে। মন্ত্ৰীৰ লগত নাচিবলৈ পালে আমাৰ মহিলা সকলক আৰু একো নালাগে।

  • @meghrajchetry3571
    @meghrajchetry357129 күн бұрын

    ইয়াৰ সৰ্বনাশ নিজেই মাতিলে । মানুহটো এনেই nonsense প্ৰকৃতিৰ নহয়নে বাৰু ?

  • @technotips442

    @technotips442

    26 күн бұрын

    Xi tartait tikei ase mahila keijoni lubiya , bjp meeting t jay qio

  • @user-fy3hr4me4d
    @user-fy3hr4me4d29 күн бұрын

    অন্ধ সমৰ্থক সকলে এনে ব্যৱহাৰ বাহিৰে আৰু কি পাব।

  • @meenadevi3116
    @meenadevi311629 күн бұрын

    Because BJP has paid the womens Rs 1000 / as wage .Why The shameless woman joined rally .

  • @tuleswardeogharia9192
    @tuleswardeogharia919229 күн бұрын

    এনে ব্যৱহাৰ কৰিব নালাগে ।

  • @user-iz5et9bw1l
    @user-iz5et9bw1l29 күн бұрын

    ভালে টো কৰিছে সেই মগজুৰ নথকা জাতি বিৰোধি বিলাকে কি ভাল সম্মান পাব।আচনী বন্ধ হোৱা ভয়ত নিজৰ সন্তানৰ ভৱিষ্যত শেষ কৰি দিছে । নিলাজ বোৰে কা অসমীয়া মূৰত জাপি দিয়া বনীয়া টো লগত নাচিবলৈ দৌৰিছে । , বেছি দিন নাই গৰো দৰে দিঙিত এৰাল লগাই তানিব।

  • @debajanibaruah3105
    @debajanibaruah310529 күн бұрын

    পিয়ুজৰ কথা হল আমি জিকিব লাগে ।গাত হাত দি হওক মুৰত হাত দি হওক ।তেনেকুৱা মানুহ কাৰনেতো শিলশাকোত মহিলা শিশু শুই থকা অৱস্থাত ঘৰ ভাঙিব পাৰিচে।তেওলোকৰ তত নোহোৱা হৈছে জনতাক মিচা মাতি আৰু কিমান ঠগাব ।সেয়ে সকলোৱে বিবেক ভোট দিয়ক ।

  • @bishaldas3964
    @bishaldas396429 күн бұрын

    Bohut uporor maljon

  • @upanandaborah168
    @upanandaborah16829 күн бұрын

    ভাল হৈছে

  • @DinaDas-ez6tj
    @DinaDas-ez6tj29 күн бұрын

    Upr mal ki kb besi din nai

  • @UdayMoran-uf5um
    @UdayMoran-uf5um28 күн бұрын

    এই চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। গতিকে সুবিধা সন্মুখতে আছে।ভাৱিবৰ সময় নাই।।।।।।।।।।

  • @binandaphukon731
    @binandaphukon73126 күн бұрын

    সুন্দৰ । নান্দনিক দৃশ্য । অতি মনোৰম । শুভেচ্ছাৰে শ্ৰীল শ্ৰীযুক্ত মহামহীম মান্যবড় মন্ত্ৰী ডাঙৰীয়া লগতে সাংসদ ডাঙৰীয়ালৈ । কাৰণ অসমীয়াত থকা কথাষাৰ আপোনা হবে আখৰে আখৰে পালন কৰিছে - "যেন কুকুৰ তেন টাঙন" ।বঢ়িয়া ।

  • @bodonlahon9667
    @bodonlahon966729 күн бұрын

    ভাড়াত আহিছ যেতিয়া যাওঁ যাওঁ কৰিলে হ’ব নেকি

  • @birajkumardas4230
    @birajkumardas423029 күн бұрын

    আমৃত কলহটো আনিবলৈ গৈছিল .....😅

  • @mukutborah4081
    @mukutborah408128 күн бұрын

    সুন্দৰ। ভাল লাগিল খৱৰ তো।

  • @mofidrohman6393
    @mofidrohman639325 күн бұрын

    খোব ভাল হৈছে,এয়া কি আৰু পাবি।

  • @hiteshkalita9067
    @hiteshkalita906729 күн бұрын

    মহিলাসকলে বেচি লোভ কৰাৰ পৰিণতি এয়া

  • @sonuqureshi1696
    @sonuqureshi169629 күн бұрын

    Jel hobolage

  • @user-pf3cc4ur4p
    @user-pf3cc4ur4p29 күн бұрын

    এইসকলে বেয়া নাপায়। কিয়নো খৰছ কৰি অহা নাই পাইছেহে ।

  • @Karma_is_Life.
    @Karma_is_Life.29 күн бұрын

    নিজৰ গিৰিয়েকৰ ঠেলাগোটা নাখালেও পৰৰ গিৰিয়েকৰ ঠেলাগোটা খাব। প্ৰয়োজনতকৈ অধিক হৈছে। আৰু পৰৰ ঘৈণী বা জীয়াৰীক দম দিবলৈ এখেত কোন? ঘৰৰ অভিভাৱকে ঘৰৰ সন্মান ৰাইজৰ মাজত উলিয়াই দিওঁতে চিন্তা কৰিব লাগে।

  • @FulitKongari-lo8pj
    @FulitKongari-lo8pj29 күн бұрын

    Moja akow abar modi sorkar.

  • @nilakshidevi8250
    @nilakshidevi825029 күн бұрын

    This is the real picture... We the common people are fool actually....

  • @user-zy2vp9is2w
    @user-zy2vp9is2w29 күн бұрын

    এইয়া হল অসম মাতৃ ভূমিৰ ৰজা মহাৰজা ক্ষমটায় মুৰত ধৰা। দেশ আমাৰ প্ৰগতিৰ পথত।

  • @pabindas6525
    @pabindas652529 күн бұрын

    অৰুনোদয়ৰ জৰিয়তে নাৰীবোৰ বিজেপিৰ মন্ত্ৰী বিধায়কৰ ওচৰ চপা বাবে এনে গতি আৰু আছে দ্ৰৌপদীৰ বস্ত্ৰ হৰন হওতে পঞ্চপাণ্ডবে যেনে দৰে চাই আছিল ঠিক তেনেদৰে আমিও নিলাজৰ দৰে চাই আছো

  • @pegu6282
    @pegu628229 күн бұрын

    Pijush r byoktittok hosai vl nlge ........nukhuake thkileu hihtk vote nidu ohonkar besi

  • @pawan2.281
    @pawan2.28129 күн бұрын

    Pijush Hazarika go back

  • @ponakandas713
    @ponakandas71329 күн бұрын

    ৰাইজ কি দেখিছে আৰু দিন আহি আছে বেছি দিন নাই। আপোনালোকে এইবোৰকে ফুলৰ মালা দিওক আৰু উপহাৰ পাব। আমাৰ মানুহ জাতিৰ সঁচাকৈয়ে লাজ নাই। আমাক বাতত ওলাব নোৱাৰা কৰিব। সেয়েহে আমাৰ খুড়ী বাইদেউ সকলে এবাৰ ভাবি চাব। সেই সময়ত লাখপতি বাইদেউ সকল চকু মুদি আছিল নেকি। কেনেকুৱা লাগিল লাখ পতি বাইদেউ সকল। সাৱধান হোৱাৰ সময় আহিছে, সজাগ হোওক।

  • @realhero5657
    @realhero565728 күн бұрын

    মজা , উপৰৰ মাল হয় ফিউজ হাজৰিকা ।👏👏 অন্ধ ভক্তসকল পাইছানে ?👏👏

Келесі