ভন্টি কেইজনীৰ লগত আজি হাঁহৰ মাংসৰে এসাঁজ । A day with sisters |

Фильм және анимация

We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- amargaon20?utm_...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle #villagecooking #ethnicfood #amargaon #villagekitchen

Пікірлер: 918

  • @nickvijay1224
    @nickvijay1224 Жыл бұрын

    বাইদেউ প্ৰসংশা নকৰাকৈ থাকিব নোৱাৰিলোঁ অতি সুন্দৰ....❤️❤️❤️

  • @pridejorhat4261
    @pridejorhat4261 Жыл бұрын

    জুইত বনোৱা হাঁহৰ মাংসৰ সোৱাদেই সুকীয়া, খুব ভাল লাগিল ভিডিঅটো চাই, কণমানি দুয়ো লৈকে বহুত বহুত মৰম জনালোঁ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো 🧡🧡🙏🙏🙏💕💕

  • @dimpusarma334
    @dimpusarma334 Жыл бұрын

    সুন্দৰ লাগিছে চাই। আমাৰ খাদ্য বোৰ বিনা মচলা ব্যৱহাৰ কৰি ৰান্ধে অথচ খাবলৈ সোৱাদ আৰু স্বাস্থ্য সন্মত হয়।

  • @jeshminakhatoon173
    @jeshminakhatoon173 Жыл бұрын

    Thanks to camera man who show the beauty of village, the green Paddy field, Assamese food and traditions... keep doing 👍... lots of love to all the entire team, from Guwahati 🙏

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Lots of thanks to you 👍👍🙏🧡🧡🙏🙏🙏

  • @pikumanisarania8781
    @pikumanisarania878110 ай бұрын

    Aponar video bur sai val lage baa 😘😘🥰🥰🤗❤❤‍🔥

  • @desshantdehingiablogs3426
    @desshantdehingiablogs3426 Жыл бұрын

    কি লিখিম ভাষা বিচাৰি পোৱা নাই। ইমান ধুনীয়া পৰিবেশ। এপাক মাৰি আহিবলে হে মন যায় ।বৰ ভাল লাগিল ভিদিঅ বোৰ চাই।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জনাইছোঁ 💕💕💞🙏🙏

  • @deepmaladevi3809
    @deepmaladevi3809 Жыл бұрын

    hahor mangkho bonus dekha pai mur bor bhal lagil baido. thank you very much

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💞💞💕💕💕🧡🧡🙏🙏🙏🙏🙏🙏

  • @travelwithbhrigu1609
    @travelwithbhrigu1609 Жыл бұрын

    ধুনীয়া লাগিছে ভিডিওবোৰ চাই

  • @dulalmorang487
    @dulalmorang487 Жыл бұрын

    এইয়াই হ,ল আমাৰ গাৱলীয়া জীৱন

  • @kareng3922
    @kareng3922 Жыл бұрын

    AMAR GAON পৰিয়ালৰ দীৰ্ঘায়ু কামনা কৰিলো..প্ৰকৃতিৰ সেউজীয়া খিনি অনন্য ৰূপত তুলি ধৰাৰ প্ৰয়াসকণ সুন্দৰ ভাৱে প্ৰষ্ফূতিত হৈছে।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou so much

  • @kajuvlogs9401
    @kajuvlogs9401 Жыл бұрын

    Hosake...bohut bohut val lagil....

  • @sampritycakecorner
    @sampritycakecorner Жыл бұрын

    হাঁহৰ মাংস দেখি ভোক লাগি গৈছে অ'।বৰ ধুনীয়া হৈছে।

  • @arupgowala7112
    @arupgowala7112 Жыл бұрын

    This channel gives me a lot of peace.💚💚

  • @jintusenapoti8924
    @jintusenapoti8924 Жыл бұрын

    সঁচা কৈ বোৰ সুন্দৰ, বৰ লুভনীয় কৈ বনাই আমাৰ থলুৱা খাদ্য বোৰ,আপোনাৰ হাতেৰে এখাজ খোৱাৰ হেপাহ থাকিল❤️আগুৱাই যাওঁক,তাকে কামনা কৰিলোঁ🙏

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💞💞🙏👍

  • @kankanroy3918
    @kankanroy3918 Жыл бұрын

    বাইদেউ আপোনাৰ video বৰ চাই সৰু কালৰ কথা বহুত মনত পৰে। অতি সুন্দৰ বাইদেউ

  • @apurbadas1929
    @apurbadas1929 Жыл бұрын

    বহুত ভাল লাগিল চাই বাইদেউ,, হাহঁ কোমোৰা পৰম্পৰা আমাৰ সমাজত,, জুইত সেকি বনোৱা হাহ মাংস সোৱাদেই সুকীয়া বাইদেউ।। ধুনীয়া বনাইছা বাইদেউ ।। লোভ সামৰিব নোৱাৰি আৰু।।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @parimitabordoloi8563
    @parimitabordoloi8563 Жыл бұрын

    অতি লোভনীয়😋🥰। থলুৱা খাদ্যৰ এনেধৰণৰ ভিডিঅ' বোৰৰ জৰিয়তে আমাৰ সংস্কৃতিটো অতি সুন্দৰকৈ দাঙি ধৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ🙏🥰।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ ইমান মৰম আৰু video বিলাক আদৰি লোৱা বাবে

  • @joshna7524
    @joshna7524 Жыл бұрын

    হাঁহৰ জ্বলা চাবজি খন দেখিয়েই জিভাৰ পানী পৰিছে😋😋😋😋

  • @BabuGogoi-vc1fl

    @BabuGogoi-vc1fl

    2 ай бұрын

    😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂 😂😂😂😂😂😂😂😂🎉😂😂😂😂😂😂😂😂

  • @llnm4891
    @llnm4891 Жыл бұрын

    Bahut. Testi. Banice. Mankha. Akitir. Hejia. Rup. Dekhi. Aru. Val. Lagice

  • @lakhyakonwar406
    @lakhyakonwar406 Жыл бұрын

    আপোনালোকৰ ঠাইখন যিদৰে ধুনীয়া,,,,,, মানুহবোৰো ধুনীয়া

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    ধন্যবাদ আপোনালৈ 🧡🧡🙏🙏

  • @theaccidentalbanker
    @theaccidentalbanker Жыл бұрын

    বহুত ধুনীয়া ।

  • @aradhyahazarika953
    @aradhyahazarika953 Жыл бұрын

    বৰ লোভ লগাকৈ হাহৰ মাংস বনাইছে 😋👌

  • @kochhazard7979
    @kochhazard7979 Жыл бұрын

    Ash colour r kurti pindha joni iman dhunia dekhat😍

  • @mouchumiphukan1009
    @mouchumiphukan100911 ай бұрын

    অতি সুন্দৰ বাইদেউ

  • @debasishburagohain5564
    @debasishburagohain5564 Жыл бұрын

    আইয়ো, কত বছৰৰ মূৰত বাঁহৰ 'চকা গাঁড়ী' খন দেখিলোঁ। সৰুতে দেউতাই কিমান যে বনাই দিছিল। বৰ ধুনীয়া হৈছে ভিদিও বোৰ দেই। বহুত বহুত ধন্যবাদ আৰু শুভকামনা। নিজৰ গাঁওখন দেখি থকা যেন পাওঁ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @bitubora7685
    @bitubora7685 Жыл бұрын

    আপোনালোকৰ থকা ঘৰ টো এদিন দেখুওৱাব চোন বাইদেউ

  • @mahadevray7524
    @mahadevray7524 Жыл бұрын

    বাইদেউ ভিদিওটু চাই ভালে‌ লাগিল,,,❤️❤️❤️

  • @imonbaruah3126
    @imonbaruah3126 Жыл бұрын

    বাইদেউ, অতি মনোৰম। সাক্ষাৎ মাঁ অন্নপূৰ্ণায়ে বাস কৰে। সেয়েহে আপোনাৰ সকলোবোৰ খাদ্য সম্ভাৰত সদায়েই কিছু নতুনত্ব পৰিলক্ষিত হয়। নমস্কাৰ জনাই ইমন....

  • @BlueSky-cu6dp
    @BlueSky-cu6dp Жыл бұрын

    ধুনীয়া, অপূৰ্ব্ব সুন্দৰতাৰে ভৰা পৰিবেশ আপোনাৰ গাওঁ খনৰ, কি নাম এই গাওঁৰ? জানিব পাৰিলে বহুত সুখী হলো হৈ | নগাঁওৰ পৰা মৰম যাচিলো...

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🙏 Borhat Charaideo district

  • @anushkachand4816
    @anushkachand4816 Жыл бұрын

    Beautiful video...with beautiful village 🥰❤️❤️❤️❤️❤️❤️❤️

  • @blacktarelovercinale3432
    @blacktarelovercinale3432 Жыл бұрын

    গাওঁ পৰিবেশটু ইমান ধুনীয়া

  • @trishnabora1368
    @trishnabora1368 Жыл бұрын

    ইমান ধুনীয়াকৈ বনাই আপুনি বৰ ভাল লাগে, গোলাঘাটৰ পৰা মৰম যাঁচিলো। ❤

  • @gyandipdas5089
    @gyandipdas5089 Жыл бұрын

    Luv lagi goise😋😋😋

  • @madhujyasonowal6715
    @madhujyasonowal6715 Жыл бұрын

    Bor bhall laga video bur saii agoloi oooo anakoii akha koruu cute 💕❤️

  • @dimpulnath7991
    @dimpulnath7991 Жыл бұрын

    Ai poribex sai monu mughdho hoisu gaor gos lota ful fol jolobaiu hokolubur bohut dhuniya

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou so much 🧡

  • @lizasworld2388
    @lizasworld2388 Жыл бұрын

    Apuni eman dhuniya bonai , sai thakile luv lagi jai. Changsarir pora morom jasilo

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Bahut bahut dhanyawad 🧡🧡🙏💕💕🙏🙏🙏

  • @dipankardas9732
    @dipankardas9732 Жыл бұрын

    হাঁহ আৰু লগত কুমুৰা ... এই জুতি খোৱাদ ই বেলেগ ।। 🥰

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Right 💕💕🙏💞💞🙏🙏🙏🙏

  • @KaSiYali
    @KaSiYali Жыл бұрын

    আপোনালোকৰ সাধনা মানিব লাগিব।এই চেষ্টা সদায়ৰ বাবে থাকক।ভাল হওক অন্তৰৰ পৰা কৈছোঁ।

  • @upamadeka1592
    @upamadeka1592 Жыл бұрын

    আপোনাৰ ৰন্ধন প্ৰণালী বোৰ আনত কে বহুত শুকিয়া।

  • @himanshuborah8454
    @himanshuborah8454 Жыл бұрын

    This is called pure ethnic food❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    👍👍🧡🙏🙏💕

  • @LipikaGogoi
    @LipikaGogoi Жыл бұрын

    তোমাৰ গাত কিবা দৈবিক শক্তি থকাৰ দৰে মই সদায় আকৰ্ষিত হওঁ

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🥰🥰🥰🥰🙏🙏🙏🙏🙏

  • @nilakshiborahkalita1901
    @nilakshiborahkalita1901 Жыл бұрын

    হাহঁৰ লগত কোমোৰাৰ মাসং দেখি ইমান লোভ লাগিল

  • @user-zi6cz4jl9z
    @user-zi6cz4jl9z10 ай бұрын

    Apunar hatere bonuwa aber kaboloi Nishy ahim ❤❤❤

  • @manalishadas2421
    @manalishadas2421 Жыл бұрын

    বা আপোনালোকৰ ভিডিঅ চালে মোৰ চিনেমা চোৱা যেন লাগে❤😍 ইমানেই বেছি ভাল লাগে আপোনালোকৰ ভিডিঅ বোৰ চাই ☺ গাঁৱলীয়া পৰিৱেশ বহুত বেছি ভাল লাগে মোৰ 😍💚

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💞💞🙏🙏🙏🙏thank you so much 💕🙏🙏🙏

  • @MoonmoonHiloidharifulbright
    @MoonmoonHiloidharifulbright Жыл бұрын

    Thank you for bringing core of Assamese tradition to us. Many may be surprise to know that Haah-kumura is the best combination…would love to see something on haah-rongalau, haah-koldil in the future.

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thank you so much 💕, yes , sure

  • @sabitagogoi2660
    @sabitagogoi2660 Жыл бұрын

    হাহঁৰ লগত কুমুৰা খোৱা সোৱাদে বেলেগ ভাল লাগিল 😊❤️❤️❤️

  • @bedantagoswami649
    @bedantagoswami649 Жыл бұрын

    The lady is so confident and self assured o her actions it's wonderful

  • @hemantaborah1430
    @hemantaborah1430 Жыл бұрын

    Happy biswakuma poja amazing video☺☺☺ 😋😋👍👍👍👍

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Happy puja, 🙏🙏🙏💕💕💕💕

  • @mrinmoyeephukan8514
    @mrinmoyeephukan8514 Жыл бұрын

    সঁচাকৈয়ে ৰূপহী আপোনালোকৰ গাঁওখন ॥ হাঁহ কোমোৰাৰ ব্যঞ্জন খন বৰ লোভনীয় হৈছে ॥ আপুনি বৰ পাকৈত ৰান্ধনি দেই

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জনাইছোঁ 💕💕🙏💞💞🙏

  • @bornalidhalua3967
    @bornalidhalua39679 ай бұрын

    GAON KHON BOHUT DHUNIYA DEI.RECEIPIE TU U BHAL LAGISE

  • @himantagogoi2028
    @himantagogoi2028 Жыл бұрын

    Sai bhut bhl lagil

  • @manojpegu4065
    @manojpegu4065 Жыл бұрын

    নিভাঁজ অসমীয়া চহা জীৱনৰ ভিডিঅ'....❤️ ভাল লাগিল 👍

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🧡🧡🙏🙏🙏🙏

  • @monkthelush
    @monkthelush Жыл бұрын

    Ki je bhal production quality! Proud of you guys!

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🙏🙏🙏🙏thanks a lot

  • @pallavirajkhowa9940
    @pallavirajkhowa9940 Жыл бұрын

    Baido apuni annapoorna.....bohut dhuniya apunar poribekhon

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💞💞💞💕💕🙏🙏🙏

  • @Ronaldo-mp5mj
    @Ronaldo-mp5mj Жыл бұрын

    Bor dhunia lagil dei. Video Tu sai kiney

  • @arikulzaman1512
    @arikulzaman1512 Жыл бұрын

    Baido dhunia keep it up

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🧡🧡💕💕🙏🙏🙏🙏

  • @jodubora5940
    @jodubora5940 Жыл бұрын

    Mja baideu love from Bangalore

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🧡🧡🙏🙏

  • @mousumigogoi772
    @mousumigogoi772 Жыл бұрын

    Dekhi khaw khaw lgise .bhut dhuniya bnise ..testy ❣️from dibrugarh

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💕💕💞💞💞🧡🧡🙏🙏

  • @Harshitapriyam285
    @Harshitapriyam285 Жыл бұрын

    Vl lagil bahut

  • @jagabandhudas3397
    @jagabandhudas3397 Жыл бұрын

    Mojja..

  • @nipuchetia2630
    @nipuchetia2630 Жыл бұрын

    Woooo ❤️🖤

  • @bondorobasomia8584
    @bondorobasomia8584 Жыл бұрын

    সুন্দৰ ,অতি সুন্দৰ

  • @biswajitbordoloi4365
    @biswajitbordoloi4365 Жыл бұрын

    সুন্দৰ আপোনালোকৰ গাঁৱৰ পৰিবেশ আৰু আপোনাৰ পাকঘৰত ৰন্ধা সুন্দৰ সুন্দৰ ব্যঞ্জন ভাল লাগিছে চাই ভিডিঅ' বোৰ । আপোনালোকৰ গাঁৱ খন চাবলৈ আৰু আপোনাৰ পাকঘৰৰ ভাত এসাঁজ খাবলৈ হে মন আছে ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @biswajitbordoloi4365

    @biswajitbordoloi4365

    Жыл бұрын

    @@amargaon3296 🙏🙏🙏

  • @misspriyagaming293
    @misspriyagaming293 Жыл бұрын

    Happy biswakuma puja hokolure mog gol houk 💕💕💕

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Happy biswakorma puja

  • @misspriyagaming293

    @misspriyagaming293

    Жыл бұрын

    @@amargaon3296 ধন্যবাদ 🥰🥰

  • @sanjayboruah7914
    @sanjayboruah7914 Жыл бұрын

    In a very near future your entire team work will pay off one day. We as a subscriber are waiting for that auspicious day when we will get a video of celebration from Amar Gaon team. Hatch of Mam for unic video planning.

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou so much 🧡🧡🙏

  • @jhongogoi1860
    @jhongogoi1860 Жыл бұрын

    moza... 👌

  • @ridipborah5368
    @ridipborah5368 Жыл бұрын

    Ehh mojja. Ketiake kobo nuarim edin pise aahim khaboloi tumar hatot gahori aaru haanh khaboloi..👍👍

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    😊😊😊😊😊🙏🙏🙏🙏👍👍👍👍

  • @lakhyajitphotography9092
    @lakhyajitphotography9092 Жыл бұрын

    Always favorite.... Cinematography excellent 👌💕 Concept ❤️❤️ Love from Tezpur (jamugurihat)

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    , thankyou so much 🧡🧡🙏

  • @iwillwin3788
    @iwillwin3788 Жыл бұрын

    Ma'am, all your videos give immense pleasure....Such a beautiful depiction of a village soothes the eyes💗. It's truly admirable। আপোনাৰ এগৰাকী ভন্টি Kaziranga University ত পঢ়িছিল নেকি? তেওঁক চিনি পাইছো যেন লাগিছে।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou so much 🧡, yes u r right

  • @susangitaDevichetia
    @susangitaDevichetia Жыл бұрын

    আটাইটকৈ বেছি ভাল লগা মাংস বিধ ইমান সুন্দৰ কৈ ৰান্ধিছে। জিভাৰ পানী কিন্তু পৰিছে দেই 🤤🤤 । ইমান ধুনীয়া এটা পৰিৱেশ।

  • @meghaligogoiborah7973
    @meghaligogoiborah7973 Жыл бұрын

    দেখি লোভ লাগি গ ল ।হাহঁ আৰু কোমোৰা মোৰ প্ৰিয় ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🧡🧡🙏🙏🙏🙏

  • @indiangamer3672
    @indiangamer3672 Жыл бұрын

    Khub dhuniya🥰😍❤️❤️❤️

  • @adgh346

    @adgh346

    Жыл бұрын

    ❤❤❤❤❤❤👍👍👍👍😭😭❤❤ ◢💙◣ ◢💖◣ 💙💙💙◣ ◢💖💖💖 ◥💙💙💙💖💖💖◤ ◥💙💙💖💖◤ ◥💙💖◤ ◥ ◤ ◢💙◣ ◢💖◣ 💙💙💙◣ ◢💖💖💖 ◥💙💙💙💖💖💖◤ ◥💙💙💖💖◤ ◥💙💖◤ ◥ ◤ ☁☁☁☁☁☁☁ ☁❤❤☁❤❤☁ ❤❤❤❤❤❤❤ ❤❤❤❤❤❤❤ ❤❤❤❤❤❤❤ ☁❤❤❤❤❤☁ ☁☁❤❤❤☁☁ ☁☁☁❤☁☁☁ 。 / 🌟。/ / ☁ / ( +🌟 \ ☁☁。 \ ☁ ) / 🌟。 / ☁ / ( +🌟 ❤ \😄/ 👗 | | 🐑🐑 🍃🍃🍃🍃🍃🍃🍃🍃 🌒🌓🌔🌕🌖🌗🌘 🌙❤❤🌙❤❤🌙 ❤💓💓❤💓💓❤ ❤💓💓💓💓💓❤ 🌙❤💓💓💓❤🌙 🌙🌙❤💓❤🌙🌙 🌙🌙🌙❤🌙🌙🌙 🌒🌓🌔🌕🌖🌗🌘

  • @basantaallmixvideos1634
    @basantaallmixvideos1634 Жыл бұрын

    Beautiful ❤️❤️❤️

  • @arunjyotihazarika3407
    @arunjyotihazarika3407 Жыл бұрын

    Imman dhunia lagise... Bohut bohut dhonyobaad baidew... Iman hotej gowoliya poribekh ata dekhua babe aru apunar ghor khn bht val lage kiba jen bht haantimoy lage ghorkhn... Anedore vdo di thakibo xuvessa thakil apunaloi

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Bahut bahut dhanyawad gyapon korisu 🙏💕🧡🧡

  • @dhimangoswami7093
    @dhimangoswami7093 Жыл бұрын

    বৰ ভাল লাগিল বও আৰু ভৱিষ্যতলে লগ পোৱা আশা কৰিলো।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💞💞🙏🙏🙏🙏

  • @Dhemajirsampriti
    @Dhemajirsampriti Жыл бұрын

    My favorite youtube channel ❤️ Thanks for always sharing such videos for all the foodies 😍 I have learn many new ethnic and traditional food items, which are very healthy and good for our health. Congratulations to each and every team member of AMAR GAON ❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou 🙏🙏🙏💕

  • @likiphukan1863
    @likiphukan1863 Жыл бұрын

    হাঁহ প্ৰিয় মোৰ ❤️

  • @realmotivation680
    @realmotivation680 Жыл бұрын

    অসম আমাৰ ৰূপহী গুণৰো শেষ নাই। উফ্ আৱহ সংগীত অপূৰ্ব।বাকী ভিডিঅ’ কথা ক'বই নালাগে আৰু।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🧡🧡🧡🧡💞💞💞💞

  • @randeepsaikia2554
    @randeepsaikia2554 Жыл бұрын

    বাহ: কি সুন্দৰ। একদম জীভাৰ পানী পৰি গৈছে...!

  • @LGCreation550
    @LGCreation550 Жыл бұрын

    Woww

  • @aakul8736
    @aakul8736 Жыл бұрын

    hats off to you all..... whenever I watch ur vdos it's so peaceful totally gives me vive of village life..❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thanks

  • @abhijitchetia2507
    @abhijitchetia2507 Жыл бұрын

    Hundur video

  • @mainuphukan5182
    @mainuphukan5182 Жыл бұрын

    বৰ লোভনীয় আঞ্জা বনাইছে, দেখিয়েই খাওঁ খাওঁ লাগিছে।

  • @assamesevlogjuri6675
    @assamesevlogjuri6675 Жыл бұрын

    হাহটো ইমান ধুনীয়াকৈ কাটিলা বহুত ভাল লাগিল

  • @Drawaswell
    @Drawaswell Жыл бұрын

    Ba apunar channel or sobokey salute background village scene aru apunar ranna ki bhal saleymane montu bohut Shanti pao bhonti nanand gharot ahelei ki mojja hoi ne ba

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🙏🙏👍👍💞💞

  • @adgh346

    @adgh346

    Жыл бұрын

    @@amargaon3296 ❤❤❤❤❤❤❤🤟🤟🤟👍🙏 ◢💙◣ ◢💖◣ 💙💙💙◣ ◢💖💖💖 ◥💙💙💙💖💖💖◤ ◥💙💙💖💖◤ ◥💙💖◤ ◥ ◤ ◢💙◣ ◢💖◣ 💙💙💙◣ ◢💖💖💖 ◥💙💙💙💖💖💖◤ ◥💙💙💖💖◤ ◥💙💖◤ ◥ ◤ 🌒🌓🌔🌕🌖🌗🌘 🌙❤❤🌙❤❤🌙 ❤💓💓❤💓💓❤ ❤💓💓💓💓💓❤ 🌙❤💓💓💓❤🌙 🌙🌙❤💓❤🌙🌙 🌙🌙🌙❤🌙🌙🌙 🌒🌓🌔🌕🌖🌗🌘 🌒🌓🌔🌕🌖🌗🌘 🌙❤❤🌙❤❤🌙 ❤💓💓❤💓💓❤ ❤💓💓💓💓💓❤ 🌙❤💓💓💓❤🌙 🌙🌙❤💓❤🌙🌙 🌙🌙🌙❤🌙🌙🌙 🌒🌓🌔🌕🌖🌗🌘 ⠀ 💝💝 💝💝 💝🍡🍡💝🍡🍡💝 💝🍡🍡🍡🍡🍡💝 💝 Miss you! 💝 💝🍡🍡🍡💝 💝🍡💝 💝

  • @jyotismabharali1830
    @jyotismabharali1830 Жыл бұрын

    birat dhuniya,, unlimited

  • @ratnasaikia9512
    @ratnasaikia9512 Жыл бұрын

    Duniya lage apunar video bur sai 😍😍😍😍

  • @bhaiamguri237
    @bhaiamguri237 Жыл бұрын

    Great teamwork , excellent videography , content , quality , all superb . But according to such like me , every video is too oo long , longr longest , everyone had no so much time to watch , thanking you nd everyone

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou so much, youtube t dighol koi diya hoi , FACEBOOK t suti koi , Karon kisumane dighol koi bisare aru kisumane suti koi,

  • @jintimonideka4254
    @jintimonideka4254 Жыл бұрын

    Khabo mon goicay ,🤤🤤🤤

  • @HiteshKumar-bu4ln

    @HiteshKumar-bu4ln

    5 ай бұрын

    Ahi jua koliza

  • @dipjyotimedhi7331
    @dipjyotimedhi7331 Жыл бұрын

    Video kora jonok salute ❣️❣️❣️

  • @darkking9352
    @darkking9352 Жыл бұрын

    Bahut badiya lagise, Love fm vishakhapatnam

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💞💞🧡🧡🧡🧡

  • @shilpikiran9391
    @shilpikiran9391 Жыл бұрын

    Aponar Nila rangar kurti pindha vontyjoni kamt kaji😊😊Val lgile videoto to sai.

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💕💕💕💞💞🙏🙏🙏🙏🙏🙏 thankyou 🙏

  • @rimuboro5104
    @rimuboro5104 Жыл бұрын

    Mojja Baideu Khub Tasty aru Luv Loga Recipe 👍🔥👌... Khundor Video ❤️ Apunar Bhonti Hotok Bohu dinor Pisot Dekhilu...

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Hoi, bahirot asil, ghoroloi ahil

  • @pallabisarma7474

    @pallabisarma7474

    Жыл бұрын

    Ppp0000p9pp

  • @adgh346

    @adgh346

    Жыл бұрын

    @@amargaon3296 ❤❤❤❤❤❤❤😭😭😭😭😭😭😭 ◢💙◣ ◢💖◣ 💙💙💙◣ ◢💖💖💖 ◥💙💙💙💖💖💖◤ ◥💙💙💖💖◤ ◥💙💖◤ ◥ ◤ ◢💙◣ ◢💖◣ 💙💙💙◣ ◢💖💖💖 ◥💙💙💙💖💖💖◤ ◥💙💙💖💖◤ ◥💙💖◤ ◥ ◤ 🌒🌓🌔🌕🌖🌗🌘 🌙❤❤🌙❤❤🌙 ❤💓💓❤💓💓❤ ❤💓💓💓💓💓❤ 🌙❤💓💓💓❤🌙 🌙🌙❤💓❤🌙🌙 🌙🌙🌙❤🌙🌙🌙 🌒🌓🌔🌕🌖🌗🌘 🌒🌓🌔🌕🌖🌗🌘 🌙❤❤🌙❤❤🌙 ❤💓💓❤💓💓❤ ❤💓💓💓💓💓❤ 🌙❤💓💓💓❤🌙 🌙🌙❤💓❤🌙🌙 🌙🌙🌙❤🌙🌙🌙 🌒🌓🌔🌕🌖🌗🌘 ⠀ 💝💝 💝💝 💝🍡🍡💝🍡🍡💝 💝🍡🍡🍡🍡🍡💝 💝 Miss you! 💝 💝🍡🍡🍡💝 💝🍡💝 💝

  • @sikhamaniseel1750
    @sikhamaniseel1750 Жыл бұрын

    Bht vl lagil vdieo tu❤️akha kru apunaloke bht aguwai joyok.khodai amk ankwa vl vl vdieo jate dbo pare 😘apunalokor team tuk bht bht mrm jasilu ❤️❤️.

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Bahut bahut dhanyawad gyapon korisu iman morom di ahar babe

  • @tabudutta3983
    @tabudutta3983 Жыл бұрын

    Bohut val lagel bo apunar hator vat khabo mon asa kintu

  • @karabidevi4621
    @karabidevi4621 Жыл бұрын

    Happy Biswakorma puja baa..🥰aji hahor mankho khaise nki???

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    U too , thankyou 🙏

  • @dipakonwarlahkar6467
    @dipakonwarlahkar6467 Жыл бұрын

    ইমান ডাঙৰ হাঁহটো ৫০০ টকাতে পালে

  • @karabisaikia1737
    @karabisaikia1737 Жыл бұрын

    Bhut bhl lgil vidio tu sai khuri ...

  • @joyshreeborah9755
    @joyshreeborah9755 Жыл бұрын

    Ajir video 2 Val lagil,,,,,

  • @sultanabegum1790
    @sultanabegum1790 Жыл бұрын

    Hi.

Келесі