সুৰাৰ লগত কেঁচা আম কিয় খায় খগেন গগৈয়ে? খগেন গগৈৰ জাপানী প্ৰেয়সী কোন? ৰহস্য় ফাদিল কৰিলে জুবিনে
-সুৰাৰ লগত কেঁচা আম কিয় খায় খগেন গগৈয়ে জুবিনে ফাদিল কৰিলে ইয়াৰ ৰহস্য়
- প্ৰথম বাৰলৈ নিউজ লাইভৰ বিশেষ অনুস্থানত খগেন গগৈৰ জাপানী প্ৰেয়সীৰ কথা জুৱিন গাৰ্গৰ মুখত
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Пікірлер: 317
দুয়োজন প্ৰিয় শিল্পী বহুদিনৰ মূৰত একেলগে দেখি বহুত ভাল লাগিল ❤️❤️
মৰমবোৰ এনেদৰেই সজীৱ হৈ থাকক ♥️
জুবিন দা তুমি সদায় সুস্থ হৈ থাকিবা, এয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।
অনুষ্ঠানটি চাই বহু উপভোগ কৰিলো। জুবিন দা ৰ লগতে খগেন দা, বিমান দা, গৰিমা বৌ সকলোলৈকে বহুত বহুত বহুত ধন্যবাদ থাকিল।❤️❤️❤️
অনুষ্ঠানটো চাই বৰ ভাল লাগিল।যেন ঘৰত একেলগে বহি আছোঁ তেনে লাগিল।আমাৰ মৰমৰ ককাইটো কুশলে থাকক।
@kishordeka5582
6 ай бұрын
❤joi zubeen da provoodiv
জুবিন আৰু খগেন ককাইদেউ কুশলে থাক। তঁহতি নাই মানে আমিও নাই। 😘😘😘❤❤❤❤
খগেন দাৰ ওচৰত বহি থকা মানুহ জন বৰ আবেগিক হৈ পৰিছে। বিমান বৰুৱা বত্রা🙏🙏🥰 🙏🥰
@kakumonibordoloi.9195
2 жыл бұрын
বিমান বৰুৱা 😃😃
@THUNDERSTORM_Music
2 жыл бұрын
বিমান বৰুৱা তেখেত ।
@chowlengdonahom1105
2 жыл бұрын
@@kakumonibordoloi.9195 অহ, 🙏🙏🙏
@dipokbharali5829
2 жыл бұрын
2 kokai jindabaad
@dipokbharali5829
2 жыл бұрын
🙏🏾🙏🏾🙏🏾❤️❤️❤️
বহুত ভাল লাগিল ।।। আকৌ লাগে 'ঐ জান ঐ আকাশ খন ধুনীয়া ' দৰে বিহু আকৌ লগে ❤️🔥🎤🎶
খুব ভাল লাগিলে চাই । জুবিন দালৈ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা থাকিল । 🙏🙏🙏
এয়া অসমীয়া শিল্পী ৰ মৰমৰ। অনুষ্ঠানটি চাই ভাল লাগিল
অনুষ্ঠানটিত উপস্থিত ,অসম গৌৰৱ প্ৰতিজন শিল্পীলৈ কলিজাৰ জুবিনদাৰ লগতে শ্ৰদ্ধা নিবেদন কৰিলোঁ ।
বহুত দিনৰ মূৰত ভাল অনুষ্ঠান এটা চালোঁ।
সুন্দৰ সুন্দৰ গগৈ দা মিঃ জুবিন 💕💕💕💕💕💖💖💖💖💖💞💞💞💞💞💞💟💟💟💟💟💟
Khogen Gogoi dadak bohut val lage.Taur gan Bor xundor. Happy birth day Zubin❤️❤️❤️🙏🙏🙏
Khogen da hur aru konth bohut bohut vhal lagise I love you so much khogen da
বহুত ভাল লাগিল দেই দুই জনকে ।
জয় জুবিন দা খগেন গগৈ দা , বিমান দা অসমৰ অতুলনীয় সম্পদ
কিমান বাৰ যে চাইছো চাই আমনি নালাগে,দুয়োজন শিল্পীক ভগৱানে কুশলে ৰাখক
সুন্দৰ অনুষ্ঠান
Dislikes diya johora kita kar friends gom pua goise... My heart beat Zubeen Daa.. love u.. and god bless you...
@mousomgogoi2597
2 жыл бұрын
Thik koisa hsa k
@sahilahmed0.285
2 жыл бұрын
Joi ZUBEEN DA 🩸🩸♥️♥️
@missionmedico1155
2 жыл бұрын
Kising man re hbo sage😁😆
😭😭 morom Seneh Bur Sai Sokur Pani Ulai Goise... Hosakoi Bujabo Nuara Anubhov Amar Asomiyar Babe ❤️❤️ Love you Khagen Borta Aru Mur Hero Zubeen Da ❤️
Khup val lagise vaitik moi osarat powa nai dukhk🌹🌹🌹🌹🌹🌹
Full episode dibo lage.. two legend 🙏🙏
খুব সুন্দৰ যুগলবন্দী
বহুত ভাল লাগিল চাই।
অন্তৰ চুই জাই অ ব্ৰহমাই আদি কৰি জীব যত ৰাম ৰাম ৰাম....
বহুত মজা
Love u zubin da bohut bohut bohut val pau apunak ❤❤❤❤❤❤
এনেকুৱা অনুষ্ঠান যিমান দিলেও চাব মন যাই
2 legends, always fev ✨💖
প্রশংসা কৰিবলৈ ভাষা বিচাৰি পোৱা নাই ! কুশলে থাকা খগেনদা ! জুবিনদাক জনমদিনৰ শুভকামনা জনালোঁ !
Jubin daa ur the jewel of assam...... Long live stay healthy🙏🏻
2 legends of assam❤️
জুবিন দা মেইন 😀🖤
অনুষ্ঠান টো ইমান ভাল লাগিছে
Jubin has got diamond heart & god gifted soul.
@sunrajbongshiarts2399
2 жыл бұрын
বহুত ভাল লাগিল
এনেকুৱা video বোৰ হে আপলোড কৰিব লাগে 😘😘 কেতিয়াবা আল2 ফাল2 নিউজ দিয়ে😂😂
অতি সুন্দৰ অনুষ্ঠান বৰ ভাল লাগিল
Two singing legend ❤️❤️❤️❤️❤️❤️❤️❤️
Bohut dhuniya lagise
ঐতিহাসিক ইনটাৰভিউ
Love u Khagen, biman and zubeen da
Two legend
Billions of respect to you both ❤❤❤🎉🎉🎉
জুবিন দা আৰু খগেন বৰ্তা আকৌ একেখন মঞ্চত বিচাৰোঁ
Salute to খগেণ গগৈক৷
Two legend of Assam
LEGEND 💫❤️
Bht val lagil priyomanuhjon❤️❤️❤️❤️😭
Zubin da aamr klija hoi xsai Mohan hoi apuni dada .....apuni xodai ankoi thakk takei bisaru bht vl lge lg pbo bisaruu adin ......aru aguwai jawk dada
অলেখ অযুত হিয়া ভৰা মৰম যাছিলোঁ জুবিন দাৰ জন্মদিনৰ ।
সম্পূর্ণ কৈ দিব লাগে
Respect to the elders, superb
Unique and ultimate programme. Evergreen Assamese folk song singer hoi khagen dada. God bless to you
Bohut dhuniya de amar khagen daa aru amar zubeen daa
Happy birth day dear ..jubeen daa...❤️❤️❤️
Happy birthday 🐅🎂🎂🍬🎉🎶🎵🎵👑👑zubeen pitai
Ki hundor kontho.......খগেন দাই r কণ্ঠই কলিজা sui jai❤❤❤❤
Dada love you... 😘Mor jibon e dada apuni..bht val pao ..apunar ktha gan xunile bht xanti pore mon..aponak vale raxok tare kamona.. 🙏
2 real legends of assam ❤️
@echoed.softly
3 ай бұрын
Pura ghamaghami
সম্পূৰ্ণ অনুষ্ঠানটো আপলোড দিবলৈ নিউজ লাইভক বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ🙏 #HaapyBirthdayZubeenGarg
Akdom Original bahut bhal lagil program to.best wishes Jubin Daa
জয় জুবিন দা ।।🙏 🙏 🙏
Mojja
Legend🙏♥️♥️
Both are legend of Assam
জয় জুবিন দা ✊✊🥀✨🥰🥰 ..
Khub val lagil anekuwa program sabo pale mon bhut Val lage...joi aai axom
Khogen da Jubin da ekeloge bihu bohut bhal lagil .duijonoke bhogobane kusole rakhok❤🙏
Val lagil , kisu jomani hol .
Two legends ❤
That's the legend Love ❤you Boos
Amaging voice
Zubin da 🔥🔥🔥🔥
Salute ....dui jon Maharathik
খুব ভাল লাগিল
Zubeen da apuner nisina singer aru ulabo janu....🙏🙏🙏🎵🎸🎵🎧🎶 My fevurite singer zubeen da
Happy 🎂🎂🎂🎉🎉🎉❤❤❤❤ birthday❤❤❤zubeen da assam king star tiger❤❤❤
Good times,thanks
Both are outstanding 👏🏼 👌 ❤
জুবিন দা আৰু খগেন দা জুই 🥰
Love you dada😘😘😘😘
Happy birthday to you Zubeen da
LEGENDS...❤️❤️
Hosai ki ja Hundor kontho 2 jonora. Huni thakila hapah nopolai. 2 jonai mur bor priyo. 🙏🙏🙏
I love you zubeen mama ❤️❤️❤️❤️
Val lagil.....anusthanti ....khub dhuniya hoise....gubeen n khogen ❤️❤️❤️ jugol bondi
Love u jubin da
2 legend ❤
Zubeen Tomak kondina lag pam tomarbaa🌹🌹🌹🌹
Moi Zubeen mama karone Jan de dim .. i love you zubeen mama ❤️❤️❤️❤️
অতি সুন্দৰ
Love u Zubeen da love form jorhat 💓
মজা🥰🥰
Love u zubeen da
Hello news lives full episodes diyksun vl lagiba
সুন্দৰ।
অপূৰ্ব
সুন্দৰ
সেই দিনবোৰেই বেলেগ আছিল