এগৰাকী শিক্ষকক ইয়াতকৈ আৰু কি লাগে?

বিতৰ্কৰ বিপৰীতে এগৰাকী শিক্ষকলৈ শিক্ষাৰ্থীৰ শ্ৰদ্ধাৰ এক ভাল লগা দৃশ্য। যি দৃশ্য দেখিলে আৱেগিক হৈ পৰিব আপুনিও। ইয়াতকৈ আৰু কি লাগে এগৰাকী শিক্ষকক। সেইগৰাকী শিক্ষকৰ মনৰ কথা। কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে চাওক 'খবৰৰ আঁৰৰ খবৰ'।

Пікірлер: 12

  • @mrsourav7729
    @mrsourav7729 Жыл бұрын

    🙏🙏🙏❤💓

  • @misingkonengsewali449
    @misingkonengsewali4492 жыл бұрын

    Apuni mohan sir ,hodai kukhle thkok haiyai vogobanr usrt🤲

  • @juwenaahmed4321
    @juwenaahmed43212 жыл бұрын

    Sir. ۔. Vle thkok

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Жыл бұрын

    Uninic.

  • @umakantabaruah1237
    @umakantabaruah12372 жыл бұрын

    Hosakoi bohut val lagile

  • @saradakalita2739
    @saradakalita27392 жыл бұрын

    মোৰ চকু পানী ওলাই গল । কাৰণ এনেকুৱা পৰিবেশ মোৰ ছোৱালীৰ ক্ষেত্ৰতো হৈছিল অলপদিন আগতে বি এডৰ চেকেণ্ড ছেমিষ্টাৰৰ প্ৰেক্টিছ টিতচিংৰ সময়ত । যিদিনা ক্লাছ শেষ হৈছিল ছাত্ৰী বিলাকে কান্দোনত ভাগি পাৰিছিল মাত্ৰ চাৰি মাহতে । গতিকে শিক্ষক হলে এনেকুৱাই হব লাগে । আপোনাক প্ৰণাম জনাইছো ।🙏🙏🙏

  • @euclids..funnyandcutebaby6442
    @euclids..funnyandcutebaby64422 жыл бұрын

    🙏🙏

  • @jituborah6355
    @jituborah63552 жыл бұрын

    Bht dukh lgil hasake ....

  • @arundhatidas7881
    @arundhatidas78812 жыл бұрын

    ছাৰলৈ সেৱা

  • @bijurajkhowa7114
    @bijurajkhowa7114 Жыл бұрын

    Teachar name ujeel Kora spine ajon mohan manob।।nomaskar।

  • @rasmidas1715
    @rasmidas17152 жыл бұрын

    sakupani ulai gl mur

  • @tggaming0019
    @tggaming0019 Жыл бұрын

    Time 8 kihol anupam da

Келесі