ঘোচ খোৱাৰ মানসিকতা সলনি কৰক। কোনোবাই টকা খালে মই বাঘৰ দৰে জঁপিয়াই পৰিম

ঘোচ খোৱাৰ মানসিকতা সলনি কৰক। কোনোবাই টকা খালে মই বাঘৰ দৰে জঁপিয়াই পৰিম। মুখ্যমন্ত্ৰীৰ এই স্পষ্ট বাৰ্তা
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 494

  • @manabkonwar423
    @manabkonwar4232 жыл бұрын

    মুখ্য মন্ত্ৰী ডাঙৰীয়া যি পদশে লৈছে ভাল লাগিলে

  • @user-ps9px1ub1g

    @user-ps9px1ub1g

    2 жыл бұрын

    1lakh sakori kot baba

  • @nktv7588
    @nktv75882 жыл бұрын

    মূখ্য মন্ত্রীয়ে এইটো কাম কৰিলে মই নিশ্চিত ১০ বছৰৰ কাৰণে ৰিজাৰ্ভ। cm sirok salute

  • @debenborah1326
    @debenborah13262 жыл бұрын

    মাননীয় মূখ্য মন্ত্রী মহোদয়ক ধন্যবাদ। অসম চৰকাৰে লোৱা পদক্ষেপ বহুত ভাল হৈছে, জয় আই অসম।

  • @dewantibasfor

    @dewantibasfor

    Жыл бұрын

    F

  • @Chkgdyuiiigdkjn

    @Chkgdyuiiigdkjn

    Жыл бұрын

    Gt

  • @hemalatachetia3765
    @hemalatachetia37652 жыл бұрын

    মুখ্যমন্ত্ৰী মহাশয় ,,বহুত বহুত ধন্যবাদ জনালোঁ।।আমাক এটা হেল্প লাইনৰ নম্বৰ দিব ।। অসমৰ সকলো চৰকাৰী চাকৰি কাৰ্য্যালয়ত চলি থকা দুৰ্নীতিবোৰৰ খবৰ জনাব পৰাকৈ ।।

  • @gitarthazgmedhi.
    @gitarthazgmedhi.2 жыл бұрын

    আমাৰ গাওঁত ধনী বিলাকেহে চৰকাৰী ঘৰ পাই, দুখীয়া পৰিয়ালক একো নিদিয়ে, সেইবোৰত অলপ চকু দিলে ভাল পাম 🖤

  • @YouTubeboy-tf8uv

    @YouTubeboy-tf8uv

    2 жыл бұрын

    Right

  • @arjunsaikia4673

    @arjunsaikia4673

    2 жыл бұрын

    Right

  • @bhaskaraxom2305

    @bhaskaraxom2305

    2 жыл бұрын

    সচা কথা

  • @jayantaborah7835

    @jayantaborah7835

    2 жыл бұрын

    পালিনেতা বোৰৰ নেগুৰ ধৰা বোৰে পায়

  • @harishdasray1637

    @harishdasray1637

    Жыл бұрын

    W

  • @nalinisaharia4856
    @nalinisaharia4856 Жыл бұрын

    মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ।

  • @gunakantabaruah6243
    @gunakantabaruah62432 жыл бұрын

    ভাল পাম আৰু ভাল ‌পালে ভোট দি জিকামো ।কাম কৰা চৰকাৰ লাগে ।

  • @labanyadharbaniah5251
    @labanyadharbaniah52512 жыл бұрын

    জাইকা,লুইচবাৰজাৰ,শাৰদা, কাৰ্বি আংলং জিলাৰ 1000কোটি,ওডালগুৰীৰ জলসিঞ্চনৰ 7,12কোটিৰ ক্ষেত্ৰত টো বাঘৰ দৰে ধৰিলে আৰু ভাল হ'ব

  • @gautamdas1457

    @gautamdas1457

    2 жыл бұрын

    Right koisy..aapuni

  • @jitendrabarman6577
    @jitendrabarman65772 жыл бұрын

    অসমৰ যিকোনো ঠাইৰ জলমিছন আচনিৰ কি অৱস্থা হৈ আছে আগতে চাই লওক মহাশয় মুখেৰে ডাঙৰ ডাঙৰ কথা কৈ থাকিলে কি হ’ব ৷

  • @user-su4dr5vg1h

    @user-su4dr5vg1h

    2 жыл бұрын

    পানী নোলোৱাকৈ ভাঙিয়ে থাকিল

  • @uttamdoley9134
    @uttamdoley91342 жыл бұрын

    সোনকালেই দিয়ক, আমাৰ বহুত অভিযোগ আছে।🙏🙏🙏 Secretly দিম❤️❤️❤️ । চৰকাৰী কামো টকা লয় কৰা অব্যাহত ্্্জনাম ক'ত,,,,,

  • @khaninsarma5522
    @khaninsarma55222 жыл бұрын

    Excellent step mama... Best CM in India... Proud of you Sir...

  • @rupam8912
    @rupam89122 жыл бұрын

    পৰিৱৰ্তন হওঁতে হওঁতে আৰু চৰকাৰ এ পৰিৱৰ্তন হৈ যাব ১ লাখ নিযুক্তিৰ 60 হাজাৰ কেতিয়া বাচনি পৰ্বত সোমাল মহোদয় কি কলে আপুনি নিজৰ দেশৰ উন্নতি মই ও বিচাৰো দেশৰ ভাল হোৱাতো মই ও বিচাৰো but নিবনুৱাক ঠগি এনে দৰে ঠগিব নাপাই 60 হাজাৰ কেতিয়া বাচনি প্ৰক্ৰিয়াত সোমাল বিজ্ঞাপন কত কেৱল tet আৰু police ৰ বাদে কত দিলে বিজ্ঞাপন Helath ত ও পঞ্জীয়ন প্ৰক্ৰিয়া চলিহে আছে 60 হাজাৰ কত সোমাল ,??

  • @ajitdey3423

    @ajitdey3423

    2 жыл бұрын

    righ8

  • @KaoriMai
    @KaoriMai2 жыл бұрын

    আমাৰ অসম খনক এবাৰ ভাল দৰে চাওক পিছপৰা গাঁৱত এতিয়াও অনাময় আৰু পানী নাই। কথা কলেই নহ'ব field visit কৰক চব ওলাই পৰিব।যদি আমাক কয় আমি গাওবোৰ দেখুৱাই দিব পাৰিম।

  • @kushaldas3027
    @kushaldas30272 жыл бұрын

    Bahut val lagil sir kathakhini xuni.

  • @boyz8011
    @boyz80112 жыл бұрын

    নাটকৰ নিচিনা কথা কৈ থাকে । অসমৰ মুখ্য মন্ত্ৰী আজি আমাৰ গাওঁত চকাৰৰ একোটা ঘৰ পোৱা নাই । আৰু Arunadoi আঁচনিৰ একো কাম হোৱা নাই । এইয়াই হল । main পৰিচয় সংবাদমাইল আগত বহুত ডাঙৰ কথা কৈ কাম কোনো মূলৈ নাই

  • @gboruah6460

    @gboruah6460

    2 жыл бұрын

    Cm r akonu vul nai.tolor burok dhora

  • @bijusvlogcreation9219
    @bijusvlogcreation92192 жыл бұрын

    Our CM Sir is doing the appreciation work to demolish the corruption of the state.

  • @mili_moon_44
    @mili_moon_442 жыл бұрын

    বহুত ভাল পদক্ষেপ।

  • @karabiburman1789
    @karabiburman178910 ай бұрын

    আপুনি এবাৰ শিক্ষয়িত্ৰীৰ ওপৰত জপিয়াই পৰক। চৰকাৰে দিলে কণ,কণ ছাত্ৰ -ছাত্ৰীক এটা কৈ কণী প্ৰধান শিক্ষয়িত্ৰীয়ে এফাল দি ঠগে আপুনি কিয় জপিয়াই নপৰে,অ সিহঁত অভাবি কাৰণে 😊

  • @priyanshiworld3942
    @priyanshiworld39422 жыл бұрын

    খুব ধুনীয়া পদক্ষেপ গ্রহণ কৰিছে আমি চৰকাৰী কামত গলে চৰকাৰী কাম কৰা মানুহবোৰে বহু পইচা লয়

  • @nikuahmedvlog9439
    @nikuahmedvlog94392 жыл бұрын

    মামা অসম আৰক্ষী এ বাইক চুৰ ধৰা পিছতো বাইক উলিয়াই দিব নোৱাৰে ।আজি দুমাহ হল মোৰ বাইক চুৰ হোৱা কিন্তু চুৰ ধৰিলে গোলাঘাট আৰক্ষীয়ে বাইক খন হে হেনো recovery কৰিব নোৱাৰে মামা ।আপুনি কিবা এটা কৰি দিব নেকি বৰ কষ্ট কৰি বাইক খন লৈছিলোঁ 🙏🙏🙏🙏😭

  • @renuphukanbaruah463
    @renuphukanbaruah4632 жыл бұрын

    বহুত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।

  • @arvlogs1184
    @arvlogs11842 жыл бұрын

    কথা মতে কাম হলে টু কথাই নাছিল আমাক কামৰ মানুহ লাগে দল বল জাতি জনজাতিৰ লগত ন' কি কথা আছে কাৰোবাক নহয় কাৰোবাক ভোটটো দিবই লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া পিছে জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ নিৱনুৱা যুৱক যুৱতীৰ বাবেও অকণমান চিন্তা কৰক এয়া মোৰ তৰফৰ পৰা আপোনালৈ সৰল গোহাৰি 🙏

  • @binodchbarman157
    @binodchbarman1572 жыл бұрын

    যেতিয়া লৈকে পুৰনা কৰ্ম চাৰি শেষ নহয় তেতিয়ালৈকে সহজ নহয় ৰাইজৰ পাবলগীয়া সুবিধা খেলিমেলি কৰিয়ে থাকিব

  • @priyanshiworld3942
    @priyanshiworld39422 жыл бұрын

    কিছু মান বিষয়ায় কেবল পইচা চিনি পায়

  • @mrarupindia111
    @mrarupindia111 Жыл бұрын

    একোডাল নহয়,বছৰে বছৰে help line নাম্বাৰ উলিয়াই আছে আৰু hs scuty বিতৰণত লৰা ছোৱালী mark 60 আৰু 75 কৰাৰ কাৰণেই কিমান লৰাৰ লগতে অভিভাৱক বোৰেও বিপৰীত ফালে গতি কৰিছে সময়ত ওলাব

  • @manikabaishya1683
    @manikabaishya1683 Жыл бұрын

    ছাৰ ধূপধৰা বহুত গাঁৱত উজলা আঁচনী নামত দুখীয়া পৰিয়ালত যিবোৰ গেছ ইন্ধন বিতৰণ কৰা হৈছে সিঁহতৰ পৰা ১৫,শ টকাকৈ ঘোচ লৈছে আৰু তাত থকা সমবায় খনতো ছাউল কেৰাচিন তেলৰ নামতো বিভাগিয় সকলে ধন সংগ্ৰহ কৰে মানুহৰ পৰা, ধূপধৰা গাওঁ পঞ্চায়ত তো লেতেৰা কাৰবাৰ চলাই থাকে সিহতবোৰে এইবোৰ কথা ধৰিবলৈ গলে তাত থকা ৰাভা হাচং কৰা দলবোৰে অনা অসমীয়া ঘৰত জপিয়াই পৰে আক্ৰমণ কৰে, এই ছৰকাৰে এনেবোৰ দুৰ্নীতি ধৰিবলৈ সক্ষম হবনে বাৰু 🇮🇳🙏🙏

  • @bharattanti9115
    @bharattanti91152 жыл бұрын

    Apuni okole poriboton ketiyaw koribo nuware sir , sorkari department wise r kormosariu (90%) nika bhavmurtir hobo lagibo .apuni nijor falor pora sesta korise thikay kintu ghus luwa protha atiyaw soli aase aaru hombhov aagoloyu soli thakibo.ditiyo kotha , juwa hoptahot moi panchayat office loi bixex kamot puwa 9.00 ta man bojat goisilu , kintu office khulile 1.30 p.m t .derikoi ohar karon hudhat egalman ojuhat dekhuwai bixoi tur pora falori kati dile .atiya apuniyay kowk enekuwa aaru kiman obohela Axom khonot hoi aase ! apuni gomoke napabo , kewol dukhiya raije gom pai .gotike usit byobostha lowk nohole poriborton huwar aaxa ekebare nai .sorkari kormosari r (90%)asol roop tu dukhiya raije he dekhise, apuni dekhai nai .

  • @mrarupindia111
    @mrarupindia111 Жыл бұрын

    দালাল চলিয়েই আছে চলিয়েই থাকিব আৰু কোনোবাই 2 বিষয়ত লেটাৰ মাৰ্ক পাৰোঁ scuty নাপাই ছোৱালীয়ে চিমপুল 1st ডিভিচন পালেই scuty পাব কোনখন অইন আৰু কোন নীতি

  • @pranitabarmandas6809
    @pranitabarmandas68092 жыл бұрын

    টকাৰ ওপৰত লোভ, মানুহ ৰ মানসিক তা হেৰাই গল।

  • @digantamili693
    @digantamili6932 жыл бұрын

    বহুত বহুত ধন্যবাদ CM ছাৰ সুন্দৰ পদক্ষেপ কিন্তু ছাৰ টিংখং সমষ্টিৰ নখাট পঞ্চায়তৰ অন্তৰ্গত নতুন লাছন মিছিং গাঁৱৰ ৰাস্তা বেয়া হোৱাৰ কাৰণে ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈ পৰিছে

  • @KrishnaDas-re6yf
    @KrishnaDas-re6yf2 жыл бұрын

    God bless you our respected CM 🙏

  • @himangshugoswami8652
    @himangshugoswami86522 жыл бұрын

    সুন্দৰ। সঠিক ৰূপায়ণ হওক।

  • @janmonideka1601
    @janmonideka1601 Жыл бұрын

    জপিয়াব কিন্তু এবাৰ চাওক চোন। দুখীয়া মানুহৰ অভাৱ বোৰ। তেওঁলোকে চৰকাৰী আঁচনি পাইছে নে নাই চাব এবাৰ

  • @rekib120
    @rekib1202 жыл бұрын

    Great Sir!! salute 🥰

  • @jahirulislam4311
    @jahirulislam43112 жыл бұрын

    আপুনি হেল্প লাইন নাম্বৰ ঘোষণা কৰাৰ আগতেই টকা লৈ থয়ছে একাংশ পঞ্চায়তৰ সভাপতি সকলে।

  • @sanjayassambattalion5656

    @sanjayassambattalion5656

    2 жыл бұрын

    Apuni dekhiso janu lua

  • @befluentinenglish6921
    @befluentinenglish69212 жыл бұрын

    Bohut val decision

  • @anjanaofficial9394
    @anjanaofficial93942 жыл бұрын

    thank you Sharma Sir🙏🙏🙏apunar eikhini kotha tu khunibole bohut dinor pora opekha Kori asilu 1000 time thank you❤🙏🙏🙏

  • @user-ml5eb4hq8q
    @user-ml5eb4hq8q2 жыл бұрын

    ধন্যবাদ মূখ্য মন্ত্ৰীমহোদয়

  • @rajenm3777
    @rajenm37772 жыл бұрын

    Ai kam buror babei CM , Himonta sir , hokolurei favourite hoiche. CM sir long live.

  • @hemantaborgohain4493
    @hemantaborgohain44938 ай бұрын

    সীমাহীন দূৰ্নীতিত লেটি পেটি হৈ পৰা দেখি আছো । আপোনাৰ Vigilence সমিতিৰ মবাইলৰ নম্বৰ ৰাজহুৱা কৰক ।

  • @hemalatachetia3765
    @hemalatachetia37652 жыл бұрын

    মুখ্যমন্ত্ৰী মহাশয় ,, এক লাখ চাকৰি নিযুক্তি প্ৰক্ৰিয়া কেতিয়া হ'ব বাৰু জনাব চোন । মোৰ এটা চাকৰি প্ৰয়োজন হৈছে ।।😭😭😭

  • @anukulrabha5766
    @anukulrabha57667 ай бұрын

    হিমন্ত বাঘটো নহয়েই নিগনিও নহয় ।

  • @Wow-kn9tb
    @Wow-kn9tb2 жыл бұрын

    Ma kosom...mojja...👍👍👍

  • @sabetrichetri2934
    @sabetrichetri29342 жыл бұрын

    Thakai koysa CM sir👍

  • @jituhandloom1969
    @jituhandloom19692 жыл бұрын

    আমাৰ মঙ্গলদৈ ছাৰকোল অফিছত অলপ চকু দিয়ক ।

  • @nipubhuyan458
    @nipubhuyan4582 жыл бұрын

    Mama tumi jui🔥

  • @hdcaraction2.098
    @hdcaraction2.0982 жыл бұрын

    Absolutely beautiful and amazing Desison.

  • @emotionBaba
    @emotionBaba2 жыл бұрын

    Always love you Mama ❣️

  • @pabitraborgohain3327
    @pabitraborgohain33272 жыл бұрын

    Sir bhut val hoise apunar kambur

  • @chayanikapathak9601
    @chayanikapathak96012 жыл бұрын

    Sasakoi a bhal lagil kotha Keita kairjokari hole aaru bhal lagibo thanks

  • @mdazmirhussain1785
    @mdazmirhussain17852 жыл бұрын

    ধন্যবাদ জানাই মুখ্যমন্ত্রী মহাশয় আপনাকে

  • @anamikakavyambarman4476
    @anamikakavyambarman44762 жыл бұрын

    Hlp. No. Joldi🌷🌷🌷🌷

  • @himanshudas6706
    @himanshudas6706 Жыл бұрын

    Best disision,,,,, thank you PM sir,,

  • @kaberigogoi8054
    @kaberigogoi80542 жыл бұрын

    Good sir

  • @d.p.experiment549
    @d.p.experiment5492 жыл бұрын

    বহুত বহুত ধন্যবাদ মামা।

  • @biswajitdhar8507
    @biswajitdhar85072 жыл бұрын

    ভাল লাগিলে। কিন্তু বিভিন্ন কমিটিৰ লাখ লাখ টকাৰ চান্দা বিষয়া কৰ পৰা দিব। এইটো অলপ চালে ভাল হব।

  • @bhupennath3368
    @bhupennath33682 жыл бұрын

    Best decision

  • @amirmondol3925
    @amirmondol39252 жыл бұрын

    So Beautiful Decision

  • @btcbaksa6180
    @btcbaksa61802 жыл бұрын

    Sir apuni he amr Assam khon nika ba safa krib parib amr 100% akha ase blg minister re nuware

  • @bipulroy3196
    @bipulroy31962 жыл бұрын

    Thanks c m

  • @rajibdeka3925
    @rajibdeka39252 жыл бұрын

    সুন্দৰ

  • @mrigenroy5984
    @mrigenroy59842 жыл бұрын

    Aitu val lagil kotha tu

  • @wahidulshikdar9695
    @wahidulshikdar96952 жыл бұрын

    Buhut val decisions loise sire

  • @firoj9618
    @firoj9618 Жыл бұрын

    Zindabad sir long life cm sir

  • @najmulchoudhury6163
    @najmulchoudhury61632 жыл бұрын

    Mama apuni 100% right decision loise

  • @riturajdas4576
    @riturajdas45762 жыл бұрын

    ধুনীয়া ছাৰ

  • @jibendradaimari6339
    @jibendradaimari63392 жыл бұрын

    Very Good Steps Honorable CM Sir Thanks

  • @krillkalita5413
    @krillkalita54132 жыл бұрын

    Cm sir zindabad.good step.

  • @akpegu6801
    @akpegu68012 жыл бұрын

    Moja good information cm sire

  • @b.kbloge8084
    @b.kbloge80842 жыл бұрын

    ধন্যবাদ CM sir 🙏🙏

  • @sK____________69
    @sK____________692 жыл бұрын

    ধনী মানুহে ঘৰ পাই আমাৰ নিচিনা দুখীয়া মানুহে ঘৰ নাপায় কিয় আমি কি মানুহ নহয় নেকি CM sir

  • @pintusaha3378
    @pintusaha33782 жыл бұрын

    Apuni kole gaon Panchayat alekat ghor nirman korile permission nalage GP pora NOC lobo gole toka lage aru TDA permission lobo gole 20k to 30k loi govt fees n under the tables what about this

  • @bipuldas5827
    @bipuldas58272 жыл бұрын

    বহুত বহুত ধন্যবাদ।

  • @promudsing8677
    @promudsing86772 жыл бұрын

    Joy aai axom aneke vale thakok

  • @boomcomics8745
    @boomcomics87452 жыл бұрын

    Bold decision by c m sir. Thanks

  • @prabindeka5498
    @prabindeka54982 жыл бұрын

    Congratulations CM sir you are great so weproud of you .

  • @bokulborah3717
    @bokulborah37172 жыл бұрын

    😄😄😄 শুনি ভাল লাগিল sir

  • @SumanDas-jb7bo
    @SumanDas-jb7bo2 жыл бұрын

    মই বৰপেটাৰ পৰা কৈছো ছাৰ মোৰ দেউতাই দিন মজুৰি কৰে,আৰু মইও ঘৰৰ অৱস্থাৰ কাৰনে পঢ়া শুনা ও কৰিৱ নোৱাৰিলো অথছ ৰেচন ও পাও কিন্তু ঘৰৰ যেতিয়া নাম আহে বুলি শুনো কোনে কি কৰে সেইটো নাজানো কিন্তু এতিয়াই লৈকে না চৰকাৰৰ পৰা না ঘৰ পাইছো না বেলেগ সাহাজ্য আপোনালোকেই কওক চোন আমি কি মানুহৰ অপকাৰ কৰিৱ গৈছো নেকি ।।

  • @ritulgogoi4576
    @ritulgogoi4576 Жыл бұрын

    Excellent step sir ,🙏

  • @nivaray3817
    @nivaray38172 жыл бұрын

    Yes....Good prodokhap..... CM sir...

  • @prafullabasumatary8493
    @prafullabasumatary84932 жыл бұрын

    Mama apuni bohut bhal podokhep loise🌷🌷🌷

  • @AkashDas-fi2yo
    @AkashDas-fi2yo Жыл бұрын

    Dhanyvad himanta mama Aitbaar moja

  • @sewalikalita2706
    @sewalikalita2706 Жыл бұрын

    CM sir SO SO GOOD NEXT15 yrs you will Must be come

  • @Samarjyoti440
    @Samarjyoti4402 жыл бұрын

    Very good step sir...

  • @MisingMaster
    @MisingMaster2 жыл бұрын

    অশেষ ধন্যৱাদ..জনালো মন্ত্ৰী মহোদয়...

  • @dwijensarmah4370
    @dwijensarmah43702 жыл бұрын

    ঘটিটো কৰিছে ! মাটি বিক্ৰী কৰিছে বহিৰাগতক!

  • @sashibhatta5198
    @sashibhatta51982 жыл бұрын

    হয়, কথাটো ঠিকেই ৷ বাঘৰ দৰে জপিয়াবই লাগে সিহতৰ ওপৰত ৷ সুবিধা পাই টকা লোলাবোৰ বহুত ওপৰলৈ উঠিছে ৷ পিছে কেতিয়া আৰু কেনেকৈ জপিয়াব সেইটোহে চিন্তাৰ কথা ৷ শুনা যায় যে বেছিভাগ ক্ষেত্ৰতে কামটো হৈ যোৱাৰ পিছত দিয়া আৰু লোৱা দুয়ো মহাপুৰুষ মনে মনে থাকে ৷ সেই কথা ওচৰত বহাজনেও গম নাপায় ৷

  • @debajitphukan3978
    @debajitphukan39782 жыл бұрын

    Mama tmi jui 🔥🙌🙌🙌🙌

  • @gyanjyotikhanikar8295
    @gyanjyotikhanikar82952 жыл бұрын

    কয়লা চুপাৰি পান কণী আদিত যে চিণ্ডিকেট কৰি বস্তুৰ দাম বঢ়াই ৰাইজক টেটু চেপি লোৱা পইচা বোৰ কোনে লৈছে । সেই বোৰ টো আমাৰ তেজ শুহি লোৱা টকা। সেই বোৰৰ ভাগটো কোনে লয় বাৰু।চব চোৰ ।

  • @dhruvajyotidas5215
    @dhruvajyotidas52152 жыл бұрын

    Great CM great initiative. We already should have bribe complaint helpline number Like we have for central government.

  • @RojitaDas
    @RojitaDas2 жыл бұрын

    Mamaaaa good step 👌👌👌

  • @anantanath4986
    @anantanath49862 жыл бұрын

    Sir good strep

  • @rathindrasutradhar4477
    @rathindrasutradhar44772 жыл бұрын

    Hbs Sir right sir

  • @jintukalita5505
    @jintukalita55052 жыл бұрын

    Mama Rock

  • @asayloying2399
    @asayloying23992 жыл бұрын

    Great job Sir🙏🙏🙏

  • @karanrabha6627
    @karanrabha66272 жыл бұрын

    Thanks Mama ji, Grymo anchalar kam bor olop dhyan diok Mama

  • @funnymantion8730
    @funnymantion87302 жыл бұрын

    Mama tumi jui ❤️❤️❤️🔥🔥🔥

  • @priyamtaye7930
    @priyamtaye79302 жыл бұрын

    Good step loise apuni.. jonohadharonor help line nmbr ata dile nischoi axom khon poriborton hbo

  • @didarahom6859
    @didarahom68592 жыл бұрын

    God bless you Sir

  • @surendrachauhan9608
    @surendrachauhan96082 жыл бұрын

    Good job cm sir

Келесі