News18 Super Prime : ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ঋণৰ পৰিমাণ ৩০লাখ টকালৈ বৃদ্ধি

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ।
‘আপোন ঘৰ’ আঁচনিৰ অধীনত ঋণৰ পৰিমাণ ৩০লাখ টকালৈ বৃদ্ধি।
পূৰ্বে ১৫লাখ টকাৰ ঋণ লাভ কৰিছিল কৰ্মচাৰীসকলে।
ঋণৰ ১% কৈ সুদ আদায় দিব চৰকাৰে।
এতিয়ালৈ ৩৭,২৭৭জন কৰ্মচাৰীয়ে লৈছে ৫,৬৬৩কোটি টকাৰ ঋণ।
সন্তান তুলি লোৱা মহিলা কৰ্মচাৰীলৈ বিশেষ ছুটী।
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 5

  • @BhaskarKalita-uw3rb
    @BhaskarKalita-uw3rb18 күн бұрын

    Banpanit manuh kokbokai ase o ..manuhar bahut durgati hoise...moi ajon sarkari sakarial kin2 nalge ai balor asani ....banpiritK hohai korak

  • @mrmajuli8736
    @mrmajuli873617 күн бұрын

    সকলো সুবিধা অকল চৰকাৰী চাকৰিয়ালকে বছৰত দুবাৰ তিনিবাৰ কৈ দি থাকিব। চৰকাৰ খন only চৰকাৰী কৰ্মচাৰীৰ ভোটত হে গঠন হৈছিল। বাকী নিবনুৱাৰ কিবা সুবিধাৰ কথা মনলৈ নাহিল। নিবনুৱা সকলক অকল বৰশিট টোপ লগাই দেখুৱাই থাকি থাকি ভোট লোৱা বাহিৰে বেলেগ আঁচনি আছে জানো । ভাল হৈছে । যোৱাবা লোকসভাৰ নিৰ্বাচনত সেইবাবেই চৰকাৰী চাকৰিয়ালে ভোট বিজেপিক নিদি কংগ্ৰেছত দিলে ।

  • @rongmaidasrongmaidas3530
    @rongmaidasrongmaidas353017 күн бұрын

    Agt luwa bure rehai pabone

  • @ditulhazarika4082
    @ditulhazarika408217 күн бұрын

    Oi bora toi bht misa koi koi mnuhok burbok monai thako kio mnuha sob bji pai misa mti thako bli

Келесі