গুৱাহাটীতেই ঘৰ ,অথচ গুৱাহাটীতেই ভাড়াঘৰ কিয় উদয় শংকৰৰ?

গুৱাহাটীৰে ল'ৰা হৈ আকৌ গুৱাহাটীতে ভাড়াঘৰ কিয় ল'বলগীয়া হৈছিল উদয় শংকৰে ?
এযোৰ কাঁহী-বাতি আৰু হাতত ১৫ টকা লৈ আৰম্ভ কৰিছিল জীৱনৰ সংগ্ৰাম।
নিজে কৰিঅ'গ্ৰাফ কৰা প্ৰথমটো গীততেই কিয় পানীৰ তলত সোমাই আছিল তেওঁ ?
চুৰ কৰিবলৈ যাওঁতে কি অৱস্থা হৈছিল জোনটিৰ ?
বৰষাৰাণী বিষয়াৰ প্ৰিয়বন্ধু কেনেকৈ হৈছিল উদয় শংকৰ ?
................................................................................
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/ #baartalaap #chakrapaniparashar #udaysankar #choriographer

Пікірлер: 585

  • @user-nl2cp4hi6h
    @user-nl2cp4hi6h2 жыл бұрын

    উদয় শংকৰ দাৰ বহল অন্তৰৰ কথা বোৰ শুনি খুৱে ভাল লাগিল।। আশা ৰাখিলো আপোনাৰ ধাৰণা বোৰ যেন সকলোৱে অৱলম্বন কৰে।

  • @uttamkumarroy2583
    @uttamkumarroy25832 жыл бұрын

    অতিশয় সুন্দৰ। নৃত্য পৰিচালক উদয় শংকৰ দাৰ সাক্ষাৎকাৰ অনুষ্ঠানটো চাই সুখী হলোঁ। বহুতো নজনা কথাৰ সম্ভেদ পালোঁ।খোলা মনৰ মানুহজনৰ কথাবোৰে যথেষ্ট অনুপ্ৰেৰণা যোগালে।বাৰ্তালাপ লৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @PallabiPatgiri-hk4xs

    @PallabiPatgiri-hk4xs

    Жыл бұрын

    V 0

  • @hirandeka9729

    @hirandeka9729

    9 ай бұрын

    ​@@PallabiPatgiri-hk4xsto get it done before me came out and about and what better night shift

  • @swadhinsaikia6947
    @swadhinsaikia69472 жыл бұрын

    সুন্দৰ কথোপকথন ৷ভগৱানে সহায় কৰক ৷দীঘায়ু কামনা কৰিলোঁ ৷ধন্যবাদ ৷

  • @arundhatideka3950

    @arundhatideka3950

    Жыл бұрын

    Tekhetor kothupo kothon khini xuni ajir pora aru besi shrodha upojibo. Bornomoi jibonr proti Mur oxex pronam thakil.

  • @kimarupohi5210
    @kimarupohi52102 жыл бұрын

    উদয় শংকৰ দা আপুনি সঁ চাকৈয়ে এখন দাপোন ৰ দৰে। যি দৰে দাপোনৰ আগত ঠিয় হলে আমি নিজৰ প্ৰতিচ্ছবি খোলা কৈ নীখুত ভাবে দেখা পাওঁ ঠীক তেনেকৈ আপোনাৰ অন্তৰখন বৰ খোলা । সকলো কথা খোলাকৈ কোৱা ৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক এবাৰ লগ পাবলৈ বহুত আশা আছে ।

  • @rinkigogoi989
    @rinkigogoi9892 жыл бұрын

    উচ্চাৰণ বিলাক ইমান ধুনীয়া❤️কথা বোৰ শুনি বহুত ভাল লাগিল,মানুহ জন সাংঘাটিক ধৰণেৰে খোলা

  • @swadhinchutia___4771
    @swadhinchutia___47712 жыл бұрын

    বহল অন্তৰৰ মানুহজন❤️💖❤️💖❤️

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hello Tumi muru frd hba ni moiu back krim tumk de

  • @ditimonigogoi461
    @ditimonigogoi4612 жыл бұрын

    মানুহজনৰ কথাবোৰ খুবেই ভাল লগা। ভালে থাকক সদায়❤️❤️❤️

  • @bhadreswarsaikia8791
    @bhadreswarsaikia87912 жыл бұрын

    অনুষ্ঠানতো নিয়মীয়াকৈ চাও। ভাল লাগে। বেয়া নাপাব আদৰণি গামোচা অসমৰ শিপিনীয়ে বোৱা হ'লে ভাল হয়। কথাটো গুৰুত্ব আৰোপ কৰিলে ভাল হ'ব। ধন্যবাদ।

  • @alakanandasarmah3291
    @alakanandasarmah32912 жыл бұрын

    ইমান ধুনীয়াকৈ গোটেই কথাখিনি কৈ গৈছে সচাই মনটো ভাল লাগি গʼল শুনি।❤️❤️❤️❤️💐উদয় দা তোমাক ভগৱানে সকলো ক্ষেত্ৰতে সহায় কৰক তাকে প্ৰাৰ্থনা কৰিছোঁ।

  • @bhairabideka2569
    @bhairabideka25692 жыл бұрын

    প্ৰিয় মানুহজনৰ জীৱনটো যে কিমান ৰহস্যময় ,ভাল লাগে প্ৰতিটো কথা ।

  • @tomtomvolgassam389

    @tomtomvolgassam389

    2 жыл бұрын

    kzread.info/dron/GLQ8AQ-9LLKObQP8-KV_5Q.html

  • @dipukalita2371

    @dipukalita2371

    2 жыл бұрын

    হয় নে মাইনা..????

  • @SailyaChangmai

    @SailyaChangmai

    6 ай бұрын

    ​@@tomtomvolgassam389a)8

  • @manibankalitanath3648
    @manibankalitanath36482 жыл бұрын

    উদয় শংকৰ যাৰ নামেই চিনাকি ।ভাল লগা শিল্পী জনাৰ বিষয়ে বহু কথা জানিব পাৰি খুবেই ভাল লাগিল। তেখেতৰ কথা কোৱাৰ শৈলী ইমান সুন্দৰ ।সচাকৈ বাৰ্তালাপ অনুষ্ঠান টোক ধন্যবাদ জনাইছোঁ এনে শিল্পী সকলোৰ বিষয়ে জনাৰ সুযোগ কণ দিয়াৰ বাবে । আটাইলৈ বহুত বহুত শুভকামনা ।🙏💐

  • @kalpanakalita2749
    @kalpanakalita27492 жыл бұрын

    বাৰ্তালাপৰ জৰিয়তে উদয় শংকৰৰ জীৱনৰ বায়োগ্ৰাফি,কথোপকথন বোৰ শুনি বহুতেই ভাল লাগিল। শ্ৰদ্ধাৰ উদয় শংকৰে আগন্তুক দিনবোৰত আকৌ ভাল ভাল কামবোৰ কৰি নৱপ্ৰজন্মক সাংস্কৃতিক দিশত আগুৱাই লৈ যা‌ওক। তাকেই কামনা কৰিলোঁ আৰু বাৰ্তালাপ অনুস্থানৰ গুৰু , জীৱনৰ পথ প্ৰদৰ্শক শ্ৰদ্ধাৰ চক্ৰপাণি পৰাশৰ দেৱলৈ ও আন্তৰিক শুভেচ্ছা জনালোঁ।

  • @milandutta7351

    @milandutta7351

    Жыл бұрын

    Bohoot bohoot val lagil kotha boor xuni.

  • @shimarekhabora6423
    @shimarekhabora64232 жыл бұрын

    সুন্দৰ যুণ্টি❤

  • @hiraktalukdar8864
    @hiraktalukdar88642 жыл бұрын

    বহুত ভাল লাগিল, উদয় শংকৰ দাৰ কথাবোৰ যেন এখন খুলা কিতাপৰ দৰে সচাকৈ, বাৰ্তা লাপ অনুষ্ঠান টো যাতে আগবাঢ়ি গৈ থাকে তাৰে কামনাৰে।।

  • @nirusaikia7631
    @nirusaikia76312 жыл бұрын

    খোলা মনৰ খোলা মানুহ। তেওঁৰ বয়স কিমান বাৰু। সুন্দৰ মনৰ সুন্দৰ মানুহ।

  • @mridulakalita2487
    @mridulakalita24872 жыл бұрын

    কথাখিনি বহুত ভাল লাগিছে। মানুহৰ মাজত কথা পতাৰ প্ৰবনতাটো নোহোৱা হৈ যাব‌ ধৰিছে।

  • @dibakorphukonentertainment7304
    @dibakorphukonentertainment73042 жыл бұрын

    প্রিয় মানুহজন , সদায় হাঁহি থাকক আৰু ভালে থাকক । ভাল লাগিল অনুষ্ঠান টো চাই ।

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hi Tumi mur u frd hba ni moiu back krim tumk

  • @himanisarkar2601
    @himanisarkar26012 жыл бұрын

    উদয়দা আপোনাৰ কথাবোৰ বৰ ভাল লাগিল ,মোৰ ছোৱালীজনী নাচি খুউব ভাল পায় ,আপোনাৰ কথা এদিন কৈছিলো তাইৰ আগত ,আৰ্শীব্বাদ কৰিব

  • @dastrishna293
    @dastrishna2932 жыл бұрын

    সঁচাকৈ খুব সুন্দৰ বক্তব্য আপোনাৰ। ভাল লাগিল। ❤

  • @banashreemahanta2995
    @banashreemahanta29952 жыл бұрын

    এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী তেওঁ লগতে তেওঁৰ নৃত্য খুব প্ৰিয় ।

  • @hirannyagoswami3394
    @hirannyagoswami33942 жыл бұрын

    বহুত সুন্দৰ কথা কৈছে আপুনি বহুত ভাল লাগিল আপোনালৈ অশেষ ধন্যবাদ ।

  • @kamalchetry561
    @kamalchetry5612 жыл бұрын

    উদয় দাৰ কথাবোৰ শুনি খুব ভাল লাগিল । তেওঁৰ সুদীৰ্ঘ জীৱন কামনা কৰিলো ।

  • @b.kdeuri6660

    @b.kdeuri6660

    2 жыл бұрын

    P

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc Жыл бұрын

    উদয় শংকৰে খুউব বাস্তৱ সত্য কথা কৈছে কিন্তু মানুহৰ বেয়াও লাগিল পাৰে । সহজ ভাবেই লব লাগে ।সচৰাচৰ O group মানুহৰ লক্ষণ তেখেতৰ কথাত কামত বিদ্যমান।

  • @ujjaldas2749
    @ujjaldas27492 жыл бұрын

    উদয় দালৈ বহুত বহুত হিয়া ভৰা মৰম জাছিলো 💓💓💓..............

  • @muktianurag7878
    @muktianurag78782 жыл бұрын

    উদয় দালৈ বহুত মৰম, শ্ৰদ্ধা জনালোঁ। সদায় প্ৰিয় মানুহজন। ❤

  • @rajupaul6196

    @rajupaul6196

    2 жыл бұрын

    Junti, Bartalap ...chai bhal lagil.. tumar Raju Da.. Joypur..

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hello Tumi muru frd hba ni moiu back krim tumk de

  • @niyorbakhor4097
    @niyorbakhor4097 Жыл бұрын

    সচাকৈয়ে বৰ ভাল লাগিল উদয়শংকৰ দাৰ সাক্ষাৎকাৰ শুনি। বাৰ্তালাপৰ কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদ জনালোঁ।

  • @nayanmonidutta7369
    @nayanmonidutta73692 жыл бұрын

    বৰ সুন্দৰ অনুষ্ঠান❤️ বহুত ভাল লাগিল❤️ উদয় শংকৰ দা ইমান সৰল আৰু খোলা মনৰ অধিকাৰী আজি ভালকৈ গম পালোঁ🤗

  • @jitenkalita8689

    @jitenkalita8689

    2 жыл бұрын

    Uday dada bohut val lage aaponak moyoovinay korib bisaru mor ag 8yars

  • @pallaviborah1012
    @pallaviborah1012 Жыл бұрын

    বহুত দেৰিকৈ পালোঁ,,, ইমান ধুনীয়া সাক্ষাৎকাৰটো,উদয় দা'ৰ কথাবোৰ খুব ভাল লাগিল।

  • @bobyborah28
    @bobyborah282 жыл бұрын

    ভাল লাগে উদয় শংকৰক। আগুৱাই যাওক।

  • @user-vh9xb3tt2o
    @user-vh9xb3tt2o26 күн бұрын

    উদয় ক বহুত ভাল লাগে।

  • @bhupendas9350
    @bhupendas93502 жыл бұрын

    উদয়ৰ কথাবোৰ শুনিবলৈ ইম্ মান ভাল লাগে যে শুনিয়েই থাকিবলৈ মন যায়।

  • @moushumidas8461
    @moushumidas84612 жыл бұрын

    Heart touching words... Khub bhal lagil 👍

  • @pranamiborah2994
    @pranamiborah29942 жыл бұрын

    তেখেতৰ কথাবোৰ ...❤️

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hello Tumi muru frd hba ni moiu back krim tumk de

  • @pallavi..5499
    @pallavi..54992 жыл бұрын

    নামেৰেই যাৰ পৰিচয়,সঁচাকৈ উদাৰ অন্তৰৰ গৰাকী উদয় দা এক বিশাল অন্তৰৰ গৰাকী হোৱাৰ লগতে অত্যন্ত প্ৰতিভাসম্পন্ন ব্যক্তি।এনেধৰণৰ ব্যক্তিত্বৰগৰাকী কথাবোৰ শুনিলে আবেগিক হৈ যাওঁ আৰু চক্ৰপাণি দাৰ কথাটো নক‌ওঁৱে। তেখেত কেৱল এগৰাকী ব্যক্তিয়ে নহয়, তেখেত এক অনুষ্ঠান। 'বাৰ্তালাপ ʼৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।মানুহৰ মাজত প্ৰতিদিনে বিলাই যাওঁক জ্যোতি এই অনুষ্ঠানৰ জৰিয়তে।

  • @hiranyagogoi5485
    @hiranyagogoi54852 жыл бұрын

    অনুষ্ঠানটো চাই ভাল লাগিল।

  • @gobinchandrakonwar6268
    @gobinchandrakonwar626811 ай бұрын

    উদয় শংকৰ ছাৰ সৈতে আজি হোৱাৰ বাতালাপৰ অনুস্থানটি চাই খুবেই ভাল লাগিল ! বিশেষকৈ উদয় শংকৰ ছাৰৰ কথাখিনি শুনি বহুত ভাল পালো !

  • @sangitakalita4654
    @sangitakalita46542 жыл бұрын

    পানীদৈয়া জাপি মোৰ বহুত বহুত প্ৰিয়।গানতোৰ লগতে নৃত্য একেবাৰে অসমীয়া আৱেগ।

  • @sanghamitraneog4962
    @sanghamitraneog49622 жыл бұрын

    উদয় শংকৰ এজন খুব ভাল নৃত্যশিল্পীৰ লগতে খুব চফা মনৰ গৰাকী। তেওঁৰ কথনশৈলীতে প্ৰকাশ হয় তেওঁৰ মনটো।

  • @adivasikhichdi4262
    @adivasikhichdi4262Күн бұрын

    Dhunia ktha koi #UdayShankar Da❤️ , val lagil ktha bur huni aaru hosa ktha #Terence choreographer nd #UdayShankar Da❤️ kiba same same lage ..

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment99752 жыл бұрын

    খুব সুন্দৰ ❤ এদিন মৌচম দাক আনক ❤

  • @kamruptourism4992
    @kamruptourism49922 жыл бұрын

    ইয়াৰ আৰু ভিতৰলৈ গভীৰলৈ আপোনাক সুমুৱাই নিয়ক ,,, জয় সন্মুখতে

  • @parinitaborgohain
    @parinitaborgohain2 жыл бұрын

    কি সুন্দৰ ব্যক্তিত্ব...🙏💖

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hello Tumi muru frd hba ni moiu back krim tumk de

  • @madhusmitahazarika5498
    @madhusmitahazarika54982 жыл бұрын

    বৰ ভাল লাগিল বাৰ্তা লাপ চাই। উদয় দাৰ কথাই মন চুই গল।

  • @user-qt2xn7eu6k
    @user-qt2xn7eu6k8 ай бұрын

    Udai,,da,,apunar,,kotha,,huni,,bhut,,val,,lagise,,huni,,thakibloi,,mon,,jai,,❤

  • @user-wv6gd7tl2w
    @user-wv6gd7tl2w3 ай бұрын

    ভাষা শৈলী খুবেই সুন্দৰ হৈছে।

  • @monuranjan5274
    @monuranjan52742 жыл бұрын

    মনত যেতিয়া অশান্তিৰ টুপ বোৰে খুন্দা মাৰে .. তেতিয়া বাৰ্তালাপ ৰ video বোৰ অপেন কৰি লওঁ... খুওব ভাল লাগে..

  • @himanjitchoudhury5816

    @himanjitchoudhury5816

    2 жыл бұрын

    Monot okhanti lagi thakile sowatu kuno dangor kotha nhy ..kintu mon val lagi thoka homoy khinit kio nosowa heitu he dangor kotha

  • @mridulanath6451
    @mridulanath64512 жыл бұрын

    Uday sankar da.apunar bartalav sai bhal lagil

  • @jayantachangmai2563
    @jayantachangmai25632 жыл бұрын

    সুন্দৰ, সাক্ষ্যাতকাৰ লোৱা সকলকো ভাল লাগিল,দিয়াজনক আৰু ভাল লাগিল,সচাকৈ আমাক বাৰ্তালাপৰ প্রয়োজন হৈছে ,ধন্যবাদ

  • @dipanjalisonowal8813
    @dipanjalisonowal88132 жыл бұрын

    বহুত ভাল লাগিল ।ইমান সহজ সৰল কথা কৈছে। ভগৱানে সদায় ভালে ৰাখক আপোনাক।

  • @Neonxmith
    @Neonxmith2 жыл бұрын

    Ktha bur huni .. mon fresh hoi gol .. uday da love you..

  • @amiyadeka6530
    @amiyadeka65303 ай бұрын

    উদয় শংকৰক প্ৰথমতে মই এজন তিৰোতা মানুহ বুলি ভাৱিছিলোঁ৷ তথাপিও ভাল পাইছিলোঁ৷ অভিনয় সুন্দৰ৷ কিন্তু এতিয়া বাৰ্তালাপত কথাবিলাক এজন প্ৰকৃত শিল্পীৰ দৰে স্পষ্ট আৰু সাহসিকতাৰ সুন্দৰ নিদৰ্শন৷ যুৱ প্ৰজন্মই এনেকুৱা এটা বৃত্তি লৈ নিজক সু প্ৰতিষ্ঠিত কৰাৰ সোপান ৰচনা কৰিব পাৰিব৷ এইয়া এক সাহসিকতাৰ নিদৰ্শন৷ আপোনাৰ জীৱন দৰ্শন " বাৰ্তালাপ" ৰ জৰিয়তে জানিব পাৰি অতি সুখ অনুভৱ কৰিছোঁ৷

  • @user-hl7kb7bf5d
    @user-hl7kb7bf5d Жыл бұрын

    তেখেতৰ Art of speech মোৰ বহুত ভাল লাগে।তেখেতকতু কিমান ভাল সেইটো বুজাবই নোৱাৰো । তেখেতৰ মঙ্গল কামনা কৰিলো।

  • @bhismapratim6961
    @bhismapratim69613 ай бұрын

    উদয় দাৰ আলোচনাটো বহুত2 ভাল লাগিল পৰশ দা ।

  • @AJ-nd3kf
    @AJ-nd3kf2 жыл бұрын

    মন চুই যোৱা কথা কিছুমান কৈছে দাদাই। Respect 🙏

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hi Tumi mur u frd hba ni moiu back krim tumk de

  • @basantiboro4314
    @basantiboro43142 жыл бұрын

    অভিনেতা ব্ৰজেন বৰুৱা এগৰাকী মাতৃৰ ভুমিকা লব লগা হৈছে।

  • @sumidaskalita189
    @sumidaskalita1892 жыл бұрын

    বৰ ভাল লাগিল অনুষ্ঠানটো চায়💖

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hello Tumi muru frd hba ni moiu back krim de

  • @bhabeshhaloi3644
    @bhabeshhaloi36442 жыл бұрын

    বাৰ্তালাপ খুব ধুনীয়া অনুষ্ঠান,সকলোৱে চাব |

  • @dhonsaikia5542
    @dhonsaikia55422 жыл бұрын

    বৰ ভাল লাগিল ।উদয় দাৰ কথাবোৰ ইমান মৰম লগা

  • @ratulchutia2212
    @ratulchutia2212 Жыл бұрын

    জিৱনত কেতিয়াও হাৰ মানিবলৈ প্ৰখংগত ,অলপ নহয় বহুতেই সাহিলো,বজাই লোৱা বজাই লোৱা, সকলো বহুত ধুনীয়া হৈছে,

  • @lizaborthakur8432
    @lizaborthakur8432 Жыл бұрын

    আজি বাৰ্তালাপ উদয় শংকৰ বহুত বহুত ভাল লাগিল।।

  • @madhabiborah1627
    @madhabiborah16272 жыл бұрын

    ইমান সুখ অনুভৱ কৰিলোঁ ভিডিওটো চাই ৷ সুন্দৰ অতি সুন্দৰ ৷

  • @kushalsonowal948
    @kushalsonowal9482 жыл бұрын

    বহুত বহুত সু্ন্দৰ ৷ ভাল লাগিল

  • @nikhashreernath2149
    @nikhashreernath2149 Жыл бұрын

    বহুত বেছি ভাল লাগে উদয় দাক যেতিয়া তেওঁ ক লগ পোৱাৰ দিনটো এতিয়াও মনত পৰে সৰুপথাৰ ত

  • @dipanjalidas8195
    @dipanjalidas8195 Жыл бұрын

    খুউব ভাল লাগিল কথা বোৰ শুনি।

  • @user-zh6ky1dd5k
    @user-zh6ky1dd5k2 жыл бұрын

    বৰ ভাল লাগিল উদয়ৰ যাত্ৰাৰ কথাখিনি

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hi Tumi mur frd hba ni moiu back krim

  • @prakashkalita9195
    @prakashkalita91952 жыл бұрын

    বহুত কথা শুনি জানিলো ।ধন্যবাদ ।

  • @bigbrother9
    @bigbrother92 жыл бұрын

    বহুত ধুনীয়া 🥰🥰🥰 শেষত উদয় দাৰ কথা ষাৰ বহুত বেছি ভাল লাগিল 🥰🥰😘😘

  • @rishirajbordoloi8693
    @rishirajbordoloi86932 жыл бұрын

    Bor bhal lagil. Uday da r kotha bur agote najanisilu. Thank you. ☺️

  • @runudevibarman8706
    @runudevibarman87062 жыл бұрын

    Khub bhal lagil kotha bur xuni amar achirbad xodai 🙌❤️

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment99752 жыл бұрын

    Anchoring খুব সুন্দৰ হৈছে | শুভেচ্ছা আৰু শুভকামনা আগলৈ......❤

  • @emotionalboysimanta2667
    @emotionalboysimanta26672 жыл бұрын

    বহুত ভাল কথা কেইটামান শুনিলো। ভাল লাগিল।

  • @miss-popi7019
    @miss-popi7019 Жыл бұрын

    উদয় শংকৰ দাদা মোৰ বহুত প্ৰিয়।

  • @iloveindia2457
    @iloveindia24572 жыл бұрын

    Anchoring kora suali Joni xosake bohut cute,,, love from Pathsala

  • @justthings9450

    @justthings9450

    2 жыл бұрын

    Keep loving😊

  • @harakantatamuli1053
    @harakantatamuli10532 жыл бұрын

    Vediotu bohut bhal lagil .many many thanks .

  • @ibhadutta2136
    @ibhadutta21362 жыл бұрын

    সুন্দৰ 👌❤️👌

  • @manjulpathak4182
    @manjulpathak41822 жыл бұрын

    বৰ ভাল লাগিল..সুন্দৰ অনুস্থান...

  • @sukanyakonch8763
    @sukanyakonch8763 Жыл бұрын

    Ufff কথাখিনি মন চুই গৈছে।। আগুৱাই যাওঁক।।

  • @karabiboruah2662
    @karabiboruah2662 Жыл бұрын

    Bhut sundr lagil udayhank da bartalap suni. Moi ajije paicu cabloi pernadayok bhut

  • @madhurihazarika3422
    @madhurihazarika34222 жыл бұрын

    মোৰ ঘৰ যোৰহাটত । প্ৰিয় মানুহজনৰ কথাবোৰ শুনি ভাল লাগিল । ধন্যবাদ উদয় শংকৰ দা ।

  • @wearebestfriends5847
    @wearebestfriends58472 жыл бұрын

    আজিৰ বাৰ্তালাপ বহুত ভাল লাগিল বহুত কথা জানিব পাৰিলো চক্ৰ পাণি দাদালৈ বহুত ধন্যবাদ থাকিল

  • @Dhajyasaikia
    @Dhajyasaikia2 жыл бұрын

    সচাঁকৈ কথা কেইতাই শুনি বহুত ভাল লাগিছে।

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hi Tumi mur u frd hba ni moiu back krim tumk de

  • @gitulbaishya7991
    @gitulbaishya79912 жыл бұрын

    মানুহজনক বহুত ভাল লাগিল।

  • @pallabitalukdar4665
    @pallabitalukdar46652 жыл бұрын

    বহুত ভাল লাগিল ❤️ সুন্দৰ উপস্থাপন ❤️কথাবোৰে অন্তৰ চুই গ'ল ♥️

  • @junuentertainment
    @junuentertainment2 жыл бұрын

    সুন্দৰ হৈছে নম্ৰতা...আগবাঢ়ি যোৱা। শুভেচ্ছা থাকিল।

  • @dhunurumurlife6151

    @dhunurumurlife6151

    Жыл бұрын

    Hello Tumi muru frd hba ni moiu back krim de

  • @jyotimoyhainary6480
    @jyotimoyhainary64802 жыл бұрын

    Bohut vl lagil....my favourite 🥰🥰

  • @dhirudas5408
    @dhirudas54082 жыл бұрын

    Vl lgil vedio tu sai... ❤️❤️❤️

  • @bornalitamuli3766
    @bornalitamuli37662 жыл бұрын

    সুন্দৰ অনুষ্ঠান। ভাল লাগিল।

  • @bantigoswamibora9726

    @bantigoswamibora9726

    2 жыл бұрын

    বৰ ধুনীয়া অনুষ্ঠান এটা উপভোগ কৰিলো,উদয়শ্্কৰলৈ আন্তৰিক শুভকামনা থাকিল।

  • @jamugurianbablivlog6085
    @jamugurianbablivlog6085 Жыл бұрын

    xundor anushthan👍

  • @narayanchilakala22
    @narayanchilakala222 жыл бұрын

    সুন্দৰ 👍

  • @dimpideka4897
    @dimpideka48972 жыл бұрын

    Great interview

  • @rijubora174
    @rijubora1742 жыл бұрын

    Khuub hundor abeg onuvtir roxalotar ek prostuti BARTTALAAP.. Bohut vaal lagil ayy khondoti UDOY SANKAR dar roxal hojib kahini... BARTTALAAP Or joriote UDOY DAA r kotha huni bohut val lagil,, Logote apunalukor hokolure......... 🥰🙏

  • @violinadeka8230
    @violinadeka82302 жыл бұрын

    বৰষা বা আৰু নিৰিবিলি:এটি নীৰৱ কাহিনীৰ লিখক কৌশিক নন্দন বৰুৱা দাদাক মাতিব🙏

  • @binadutta5703
    @binadutta57032 жыл бұрын

    অতি সুন্দৰ মূহুৰ্ত, বৰ দৰকাৰি কথা কলে,সচাই আমি বহু কথা জানিবলৈ বাকী আছে।কুশল কামনা কৰিলো।

  • @devikagogoi2898
    @devikagogoi28982 жыл бұрын

    বাৰ্তালাপ চাবৰ বাবে ৰৈ থাকো । আশীৰ্বাদ সদায় আছে ।

  • @dipsikhachetia111
    @dipsikhachetia1112 жыл бұрын

    বৰ ভাল ‌লাগিল‌ উদয়‌ দা ❤️

  • @sangitakalita4654
    @sangitakalita46542 жыл бұрын

    কথাবোৰে মন চুই গ'ল

  • @sarusaharia7300
    @sarusaharia73002 жыл бұрын

    সত্যম শিৱম সুন্দৰম,

  • @kamruptourism4992
    @kamruptourism49922 жыл бұрын

    তেৱোঁ বৰ ভাল মন এটাৰ গৰাকী ,, কেইবাগৰাকীও লোকৰ সাক্ষাৎকাৰৰ মাজত এওঁৰ কেওটাই ভাল লাগে

  • @dipalidevi1323
    @dipalidevi13232 жыл бұрын

    Bahut bhal lagil katha khini

  • @dimpoldutta8182
    @dimpoldutta81822 жыл бұрын

    ভাল লাগিল অনুষ্ঠান চাই

Келесі