A healthy breakfast and unique recipe with eggs। ভাপত দিয়া কণীৰ আঞ্জা । নাৰিকল দিয়া মুঠীয়া পিঠা ।
Фильм және анимация
We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- amargaon20?utm_...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam
Пікірлер: 54
বৰ ভাল লাগিল পাই ।
Bahut dhunia ❤
Apunar khadyabur dekhi khau khau lagise dei. Bor sundor hoise.
Dhuniya 👌👍
Val lagil
খুব ধুনীয়া উপস্থাপন ❤
Bohut bhal lagile video 2 sai
Bhut vl lage apunalokor video bur sai❤❤❤
Nice 👍👍👍
Bohut dhunia lagil baideu... Lajawab 👌😋😋😋😋
Bohut val lage apunar video sai baydeu
ভাপত দিয়া পিঠা কিতাপ লৈ লোভ লাগি গল , আৰু মায়ে বনাই খোৱাইছিলে , মনত পৰি গৈছে দেখুন, গৰুৰ গাখীৰ,ভাপতদিয়া পিঠা !! কি যে মজাআআআআআ
Emn dhunia poribekh❤❤❤❤❤hosakoi apunar video bur Sai bht vl lage😊😊😊😊
@amargaon3296
2 ай бұрын
💕💕🙏👍👍👍
Kot ase eman dhunia gaon khon jonabo sun
@amargaon3296
Ай бұрын
Charaideo district
Bohut val lage apunar video sai
বহুত সুন্দৰ
Excellent 👌❤
Baa apunak bohut bhal lage❤
এইয়া আমাৰ উজনি অসম
❤❤
জয় আই অসম
Moja
👌👍
😮
Didi mind blowing apke paribar ko bhagwan bahut khush rakhe love you miss u dear dadi all family iam from odisha Ghar 🙏😍🥰🥰🥰❤️❤️❤️😋😋😋💯🍫🍫🍫 didi apunar suali joni aru bhaiti naam too kii🎊🎊🎊🎉🎉🎉
ইমান সুন্দৰ মাটিৰে মুচিথোৱ পাকঘৰ ❤ সুন্দৰ কৈ বনালা ভাল লাগিল দেই ❤❤
@amargaon3296
Ай бұрын
Thankyou 🙏
Amr Dhunu Dhunu Maina
@amargaon3296
2 ай бұрын
👍👍👍🙏🙏🙏
বৰ সুন্দৰ হৈছে আমাৰ আপুৰুগীয়া থলুৱা নিভাছ গাঁৱলীয়া খাদ্যসমূহ এনেদৰে দেখিবলৈ পায় বৰ ভাল লাগে সুন্দৰ পদক্ষেপ, সুন্দৰ পৰিবেশন 👌👏👍
@amargaon3296
Ай бұрын
Dhanyawad apunaloi 🙏💕
Muku maaye khudhe.. Aiytai kiba koisile neki.. ❤
অকণমানি ক বৰ মৰম লাগিছে
Val ne bow.
Amar Gaon bor val lagil hosai thank you ❤❤❤
ইমান সৰু ছোৱালী জনি ইমান খাদ্য খায়
@mamilabhuuyan6391
Ай бұрын
খাইছে ভাল কথা তোৰ খোৱা নাই নহয়
Amar eyat anoka gaor poribekh nai aru 😢😢😢😢bor beya lage khei khunali din buro loi ghuri jabo mon jai vabi sali deha khir khirai jai o
Is it Plan rice or sticky rice flour
Baideo apunar original ghortu home tour dibosun,plz
Love from charaideo sapekhati ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💐💐💐💐💐💐💐💐💐💐💐❣️❣️❣️❣️❣️❣️❣️
@amargaon3296
2 ай бұрын
💕💕👍🙏🙏🙏
Kba briyani ba pulao vidoe ata anksum ...mza lgbo ...anw apnr video bur sai vlei lge
@Antony_Shamarjit_Lee
Ай бұрын
No. Don't need. অসমৰ থলুৱা খাদ্যৰ মাজত সেইবোৰ কিয় লাগে? জাতীয় আৰু থলুৱা খাদ্যৰে জিলিকি থাককচোন channel টো।
@reenaborah2423
Ай бұрын
👌👌👌❤❤❤
পিঠাগুৰি খিনি ভাত খোৱা চাউলৰ কেঁচা পিঠাগুৰি নে বৰা চাউলৰ? জনাবচোন