LIVE : Sivasagar Nitikesh Ponkhi Case : মেধাৱী পংখীৰ মৃত্যুৰ ৰহস্যভেদ! স্বামীক জে'ললৈ। N18L

Ойын-сауық

LIVE : Sivasagar Nitikesh Ponkhi Case : মেধাৱী পংখীৰ মৃত্যুৰ ৰহস্যভেদ! স্বামীক জে'ললৈ। N18L
#live #nitikeshdas #ponkhihandique #jorhat #jorhatnews #news18assamoriginals #PaporiBorah
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 502

  • @paramanandadeka4408
    @paramanandadeka440821 күн бұрын

    ন্যায় নাপায় পংখী কাৰণ জোনমনী ৰাভাৰ দৰে একে হব । ন্যায় খন সকলোৰে সমান নহয় ।

  • @sunitchangmai9718

    @sunitchangmai9718

    21 күн бұрын

    Right

  • @Anup..Kr.__Mili

    @Anup..Kr.__Mili

    21 күн бұрын

    Toka lagibo nyai pabole,,, karon amar nyai bivosta Toka kendrik...😢 Kothatu kuwar karone je muk kuneu vul nubujibo 🙏

  • @Manash_hitman_Sharma

    @Manash_hitman_Sharma

    21 күн бұрын

    ​@@Anup..Kr.__Miliআমাৰ সংবিধান খনেই তেনেকুৱা,2008 ত bomb blast কৰা অপৰাধী আজি মুকলি আকাশৰ তলত, rapist বিলাক 6 মাহ -1 বছৰ ৰ ভিতৰত ওলাই আহে m

  • @rinkydas9567

    @rinkydas9567

    19 күн бұрын

    Hosa kotha dei

  • @dipaleegogoiborgohain2599

    @dipaleegogoiborgohain2599

    19 күн бұрын

    ফাচিঁ হ’লে ভাল হয় 😢

  • @mallikaswargiary8928
    @mallikaswargiary892821 күн бұрын

    তাকো পঙ্খীৰ দৰেই শাস্তি দিয়ক।

  • @bijuchetia3935
    @bijuchetia393521 күн бұрын

    জেলেই নহয় ফাঁচি দিয়ক সোনকালে ৷

  • @NiruGogoi-wx8qz

    @NiruGogoi-wx8qz

    18 күн бұрын

    Jail diukoti sankhla

  • @newaccounts3009
    @newaccounts300922 күн бұрын

    ফাঁচী দিয়ক।

  • @RabindraBarman-ci7bb

    @RabindraBarman-ci7bb

    20 күн бұрын

    3:00 3:01 3:02 3:02 3:03 3:04 3:04

  • @jonalidas6589

    @jonalidas6589

    19 күн бұрын

    হয় তেতিয়া হলে পুনৰ এনে দশা কাৰো নহয়।

  • @bhabanithakuria2154

    @bhabanithakuria2154

    17 күн бұрын

    Right

  • @basantabarman8186
    @basantabarman818622 күн бұрын

    ফাঁচি দিৱ লাগে

  • @nirmalidevi

    @nirmalidevi

    21 күн бұрын

    P

  • @bijay7660
    @bijay766021 күн бұрын

    আইনখন অলপ কঠোৰ যদি হলহৈ তেতিয়া হলে মানুহে চকলেট চুৰ কৰিবলৈ ভয় খালেহৈ হত্যা টো বহুত দুৰৰ কথা। এনেকুৱা আইন হলে এনেকুৱা কৰ্ম আৰু দেখিবা হৈয়ে থাকিব। কেছ চলিব বছৰ বছৰ বাগৰিব তাৰ পিছত দোষী মুক্তি হৈ যাব । মৃত্যুৰ শাস্তি মৃত্যু হব লাগে। যেনে কৰ্ম তেনে শাস্তি হব লাগে । নহলে এনেকুৱা কৰ্ম কৰি গৈয়ে থাকিব নৰপিশাচ বিলাকে।

  • @taralisaikia8281
    @taralisaikia828121 күн бұрын

    মাক দেউতাক a হইটো কিমান কষ্টত এখন ডাঙৰ কৈ বিয়া পাতি দিছে। বৰ লুভিয়া আছিল নিতিকেশ। ইমান যদি বেলেগ কাৰোবাক ভাল লগিছিল কিও নো ponkhir জীৱন শেষ কৰিব লাগে, মাক দেউতাকৰ বুকু খালি কৰিব তাক কোনে ইমান অধিকাৰ দিলে।

  • @mrinmoydas9243
    @mrinmoydas924322 күн бұрын

    ফাঁচি দিব লাগে

  • @AcBorah

    @AcBorah

    17 күн бұрын

    ফাঁচি দিব লাগে

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv22 күн бұрын

    ফাচী দিব লাগে ইয়াক।

  • @Allinonedoleycreation
    @Allinonedoleycreation21 күн бұрын

    ন্যায় ব্যৱস্থাক বিশ্বাসত লব নোৱাৰি।উদাহৰণ ৰূপে আছে জানমণি ৰাভা

  • @bkgogoi8636
    @bkgogoi863621 күн бұрын

    ফাঁছী দিয়ক ৰেহাই নিদিব লৰা জনক ফাঁচি দিয়ক । "কৃষ্ণ"

  • @KanchanHazarika

    @KanchanHazarika

    3 күн бұрын

    নাৰী হত্যা কৰা সকলক আইনে ফাচী দিয়া উচিত।

  • @hemchandraholal7321
    @hemchandraholal732121 күн бұрын

    নীতিকেশক ধৰি আনি দবা পিতন দি ঠেংত বান্ধি গছত ওলোমাই থই দিব লাগে ।

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by21 күн бұрын

    আমিও নীতিকেশ ফাঁচী দিয়াৰ কামনা কৰিছোঁ তেতিয়া পঙ্খীৰ আত্মাৰ চিৰ শান্তি লাভ কৰিব।

  • @tentacion787
    @tentacion78722 күн бұрын

    ফাচি দিৱ লাগে😢

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb22 күн бұрын

    ফাঁচি দিয়ক হাৰামজাদাক

  • @bijuleedeka8974
    @bijuleedeka897422 күн бұрын

    Phasi dibo lage

  • @nripenboruah32
    @nripenboruah3221 күн бұрын

    মানুহে অপৰাধ কৰি কি শান্তি পায়? পাছত গোটেই জীৱন জেলত নতুবা আন শাস্তি পাবই। ভাল জীৱনৰ কথা কিয় পাহৰি যায় বাৰু?

  • @cintusaikia

    @cintusaikia

    21 күн бұрын

    Hokolu manuh apunar nisina val monor nhoi

  • @user-fs4tr5yl7k
    @user-fs4tr5yl7k19 күн бұрын

    দুদিনমান জেলত থাকিব পিছত বেলেগ ছোৱালী বিয়া পাতি সুখেৰে সংসাৰ পাতিব কেতিয়াও ন্যায় নাপায় পংখিয়ে এইয়াই সত্য 😢

  • @dharitreekonwar8364
    @dharitreekonwar836421 күн бұрын

    দুখীয়াৰ দুখ নোগোচে,,, বহুত কষ্ট পালো মাক দেউতাকৰ মুখ খন চাই,,,, তাক ফাচি দিয়ক,,,পুলিচ,ডাক্তৰ মেনেজ কোনেও নকৰিব,,, ভবিষ্যতে নিজৰ ছোৱালীৰ কথা ভাবিব

  • @kulodharborah9285
    @kulodharborah928521 күн бұрын

    সেই কাৰণে অচিন কাঠৰ থোৱাৰ লগাব নালাগে।

  • @dishamoni481

    @dishamoni481

    18 күн бұрын

    Xosa ...sakori thakil buli a kisumn middle class family r maak deuta ke nijor soali jonik ji ti ghort gotai diye...kebol sakori soa2 onusit...1st lora2k buji lobo lge

  • @user-es9zv2xg8n

    @user-es9zv2xg8n

    3 күн бұрын

    Prothomote nu kenekoi gom pai he tenekua buli .

  • @pranatibaruah3467
    @pranatibaruah346721 күн бұрын

    সৰু ছোৱালীজনীৰ মৃত্যুতো বৰ দুখ লাগিল ভৱিষ্যতে আৰু আগুৱাই গল হেতেন মেধাৱী ছোৱালীজনী

  • @user-jt5ih1om7q
    @user-jt5ih1om7q22 күн бұрын

    Jorhat nohoi Sivasagar ......

  • @assamnoobgamer9752
    @assamnoobgamer975221 күн бұрын

    মাৰি পেলাব লাগে কিয়।ডাইভোৰচ দিয়ক। ই আচলতে বদমাচ।ইয়াক জীয়াই জীয়াই সাষ্টী দিব লাগে।

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v21 күн бұрын

    আৰক্ষীয়ে উচিত তদন্ত আগবঢ়াওক,

  • @AbojitBorah
    @AbojitBorah21 күн бұрын

    ফাঁচি দিব লাগে তাক 😢

  • @sunitchangmai9718
    @sunitchangmai971821 күн бұрын

    অসম জোকাৰণি দি যোৱা প্ৰতিটো ঘটনাৰ দোষীয়ে কেতিয়াও শাস্তি নাপায়, এইখন অসমত আৰু কিমাননো এনেকোৱা বিলাক শুনিবলৈ আৰু দেখিবলৈ পাম। অসমৰ ৰাইজৰ সাধাৰণ জনতাৰ প্ৰত্তিচবিখন যেন বেয়া দিশলৈ গতি কৰিছে।।

  • @nripenboruah32
    @nripenboruah3221 күн бұрын

    যি বুজিছো মাক দেউতাকে পুতেকৰ কুকৰ্মৰ বিষয়ে জানিছিল, কিন্তু পুতেকৰ ৰহস্য জনক ভুমিকা মাক দেউতাকে লুকাই ৰাখি জুৰজুলুম কৰি পংক্ষীক বিয়া কৰাই দিছিল। মাক দেউতাক ও বহুত জগৰীয়া।

  • @air33-ias53
    @air33-ias5322 күн бұрын

    লৰা চাই চিটি বিয়া হব লাগে। বিয়া পতাৰ ধৌ বোৰৰ মাজতে সকলো বোৰ লক্ষ্য কৰা ভাল।

  • @manjushribora6845
    @manjushribora684521 күн бұрын

    উচিত বিচাৰ পাব লাগে ।এইটো আমাৰ দেশত অসম্ভৱ।

  • @lakhimonideka112
    @lakhimonideka11221 күн бұрын

    ঠিক কৈছে আপুনি আৰক্ষীয়ে উচিত বিচাৰ কৰিব লাগে.... নহলে ভূপেন হাজৰিকা ডাঙৰীয়াই কোৱাৰ দৰে দেশ খন দিনে দিনে ৰখাতলে গৈ আছে... উচিত ন্যায় দিয়ক পৰিয়ালটোক 🙏

  • @mobilephone6298
    @mobilephone629822 күн бұрын

    Nitikeshor Mobile check Koribo lage. Ji ki nohowak enekuaa manuhok jiyai rakhiboi napai. Fasi dibo lage sosakoi. Tetiyahe aibur kora bondho hobo.

  • @user-do8xf9ce8x
    @user-do8xf9ce8x21 күн бұрын

    Encounter koribo lage

  • @moromisaikia496
    @moromisaikia49621 күн бұрын

    ফাঁচী দিয়া ভাল হ'ব এনে পাখন্দক

  • @user-br7kd9tg3v
    @user-br7kd9tg3v21 күн бұрын

    ফাঁচি দিয়ক

  • @trideepgogoi8919
    @trideepgogoi891922 күн бұрын

    Asomor gayika Nilav nitar boy frnd asil Nitikesh daa....he bahut beya lora nasil ketiyau..kintu hasti puatu bisaru....Dukhiye....

  • @pompideka9998

    @pompideka9998

    21 күн бұрын

    Ki ? Aijonai nki Gayikajonir boyfriend?

  • @plabitakalita6000

    @plabitakalita6000

    21 күн бұрын

    Hosake nki nilav nitar boyfrnd

  • @user-en7ut1xh8c
    @user-en7ut1xh8c21 күн бұрын

    ল'ৰাৰ পৰিয়ালৰ সমান দোষী আছে

  • @mkmona7862
    @mkmona786217 күн бұрын

    ফাঁচি দিয়ক যাতে দ্বিতীয় বাৰ এনে nohoi 😢

  • @rupasaikia3640
    @rupasaikia364010 күн бұрын

    ফাঁচি দিয়া তোৱেই উপযুক্ত

  • @buliborah5758
    @buliborah575821 күн бұрын

    কি কাৰণে ইমান সৰুতে বিয়া দিব লাগে। মানুহবোৰে ভুল কৰে ।ছোৱালী জনিক ভালদৰে পঢ়াই কিবা এটা কৰিহে বিয়া চিন্তা কৰিব লাগে। তথাপিও দোষী ক শাস্তি দিব লগে।

  • @rupusentertainment8050

    @rupusentertainment8050

    21 күн бұрын

    Dhoni ghr r sakori thka lora ple aku nlge ajikli

  • @anmolkanchhi5083

    @anmolkanchhi5083

    20 күн бұрын

    ​@@rupusentertainment8050 Enekuwa nohoe.... I know her personally.... She was very talented.... Hei lora r ki aasil?? Tat k vaal lora paali hoe... I was shocked when she got married.... Enekuwa lora k kio patile biya buli bhabisilu

  • @barshabharadwaj7070
    @barshabharadwaj707013 күн бұрын

    ফাঁচী হব লাগে এই নিতিকেশ নামৰ নৰপিশাচটোৰ..😢..এইঘটনাটো সংঘটিত হোৱা শুনি মোৰ এটাই কথা মনত পৰিছে সেইটো হৈছে নন্দিতা বা.. মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী আছিল নন্দিতা বা.. কিন্তু দোষী ৰিংকু শৰ্মাই ফাঁচী নাপালে, এতিয়া মুক্ত আকাশত উৰি আছে..😢.. আইন ব্যৱস্থা অলপ কঠোৰ হলে হয়টো এনেকুৱা ঘটনা নহল হয় 😔যিয়েই নহওঁক পংখি বা'ৰ আত্মাই চিৰ শান্তি লাভ কৰক😢😓..

  • @utpalgogoi8457
    @utpalgogoi845721 күн бұрын

    অসমত এতিয়া ন্যায় বিচাৰি যোৱাটো..........

  • @user-hz8xn8xh1v
    @user-hz8xn8xh1v22 күн бұрын

    ফাঁসি হতে লাগে অন যে মেয়েটি শাস্তি দিতে লাগে মা বাবা আরটাকাদিমন্ড k kurok যদি ঘটনা সত্যি হয়,,,, ওনো কোনোদিন আর যাতে j ate na হয়

  • @bhabanikalita1535
    @bhabanikalita153518 күн бұрын

    আমাৰ ন্যায় ব্যবস্থাৰ বাবে নীতিকেশ হাত সাৰি যাব পাৰে , কিন্তু অভিভাৱক সচেতন হ‌ওক । লৰাৰ চৰিত্ৰ সন্দেহ পালে ছোৱালী জনীক ঘৰলৈ লৈ আহিব । ছোৱালী বোৰ সচেতন হ‌ওক ।

  • @Divya_mrs
    @Divya_mrs20 күн бұрын

    Massage call record চোৱা নো কি ডাঙৰ কথা police ৰ কাৰণে 🙏

  • @bandanagayan1929
    @bandanagayan192921 күн бұрын

    হে ভগবান কি কম বাৰু বৰ দুখ পাইছোঁ ওম শান্তি

  • @user-pm1dx3sx3d
    @user-pm1dx3sx3d9 күн бұрын

    আই ঐ ধনী লৰাটোক আমাৰ ঘৰত আহিবই নিদিবি মাজনী কলেজত গলে কোনো ধৰণৰ গা দেখোৱা লৰাক মন নিদিবি দেই আৰু দ্বিতীয় জনী পংখী হত্যা যাতে নহয় তাৰ কাৰণে সকলো মাতৃ কন্যা লৈ ভগৱানৰ ওচৰত সেৱা জনাই আশীৰ্বাদ বিচাৰি লো বৰ হৃদয়বিদাৰক ঘটনা হত্যাকাৰীৰ উচিত শাস্তি বিচাৰিলো 😭😭😭

  • @ankumanibarman5360
    @ankumanibarman536021 күн бұрын

    Ghorr manhuhor bahire kuno bahira manhu apun hbo nuware sob misa kotha aibilak belegok apun kori luwar xoloni borola hoi thakok raij😢

  • @ankurimaborah4119
    @ankurimaborah411921 күн бұрын

    Sualibur olop tengor hobo lagibo, domestic violence hole direct eri dibo Lage husband ok. Financially independent hoi lobo lage biya huar agot!!

  • @nvnita

    @nvnita

    21 күн бұрын

    akdm moi anekwa situationr pra bsi ahixu 🥺💔

  • @ankurimaborah4119

    @ankurimaborah4119

    21 күн бұрын

    @@nvnita confidently thaka, xomaje ki koi tar uporot sinta nokori nije keneke nijok bhale rakhibo pari bhabibo n koribo Lage👍

  • @nvnita

    @nvnita

    21 күн бұрын

    @@ankurimaborah4119 hm hooi🥺

  • @doderefandang7136

    @doderefandang7136

    17 күн бұрын

    Right

  • @kaberimoran5496
    @kaberimoran549621 күн бұрын

    আমি ছোৱালী হয় নিজৰ অধিকাৰ আছে জীয়াই থকাৰ। মানুহৰ বোৰে ছোৱালী জন্ম দিয়ে কেৱল বিয়া দিবলৈ। ধুনীয়া ল'ৰা দেখিলে ধনী ল'ৰা পালে বিয়া দিয়ে। পঢ়া ছোৱালী সাহষে জিয়াই থাকিব লাগে। পঢ়ি কি শিকিলে।

  • @jashodabaruah8200

    @jashodabaruah8200

    17 күн бұрын

    এনেকুৱা বহুত ঘটনা ঘটিছে, কিন্তু দুখীয়ে শাস্তি পাইছে জানো?কাম নাই অসমত আইনৰ

  • @jaanmoni5724
    @jaanmoni57248 күн бұрын

    দুখীক ফাঁচী দিয়ক 😠😠😠

  • @satisdas8746
    @satisdas874613 күн бұрын

    ফাঁচী দিয়াৰ ব্যৱস্থা কৰিব লাগে।

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary809217 күн бұрын

    ন্যায় পোৱাটো বিচাৰোঁ।অপৰাধী জন যাতে সুৰুঙা বিছাৰি নাপায়।

  • @myway3433
    @myway343318 күн бұрын

    শুদ্ধ সীদ্ধান্ত লোৱাৰ ভাবে প্ৰশাসনক ধন্যবাদ জনাইছো । নীতিকেশ যাৱত জীৱন কাৰাগাৰত ভৰাই থব লাগে এয়াই আমাৰ দাবী ।

  • @rimpibaruah1576

    @rimpibaruah1576

    12 күн бұрын

    উচিত বিচাৰ হবনে

  • @lakshyanath294
    @lakshyanath29421 күн бұрын

    চমু কথা লমপটক মাৰি পেলাব লাগে

  • @pinkiakshayborah248
    @pinkiakshayborah24813 күн бұрын

    বেছি কথা নাই,,,,ফাচীঁ দিয়ক।

  • @monalishasaiki7842
    @monalishasaiki784221 күн бұрын

    Jail dile bahiroloi ulai ahi. Sukhere kotabo,atia chualie Joni heruai ai dukhia Priti matri kanakoi jiai thakibo,ponkhik nyay diok,chorom sashtri hok ai kalpit tur

  • @arunabailung3805
    @arunabailung380521 күн бұрын

    তাক মাৰি পেলাউক জিয়াই থাকিবলৈ নিদিব

  • @DipaliBorah-yh4ky
    @DipaliBorah-yh4ky19 күн бұрын

    পংখী যিদৰে মাৰিলে । ঠিক সেইদৰে নীতিকেশ মৃত্যু দিব লাগে। তেতিয়াহে পংখী আত্মাই শান্তি পাব।

  • @durlavbaruah3953
    @durlavbaruah395317 күн бұрын

    টকাতকৈ হাজাৰ গুণ ওপৰত আছে মানৱতা অথবা প্রকৃত প্ৰেম মৰম ভালপোৱা | অভিভাৱক সকলে নিজৰ মৰমৰ জিয়ৰী জনি ভালদৰে চাই বুজিহে বেলেগ এখন ঘৰলৈ দিব | তেওঁলোকৰ প্ৰেম এনেকুৱাই আছিলনে? ল'ৰা জনৰ উচিত শাস্তি হ'ব লাগে |

  • @user-bs6hf9sw3m
    @user-bs6hf9sw3m5 күн бұрын

    ফাঁচী দিয়ক

  • @TrishnadasTrishna
    @TrishnadasTrishna20 күн бұрын

    লম্পটোক ফাঁচি দিয়ক ইয়াক এৰিব নেলাগে

  • @user-zp7ck4bl9p
    @user-zp7ck4bl9p21 күн бұрын

    Ajir ai jugot kaku bisshakh koribo nuari,,,,ketyaba jed,lubh,ohongkar,,,,,thokar babeu aibilak hoi...... 😢😢😢

  • @bhargabisvlog1069
    @bhargabisvlog106914 күн бұрын

    ফাঁচি দিয়ক।

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik21 күн бұрын

    We want justice

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc14 күн бұрын

    অতি সোনকালেই চয়তানটোক ফাঁচী দিব লাগে।মুঠতে বি জে পি চৰকাৰ থাকিলে একো নিয়াই নাপায়।। নতুন চৰকাৰ আহিলেহে কিবা এটা হব যেন লাগিছে।

  • @kimmini8340
    @kimmini834013 күн бұрын

    লুকুৱাই প্ৰেম কৰা সেই ছোৱালী জনীকো ওলিয়াই আনিব লাগে

  • @BoraKalpa
    @BoraKalpa22 күн бұрын

    Dhat baya laga dai suali jonik mari palala manob rupi danona😡😡

  • @JohirulIslam-vv7us
    @JohirulIslam-vv7us11 күн бұрын

    So sad very worry full history

  • @user-yv5nw5if9u
    @user-yv5nw5if9u10 күн бұрын

    একো নহয় আজি লৈকে কাকো একো কৰা দেখা নাই দুমাহ এমাহৰ পিছত মোকলি আকাশত পিন পিনাই ফোৰিব চাব যদি নহয়।

  • @GobinDas-fl4ws
    @GobinDas-fl4ws9 күн бұрын

    মাক বাপেকে গম পায়ে লৰা লৰিকৈ বিয়া পাতি দিছিল সেই জিনিক আনিব বুলি এইজনিক।দুখ মাক বাপেকৰ কাৰন ল'ৰাৰ মন নুবুজা কৈ নিজৰ সুখৰ বাবে ছাইছিল বাপেক মাকে এতিয়া থাকক সুখত

  • @user-br9db2mf2r
    @user-br9db2mf2r18 күн бұрын

    ফাঁচি দিয়ক সোনকালে

  • @shikhadas2265
    @shikhadas226517 күн бұрын

    ফাঁচি দিব লাগে আজি পনখি লগত হৈছে কাইলে আন কাৰোবাৰ লগত হব সেইবাবে ফাঁচি টো দিব লাগে

  • @user-yp2bh3pp4q
    @user-yp2bh3pp4q13 күн бұрын

    😢

  • @user-xh2hn2vh9q
    @user-xh2hn2vh9q21 күн бұрын

    দুখ লাগিল সুনি

  • @bulumonihazarikaborah4381
    @bulumonihazarikaborah438117 күн бұрын

    এজনী ছোৱালী দুখীয়া ঘৰত জন্ম হল বুলিয়েই তাইৰ কোনো সপোন , উচ্চা কাংখ্যা থাকিব নোৱাৰেনি ? যত এনে কিছুমানে পিশাচে সকলো চুৰমাৰ কৰি টকাৰ দপদপনিত ন্যায়ৰ পৰাও বাচি এটা সময়ত মুক্ত ভাবে চলাফুৰা কৰি দপদপাই থাকে ! সেয়েহে জেলত আজীৱন ৰাখি পিশাচৰ সৰ্বোচ্চ কাঢি জীয়াই থাকিব দিলে সি তেতিয়া গম পাব দুখীয়া মানুহৰও মৰম আবেগ আছে ! সিহঁতবোৰে পইচা বা মানুহৰ মঙহ খাই জীয়াই নাথাকে 😡

  • @bijoyamolia8586
    @bijoyamolia858621 күн бұрын

    সঠিক বিচাৰ হব লাগে।

  • @arpanabaruah9992
    @arpanabaruah999222 күн бұрын

    Fachihobolage

  • @kusumbaruah2336
    @kusumbaruah233618 күн бұрын

    আৰু কিমান মৰিব লাগিব এইদৰেই তাকে চাই থাকিম।😢

  • @gayatrideka7011
    @gayatrideka701121 күн бұрын

    Anekua manuh ketiya o vl hb nware , xi danob hoi , jiyai thakib nalage xi , tak xasti dib lage 😠😠😠😡😡😡

  • @RajChetia-wv3qt
    @RajChetia-wv3qt21 күн бұрын

    ❤❤hi

  • @user-im1tw5qe3i
    @user-im1tw5qe3i6 күн бұрын

    তাক ও শাস্তি দিয়ক

  • @pranjalgogoi7894
    @pranjalgogoi78947 күн бұрын

    ফাচী দিয়ক🙏

  • @amalsaikia6525
    @amalsaikia652521 күн бұрын

    We have need justice God sees the truth but wait

  • @kbarman4034
    @kbarman403417 күн бұрын

    Don't play one side Game, fist collect the clips from both and then try to unveil Mistry. I'm not going to support any side , but we should take decision after hearing both side.....

  • @chinudutta9595
    @chinudutta959518 күн бұрын

    তাকো ফাচী কাঠত ওলোমাই দি‌য়ক। জীৱন শেষ।

  • @user-wj8ng6gk4e
    @user-wj8ng6gk4e21 күн бұрын

    ফাঁচী দিয়ক তাক ।

  • @RajChetia-wv3qt
    @RajChetia-wv3qt21 күн бұрын

    ❤❤

  • @Konwarjahnavee
    @Konwarjahnavee13 күн бұрын

    Justice for Ponkhi

  • @kalpanadas5855
    @kalpanadas58556 сағат бұрын

    তাক আৰু বাপেক মাকক জেলদিৱ লাগে জেল দিয়া ই নহয় ফাৰ্ছি দিয়ক

  • @monalishasaiki7842
    @monalishasaiki784221 күн бұрын

    Ai porialtuk uchi nyay diok,tair atmai satgoti pai jen

  • @bijoybhumij5354
    @bijoybhumij535417 күн бұрын

    তাক ফাঁচি দিব লাগে নহলে মানুহৰ মাজত হোৱা এই আন্দোলন পিছলৈ তাকি জাব

  • @bulbulisarmah1530
    @bulbulisarmah153013 күн бұрын

    অলপ বুজাবুজি হৈ সংসাৰ খন চলাই গলে হয কিহে যে পায মানুহক এতিয়া কি শান্তি হল বাৰু 😂😂😂

  • @user-iz7gw5th5t
    @user-iz7gw5th5t22 күн бұрын

    Asin thuwa laguwa parinati

  • @Oukusvlogs
    @Oukusvlogs21 күн бұрын

    চৰকাৰে ন্যায় দিওক 🙏🙏🙏🙏🙏🙏

  • @mantudas3746
    @mantudas374621 күн бұрын

    জেল দিলে খকুৱো উকিলে টকা খাই মোকলাই দিব , দোষিক ফাচি দিব লাগে ফাচি দিব লাগে , এইখন চৰকাৰে দুখিয়া পৰিয়ালক প্ৰক্ৰিত ন্যায় দিয়াত হেমাহি কৰে কিয়?

  • @LachitDeori-kr4vx
    @LachitDeori-kr4vx20 күн бұрын

    অখমীয়া সমাজত আমি পত্নিক দেবি হিচাপত মানো ,এনেকুৱা নৰ পিখাছক ফাঁছী দিব লাগে

  • @jayanto-wi2ku
    @jayanto-wi2ku17 күн бұрын

    ইয়াৰ মাতা খাঁটি পেলালো হেঁতেন মই হলে 😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @user-cp4ir9xg5o
    @user-cp4ir9xg5o2 күн бұрын

    ফাঁচি দিব লাগে সোনকালে😅

  • @pongkitabez
    @pongkitabez17 күн бұрын

    পংখীক ন্যায় দিয়ক আৰু দোষীয়ে শাস্তি পাব লাগে।

  • @samsulhaque4571
    @samsulhaque457121 күн бұрын

    এইজন শিক্ষক বেয়া কাম কৰিলে ।এইজন শিক্ষক জাতি ধৰ্ম বিবেচনা কৰি এইটো কাম কৰিলে নে‌‌ । বিজেপিৰ মতে মুছলমানে এই নিকৃষ্ট কাম কৰে । সন্ত্ৰাসবাদীৰ কোনো জাতি ধৰ্ম নাই।হায় পিযুজ হাজৰিকা ।

Келесі