কিয় বেংকৰ চাকৰিৰ পৰা নিলম্বিত হৈছিল বিষ্ণু খাৰঘৰীয়া?

▶️ বিষ্ণু খাৰঘৰীয়া এতিয়া কেনে আছে?
▶️ অভিনয়ৰ পৰা এতিয়া আঁতৰি আছে নেকি বিষ্ণু খাৰঘৰীয়া?
▶️ মৰাণত এতিয়া কি কামত ব্যস্ত বৰেণ্য অভিনেতাজন?
▶️ বিষ্ণু খাৰঘৰীয়া মানুহজন খঙাল নেকি?
▶️ জীৱনৰ প্ৰথমখন ছবিত কি লটিঘটি হৈছিল তেওঁৰ?
▶️ কোনখন ছবিত তেওঁ ‘স্পটবয়’ৰ কাম কৰিছিল?
▶️ কিয় বেংকৰ চাকৰিৰ পৰা নিলম্বিত হৈছিল তেওঁ?
▶️ ‘অৰণ্য’ৰ পৰা ‘বনানী’লৈ
▶️ ‘বৃষ্টি’ৰ পৰা ‘বাৰুদ’লৈ
▶️ কোনখন ছবি শ্ৰেষ্ঠ তেওঁৰ দৃষ্টিত?
▶️ সকলো ক’ব আজি বিষ্ণু খাৰঘৰীয়াই
▶️ NKTVত বশিষ্ঠদেৱ ফুকনৰ সৈতে ‘বিশেষ সাক্ষাৎকাৰ’

Пікірлер: 146

  • @JituAhmedRJFilms
    @JituAhmedRJFilms9 күн бұрын

    বিষ্ণু দাৰ লগত ছবিত কাম কৰাৰ সুন্দৰ অভিজ্ঞতাৰ কথা বিলাক মনত পৰি গ'ল।।।।

  • @mukheswarkonwar9754
    @mukheswarkonwar97542 жыл бұрын

    বহুত দিনৰ মূৰত দেখা পাই খুওব ভাল লাগিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভালে কুশলে থাকক তাৰেই কামনাৰে....

  • @brothersglobe5706
    @brothersglobe57062 жыл бұрын

    স্বনামধন্য বিষ্ণু খাৰঘৰীয়া দেৱৰ সাক্ষাৎকাৰটো অতি উচ্চ মানদণ্ডৰ হৈছে,যাৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰা জন উচ্চ প্ৰশংসাৰ পাত্ৰ। কাৰণ আজিকালিৰ এচাম তথাকথিতই কাক কেনেকৈ,কি প্ৰশ্ন কৰিব লাগে,তাৰ সম্যক জ্ঞানকণ অন্ততঃ এই সংবাদ সেৱী জনৰ পৰা লোৱা উচিত।যিকি নহওঁক, বহুত প্ৰয়োজনীয় কথা জনাব পৰা অনুষ্ঠানটোৰ দুয়ো গৰাকীলৈ অশেষ ধন্যবাদ জনাইছোঁ 🌹🙏❤️

  • @nitulsaikia6652
    @nitulsaikia66522 жыл бұрын

    অতি প্ৰিয় অভিনেতা সহজে সৰল প্ৰতিজন অসমীয়াৰ হৃদয়ত তেওঁ অভিনয় সদায় জীয়াই থাকিব

  • @sandhyadevi9094
    @sandhyadevi90948 күн бұрын

    বিষ্ণু মোৰ লগৰীয়া ৷একেলগে পঢ়িছিলো দুয়ো আমি চিৰিং চাপৰিৰ বাসিন্দাৰ আছিলো ৷ক্লাছ ছিক্সত আমি হেৰম্ব বৰদলৈৰ ওচৰত টিউছন কৰিছিলো ৷তেওঁ বহুত চোকা ল'ৰা আছিল ৷অঙ্কত বুৎপত্তি আছিল ৷সকলোতকৈ প্ৰথমেই চাৰক দেখুৱাইগৈ ৷এদিন আমি দুজনী মানে চাৰৰ পিতন খাইছিলো বিষ্ঞুৰ বাবে ৷ আজি আমাৰ তাকলৈ গৌৰৱ কৰো ৷ তেওঁৰ সুস্বাস্থ্য কামনা কৰো ৷

  • @chitrakumarhazarika9224
    @chitrakumarhazarika92242 жыл бұрын

    ভাল লাগিল খাৰঘৰীয়াদেৱৰ লগত হোৱা সাক্ষাৎকাৰটি...প্ৰাপ্তি আৰু অপ্ৰাপ্তিয়ে কেতিয়াও আমনি নকৰা সহজ সৰল এই গৰাকী শিল্পী চিৰসেউজ হৈ থাকক।

  • @bhbxyz
    @bhbxyz2 жыл бұрын

    বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏💐

  • @durlovhatiboruah4950
    @durlovhatiboruah49502 жыл бұрын

    সৰু ঠাইত মানুহৰ আন্তৰিকতা বেছি💞 প্রিয় অভিনেতাজন সদায় কুশলে থাকক💕💕

  • @kamalsaikia7179
    @kamalsaikia71798 күн бұрын

    মোৰ আটাইতকৈ ভাল লগা অভিনেতা জনেই হৈছে বিষ্ণু খাৰঘৰীয়া। তেখেতৰ দীর্ঘায়ু কামনা কৰিলো। তেখেতক বাস্তবত লগ কৰা খুব হেপাহ এটা আছে।

  • @kamalsaikia7179
    @kamalsaikia71797 күн бұрын

    মোৰ মৰমৰ ইলা, মৰম বুজি নাপালা বিহু গীতটোৰ অভিনয় বিষ্ণু দাৰ ইমান ভাল লাগে। মই গীতটো চেভ কৰি লৈ মনত পৰিলেই দুই তিনিবাৰ মান চাই থাকো।

  • @meghalisaikia1863
    @meghalisaikia18632 жыл бұрын

    মোৰ প্ৰিয় অভিনেতা। বৃষ্টি বোলছবিত কৰা দুৰ্দান্ত অভিনয় সৰু তেই দেখিছিলো। তেখেতৰ জীৱনৰ দৰ্শন পোনপটীয়া আৰু নিস্পাপ। সাক্ষাৎকাৰ টো চাই বহুত ভাল লাগিল। তেখেতৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

  • @bipulgogoi7193

    @bipulgogoi7193

    2 жыл бұрын

    Ya..why not

  • @dipalidowarah1795

    @dipalidowarah1795

    2 жыл бұрын

    তেখেত কুশলে থাকক আৰু দীঘায়ু কামনা কৰি লো

  • @beautisivsagar2354
    @beautisivsagar23542 жыл бұрын

    Mur priyo abhineta Bishnu khaghari sir ❤️❤️❤️

  • @DilipBhorali

    @DilipBhorali

    9 күн бұрын

    মোৰ প্ৰিয় অভিনেতা।

  • @ryuujintanji

    @ryuujintanji

    9 күн бұрын

    প্ৰিয় অভিনেতা বিষ্ণু খাৰঘৰীয়া দেৱৰ বিষয়ে জানিব পাৰি ভাল পালো

  • @jitenborah52

    @jitenborah52

    5 күн бұрын

    ​@@DilipBhorali❤😂😂😂😂😂😊😊😊😊😊

  • @prabhatkrgogoi8153
    @prabhatkrgogoi81532 жыл бұрын

    লেঠাৰি নিচিগাকৈ ৰাজনৈতিক বাতৰিবোৰ আগস্থান দি থকাতকৈ এইদৰে মাজেসময়ে শিল্পী সাহিত্যিক সাংস্কৃতিক কৰ্মী সকলৰ সাক্ষাৎকাৰ দি থাকিলে ভাল পাওঁ ৷

  • @dipjyotikalita4819

    @dipjyotikalita4819

    2 жыл бұрын

    Val katha koise apuni👍

  • @arunpathak2120
    @arunpathak21202 жыл бұрын

    তেখেত অসমীয়া ছবিৰ ভোটাতৰা। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @alakakalita8075
    @alakakalita80752 жыл бұрын

    চাৰৰ অভিনয় বহুত ভাল লাগে বিশেষ কৈ বাৰুদৰ অভিনয়।

  • @mohanboruah3956
    @mohanboruah39562 жыл бұрын

    ভাল লাগিল প্ৰিয় অভিনেতাজনৰ মনৰ কথাবোৰ জানি ৷ এজন সহজ সৰল সকলোৱে অন্তৰ জয় কৰা মৰমৰ অভিনেতা জন ৷ অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা জনৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কমনা কৰিলো

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM2 жыл бұрын

    Moi bisaru aru 30 years anekoi thakok Bishnu borta apunak hodai sabo mon jai cinema serial aiburot akedorei, apunar hu swasthiyo aru Dirghau kamona korilu👍🙏🙏

  • @rashnahazarika4602
    @rashnahazarika46022 жыл бұрын

    বৰ ভাল লাগিল ,মোৰ প্ৰিয় অভিনেতা জনৰ বিষয়ে জানিব পাৰি । অভিনেতা জনৰ দীৰ্ঘায়ু কামনা কৰিলো

  • @birajcreation1385
    @birajcreation13852 жыл бұрын

    সাংবাদিকজনক কিন্তু ভাল লাগিল দেই বহুত কথাই অধ্যয়ন কৰি আহিছে

  • @rajibgogoi6006
    @rajibgogoi60062 жыл бұрын

    মোৰ অতিকৈ প্ৰিয় অভিনেতা জনক দেখি বৰ ভাল লাগিল। কুশলে থাকক দাদা ।

  • @b.sc.physicskeypoints6384
    @b.sc.physicskeypoints638424 күн бұрын

    প্ৰিয় আৰু নমস্য অভিনেতা জনলৈ প্ৰণাম জনালো, কুশলে থাকক❤

  • @MohendraBaruah-m6r
    @MohendraBaruah-m6r12 күн бұрын

    শিল্পী মনৰ মানুহ সদায় সৰল ।

  • @jugendersaikia4176
    @jugendersaikia41762 жыл бұрын

    অসমীয়া চিনেমাৰ জগতখন এওঁ সকলৰ কাৰণেহে জীয়াই আছিল। এতিয়া আৰু তেনেকুৱা ভাল লগা অভিনেতাও নাই চিনেমাও নাই।

  • @bidyaburagohain6504
    @bidyaburagohain65042 жыл бұрын

    মোৰ প্ৰিয় অভিনেতা । তেখেতলৈ সেৱা জনাইছো । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো।

  • @bubulboruah2881
    @bubulboruah28812 жыл бұрын

    একো নেজানিলে অভিনয় কৰিবলৈ অলপ অসুবিধা হয়। এখেতৰ অভিনয় মোৰ বৰ ভাল লাগে। ধন্যবাদ💐💐💐

  • @kirangogoi4748
    @kirangogoi47482 жыл бұрын

    ৰতনৰ মাক এওঁ ক কথাবোৰ কমনে ?(বৰ ভাল লাগে)।

  • @user-xq4ro9qc2p
    @user-xq4ro9qc2p15 күн бұрын

    আপুনি মোৰ প্ৰিয় অভিনেতা, আপোনাৰ দীৰ্ঘায়ো কামনা কৰিলোঁ ।

  • @MadhabMajuli
    @MadhabMajuli2 жыл бұрын

    বহু দিনৰ মূৰত আজি দেখিবলৈ পাইছোঁ আপোনাক খুৰা ☺️ ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা সদায় আপোনাৰ লগতে আপোনালোকৰ নিছিনা শিল্পীৰ বাবে,, শিল্পী সমাজ এৰি ৰাজনীতি ভৰ্তি হোৱা সকললৈ নহয়।।💐💐

  • @dipaliray5259
    @dipaliray52592 жыл бұрын

    Aijon mur oti priyo. God bless you sir🙏🙏 🥰💐👌👌

  • @ranjandeka5737
    @ranjandeka57372 жыл бұрын

    Sir bohut bhal lagil,🙏🙏🙏❤❤❤

  • @mamonidevi617
    @mamonidevi61716 күн бұрын

    Bohut bhal lage kharghoriya sir eman dhunia abhinoy

  • @TapanDas-ph4wk
    @TapanDas-ph4wk2 жыл бұрын

    আমাৰ প্ৰিয় অভিনেতা তথা মৰমৰ খুড়া বিষ্ণু খাৰঘৰীয়া ছাৰ 🖤🖤

  • @dalimanideka4848
    @dalimanideka48482 жыл бұрын

    কিমান যে ভালপাও বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়াক .......ভাষা নাই কবলৈ......... সদায় ভালে থাকক 🙏🥰😘

  • @rajenmili1049
    @rajenmili10492 жыл бұрын

    সুন্দৰ সাক্ষাৎকাৰ । সংলাপ, শাৰীৰিক ভাষা, কাহিনীৰ লগত সম্পৰ্কিত চৰিত্ৰৰ সম্যক ধাৰণাৰ অধিকাৰী তাক জীৱন্ত ৰূপ দিয়াত সিদ্ধহস্ত আৰু নিজস্ব প্ৰতিভাক সদ ব্যৱহাৰ কৰি সুন্দৰ অভিনয়ৰ দ্বাৰা অসমৰ চলচ্চিত্ৰ আৰু অভিনয় জগতক এক অনন্য মাত্ৰা প্ৰদান কৰা বিষ্ণু খাৰঘৰীয়া দেৱ সচাই অনন্য । Dominant Voiceৰ অধিকাৰী খাৰঘৰীয়া দেৱে আমাৰ জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এক বৰ্ণনাতীত আলোৰণৰ সৃষ্টি কৰে। এতিয়াও তৰুণ তৰুণ লাগে। অধিক তজবজীয়া আৰু দীঘলীয়া সাংস্কৃতিক জীৱনৰ আশা কৰিলোঁ।

  • @binodray1133
    @binodray11332 жыл бұрын

    মোৰ আটাইতকৈ ভালপোৱা অভিনেতা জন সাক্ষাৎকাৰ চাই বহুত ভাল লাগিল

  • @ilimalahon8502
    @ilimalahon8502 Жыл бұрын

    বহুত ভাল লাগিল

  • @user-ku3zo5sp5j
    @user-ku3zo5sp5j10 күн бұрын

    Mor ati priy abhineta❤

  • @bobyborah28
    @bobyborah282 жыл бұрын

    মোৰ অতি প্ৰিয় অভিনেতাজন। সদায় সুস্থ হৈ থাকক।

  • @dipbhuyan1808
    @dipbhuyan1808 Жыл бұрын

    ভগৱানে আপোনাক সুস্থ শৰীৰেৰে আৰু বহু বছৰ জীয়াই ৰাখক।। প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ অভিনয় অতুলনীয়।।

  • @pranatibaruah3467
    @pranatibaruah3467 Жыл бұрын

    সাক্ষাৎ লোৱা গৰাকি প্ৰশংসাৰ যোগ্য

  • @bimalborah6113
    @bimalborah611327 күн бұрын

    Moja Lagil

  • @prabhatahom4010
    @prabhatahom40102 жыл бұрын

    আইঐ মোৰ অতিকৈ মৰমলগা,অতিকৈ চেনেহ লগা খাৰঘৰিয়াদা, আপোনি মোৰ হৃদয়ৰ মাজত সদায় আছে আৰু সদায় থাকিব ।

  • @dilipdas7344
    @dilipdas7344 Жыл бұрын

    বিষ্ণু খাঘৰীয়া দেৱ শত বছৰ পাৰ কৰক, পৰম পিতা পৰমেশ্বৰ ওচৰত প্ৰাৰ্থনা।

  • @krishnagogoi1657
    @krishnagogoi16572 жыл бұрын

    খাৰঘৰীয়া দেৱৰ দীৰ্ঘায়ু কামনা কৰিলোঁ |

  • @younggboro2908
    @younggboro29082 жыл бұрын

    Bohut Val lagil dekha pai, God bless you 🙏 🙏🙏 sir,,, from : Hyderabad ch Rabha

  • @ridipdeka116
    @ridipdeka1162 жыл бұрын

    Apunar avinoy bor bhut bhut vl lage. Apunar dirghayo kamona korilu vogobanor orst.

  • @debabrata9864
    @debabrata98643 күн бұрын

    Great actor an actor of my heart.

  • @nayanmoni1493
    @nayanmoni14932 жыл бұрын

    Best Anchoring 🙏🙏🙏🙏

  • @beautifullifejourney28liza
    @beautifullifejourney28liza2 жыл бұрын

    Sir apuni bhale thakok....Bhagawane apunak bhale rakhak...Apunar abhinoy mur priyo...Bhal lagil apunar kotha bur huni

  • @patkai504
    @patkai5042 жыл бұрын

    Enekoiye na - purani hilpi hokolok interview louk . Dekhile ako agor din bur hojib hoi pore

  • @Dolykalita1234
    @Dolykalita12342 жыл бұрын

    ছাৰৰ অভিনয় চাই ভাল লাগে। ছাৰক মই বহুত শ্ৰদ্ধাৰ কৰোঁ।

  • @biswajitborgohain3386
    @biswajitborgohain3386 Жыл бұрын

    Kharghoria sir Iam salute 2 tó yóu again & again, long live you & all your family,

  • @globalvillage6416
    @globalvillage64162 жыл бұрын

    Best Assamese actor in my view

  • @jonjyotideka5370
    @jonjyotideka53702 жыл бұрын

    Dhuniya ❤️😘

  • @JyotismanHazarika-dm6qt
    @JyotismanHazarika-dm6qt2 жыл бұрын

    Mur khub val loga actor hoi.. Kharghoriya sir

  • @drumeshbarman2474
    @drumeshbarman24743 күн бұрын

    Very good interview

  • @diptidutta1058
    @diptidutta10582 жыл бұрын

    অনুষ্ঠানটো চাই খুব ভাল লাগিল ।

  • @user-gd5vi5hy5i
    @user-gd5vi5hy5i15 күн бұрын

    অতিকে প্ৰিয় শিল্পী

  • @mintutalukdar9619
    @mintutalukdar96192 жыл бұрын

    Bohut. Val. Lagil. Vidio. Tu. Sai.

  • @porishmitachutia7835
    @porishmitachutia7835 Жыл бұрын

    প্ৰিয় অভিনেতা

  • @sidharthabhuyan474
    @sidharthabhuyan474 Жыл бұрын

    Bohut val lagil.

  • @saqleinmostak5589
    @saqleinmostak55892 жыл бұрын

    god bless you..with good health...🙏

  • @manalishavlogs2447
    @manalishavlogs24472 жыл бұрын

    my good eman dinar murat sirk dekha palu val lagil aji bahu dinar murat teuk dekha palu aru kene ase lagate khabar tu palu je teu vale ase .val lagil aji bahu dinar murat tekhetar khabar palu .

  • @utpalakonwargogoi2173
    @utpalakonwargogoi21732 жыл бұрын

    Bahot val lage apunak bartta,

  • @dibakargogoi5181
    @dibakargogoi5181 Жыл бұрын

    Our family like this person, we like his personality, behaviour , nice personality mannnnnn

  • @dreamer3165
    @dreamer31652 жыл бұрын

    Birat besi val pau manuh jon♥️. Apuni hodai vale thakok 🙏

  • @jyotsnaborah8880
    @jyotsnaborah88802 жыл бұрын

    অতি প্ৰিয় অভিনেতা ❤️❤️❤️

  • @mask1129
    @mask11292 жыл бұрын

    সুন্দৰ

  • @riturajgogoi3807
    @riturajgogoi38072 жыл бұрын

    Legend😍

  • @arunasenapati1099
    @arunasenapati10992 жыл бұрын

    প্ৰিয় অভি নেতা।

  • @swopnabaruah9088
    @swopnabaruah90882 жыл бұрын

    Bohut val pau aponar abhinoy sai.

  • @mridultalukdar7913
    @mridultalukdar79132 жыл бұрын

    Bhut val lage apunak💚

  • @alokkalita1028
    @alokkalita10282 жыл бұрын

    মোৰ অতি প্ৰিয় অভিনেতা ।

  • @jitenpatowary7811
    @jitenpatowary78112 жыл бұрын

    God bless you sir

  • @iconic-24
    @iconic-242 жыл бұрын

    Gems of assamese flim industry ❤

  • @debashishazarika9886
    @debashishazarika98862 жыл бұрын

    Bohot bhal pao apunar obhinoi.bhogobane kukhole rakhok apunak

  • @saranias7330
    @saranias73302 жыл бұрын

    সাংঘাটিক অভিনয় কৰিছিলে এখেত আমাৰ প্ৰিয় অভিনেতা ।

  • @minakshinath750
    @minakshinath7502 жыл бұрын

    Mur prio abhineta jon🙏🙏🙏❤❤❤

  • @bhanitakakati7950
    @bhanitakakati79502 жыл бұрын

    God bless you khura

  • @manikchandradas7057
    @manikchandradas70572 жыл бұрын

    Salute to you 🙏

  • @jahnabibora9141
    @jahnabibora9141 Жыл бұрын

    Best Actor of Assam

  • @gadgettech3599
    @gadgettech35992 жыл бұрын

    khub natural manuh , ❤

  • @ashinikumargogoi
    @ashinikumargogoi2 жыл бұрын

    খুড়া প্ৰতিটো অভিনয় সুকীয়া, পুত্ৰ কৌশিকৰ সৈতে মই সহপাঠী। সেই হেতুকে কথা বতৰা হৈ আছিল, দীৰ্ঘদিন ধৰি লগ পোৱা নাই,

  • @rojoniprovabaruah5461
    @rojoniprovabaruah54612 жыл бұрын

    মোৰ প্ৰিয় অভিনেতা জন🙏🙏🙏🙏

  • @arabinda1714
    @arabinda17142 жыл бұрын

    Best 💝

  • @bhubenthakuria9006
    @bhubenthakuria90062 жыл бұрын

    বিষ্ণু খোৰা ডাঙৰীয়া ভগৱন্তই সুস্বাস্থ্য কৰি ৰাখে যেন।

  • @rahultalukdar5589
    @rahultalukdar55892 жыл бұрын

    Legend ❤

  • @dipjyotikakati456
    @dipjyotikakati456 Жыл бұрын

    love you sir🙏🏼🙏🏼

  • @utpalnathblogs1758
    @utpalnathblogs1758 Жыл бұрын

    Khub val lage

  • @bikashdutta4968
    @bikashdutta496810 ай бұрын

    bohut val lage

  • @rajanichutia6366
    @rajanichutia6366 Жыл бұрын

    ১৯৬৫, ১৯৬৬/৬৭ চনত খাৰঘৰীয়া,হেমন্ত দত্ত কানৈ কলেজত পঢ়ি আছিল। দুটা বছৰত দেখিছিলো কলেজত অনুষ্ঠিত নাটকত প্ৰতি বছৰে হেমন্ত দত্ত প্ৰথম হৈছিল আৰু শ্ৰীযুত খাৰঘৰীয়া দ্বিতীয় স্থান পাইছিল। যিহেতু তেতিয়া ম ই তাত পঢ়ি আছিলোঁ

  • @indianspiceasmr9439
    @indianspiceasmr94392 жыл бұрын

    Big fan

  • @kamalakantanath9931
    @kamalakantanath99312 жыл бұрын

    Kharghariya sir ar avinay mur bor bhal lage. Tekhetor utjal kamana karilu.

  • @subhambhattacharyya2495
    @subhambhattacharyya2495 Жыл бұрын

    Love you sir

  • @deepjyotisonowal4632
    @deepjyotisonowal46322 жыл бұрын

    .mor bro vl lge... Aponak sir...

  • @bulbulinath7612
    @bulbulinath76122 жыл бұрын

    heri ratanr mak kun to rastai di jam 一.moja lge sir

  • @purabibora2048
    @purabibora20482 жыл бұрын

    Sir bohudinloi avinoy kori thakibo.bhal lage apuner avinoy Sai.

  • @lizaborthakur8432
    @lizaborthakur8432 Жыл бұрын

    চিৰ নমস্য ব্যক্তি❤❤❤❤❤

  • @NipaBailung
    @NipaBailung26 күн бұрын

    Tekhetor Dighayu kamona korilu

  • @kabitaborah9231
    @kabitaborah92312 жыл бұрын

    🙏🙏❤❤❤

Келесі