কঁঠাল মুচি চপ, ঢেঁকীয়া কনবিলাহি দাইল, কঁঠাল মুচি নাৰিকল মছলা ভাজি আৰু বহুতো । jackfruit special।
We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- amargaon20?utm_...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam
Пікірлер: 94
She is a proud chef of Assamese cuisine
স দাই আগোৱাই। পুৱা। তাকে। কামনা। কৰিলো
Bohut dinor murot apunalukar video homuh saisu bohut val lagil sai 💞🥰🤗👌👍
লোভেই লাগিছে দেহি
❤❤কঁঠাল পাচলি বৰ ভাল লাগে দেই
কঠালৰ মুচি খাবলৈ বৰ সোৱাদ বাইদেউ।।😋😋
Xundor, aji Kali enekoi bonua video khub Kom ❤ gaonliya poribekh 🌷✨
ভাল লাগিল ভিডিঅ'টো চাই।কঁঠালৰ মুচিৰ চপ আৰু নাৰিকল দি ৰন্ধা প্ৰথম দেখিছোঁ। ৰান্ধি খাব লাগিব।কনমানি দুটা লৈ বহুত মৰম যাচিলো ❤❤❤❤
Apunar video bur say kiba montu bohut hanti lage aru logote kiba kibi khau khau lagi thake 😅❤
Thank you for sharing so delicious recipes you made me nostalgic and made me remember mom
Bohut val laga apunr video sai❤
বহুত ধুনীয়া লাগিছে দে ❤❤❤❤❤❤
Bow apunar recipe video bur sai hosai bohut val laga
চপটো বৰ ভাল লাগিচে😊
Apunar video sai khbo mon nothoka manuh r o vuk lagi jai baidew
Bohut Tasty Recipe Bonaise Apuni 👌😋👍
আপোনা ভিডিঅ' বিলাক চাই বহুত ভাল লাগে
Bohut val Lage aapunar video Sai.❤
ইয়াৰ ধুনীয়া হৈছে ❤❤
Bhout Val Lage aibor video .... Keep rocking...