'ৰেন মৌ'ত আইচেংফাৰ স'তে 'কুকি'ৰ প্রযোজক ড: জোনমণি দেৱী খাউণ্ড আৰু অভিনেত্রী ৰিতিছা খাউণ্ড

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Jintu Kumar, Vedant
Make-Up - Binita Das

Пікірлер: 28

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil70696 күн бұрын

    "কুকি" খন চাইছো বহুত ভাল লাগিছে। কাহিনী বহুত সুন্দৰ, মন চুই যোৱা। সকলোৱে চাব লাগে। চাই থাকোতে অসমীয়া চিনেমা চাই থকা যেন লাগে । হিন্দি চিনেমা যদিও মাজে মাজে অসমীয়া কথাও শুনা যায় । বহুত ভাল চিনেমা , বহুত ভাল হৈছে । 👍👍👍

  • @DIPTIHAZARIKA_
    @DIPTIHAZARIKA_7 күн бұрын

    খুউব সুন্দৰ হৈছে কুকী খন। সকলোৱেই চাব লাগে । চিনেমা হল নোপোৱাৰ কথাটো সচাঁই খুউব দুখৰ কথা

  • @mamonidevi617
    @mamonidevi6177 күн бұрын

    Xochakoi cham Riticha tumak morom aru xubhesea jonalu Mak sardha jonalu Aichengfak morom dilu❤

  • @mayuribaruah571
    @mayuribaruah5717 күн бұрын

    জোনমণি দেৱী খাউণ্ড বাইদেউলৈ অভিনন্দন জনালোঁ ৷ চিনেমাখন চাম নিশ্চয় ৷

  • @LakhiPrasadSaikia-uq9df
    @LakhiPrasadSaikia-uq9df7 күн бұрын

    মোৰ ভাল লাগে junmoni khaund বাইদেউৰ কথা বতৰা বাইদেউ সঁচাই নিজৰ ব্যক্তিত্ব বাবে জনপ্ৰিয় আৰু বাইদেউ কন্যালৈ শুভকামনা থাকিল ছবি খন সফল হওক।

  • @junmonigohain16
    @junmonigohain167 күн бұрын

    কুকিলৈ শুভেচ্ছা জনালোঁ ❤️

  • @manishadeka6600
    @manishadeka66006 күн бұрын

    বা,আজি চালো।সদায় নতুন নতুন চিন্তাৰ খোৰাক দিয়ে আপোনাৰ অনুষ্ঠানে।আজি অকণমান আবেগিক হ'লো😢।চিনেমাখনৰ কাহিনীটো ৰিতিছাৰ মুখত শুনি ।বা,আমি মঙলদৈৰ হলত গৈ বহুদিন চিনেমা চাব নেপাই ঘুৰি আহিছো।দৰ্শক কম হ'লে চ' নকৰে তেওঁ‌লোকে।এইটো বৰ পৰিতাপৰ কথা। ভাল পালো খণ্ডটি চায়।"যাত্ৰা"ৰ যাত্ৰা অব্যাহত থাকক।যাত্ৰাপাৰ্টি কুশলে থাকক।মোৰ অতি মৰমৰ আইচেংফা বা কুশলে থাকক❤️❤️❤️❤️

  • @swarnabhajani6884
    @swarnabhajani68847 күн бұрын

    প্ৰয়োজনীয় আলোচনা। কিন্তু দুখৰ বিষয় যে প্ৰশ্নবোৰ যেন উত্তৰবিহীন । সমাজখন যেন নিৰ্বিকাৰ হৈ গৈছে এই বিষয়বোৰৰ প্ৰতি। ৰিতিষাৰ ভাল হওক।

  • @Danirojasfc6
    @Danirojasfc62 күн бұрын

    নিশ্চয়েই চাম।😊

  • @user-wv5eh9mw2g
    @user-wv5eh9mw2g6 күн бұрын

    Brave lady. Dont stop. Tq jatra

  • @malamanibaruah3524
    @malamanibaruah35247 күн бұрын

    Ritisha is so sweet

  • @sikhadutta6493
    @sikhadutta64934 күн бұрын

    অভিনন্দন জনালো বাইদেউ

  • @user-jx9uu7lx4u
    @user-jx9uu7lx4u7 күн бұрын

    Val lagise❤️ first comment ☺️

  • @aadivlogs4679
    @aadivlogs46797 күн бұрын

    Good luck😊

  • @user-to7pu2fu1b
    @user-to7pu2fu1b5 күн бұрын

    অভিনন্দন জনালো 🙏

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc4 күн бұрын

    খুব ভাল লাগিল কথোপকথন অনুষ্ঠাটো চাই। কথাবোৰ শুনি চিনেমা খন যে খুব সুন্দৰ হৈছে অনুমান কৰিব পাৰিছো।এটা কথাত দুখ লাগিছে অসমৰ বাহিৰত চিনেমা খন ইমান সুন্দৰ কৈ আদৰি লৈছে কিন্তু অসমত লোৱা নাই। বিশেষকৈ তেওঁ আমাৰ যোৰহাটৰ গৌৰৱ কিন্তু যোৰহাট বাসিয়ে চিনেমাখন চাবলৈ পোৱা নাই।ইনণ্ডাষ্টিৰ ভিতৰ চৰাত কি হৈ আছে নাজানো,অসমীয়াই অসমীয়াক আগবাঢ়ি যাবলৈ সুবিধা দিব লাগে। আইচেংফাক বহুত বহুত ধন্যবাদ এই কথাবোৰ পোহৰলৈ আহিব লাগে 🙏🙏

  • @NIRI9
    @NIRI96 күн бұрын

    Thank you 🙏🏼

  • @nuramin8682
    @nuramin86826 күн бұрын

    There is KOOKI everywhere

  • @biswaxnokoribo2172
    @biswaxnokoribo21724 күн бұрын

    কথা এটা কওঁ, আপুনি ইমান এটা সুন্দৰ Interview লৈ আহিছে, নিজৰ জীয়েকক অলপ যদি মাৰ্জিত পোছাক পিন্ধি আহিল ভাল লাগিল হেঁতেন, উপাই বিহীন ভাৱে, গাৰুটো লবলৈ বাধ্য হল।। ইমান পশ্চিমীয়া হোৱাটো বেয়া।।।।।

  • @user-ql3uw3rh5c
    @user-ql3uw3rh5c7 күн бұрын

    ৰেন মৌ সদায় চাই আমনি নালাগে

  • @gyandeepnath3600
    @gyandeepnath36005 күн бұрын

    অসমত হল নোপোৱাটো বৰ দুৰ্ভাগ্যজনক । আমিও চাম বুলি ভাবি চাব পৰা নাই

  • @Pbaruah1991
    @Pbaruah19916 күн бұрын

    what a lady is Junmoni Devi Madam. She should have casted a more impactful actor for the role of her daughter. Because of lack of pain and experience in life, Ritisha lacks that "charm" as a celebrity rather a privileged nepotism product. She needs to work hard a lot to justify her presence in such great movies.

  • @nishankakhaund4289

    @nishankakhaund4289

    6 күн бұрын

    Watch the film first and then comment on her acting please! She has done a commendable job.

  • @Pbaruah1991

    @Pbaruah1991

    6 күн бұрын

    @@nishankakhaund4289 yes you are right. But to find someone worthy or not worthy is subjective right? If I respect your PoV you must respect others' too. However, thanks for responding to my comment, although it was not meant for you.

  • @MrinmayChakravarty-jf4nr

    @MrinmayChakravarty-jf4nr

    5 күн бұрын

    ​@@Pbaruah1991you are right brother nepotism 😢and the fact this movie flopped in cinemas unfortunately

  • @SimplePackage
    @SimplePackage7 күн бұрын

    kzread.info/dash/bejne/iX6L0dlvYceantI.htmlsi=L_8JGBQjW_KBrAgy Assam r prothom fully AI generated song

  • @hirakjyotikalita797
    @hirakjyotikalita7976 күн бұрын

    চৰকাৰক যে সমালোচনা কৰি আছে,জানিব বিচাৰিছোঁ কটনৰ সন্মুখৰ দোকান কেইখন ক'ৰ বাংলাদেশীয়ে দিছিল,কাৰ স্বাৰ্থত কোনে খেদিলে?চৰকাৰী আশীৰ্বাদ নোহোৱাকৈ মন্ত্ৰীয়ে ৰেষ্টোৰা উদ্ধোধন কৰিবলৈ আহিব নে?

  • @lizaborthakur8432
    @lizaborthakur84323 күн бұрын

    Akhomiya manuh anekuwaye heye unnoti nai nineu koribo nueare ane korileu hosjyo nohoi

Келесі