Election Commission in the country in a bench of judges, Watch deets

Election Commission in the country in a bench of judges, Watch deets
Watch the full clip to know more about this story.
#pragnews #electioncommission #elections2024 #judges
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 361

  • @mrinalmedhi8346
    @mrinalmedhi834627 күн бұрын

    নিৰ্বাচন আয়োগ সম্পূৰ্ণ জগৰীয়া,মূখ্য নিৰ্বাচনি বিষয়া সহ ইয়াত জড়িত সকলোকে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

  • @zahangiralom7634

    @zahangiralom7634

    27 күн бұрын

    Pise Shasti dibo Kone??

  • @user-hx4uy2rr9m

    @user-hx4uy2rr9m

    27 күн бұрын

    ​@@zahangiralom7634 . ) l

  • @HifzurRahman-yc1hk

    @HifzurRahman-yc1hk

    27 күн бұрын

    BB😊​@@zahangiralom7634

  • @jibonjyotidutta622

    @jibonjyotidutta622

    25 күн бұрын

    BJP জিকিলে ৰি ইলেকচন পাতিব লাগিব

  • @apurbakalita7388
    @apurbakalita738827 күн бұрын

    এই নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰিব লাগে ।

  • @jibonjyotidutta622

    @jibonjyotidutta622

    25 күн бұрын

    Right

  • @gopalchetri4866
    @gopalchetri486627 күн бұрын

    যদি এয়াই সত্য তেন্তে,, গণতন্ত্ৰ ক'ত?? ৰাজতন্ত্ৰ ঘোষণা কৰিলে হ'ল দেখোন,,

  • @jibonjyotidutta622

    @jibonjyotidutta622

    25 күн бұрын

    এইবোৰ 2 নম্বৰী নচলিব

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d27 күн бұрын

    আমি সাধাৰণ জনগণে দুই তিনি ঘণ্টা টীকা ফটা ৰদত শাৰী পাতি ৰৈ ৰৈ ভোট দিছোঁ! তাৰ পাছত এইবোৰ কি হবলৈ পাইছে! অসাধু, অশিক্ষিত, ধুতন্ধৰ কিছুমানে দেশ ছলাইছে। এতিয়া সাধাৰণ জনগণৰ বাবে একমাত্ৰ ভৰাসা উচ্চতম ন্যায়ালয়!

  • @miyarajuddinahmed7093

    @miyarajuddinahmed7093

    26 күн бұрын

    Ignorance has no làw of excuse. !

  • @jibonjyotidutta622

    @jibonjyotidutta622

    25 күн бұрын

    পুনৰ ৰি ইলেকচন হব লাগিব 2 নম্বৰী প্রমাণ হলে

  • @nitulmudoi5483
    @nitulmudoi548328 күн бұрын

    সেই কাৰণে তেওঁলোকে ক'ব পাৰে কিমান ভোটত ক'ত জিকিব

  • @minaramsaikia3737

    @minaramsaikia3737

    27 күн бұрын

    ঠিক ঠিক

  • @jibonjyotidutta622

    @jibonjyotidutta622

    25 күн бұрын

    Right

  • @RanjanAli-zq8kl

    @RanjanAli-zq8kl

    23 күн бұрын

    Ab ki baar BJP 400 paar

  • @Indianmusic123lover

    @Indianmusic123lover

    17 күн бұрын

    Rona dhona arombho hoi gl neki😂

  • @jalaluddinahmed9888
    @jalaluddinahmed988827 күн бұрын

    প্ৰয়োজন হলে উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত নিৰ্বাচন অনুষ্ঠিত হওক।

  • @sabetrigamang5975

    @sabetrigamang5975

    27 күн бұрын

    নিৰ্বাচন পুনৰ হ'ব লাগে।।।।

  • @yeaminurrahman3764
    @yeaminurrahman376427 күн бұрын

    নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ে কঠোৰ শাস্তি প্ৰদান কৰক, প্ৰয়োজনত এই নিৰ্বাচন বাতিল কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰি গনতন্ত ৰক্ষা কৰিব লাগে। নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নামত হোৱা সকলো খৰচ নিৰ্বাচন আয়োগক বহন কৰিবলৈ নিৰ্দেশ দিব লাগে।

  • @user-tk8bm3zv2v
    @user-tk8bm3zv2v27 күн бұрын

    এওলোকৰ ৪০০ পাৰ ভাষনৰ এয়াই উদাহৰন ৷ অতিভক্তি চোৰৰ লক্ষ্যন ৷

  • @kowserlaskar-qt7kv

    @kowserlaskar-qt7kv

    27 күн бұрын

    Joy shree ram

  • @jibonjyotidutta622

    @jibonjyotidutta622

    25 күн бұрын

    Right

  • @bijitdas3797
    @bijitdas379728 күн бұрын

    এইয়াই নেকি ভোটাধিকাৰ সাব্যস্ত কৰা মৌলিক অধিকাৰ । নিৰ্বাচন আয়োগৰ নিকা নিৰ্বাচনৰ ফোপোলা স্বৰূপ । জন সাধাৰণৰ ভোটাধিকাৰতো এতিয়া চিণ্ডিকেট চলিল যেন লাগিছে । নিউজত প্ৰশান্ত ৰাজগুৰুৱে কোৱাৰ দৰে যোৰহাট আৰু ধুবুৰী বিৰোধী প্ৰাৰ্থীক C ফ্ৰম খন নিদিয়াৰ ৰহস্য কি । আমাৰ এটাই বিশ্বাস মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব । ৬ শতাংশ মানে ১ কোটি ৭ লাখ ভোট বঢ়াটো সত্য প্ৰমাণিত হ'লে নিৰ্বাচন আয়োগৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

  • @rupjyotigogoi8413

    @rupjyotigogoi8413

    28 күн бұрын

    গণতন্ত্ৰ হত্যা কৰি কবৰ দিছে বি জে পি য়ে ।

  • @prakritirvlogs1463

    @prakritirvlogs1463

    27 күн бұрын

    Right

  • @aliciadawns8535

    @aliciadawns8535

    27 күн бұрын

    Xeikaronei hoitu buku findai jikim buli koi thake.

  • @Darthvader000
    @Darthvader00027 күн бұрын

    Modi hataw EVM hataw BJP hataw AMITSHAH hataw ECI hataw Desh Pradesh ko bachaw.

  • @Aditygogoi123
    @Aditygogoi12327 күн бұрын

    ন্যায় লাগে আমাক।।

  • @MilanBasumatary-qh5uh
    @MilanBasumatary-qh5uh28 күн бұрын

    ৰাষ্ট্ৰপতিৰ শাসন ব্যৱস্থাৰ অবিহনে বিকল নাই । নিৰ্বাচন আয়োগৰ বিষয়াৰ ওপৰত বিহিত ব্যৱস্থাৰ প্ৰয়োজন আছে ।

  • @binandaphukon731

    @binandaphukon731

    27 күн бұрын

    ভয় লাগে এইখন দেশত ৰাষ্টপতি ভুমিকায়ো কেনে ? আমাৰ জনতো কম নহয় । সেই ঘোঁৰা হালৰ খৱৰ হয়তো বহুতৰে মনত আছে ।

  • @user-wu3zl1od4x

    @user-wu3zl1od4x

    27 күн бұрын

    Aku kaam ni rastroportir😂😂

  • @dipankarnath4652

    @dipankarnath4652

    27 күн бұрын

    Aneke a 400 par.... Constitution xnk axnman krise BJP a... Eyar upjukto xasti hb lage

  • @kah-pital

    @kah-pital

    27 күн бұрын

    ৰাষ্ট্ৰপতি ও বিজেপিৰ😂😂😂😂

  • @jibonjyotidutta622

    @jibonjyotidutta622

    25 күн бұрын

    Right

  • @SD-ff1wc
    @SD-ff1wc28 күн бұрын

    SCয়ে কাইলৈ তামাম ধুলাই দিব😂৷ গোটেই ৰাতি বহিম বুলি কোৱাটো ধেমালি নহয়৷

  • @maintugaribhoon4704

    @maintugaribhoon4704

    27 күн бұрын

    সকলো বিজেপি ৰ দেখোন

  • @imdadali9519
    @imdadali951927 күн бұрын

    মেচিনত অজানিতে ভোট কেনেদৰে বাঢ়িৱ পাৰে আচৰিত কাৰবাৰ।

  • @daizee4510
    @daizee451027 күн бұрын

    মুখ্য নিৰ্বাচনী অায়োক্তক ফাঁচী দিব লাগে আৰু নিৰ্বাচন আয়োগক অবৈধ ঘোষণা কৰি , উচ্চতম ন্যায়ালয়ৰ তত্বাবধাত নিৰ্বাচন পাতিব লাগে ৷

  • @manojsaikia9692
    @manojsaikia969228 күн бұрын

    সত্য় সদায় জয়,ভগৱানে চকু মেলি চালেই হয় আৰু.......

  • @rajibgogoi4256
    @rajibgogoi425627 күн бұрын

    সমগ্ৰ ভাৰতৰ জনগনে এতিয়া উচ্চতম ন্যায়ালয়ৰ ওপৰত হে শান্তি ৰে জীৱন নিৰ্বাহ কৰাৰ এক মাত্ৰ ভৰষা।

  • @kharsingkro5708
    @kharsingkro570828 күн бұрын

    Evm tempering korise 100%

  • @jibonjyotidutta622

    @jibonjyotidutta622

    25 күн бұрын

    Right

  • @birajkumardas4230
    @birajkumardas423028 күн бұрын

    এনেদৰে কৰাতকৈ ...... ৰাজতন্ত্ৰ বুলি ঘোষণা কৰাই ভাল

  • @puspadhardowarah1932
    @puspadhardowarah193227 күн бұрын

    নিৰ্বাচনী বিভাগো বিজেপিৰে এটা অংশ।এই বিভাগটোৱেও বাৰেপতি বিজেপিক জিকাই আছে।ইয়াৰ এটা উচিত তদন্ত হব লাগে।যদি কেনেবাকৈ বিজেপি জিকে তেতিয়া ধৰি লোৱা হব ইয়াত দুই নম্বৰ হৈছে।

  • @ujjalneog7055
    @ujjalneog705528 күн бұрын

    এইবাৰ Modi চৰকাৰ গল Kin 2 💯 সচাঁ 😉

  • @mintisaikia
    @mintisaikia27 күн бұрын

    আমিও অত্যন্ত উৎকণ্ঠিত হৈ আছোঁ।

  • @abdulwahidrizavi684
    @abdulwahidrizavi68427 күн бұрын

    নিৰ্বাচন আয়োগে ভোটাৰৰ ভোট চোৰ কৰি BJP ক জিকাব বিচাৰিছে।

  • @pranabdas7121
    @pranabdas712128 күн бұрын

    প্ৰিজাইদিং অফিচাৰ সকল। কংগ্ৰেছৰ চৰকাৰৰ দিনত অবৈধ ভাবে চাকৰিত যোগদান কৰিছিল আৰু বৰ্তমান সময়ত মামাৰ লগত

  • @cinukakoti7828
    @cinukakoti782827 күн бұрын

    হে হৰি! সুবিচাৰ কৰে যেন।🙏🙏

  • @pinjumonibaruah8733
    @pinjumonibaruah873327 күн бұрын

    নিৰ্বাচনৰ পূৰ্বে শাসকীয় চৰকাৰ ভঙ্গ হব লাগে আৰু ৰাষ্ট্ৰপতি আৰু আমোলা বিষয়াই দেশৰ কাম-কাজ চলাব লাগে অৰ্থাৎ নিৰ্বাচন ৰ সময়ত চৰকাৰ থাকিব নালাগে । তেতিয়া হে নিৰ্বাচন ভাল হব।

  • @jogeshbaishya5055
    @jogeshbaishya505527 күн бұрын

    ইযা আমাৰ দেশৰ নিৰ্বাচন

  • @chitrakumarhazarika6622
    @chitrakumarhazarika662227 күн бұрын

    17(C)ফৰ্ম কিয় দিব নোৱাৰে তাক ইলেকশ্যন কমিছনে কিয় নিদিয়ে। কি ৰহস্য।

  • @robinpayeng6699
    @robinpayeng669928 күн бұрын

    Heitu hisabot BJP jikibo. 400 ki 500 pabo site

  • @AfjalurRahman-ef7ek
    @AfjalurRahman-ef7ek27 күн бұрын

    Full action lobo lagibo

  • @mridulsaikia7875
    @mridulsaikia787528 күн бұрын

    We want justice 🙏🙏

  • @Doubleengine7151
    @Doubleengine715127 күн бұрын

    নিৰ্বাচন আয়োগৰ বিষয়াক ফাঁচি দিব লাগে।

  • @userrb_1234
    @userrb_123428 күн бұрын

    Haikrne amr dangor Mama horu mama hte kiman vote ot kot jikim dathi kobo pare..aru ayaai gonotontro hotya hoboloi jua eta nomuna..

  • @assameseyoutubechannel6810
    @assameseyoutubechannel681027 күн бұрын

    মহাভাৰতৰ যুদ্ধ সমাগত।সত্য সদায় জয়।

  • @nizumonidihingia2708
    @nizumonidihingia270827 күн бұрын

    ১১দিন কিয় পলম কিয় কৰিলে? উচ্চতম ন্যায়লয়য়ে উচিত বিচাৰ কৰিব লাগে।

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw27 күн бұрын

    নিৰ্বাচন আয়োগে দেশৰ গণতন্ত্ৰ ক ভেঙুছালি কৰিছে।উচিত তদন্ত্ হব লাগে।

  • @gutungdipakpegu2134
    @gutungdipakpegu213427 күн бұрын

    Should be publisheable .

  • @hiraksarania6143
    @hiraksarania614327 күн бұрын

    ওচিত তদন্ত হব বুলি আশা কৰিছো

  • @naimuddinahmed6061
    @naimuddinahmed606128 күн бұрын

    দাল মে কালা বুজাই বুজিছে

  • @prafullanathan5513
    @prafullanathan551327 күн бұрын

    We want justice in this matter, such election commission should go in favour of democracy not for BJP

  • @monalishasaiki7842
    @monalishasaiki784227 күн бұрын

    Hundred percent right, Rajaguru sir,amar pura sandeh hoise

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f27 күн бұрын

    ন্যায় সঙ্গত হব লাগে আমি তাকেই বিচাৰো৷ লাগে পুনৰ নিৰ্বাচন হওঁক৷

  • @Yoyo60204
    @Yoyo6020428 күн бұрын

    Xosai bor dukh loga dai

  • @Choudhury1474
    @Choudhury147427 күн бұрын

    ইভিএম ত ভোট পাতিবলৈ কিয় বন্ধ নকৰিলে।ভাৰতৰ নাগৰিকৰ এইখিনি দম নাই নেকি। বিজেপি ৰাম নে ৰাৱন

  • @masimurmur9109
    @masimurmur910927 күн бұрын

    হায় কিজে হব দেশৰ ভৱিষ্যত

  • @puspakumarkalita9165
    @puspakumarkalita916527 күн бұрын

    17 c formখন polling agent ক দিব লাগে।candidateক নহয়।ভূল বাতৰি নবজাব

  • @harkantaray3123

    @harkantaray3123

    27 күн бұрын

    ভোট কেন্দ্ৰত উপস্থিত থকা প্ৰতিটো দলৰ polling agent ক 17c from প্ৰদান কৰা হয় ভোটৰ শেষত ।কোনোবা দলৰ এজেণ্ট কোনোবা এটা কেন্দ্ৰত উপস্থিত নাথাকিলে সেই দলে সেই কেন্দ্ৰৰ 17c ফৰ্ম নাপাব । চিধা কথা ।

  • @ambikakrishna5793
    @ambikakrishna579327 күн бұрын

    নিৰ্বাচন আয়োগ সম্পূৰ্ণ ৰূপে জগৰীয়া ।জনতাৰ কৰকাটলেৰে নিৰ্বাচন অনুষ্ঠিত কৰি নিৰ্বাচনৰ নামত জনতাক শোষণ কৰা অধিকাৰ তেওঁলোকৰ নাই।

  • @pranjitbhatta4818
    @pranjitbhatta481827 күн бұрын

    Bahut Baya hoisay.

  • @bijuSdas-qo4lb
    @bijuSdas-qo4lb27 күн бұрын

    Supreme Court Zindabad

  • @upangkarhazarika6051
    @upangkarhazarika605127 күн бұрын

    Ami hope korisu cji supreme court r uporot..kiba ata good news Pam buli against present johora govt...

  • @bhagyashreeandkabyashree5977
    @bhagyashreeandkabyashree597727 күн бұрын

    এনে বোৰ শাসকৰ পৰা জনসাধাৰণে কিবা আশা কৰিৱ পাৰিবনে।

  • @arunaborahhazarika6262
    @arunaborahhazarika626224 күн бұрын

    নিৰ্বাচন আয়োগ নিৰপেক্ষ নহয় । নিৰ্বাচন আয়োগে নিৰ্বাচনী নিয়ম উলংঘা কৰাৰ অপৰাধত উচিত শাস্তি পোৱা উচিত ।

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx27 күн бұрын

    Suprime court bhal decision lobo buli amaar bahut biswas ase. Agate kunu din huwa nasil .

  • @PoretushSarkar
    @PoretushSarkar27 күн бұрын

    Very. Nice. Vidio

  • @mainulhque1667
    @mainulhque166727 күн бұрын

    এইবাৰ যদি গাধই ৰজা হয় সকলো শেষ

  • @abusayedayub4518
    @abusayedayub451828 күн бұрын

    Presiting officers সকলে ভোটৰ দিনা প্ৰতিটো কেন্দ্ৰৰ সঠিক তথ্য দিয়ে। তেন্তে পিছত কেনেকৈ ভোট বেছি হয় ? বেয়া লাগে এইবোৰ খবৰ প্ৰকাশ পালে।

  • @kushalbora4823
    @kushalbora482327 күн бұрын

    It is magic every body knows

  • @Ahmed-tq3wo
    @Ahmed-tq3wo27 күн бұрын

    ECI change hobo lage. Aru notun ECI with involvement of SC recruitment hobo lage

  • @rkvlog0167
    @rkvlog016728 күн бұрын

    BJP r dinot sob hombhav😂

  • @user-ji7qi6bm5d
    @user-ji7qi6bm5d27 күн бұрын

    দেশত একনায়কত্ব শাসন চলি আছে।

  • @Halim-kf8lz
    @Halim-kf8lz20 күн бұрын

    Want justice

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ez28 күн бұрын

    Modi Hatawo

  • @brothersglobe5706
    @brothersglobe570624 күн бұрын

    Explanation call কৰি নিৰ্বাচনী আয়োগৰ সকলোকে কঠোৰ শাস্তি প্ৰদান কৰা নহ'লে ভবিষ্যতে গণতন্ত্ৰৰ স্থান শ্মশানত হ'ব। এই নিৰ্বাচন অবৈধ ঘোষণা কৰা উচিত।

  • @bulumoninath6956
    @bulumoninath695627 күн бұрын

    তেনেকৈয়ে জিকিব বি জেপি।নিৰ্বাচন আয়োগ বিক্ৰী গ'ল।নিৰ্বাচন পাতিব নালাগে আকৌ ।

  • @prabhatkrgogoi8153
    @prabhatkrgogoi815327 күн бұрын

    গনতন্ত্ৰৰ সোৱাদ এনেকুৱাই !

  • @taradoi7957
    @taradoi795727 күн бұрын

    ইমান টকা খৰচ কৰি ইলেকচন পতিৰ কি প্ৰয়োজন আছিল ।

  • @prabinhazarika9699
    @prabinhazarika969928 күн бұрын

    বৰ্তমান সকলোতে গাপদাৰি সাধাৰন নাগৰিকৰ কি উপায় আছে

  • @bhogeswarsaikia1520
    @bhogeswarsaikia152027 күн бұрын

    Asomor songbad madhyomor ....Mrinal talukder, prasanta rajguru, Nitumoni saikia, sunit kr bhuyan, Otonu bhuyan Anupom Chakraborty, Rajdeep bailung boruah, Debojit bhuyan, etc hot BJP dolor kina ghulam

  • @user-kc9nr6ec8r
    @user-kc9nr6ec8r27 күн бұрын

    Manipur 25 percentage Vote increased after Long time declaration of Vote

  • @lachitsenapati8110
    @lachitsenapati811027 күн бұрын

    এই Result টো মাটং কৰিব লাগে ভাৰতবর্ষ এনেদৰে চলিব নেকি

  • @juleassijargames5281
    @juleassijargames528128 күн бұрын

    Good news

  • @bhabendoley6151
    @bhabendoley615121 күн бұрын

    যদিহে সছা হয়, দেশত অশান্তি হব।ন্যায় নাইকীয়া হব।

  • @DigantaPathak-vn2wj
    @DigantaPathak-vn2wj28 күн бұрын

    Unit todanta hobo lage

  • @abdulsahad8615
    @abdulsahad861527 күн бұрын

    Unfortunate.Either ECI is inefficient or hidden hand

  • @jahangirali7545
    @jahangirali754527 күн бұрын

    প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ BLO, POLLING AGENTS ৰ পৰা তথ্য লব পাৰিব...

  • @dilipgoswami4475
    @dilipgoswami447527 күн бұрын

    এনেকৈ হলে গনতন্ত্ৰৰ ওপৰত জনতাৰ আষ্ঠা হেৰাব চোন ? ই এক সংঘাতিক বিষয় ৷

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s27 күн бұрын

    সত্য হ'লে তাৰ পুনৰ বা শুদ্ধ বিচাৰ কেনে কৰা হ'ব ,জানিব পাৰিমনে?

  • @user-ky9mc6ux2k
    @user-ky9mc6ux2k27 күн бұрын

    কেজৰিয়ালক জেলত সোমোৱা টোৱেই কাল হল সিহঁতৰ

  • @karabikarabihandique3320
    @karabikarabihandique332027 күн бұрын

    Mojahh mojah

  • @ramnathborah7356
    @ramnathborah735627 күн бұрын

    Tanasahi BJP MODI Joruri turont kothur Carbai Hunasahiy.RAHUL GANDHI PM HOJAYGA INDIA KISHAN CONGRES JINDABAD

  • @nogensaikia2441
    @nogensaikia244127 күн бұрын

    আপোনালোকৰ চেনেলৰ যোগেদি উচ্চতম ন্যায়ালয়লৈ আবেদন জনাও যে পোনৰ ভোট দানৰ ব্যৱস্থা কৰিব লাগে কিন্তু ই ভি এমৰ দ্বাৰা নহয় বেলট পেপাৰৰ ব্যৱহাৰ কৰক ধন্যবাদ

  • @jibonjyotidutta622
    @jibonjyotidutta62225 күн бұрын

    যদি এইদৰে EVM temparing কৰে নিৰ্বাচনী আয়োগে উচিত বিচাৰ কৰি চৰকাৰক শাস্তি বিহিব লাগিব |নিৰ্বাচনী আয়োগ চৰকাৰৰ মতে চলিব নোৱাৰে

  • @sanjitboruah4887
    @sanjitboruah488728 күн бұрын

    Kalki leela start jay shree Madhab🙏🙏🙏🙏🙏🙏🙏

  • @user-pl1zq1zo1q
    @user-pl1zq1zo1q27 күн бұрын

    নিৰ্বাচন এক প্ৰহসন।

  • @RafiqulIslam-zo7uh
    @RafiqulIslam-zo7uh28 күн бұрын

    ইলেকশন কমিশনারের এই কান্ড নাকি। চোরে চুরি করে আলামত রেখে যায়।

  • @rafikulali4396
    @rafikulali439628 күн бұрын

    কেনেকৈ ভোট বাঢ়িছে নিউজ হৈয়ে ৰব নে,,

  • @luhitkumarbora809
    @luhitkumarbora80928 күн бұрын

    Election should be fair and there should not be any doubt in the election process otherwise the voters will lose trust in the election process,it is shameful that the sudden increase in voter's turn over had compelled to be knocked at the door of Honourable Supreme court of India.

  • @khagenkakati6380
    @khagenkakati638027 күн бұрын

    মামাহতে সেই কাৰণে কব পিৰে কত কত জিকিব পাৰে৷

  • @promilabora3998
    @promilabora399827 күн бұрын

    Jode kothatu hosa dhuki jonok besar kore fase debo laga, karon jonotar raidanok uplunga koresa poisa karona🙏

  • @userrb_1234
    @userrb_123428 күн бұрын

    Aibur durnitir krne jikibologia candidate jon hari jua bhoi ase.. aru haikrne hahokh dolor neta hkle gombhali mari furise 1,2 lakh vote ot jikim buli.. 😢

  • @taradoi7957
    @taradoi795727 күн бұрын

    ৰহস্য আৰু ৰহস্য আতাইটকৈ বেয়া দলৰ হাতত ভাৰতৰ শাসন ভাৰ পৰিল

  • @anupamdutta9712
    @anupamdutta971227 күн бұрын

    Corruption starts from Heads

  • @bhupenkumar8191
    @bhupenkumar819128 күн бұрын

    11 day's are the jadugari night for special party .ab ki bar they wants per .

  • @user-gm9jq4cb3u
    @user-gm9jq4cb3u27 күн бұрын

    Poling ajant thakila 17C form paba.nathalika kot paba.

  • @bodolandnangou3800
    @bodolandnangou380027 күн бұрын

    After results Need to be deduction BJP list, this is my opinion!!!

  • @tkalita2718
    @tkalita271828 күн бұрын

    Out of hundred votes, it may be one hundred more by this formula,.

  • @sanjitboruah4887
    @sanjitboruah488728 күн бұрын

    kalki Maha prabhu dharm sanstapana no 17 hari hari🙏🙏🙏🙏🙏🙏🙏

  • @anantagogoi7206
    @anantagogoi720627 күн бұрын

    নিৰ্বাচন পুনৰ হব লাগে

  • @budheswarsaikia3103
    @budheswarsaikia310327 күн бұрын

    Election Commission should immediately dissolve.

  • @HeroHazarika

    @HeroHazarika

    21 күн бұрын

    😂😂o

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh28 күн бұрын

    Congress zindabad Rahul Gandhi 💯

Келесі