জীৱন আৰু জুবিন...৫০ বছৰীয়া অকথিত পৰিক্রমা

জীৱন আৰু জুবিন...
৫০ বছৰীয়া অকথিত পৰিক্রমা
জুবিন গাৰ্গ হোৱাৰ জখলাডাল কি?
জুবিন গাৰ্গ ‘ব্যৱহাৰ’ হয় নেকি?
জুবিন গাৰ্গ ‘ভগৱান’ কিয় আৰু কেনেকৈ?
আজিৰ জুবিন গাৰ্গ ‘অকলশৰীয়া’ নেকি?
যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে ‘জুবিন জিন্দাবাদ’
#zubeengarg #assam #pratidintime

Пікірлер: 347

  • @bhairabbaishya1905
    @bhairabbaishya19055 ай бұрын

    জুবিন সদায় আমাৰ মাজত জুবিন দা হৈয়ে থাকিব লাগিব ৷ মই ভাবো আৰু কেতিয়াও সৃষ্টি নহয় জুবিন দাৰ দৰে ৷ ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ জুবিন দা ❤️

  • @bobyborah28
    @bobyborah28 Жыл бұрын

    হে মহান ব্যক্তিজন ।হিয়াৰ আমঠু জন।কুশলে থাকা সদায়।

  • @taponswargiary4054
    @taponswargiary40544 ай бұрын

    Happy Zubin Da!.

  • @exposedsystem-HoroBhai
    @exposedsystem-HoroBhai6 ай бұрын

    Assamot ejone celebrati ase zubeen garg ❤

  • @MamuMunu

    @MamuMunu

    18 күн бұрын

    Hii mm BL l.wwbmlp pxz sr 🎉🎉 33:53 bbk

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music Жыл бұрын

    ত‌ই সদাই আমাৰ মাজত থাকি যাচোন ককাই ❤️🥺🥺 তোৰ অবিহনে চোন ভাবিব‌ই নোৱাৰি 😫 বহুত বেছি ভাল পাওঁ ও তোক ককাই ❤️❤️🥺

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD Жыл бұрын

    জুবিন দা যত উপস্থিত হয় তাতে অনুষ্ঠানৰ সৃষ্টি হয়..

  • @gungungogoi9688
    @gungungogoi9688 Жыл бұрын

    ভগৱানে কৰক মূৰ আয়ুস খিনি দি দিয়ক আপোনাক জুবিন দা আৰু আপোনি আমাৰ সাহস প্ৰেৰণা সকলো। আপোনাক বহুত বহুত বেছি ভাল পাওঁ জুবিন দা আপোনাক ভাষাৰে বুজাব নোৱাৰিম...i love you zubeen da ❤️❤️❤️❤️❤️

  • @tahirislam8978
    @tahirislam8978 Жыл бұрын

    Love you জুবিন দা❤️❤️❤️

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD Жыл бұрын

    জুবিন দা বুঢ়া হোৱাটো বা অসুস্থ হৈ হস্পিতালত থকাটো আমি সহ্য কৰিব নোৱাৰোঁ.. চকুত চকু পানী ওলাই যাই জুবিন দাক তেনেকুৱা অৱস্থাত দেখিলে.. গতিকে মই আল্লাহৰ ওচৰত দোৱা কৰিছো আল্লাহে যাতে আমাৰ জুবিন দাক সদাই সুস্থ ৰাখি আমাক নতুন নতুন যিকোনো ভাল কামৰ উপহাৰ দিবলৈ যাতে শক্তি দিয়ে আৰু জুবিন দাৰ আয়ুস যাতে ১০০ বছৰ+ জীয়াই ৰাখে 😥😥🤲

  • @angelhopeshaktiathena1429

    @angelhopeshaktiathena1429

    Жыл бұрын

    Thanks 🙂😊🙂

  • @SaidulAli-hh9hy

    @SaidulAli-hh9hy

    2 ай бұрын

    0:00 😊

  • @pankajkalita3919
    @pankajkalita3919 Жыл бұрын

    Jubin daa mna vogoban aka kotha🙏🙏

  • @sushilkonwar7012
    @sushilkonwar7012 Жыл бұрын

    মই গান গাম, ম ই সকলোকে প্ৰেম কৰিম ,, ম ই অভিনয় কৰিম,, ম ই গীতিকাৰ হ'ম,, ম ই সুৰকাৰ হম, ম ই নাট্যকাৰ হম,,ম ই সমাজ ব্যৱস্থা ৰ লগত বিলিয়ন হৈ যাম, দৰকাৰ হ'লে পৃথিৱীত যদি গণতন্ত্ৰ ৰক্ষা কৰিব লাগে তাতো মনোনিবেশ কৰিম । মোক লাগে সকলো সমাহাৰে মিলিত সম্বন্ধৰ এখন বুদ্ধি সন্মত সমাজ । অলৌকিক ক্ষমতাৰ, যদি আছে কাৰোবাৰ , মই নাজানো । মোৰ মনৰ কথাৰে , গীতৰ কলি সজাবলৈ, আছে বহু ক্ষণ,, মোৰ বাবে ৰৈ আছে,, মাথো লাগে ,, তোমালোকৰ সহাঁৰি ।আছে বহু কথা, নকওঁ আজি সকলো ।

  • @globalvillage6416

    @globalvillage6416

    Жыл бұрын

    Hundor..... ami bhal kotha, bhal kaam hunibo anubhob koribo udgrib.... jonaba Bhaity

  • @sushilkonwar7012

    @sushilkonwar7012

    Жыл бұрын

    জুবিন দা সৃষ্টিৰ অৱদান আৰু তেওঁৰ ইতিমধ্যে কৰি যোৱা কামৰ,, লগতে তেওঁৰ আশাৰ বিলাকৰ ওপৰত সামান্য প্ৰয়াস কৰিছো । ভুল হ'লে শুধৰাই লব ।

  • @mayonkpranjaldas1209
    @mayonkpranjaldas1209 Жыл бұрын

    গৰ্ব কৰি কোৱা "আমি অসমীয়া✊ "

  • @mayonkpranjaldas1209

    @mayonkpranjaldas1209

    Жыл бұрын

    kzread.info/dash/bejne/c6Wiy9OLY5PYmKg.html

  • @mahmudislam3573
    @mahmudislam3573 Жыл бұрын

    Only celebraty from assam that is zubeen garg

  • @Samar11203
    @Samar1120311 ай бұрын

    zubeen daar hahi tu ufff😘

  • @Ljit4542
    @Ljit4542 Жыл бұрын

    Maa dewtar pasote tumi Kokaidew 🥰

  • @krishnabordoloi7313
    @krishnabordoloi73136 ай бұрын

    জুবিনদা অসমৰ সূৰ্য সদায় অসমক উজ্জলাই ৰাখিব

  • @mridulkalita4110
    @mridulkalita4110 Жыл бұрын

    Joi Zubeen daa ❤❤❤🙏🙏🙏

  • @rupshreedevi9179
    @rupshreedevi917911 ай бұрын

    জুৱিনদাৰ শিল্পীসত্বা লুইতৰ দৰে বৈ যাওক, আশীৰ্বাদ কৰিছো। 2:27

  • @jitendramedhi3783

    @jitendramedhi3783

    6 ай бұрын

    8

  • @parandaszubeenlover4218
    @parandaszubeenlover4218 Жыл бұрын

    I love you Zubeen da love you

  • @pranabgogoi2598
    @pranabgogoi2598 Жыл бұрын

    জুবিন জীৱন

  • @proxenjitmusical4013
    @proxenjitmusical4013 Жыл бұрын

    Zubeen Da hosakoiye manuhor rupot vogoban hoi ❤️❤️😘😘 May god bless you zubeen da 😘😘😘

  • @user-gt7cr7to4f

    @user-gt7cr7to4f

    Ай бұрын

    May God bless you nohobo Niki dada mur mote ,,,,May you bless us ❤

  • @uttamdas9079
    @uttamdas9079 Жыл бұрын

    ভগৱান জন মোৰ ❤️🌏

  • @angelhopeshaktiathena1429

    @angelhopeshaktiathena1429

    Жыл бұрын

    🙂

  • @tdmvlogs2508
    @tdmvlogs2508 Жыл бұрын

    Apunar Anusthan to sai bhut vl lagil very nice zubeen Da

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD Жыл бұрын

    অনুষ্ঠানটোৰ শেষৰ পিনে যিটো ঢোল, পেপা,গগনা,বাঁহী ইত্যাদিৰে যি এটা পৰিৱেশ দিলে এইটো "জুবিন জিন্দাবাদ" অনুষ্ঠানটোয়ে জুবিন দাক জন্মদিনৰ বাবে দিয়া মই ভাবো আটাইতকৈ ডাঙৰ উপহাৰ... 🎉🎉🎉👑👑👑💖💖💖💖 দেহ-মন শাত পৰি গৈছে 👍

  • @swapnanalbaria8156
    @swapnanalbaria8156 Жыл бұрын

    Tumar ganbur xuni alopu amoni nelage kio janu happy birthday jubin

  • @zpsinhavlog4971
    @zpsinhavlog4971 Жыл бұрын

    Be happy nd mke all happy how much you can god blss you good luck

  • @Rihanhaque-fs6zr
    @Rihanhaque-fs6zr29 күн бұрын

    Zubeen da 50 years.young boy. Happy birthday.❤❤❤❤🎉🎉🎉🎉

  • @khewaliborah544
    @khewaliborah544 Жыл бұрын

    জুবিন দা সদায় ভালে থাকক

  • @bonzo.lifestyel2077
    @bonzo.lifestyel2077 Жыл бұрын

    ভগবান 🙏💙

  • @munu3608
    @munu3608 Жыл бұрын

    Zubeen da nsina manuh ajn kot nulai...jetya pra gan hunisu zubeen da gane hunisu love you zubeen da apuni udai happy thako.

  • @nayandoley2802
    @nayandoley2802 Жыл бұрын

    Nice jubin Da club maja

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD Жыл бұрын

    মই অনুৰোধ কৰিম অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক যে জুবিন দাক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰাটো.. এই মহান মানু্হ জনক জীয়াই থাকোতে সন্মানিত কৰক..🙏🙏🙏 ভূপেন দা দৰে মৰাৰ পিছত দিয়া সন্মানৰ একো অৰ্থ নাথাকে...😔

  • @user-nj7080

    @user-nj7080

    5 ай бұрын

    Xoxa kotha ❤love u❤zubeen da

  • @BajenBoro

    @BajenBoro

    2 ай бұрын

    00

  • @monrajj9703
    @monrajj9703 Жыл бұрын

    Zubeen da apunak eta onurudh koru apuni ane eta studio bonai jate amar nisina notun projonmor lora suwali gan guwar issa thoka xokole bina poisat ba kom poisat gan gabo pare plzzz amar nisina lora suwalir babe bohut kosto hoi karon gan eta bonabo gole jothesto poisar proyujon hoi ..kheibabe kisumane gan bonayu gaboloi oxyom hoi ...eye apunar osorot xoru onurudh 🙏🏻🙏🏻# zubeen garg

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD Жыл бұрын

    ভাৰতৰ মহান ব্যক্তি সকলৰ শাৰীত থকা জুবিন দা ও এজন প্ৰকৃত ভাল মহান মানু্হ/ব্যক্তি 💖💖💖💖

  • @mukeshbasfor679
    @mukeshbasfor679 Жыл бұрын

    Love you Zubin Da.Mur janma sangit Zubin,mur mrittu sangit Zubin

  • @rajdeka21
    @rajdeka21 Жыл бұрын

    Ahi asu tumar usorot sob hobo sob ✔️we will win ❤️

  • @kanghonrongchihonpi4293
    @kanghonrongchihonpi42936 ай бұрын

    যেনে দৰে জুবিন দাৰ গান বোৰ শুনি আমনি নালাগে ঠিক তেনেদৰে কথা বুৰো শুনি আমনি নালাগে । তেওঁৰ সমান কোনো হব নোৱাৰে ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @manujborag3541
    @manujborag3541 Жыл бұрын

    Happy birthday jubeen da.

  • @papuvlogs8671
    @papuvlogs8671 Жыл бұрын

    Full program 2 salu bht vl lgil ktha bilk suni. jni. Jai Zubin da ❤️❤️ always luv u

  • @anjannath6851
    @anjannath6851 Жыл бұрын

    Zubeen da zindaabad ❤️❤️

  • @akhilgogoi1869
    @akhilgogoi1869 Жыл бұрын

    Bhout bhout bhal lagil

  • @loboray6685
    @loboray6685 Жыл бұрын

    Joy Zubeen da .I love you.god bless you

  • @munu3608
    @munu3608 Жыл бұрын

    Zubeen da apuni mora ktha nkbo....mora ktha kowte sokur pani ulai goise apunr aku nhi apuni hdai vla thakibo lv u zubeen da

  • @robinbaglary5810
    @robinbaglary5810 Жыл бұрын

    Jai Aai axom Jai zubeen da, ajibon loiki val pai thakim Zubeen da mur fast and last kotha thanks 🤝❤️🌹🥰👌

  • @Unxkalen289
    @Unxkalen289 Жыл бұрын

    Joi Zubeen da 💚🙏🙏🙏

  • @DEBAJIT_PATHAK.
    @DEBAJIT_PATHAK. Жыл бұрын

    জয় জুবিন দা

  • @zubeen_lover430
    @zubeen_lover430 Жыл бұрын

    Love you zubeen da

  • @sunilthehumanitarian8379
    @sunilthehumanitarian8379 Жыл бұрын

    Zubeen da ajon hero......may god bless him ..moiu zubeen da likhia hom

  • @mokbulhussain2165

    @mokbulhussain2165

    Жыл бұрын

    I,Love,zubinda

  • @subhasdas6038
    @subhasdas6038 Жыл бұрын

    জুবিনদা সর্বদা ভালো থেকো ও সুস্থ থেকো আরও সুন্দর সুন্দর গান উপহার দিও আমাদেরকে ❤❤

  • @happyending7053
    @happyending7053 Жыл бұрын

    I love you jubeen daa,

  • @nilotpalbarman4725
    @nilotpalbarman4725 Жыл бұрын

    Joi zubeen da.

  • @hopunmorisika8180
    @hopunmorisika8180 Жыл бұрын

    আমাৰ যুগৰ সঁচা ভাল মানুহজন ।

  • @rajuborah5057

    @rajuborah5057

    Жыл бұрын

    😅

  • @RishiDoley-ew4qg

    @RishiDoley-ew4qg

    11 ай бұрын

    Ghg😢

  • @acreationstatus
    @acreationstatus Жыл бұрын

    Proud of Bijniyan 🖤❤️🖤❤️🖤❤️🖤

  • @simantasaloi2613
    @simantasaloi2613 Жыл бұрын

    Joi zubeen da

  • @junudevi5519

    @junudevi5519

    Жыл бұрын

    kiS

  • @subhashkalita9839
    @subhashkalita9839 Жыл бұрын

    Zubeen da happy birthday. God bless u

  • @rijuborah7044
    @rijuborah7044 Жыл бұрын

    জুবিন জিন্দা বাদ

  • @rohidas8280
    @rohidas8280 Жыл бұрын

    #Padma Awards for# ZUBEEN GARG

  • @pranjalburagohain57
    @pranjalburagohain57 Жыл бұрын

    Zubeen dar gaan huni hunie deka holu atiya biya patilu aru mrityur aagmuhurtto loike Zubeen dar matkhar hunie jam..100 bosor uporot jiyai thakok teu tarei prarthona korisu nedekha jonor usorot😍❤

  • @tagandas3815
    @tagandas3815 Жыл бұрын

    zubeen da zindabad

  • @rituponphukan1240
    @rituponphukan1240 Жыл бұрын

    Love u Zubin da

  • @kabitadipankar
    @kabitadipankar Жыл бұрын

    Mr vogoban Mr xahokh zubeen da lv u

  • @binodkalita6723
    @binodkalita6723 Жыл бұрын

    Love you dada

  • @asanupamworld6611
    @asanupamworld6611 Жыл бұрын

    Zubeen da is a living legend 🔥🔥, joy zubeen da

  • @padmeswarborah-yy1zr

    @padmeswarborah-yy1zr

    10 ай бұрын

    সফলতা কঢ়িয়াই অনা জুবিন গাৰ্গৰ আজি 50 বছৰীয়া জন্ম দিৱস উপলক্ষে তেওঁলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি, লগতে তেখেতৰ মঙ্গল কামনা কৰিলো। শুভৰাতী।

  • @MoniNeog

    @MoniNeog

    10 ай бұрын

    ​@@padmeswarborah-yy1zr MI mi

  • @batormanuhvlogs2526
    @batormanuhvlogs2526 Жыл бұрын

    Zubeen daa k givet dile manobota give dibo I love you dada😍

  • @mansidash78
    @mansidash78 Жыл бұрын

    Many happy returns of the day Zubeen. May you be blessed with all what you desire to have. Very good program Protidin time. Congratulations

  • @pongbey8229

    @pongbey8229

    Жыл бұрын

    9ko90

  • @mularammorang6943

    @mularammorang6943

    Жыл бұрын

    U

  • @BOLLYWOODANDHOLLYWOODMOVIECOLL
    @BOLLYWOODANDHOLLYWOODMOVIECOLL Жыл бұрын

    এই মহান মানুহ জনৰ সভাত । সেই সুবিধা বাদীটোক কোনে মাতিলে কেলা তাৰ স্থান ইয়াত নহয় তাক গেলা ৰাজনীতি কৰিব পথাই দে।

  • @jumidas7151
    @jumidas7151 Жыл бұрын

    জুবিন‌ দা আপুনি ভালে থাকক সদায় ♥️🙏🏼

  • @kusumsarma4484
    @kusumsarma4484 Жыл бұрын

    Zueengrg dear 😊😘 sir. Lovey. Lovely 🌹🌹🧡🤩✋🌹 songs

  • @mokbulhussain2165

    @mokbulhussain2165

    Жыл бұрын

    বহু ত,ভাল, লাগিল, অনুষ্ঠানটো,চাই,

  • @niradasharma418
    @niradasharma418 Жыл бұрын

    zubeen dada drghayu hauok jonome jonome jiai thakok

  • @angelhopeshaktiathena1429

    @angelhopeshaktiathena1429

    Жыл бұрын

    Nissoi

  • @last____feeliings850
    @last____feeliings850 Жыл бұрын

    Zubeen Garg ❤️✨🥀 Vogoban

  • @nitishdasa3896
    @nitishdasa3896 Жыл бұрын

    জুবিন দাক আমাৰ মাজত সদায় ৰাখিম কেতিয়াও জুবিন দা মৃত্যু নহয় l zg love you ❤️ 🙏 Zubeen da তুমি ভগবান কৃষ্ণ 🙏❤️

  • @pabitradas2994
    @pabitradas2994 Жыл бұрын

    Bahut bahut dhounabad , you so all the best , my God bless you ,Jai ai axom ,Jai zuben da

  • @sanjaychetri9754
    @sanjaychetri9754 Жыл бұрын

    Love u Zubeen daaaa

  • @indianchannel2191
    @indianchannel2191 Жыл бұрын

    Jai zubin da I love you zubin da

  • @officialsonaton3849
    @officialsonaton3849 Жыл бұрын

    Zubeen Da happy birthday 🎂

  • @nishabora5572
    @nishabora5572 Жыл бұрын

    Zubeen da❤️

  • @nikitaroy4350
    @nikitaroy4350 Жыл бұрын

    Zg love you all time favourite ..

  • @user-kg6zf7xi3x
    @user-kg6zf7xi3x Жыл бұрын

    Jai Zubeen da

  • @cricketguruindia5559
    @cricketguruindia5559 Жыл бұрын

    zubeen da kiman val paw kobo nuaru love you zubeen da 😍

  • @tilakbarman2630
    @tilakbarman2630 Жыл бұрын

    God bless you Juben da

  • @rajjyotibardaloi
    @rajjyotibardaloi Жыл бұрын

    Love you my favourite singer Zubeen Da 🥰❤️🥰

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc6 ай бұрын

    কিমান ভাল পাওঁ আপোনাক ভাষাৰে বুজাব নোৱাৰোঁ, আজি আপোনাৰ অনুষ্ঠান চাই আবেগত উচুপি উথিছো, তেওঁৰ দুচকু সেমেকিলে আমাৰ অন্তৰেও কান্দে, তেওঁ যি কৰিব খোজে তাকেই যেন তেওঁক কৰিবলৈ দিয়ে আৰু সকলোৱে যেন আগবাঢ়ি আহে, ভগৱানে তেওঁক কুশলে ৰাখক 🙏🙏🙏🙏🙏

  • @bhupeshrecords2542
    @bhupeshrecords2542 Жыл бұрын

    😘😘😘apuni xodai bhale thakok Dada❤❤❤ You are an inspiration for lifetime

  • @champadeka1361
    @champadeka13618 ай бұрын

    Happy birthday Zubeen. Tumi Ananya, Aadutiya,aru Atulaniya hoi thakajen.

  • @RamDas-ue4ro
    @RamDas-ue4ro Жыл бұрын

    I lov u jubin da Nisa

  • @satyajitchaudhury85
    @satyajitchaudhury85 Жыл бұрын

    Zubeen apuni xosai amar babe bhogowan, apunak bahut val pau zubeen,, vaxare bujabo nuwaru apunak kiman ami val pau... Jai zubeen da....

  • @rajibgogoi1382
    @rajibgogoi1382 Жыл бұрын

    Long life zubeen da I love you

  • @dipjoytibordoloi6633
    @dipjoytibordoloi6633 Жыл бұрын

    Giboon khodai thakibo aru amar zubeen daa khodai jiyai thakibo

  • @zeenasaikia
    @zeenasaikia Жыл бұрын

    you are great zubeen da and love you ❤️✨❤️

  • @unmoihazarika4669
    @unmoihazarika4669 Жыл бұрын

    Happy Birthday Zubeen da ❤️

  • @mokbulhussain2165
    @mokbulhussain2165 Жыл бұрын

    Zubin,daloy,,‌🌻

  • @ashaphukan2022
    @ashaphukan2022 Жыл бұрын

    God bless you ❤️💕

  • @culprit6099
    @culprit6099 Жыл бұрын

    Zubinda thankyou ..

  • @mukundaboruah4365
    @mukundaboruah4365 Жыл бұрын

    Love you Zubeen da

  • @zeenasaikia

    @zeenasaikia

    Жыл бұрын

    you are grea zubeen da ♥️and😘 love you 🥰🥰

  • @bhaitidaimary5958
    @bhaitidaimary5958 Жыл бұрын

    Love you Zubeen da Love from Golaghat sisupani ❤️❤️❤️

  • @user-ee5ui8bm6r
    @user-ee5ui8bm6rАй бұрын

    Jubin da your live long and fast . Keteyba khomoy paley abar monot koreba Hirakjyoti basumutarey. Ghuati hicotot busumutarey sms deba

  • @user-ow4jq2tp9u
    @user-ow4jq2tp9u Жыл бұрын

    Happy birthday

  • @junusenapoti4456
    @junusenapoti4456 Жыл бұрын

    I love zubeen

  • @user-fe9lt4uy8o
    @user-fe9lt4uy8o6 ай бұрын

    God blessed you Jubeen da. Happy Birthday ❤🎉🎉

  • @abhijitkakaty88
    @abhijitkakaty88 Жыл бұрын

    Boss

Келесі