অচিৰেই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব বহু BJP নেতাই N18V

অচিৰেই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব বহু বিজেপি নেতাই N18V #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 23

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js17 күн бұрын

    যি ধৰনে বি জে পি দলৰ পৰা কঙগ্ৰেজলৈ গৈ আছে আৰু কিছু দিনৰ ভিতৰতে বি জে পি য়ে সঙ্খ্যা গৰিষ্ঠতাহেৰাব যেন লাগে।মই কোনো ৰাজনৈতিক দলৰ সদস্য নহ ও।

  • @pratimasarma1737

    @pratimasarma1737

    16 күн бұрын

    ময়ো নহয়,যাক ৰাইজৰ বাবে কাম কৰা দেখা পাওঁ তাকে সমৰ্থন কৰোঁ ।অন্ধ ভক্ত নহ ও।

  • @puspadhardowarah1932

    @puspadhardowarah1932

    15 күн бұрын

    ক্ষমতা লোভী সকল যি দলৰেই নহও যধে মধে সোমাবলৈ দিব নালাগে। যি সকলে"সোমাব তেওলোকে কমেও দহ বছৰ"অপেক্ষা"কৰিব লাগিব। কাৰণ আগৰে"পৰা থকা সকলক প্ৰথমেই প্ৰাধান্য পাব লাগিব।যদি উপযোগী লোক নাই তেতিয়া হে নতুন বোৰৰ ক্ষেতত বিবেচনা কৰিব!

  • @jakir5460
    @jakir546016 күн бұрын

    Good news

  • @mustafijurrahman4995
    @mustafijurrahman499517 күн бұрын

    Right nice Necessary and important 👍👍👍👍

  • @jibonjyotidutta622
    @jibonjyotidutta62215 күн бұрын

    Nice

  • @muddadsir9770
    @muddadsir977017 күн бұрын

    শোব্্ভাল্্শবৰ

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js17 күн бұрын

    মানুহ কেতিয়াও মানুহৰ শত্ৰু বিশ্ব জগত সৃষ্টিৰ পৰা আজিলৈকে নহয় আৰু ভৱিষ্যতে ও নহ'ব। কিন্তু জগত সৃষ্টিৰে পৰা দুষ্ট প্ৰবৃত্তি বোৰ মানুহৰ শত্ৰু। আক্ষেপৰ বিষয় এয়ে যে সৃষ্টিৰ শ্ৰেষ্ঠ মানুহ জন্তুৰ দাসত্ব স্বীকৃত হ'লে মানুহ জন্তুতকৈ নিম্ন স্থান প্ৰাপ্ত হয়।

  • @user-pl2zx7kw8w
    @user-pl2zx7kw8w11 күн бұрын

    News ai belak kotha agot baral koribo nalaga

  • @SarimulalomBarbhuiya-zg1nm
    @SarimulalomBarbhuiya-zg1nm17 күн бұрын

    Next pm Rahul gandhi ❤

  • @balendas2049
    @balendas204917 күн бұрын

    অসমত বৰ্তমান বিদেশী বহিস্কাৰ নোহোৱা লৈকে অসমৰ জনসাধাৰণে হাতৰ চবিক মূৰত ৰাখিব। আৰু ফুলৰ চবিক ভৰিৰ গচকত ৰাখিব।

  • @nivasaikia2249
    @nivasaikia224912 күн бұрын

    India zinfabad❤❤❤❤

  • @paramanandakalita7796
    @paramanandakalita779617 күн бұрын

    সদায় মল মূত্ৰবোৰ ঘৰৰ পৰা দূৰত পেলাই দিব লাগে।কংগ্ৰেছে ও আনৰ দৰেই ভুল নকৰিব নেকি?

  • @maheswarboro4589
    @maheswarboro458916 күн бұрын

    Congress o aako jabraa joma koribo goi aase. Jumping frog are khubhidha baadi hoi.

  • @bapandeka
    @bapandeka6 күн бұрын

    Lastat. B. J. P. Jindabad

  • @dipemandal
    @dipemandal11 күн бұрын

    Kam nahobo

  • @majnurali2930
    @majnurali293013 күн бұрын

    Beya bostu bilak Ahibo nidyai val...

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k14 күн бұрын

    Having least conscience and having least knowledge of political science and the history of bjp no one will stay with bjp. Bjp meant for capitalism, one should have knowledge of capitalism. Bjp is not for the poor but for the rich and the corporates......

  • @bhupenswargari9194
    @bhupenswargari919416 күн бұрын

    Dol bagori fura ai neta burok congress aloi gurai anile , congress aku labh nohobo

  • @IrajuddinAhmed
    @IrajuddinAhmed14 күн бұрын

    Fake

  • @sureshdoley8103
    @sureshdoley810316 күн бұрын

    Fake news

  • @user-pl2zx7kw8w
    @user-pl2zx7kw8w11 күн бұрын

    Bupen da new ledar join korok

Келесі