এয়া ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ, চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে গৰ্জন মহানগৰবাসীৰ

▶️ এয়া ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ
▶️ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে গৰ্জন মহানগৰবাসীৰ

Пікірлер: 26

  • @muninborah6784
    @muninborah678418 күн бұрын

    মন্ত্ৰী বিধায়কৰ দৰমহা বঢ়োৱাৰ চিন্তাচৰ্চ্চা চলি আছে; গতিকে এইবিলাক চিন্তা কৰিবলৈ সময় নাই;

  • @debajanibaruah3105
    @debajanibaruah310518 күн бұрын

    গাদি ৰক্ষাৰ কাৰনে হে চৰকাৰ ।জনতাই সকলো কাম হাতত লব লাগিব,সজাগ হব লাগিব।টকা কিমান আহে কিমান খৰচ কৰে কমিতি গঠন কৰি জনতাই কাম বোৰ কৰিব লাগিব ।হিচাব লব লাগিব ।জনতা সজাগ হবৰ হল ।

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z18 күн бұрын

    মৃগেন শৰনিয়া ক'ত? তেওঁ ধমকি দিয়ে সম্পতি কৰ নিদিলে সম্পতি বিজেয়াত্ত কৰিব লাজ লাগিব লাগে

  • @sanjibdas3774
    @sanjibdas377417 күн бұрын

    তহতৰ এনে হব লাগে। তহতে বিজেপিক ভোত দিছ।

  • @jalaluddinahmed9888
    @jalaluddinahmed988817 күн бұрын

    সকলো ঠিক হৈ যাব। চিন্তা নকৰিব। মাথো মন্ত্রী বিধায়কৰ দৰমহা বৃদ্ধি হৈ লবলৈ দিয়ক।

  • @freshfarmer4709
    @freshfarmer470918 күн бұрын

    প্ৰতিবাদ কৰি লাভ নাই আৰু বেছি বেয়া দিন আহি আছে পৃথিৱীত, মানৱ সমাজৰ কষ্ট ৰ সীমা নোহোৱা হব, টকা, পইচা, অভিজাত জীৱন যাপন সকলো পানীত উতি যাব । অভ্যাস কৰক কষ্ট কৰি জীয়াই থাকিব।

  • @bantidas2403
    @bantidas240317 күн бұрын

    ৰাইজৰ সহাযোগ হৈছে আমাৰ চৰকাৰৰ ভবিষ্যতৰ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @jeherulislam3231
    @jeherulislam323118 күн бұрын

    vote di aru 😅

  • @mriduldas-zj6eq

    @mriduldas-zj6eq

    18 күн бұрын

    Tohot geda Miya i aneo vote nidiyo bjp.ko..i dhuwa haat di thak.

  • @NG-cg3ip
    @NG-cg3ip18 күн бұрын

    Bijuli k jikale baroxun ahiboi aru baanpani hoboi

  • @tulashisarma3829
    @tulashisarma382917 күн бұрын

    নগৰবাসী বিজুলী ভোট দিলেযে এতিয়া বিকাশ হল।

  • @Randeep-kb1xh
    @Randeep-kb1xh18 күн бұрын

    মোৰ প্ৰশ্ন সকলোতে বান পানী আৰু কৃত্ৰিম বান পানী হয় কিন্তু দিশপুৰস্থিত অসম মন্ত্ৰী বিধায়ক সকলৰ আৱাসৰ চৌহদত বান পানী - কৃত্ৰিম বান পানী কেতিয়াও নহয় তাৰ বাহিৰে সমগ্ৰ অসমত বানপানী কৃত্ৰিম বান পানী হয় কিয় ?

  • @Hhttuionde
    @Hhttuionde18 күн бұрын

    Aru bosta bhorai vote diya 😂😂😂. Lav ni khui thaka vaat pani khai

  • @user-mo3ky7vs9h
    @user-mo3ky7vs9h18 күн бұрын

    Bijule kot atya val fola fol paisa .

  • @janardanbora2803
    @janardanbora280317 күн бұрын

    আম খন বান মুক্ত কৰিব উলাইছিল দেখোন কি হল বান যুক্ত হে কৰি দিলে বেছিকৈ

  • @user-wb1xh9eu9i
    @user-wb1xh9eu9i17 күн бұрын

    Good 👍👍

  • @sadeksaikia8168
    @sadeksaikia816817 күн бұрын

    নৌকা আচনি দিয়ক। বিজুলী ঢেৰেকনিৰ ফল ।

  • @PrafullaGoswami-mn3ts
    @PrafullaGoswami-mn3ts17 күн бұрын

    Shilsakur thalua lokak utsed Kari banmukta kariki lav hol

  • @pradiprabha5067
    @pradiprabha506717 күн бұрын

    Aru BJP Vote diya

  • @babul8718
    @babul871817 күн бұрын

    😅😅😅😅Kenai....Ako abar Modi Sarkar....

  • @Rinku-gp3kt
    @Rinku-gp3kt18 күн бұрын

    😂😂😂

  • @NijuBarman-jj7mb
    @NijuBarman-jj7mb17 күн бұрын

    2026 only BJP 😂😂 Aibar silxakor re pani juwa rasta clear kori diyai aibar besi he hol😢😢

  • @hemantadas6963
    @hemantadas696315 күн бұрын

    Bjp k vote de

Келесі