কুকুৰা মাংস আজি তিল আৰু কলডিলৰ লগত । chicken recipe village style ।

We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- amargaon20?utm_...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam

Пікірлер: 269

  • @Swasmitaskitchen
    @Swasmitaskitchen Жыл бұрын

    ভাল লাগিলে ❤❤❤❤❤❤

  • @anganwadivideoassam1028
    @anganwadivideoassam1028 Жыл бұрын

    বৰ ধুনীয়াকৈ বনাইছে , ইমান সুন্দৰকৈ ভিডিঅ' বোৰ বনায় ,বহুত বহুত ভাল লাগিল ❤️❤️❤️

  • @minasubba3263
    @minasubba3263

    অতি সুন্দৰ প্ৰদৰ্শন আৰু শান্তিৰ পৰিৱেশ গাঁও খন ভাল লাগে আমিও এদিন যাম‌ বনাই খুৱাৱ ভাল লাগে খাদ্য বোৰ

  • @kashmiriscreation6929
    @kashmiriscreation6929 Жыл бұрын

    পৰিবেশ,খাদ্য পৰিবেশন ,ৰন্ধন শৈলী ,পৰিপাতি লগতে উপস্থাপন অতি সুন্দৰ।নিভাঁজ গাঁওৰ সুষম আহাৰ ইয়াকে কয়।❤❤

  • @prasantagoswami1477
    @prasantagoswami1477 Жыл бұрын

    আপোনাৰ ৰন্ধা দেখি দেখি মোৰও ৰন্ধাৰ প্ৰতি interest লাগি গৈছে।চজিনা পাত খাব লাগে ঠিকেই, কিন্তু খোৱাহে নহয়গৈ। এনেকৈ ডাইলতে দি

  • @himakshineog3080
    @himakshineog3080 Жыл бұрын

    খুউব সুন্দৰ, আকৌ নতুন নতুন ভিডিঅ' পোৱাৰ আশা থাকিল

  • @himangshusonowal4350
    @himangshusonowal4350 Жыл бұрын

    ইমান সুন্দৰ পৰিবেশ। থলুৱা খাদ্য খাবলৈ

  • @dulumoni4389
    @dulumoni4389 Жыл бұрын

    উফ কি যে লোভনীয় ।।।বাইদেউৰ ৰন্ধন প্ৰণালী এনেও সুকীয়া ।❤

  • @debasishgohain9411
    @debasishgohain9411 Жыл бұрын

    আপোনাৰ video চাই ভাল লাগে বাইদেউ।

  • @desshantdehingiablogs3426
    @desshantdehingiablogs3426 Жыл бұрын

    Jodi viewers bahise KZread pora income korise pare jodi olop dukhia manuhot hohai koribole sesta koribo...dhainaybad...

  • @duttasewali4693
    @duttasewali4693 Жыл бұрын

    Khub hundor

  • @gitanjalojahdas8273
    @gitanjalojahdas8273 Жыл бұрын

    এনেকুৱা গাওঁৰ ঘৰ গাওঁৰ পৰিবেশত এসাঁজ খাবলৈ বিৰাট মন যায়

  • @jenibarman6283
    @jenibarman6283 Жыл бұрын

    গাঁওখনৰ নামটো জনাবচোন, ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ❤❤

  • @karishmagogoi555
    @karishmagogoi555 Жыл бұрын

    Dhuniya video

  • @sujitborah598
    @sujitborah598 Жыл бұрын

    সুন্দৰ বনাইছে বাইদেউ।

  • @dipuborah3031
    @dipuborah3031 Жыл бұрын

    আমাৰ অসমীয়া সমাজৰ হেৰাই যাব খোজা থলুৱা আহাৰ , সঁচাকৈয়ে ইমান ভাল লাগে আপোনাৰ ভিডিঅ বিলাক ,আপুনি ৰাইজক অলপ হলেও বুজাই দিছে যে এইবিলাক খাদ্যৰে আমাৰ শৰীৰৰ বেমাৰৰ কাৰনে কিমান উপকাৰী,কিন্তু আজিকালি এইবিলাক খাদ্য মানুহে খাবলৈ এৰি দিছে,বজাৰৰ দৰব দিয়া শাক পাচলি আমাৰ শৰীৰৰ কাৰনে কিমান ভয়ানক , তাতে আপুনি মাটি কেৰাহীত বনোৱা খাদ্য , মাটিত বহি আহাৰ খোৱা সচাঁকৈয়ে কবলৈ ভষা নাই ,কিন্তু এটা কথা ভিডিঅ কৰি থাকোতে অলপ কথাখিনি হাঁহি কবচোন আৰু ভল লাগিব 🍅🍅🍅

  • @saurovgogoi6908
    @saurovgogoi6908 Жыл бұрын

    God bless you for giving me peace.

  • @simantahatibaruah9792
    @simantahatibaruah9792 Жыл бұрын

    সুন্দৰ হৈছে ব্যঞ্জন বিলাক। সুন্দৰ থলুৱা অসমীয়া খাদ্য সম্ভাৰ।❤❤❤❤❤from Hyedrabad Telengana

  • @PriyadorshoniBoruah
    @PriyadorshoniBoruah Жыл бұрын

    আপোনাৰ বনোৱা বোৰ চাই বৰ ভাল লাগে

  • @amlanboruah5308
    @amlanboruah5308 Жыл бұрын

    একদম খাঁটি অসমীয়া খাদ্য ❤

Келесі