জাকৈ মাৰি ধৰা শিঙি - গৰৈ চিৰিকা মাছেৰে আজি তৃপ্তিৰে এসাঁজ । কুজি ঠেকেৰাৰ লগত শিঙি মাছৰ জোল |

আজিৰ video টোত আছে ...
কুজি ঠেকেৰাৰ লগত শিঙি মাছৰ জোল.
গৰৈ চিৰিকাৰ ভাজা.
স্কোৱাছ গাজৰৰ ভাজি...
আৰু বহুতো....
We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- amargaon20?utm_...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam

Пікірлер: 235

  • @Anju9
    @Anju9

    Ki kom aru eman dhuniyakoi vdo tu prostut kori amaloi agborhai diyar babe thanQ,,, enekuwa eta poribex okonmani keitak diyar babe bor vl palu dei,,,,jantrikotar dinotu emn dhuniya eta poribexioloi amak loijuwar babe 🙏🙏🙏,,,khadya xomuhor kotha tu koi xeh kribo nuwaru 👌👌👌👌

  • @anirbandutta2051
    @anirbandutta2051

    ki j tripti lgse vdeo tu sabole ooooo

  • @smilegirl4545
    @smilegirl4545

    Hkoluye mur channel kon morom koribason🥰💝🤲🤝

  • @PrashantaDekarajaDekaraj-vj9jl
    @PrashantaDekarajaDekaraj-vj9jl

    Gaon poribekh dore kunu paribekhe habor nuare.

  • @rimaahmed9000
    @rimaahmed9000

    Bhut duniya hoise dekhibole....khabole tu ru khuad hbo sage....nuhu joni borom loga...iman dhuniyake ktha koi tai.... Moi aikaidin vedio sabo a pua nasilu apunar... Mur o baby boy eta delivery hoise 15 din hol... Jonmo hoi a bemar o gol olp.... Akhirbad koribo baidw jate kesua tu vale thake hodai..😊

  • @santanumusical2002
    @santanumusical2002

    Goroi puri xai mzahhh lage....❤❤❤❤xub xundor k apunaluke video prostut kore....aru ag brhi jaok... Goroi mas tur English name 2 nidile... snake head fish buli koi😊

  • @DimpiBordoloi-jl1pq
    @DimpiBordoloi-jl1pq

    Ratipuar breakfast , jolpan , pitha recipe dibo sun 😊 video tu Sai vl lagile ❤️🤤

  • @DimpiBordoloi-jl1pq
    @DimpiBordoloi-jl1pq

    Ratipuar breakfast , jolpan , pitha recipe dibo sun 😊 video tu Sai vl lagile ❤️🤤

  • @ParismitaKonwar-hl8tt
    @ParismitaKonwar-hl8tt

    Baa moi aibar tumar ghorot akahj khbo jam dei

  • @akterali4355
    @akterali4355

    Baa apunalokor asol ghor khon dekhabo sun plz

  • @pujasarkar6173
    @pujasarkar6173

    আপোনাৰ লোকৰ ইমান ধুনীয়া খাদ্য দেখি সঁচাই বহুত ভাল লাগে আজি ৰৱ নোৱাৰিলো ..অনেক খাদ্য দেখি 😍আৰু পৰকৰ ভিদিঅ দি থাকিব

  • @user-yk2ud1zi5g
    @user-yk2ud1zi5g

    বৰ ধুনীয়া বনায় আপোনাৰ খানাৰ সেৱাদ লৱ মন যায়

  • @dipakmudoi389
    @dipakmudoi389

    এনেকুৱা লাগে আপোনালোকৰ video বিলাক চাই যেন সাসাই আমি অসমীয়া বুলি গৌৰৱ অনুভৱ কৰোঁ কাৰণ আপোনা লোকৰ গাঁৱৰ পৰিশ টো সঁছাই বহুত ধুনীয়া আৰু আপোনাৰ ৰন্ধা পদ্ধতি বোৰ টো আন কোনেও দিব নোৱাৰে ।

  • @tribenisaikia5386
    @tribenisaikia5386

    বহুত ধুনীয়া লাগিল ভিডিওটো চাই দেই 👌👌👌👌👌👌👌👌👌👌

  • @user-vj2kb1sb8k
    @user-vj2kb1sb8k

    বাহ , ইমান ধুনীয়া ... মাছ মাৰি সঁচাকৈ কব নোৱাৰা আনন্দ লাগে ❤

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622

    একদম মজা দেই। জাকৈৰ মাছ দেখি গাঁৱলৈহে মনত পৰি আছে। সেইবোৰ সময়, সেইবোৰ দিনৰ মধুৰ স্মৃতি আপোনাৰ জাকৈ মৰা দৃশ্যই আকৌ সোঁৱৰাই দিলে। বহুতেই সুন্দৰ গাঁৱৰ দৃশ্য।

  • @nikhitagogoi6795
    @nikhitagogoi6795

    গাঁওৰ সুন্দৰ পৰিবেশত পৰিয়ালটোৱে একেলগে বহি খোৱাৰ মজা এ বেলেগ।

  • @ranubarman857
    @ranubarman857

    অতি সুন্দৰ কৈ ৰান্ধিছা ইমান কস্ত কৰিব পাৰা তোমি মানিছো দেই 👌❤️❤️❤️❤️

  • @hirakjyotikalita9292
    @hirakjyotikalita9292

    Bhut Val lagay apunar vedio bilak Sai👍🏻👍🏻👍🏻

  • @kashmirisarmah1102
    @kashmirisarmah1102

    সুন্দৰ বহুত ভাল লাগিল

Келесі