ৰাজ্যত নজিৰবিহীন ঘটনা। চৰকাৰৰ আঁচনি নালাগে উন্নয়ন লাগে শ্লগান দি ভোট বৰ্জন কৰিলে ৫খন গাঁৱৰ জনতাই

ৰাজ্যত নজিৰবিহীন ঘটনা। চৰকাৰৰ আঁচনি নালাগে উন্নয়ন লাগে শ্লগান দি ভোট বৰ্জন কৰিলে ৫খন গাঁৱৰ জনতাই। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি আয়োজন কৰিলে প্ৰীতি ভোজৰ
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 244

  • @nogensaikia2441
    @nogensaikia244124 күн бұрын

    ঢকুৱাখনা ৰাইজক হাজাৰ বাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ উচিত সিদ্ধান্ত লোৱা বাবে।

  • @bituborah6874
    @bituborah687423 күн бұрын

    বহুত ভাল কাম কৰিছে।বঢ়িয়া কৰিছে।

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini678021 күн бұрын

    ধন্যৱাদ জনাইছো আপোনা লোকৰ একতা দেখি

  • @bulbulbora-cw1el
    @bulbulbora-cw1el24 күн бұрын

    B J P ওপৰত খঙ যদি অন্য দলত ভোট দিয়ক । সেইটোহে আচল কথা ।

  • @GamingMasala50

    @GamingMasala50

    24 күн бұрын

    Vote dile aji news nhole nhoi..atiya sarkar sokut poribo....

  • @pranabkumardas6239

    @pranabkumardas6239

    24 күн бұрын

    Vote nidilehe sarkare gom pabo,Biporit dolok vote dile raije gom napabo

  • @alakeshray7889

    @alakeshray7889

    24 күн бұрын

    ​@@pranabkumardas6239bjp jode jika tomalokok ako nedila andolon nokoriba.karon bjp k vote tu nide balag dolok dila val asil

  • @Minaramgogoi-xg4qo

    @Minaramgogoi-xg4qo

    24 күн бұрын

    Birudhi k Vote dibo lagisil..ATIA atrohin......

  • @digantajyotibordoloi5528

    @digantajyotibordoloi5528

    21 күн бұрын

    অন্য দলক দিলে ভোট bjp এ পাব এই টু bjp চৰকাৰৰ নিয়ম গেজো কৰা

  • @pritimalalagasupayeng4675
    @pritimalalagasupayeng467524 күн бұрын

    খুব ভাল কাম কৰিছে

  • @sohedurrahman2485
    @sohedurrahman248523 күн бұрын

    এই সকল ৰাইজৰ সিদ্ধান্তক সন্মান জনাইছো ।

  • @intajurrahman4134
    @intajurrahman413424 күн бұрын

    ১০০% ৰাইট কৰিছে

  • @neone4759
    @neone475924 күн бұрын

    গুৱাহাটীত চাইনিজ লাইট কেইটামান জ্বলাই থলে অসম, অসমীয়াৰ উন্নয়ন নুবুজাই

  • @JituHaloi-ln3xm
    @JituHaloi-ln3xm24 күн бұрын

    বঢ়িয়া সঠিক সিদ্ধান্ত

  • @jibanandachoudhury8859
    @jibanandachoudhury885924 күн бұрын

    মোডী চৰকাৰৰ উন্নয়নৰ বাবে পুৰষ্কাৰ দিলে ৰাইজে বিজেপিক ।

  • @pranabkumardas6239

    @pranabkumardas6239

    24 күн бұрын

    Right bohut val kam korise

  • @santanurajkonwar4093
    @santanurajkonwar409324 күн бұрын

    বি জে পিৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙালে ৫ খন গাৱঁৰ ৰাইজে।

  • @bandanagayan1929
    @bandanagayan192924 күн бұрын

    বহুত ভাল কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @NATHNELKACHAP
    @NATHNELKACHAP24 күн бұрын

    ৰাইজৰ মতামত এনেকুৱা হব লাগে ।

  • @rajenm3777
    @rajenm377724 күн бұрын

    ভাল সিদ্ধান্ত ।

  • @LegendIshan
    @LegendIshan24 күн бұрын

    ভোট বৰ্জন কৰিব নালাগে, ভোট দান কৰিব লাগে বিৰোধী দলক হে

  • @JeutiRabha-np1es

    @JeutiRabha-np1es

    24 күн бұрын

    Right

  • @chandramachiring9089

    @chandramachiring9089

    24 күн бұрын

    কোনো এটা দলেই ঠিক নহয়

  • @user-fg4wl7jd6p

    @user-fg4wl7jd6p

    24 күн бұрын

    BJP Sarkar noha agot Kun sorkar asel hai2 kouk 1st .

  • @LegendIshan

    @LegendIshan

    24 күн бұрын

    @@user-fg4wl7jd6p বৰ্তমান বিজেপি দল চালফা বেংক কেলেংকাৰি কেলেংকাৰিত জড়িত চিন্ডিকেট বাহিনী ধূৰন্দৰ শিয়াল বেপাৰী নেতা সকলৰ দললৈ ৰূপান্তৰিত হৈছে গৈ, দল যিয়েই হওক নেতা সকল হে বেয়া ধূৰন্দৰ শিয়াল ,এটা দলৰ পৰা এটা দললৈ দল বাগৰি ফুৰা নেতা সকলৰ বাবে হে দল সমূহৰ বদনাম হয় গৈ

  • @user-fg4wl7jd6p

    @user-fg4wl7jd6p

    24 күн бұрын

    Aje 10 years or agot Congress asel but Congress au ai homoishya solve nokorel no , goteka raij a vote borjon koratu savabek .

  • @manashpratimnath8247
    @manashpratimnath824724 күн бұрын

    বহুত ভাল কাম কৰিছে

  • @pulendrapatar3117
    @pulendrapatar311724 күн бұрын

    GOOD STEP..

  • @user-yt5fb5cf3b
    @user-yt5fb5cf3b24 күн бұрын

    অতি উত্তম। উচিত সিধান্ত

  • @digantajyotibordoloi5528
    @digantajyotibordoloi552824 күн бұрын

    হিমন্ত বিশ্বৰ চৰকাৰ দিনত এনে ঘটনা আগতে শুনা নাছিলো

  • @badrulali8674
    @badrulali867424 күн бұрын

    উচিত সিদ্ধান্ত লৈছে,ভাল লাগিল,

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n24 күн бұрын

    BJP ফুলজাৰি মাৰি থাকে উন্নয়ণ হৈছে

  • @ratuldas47
    @ratuldas4724 күн бұрын

    এয়া শৰ্মা চৰকাৰৰ উন্নয়নৰ নমুনা

  • @user-wn4dr2ro2n
    @user-wn4dr2ro2n24 күн бұрын

    পাছখনকে গাওঁ একগোট হোৱাৰ বাবে ধন্যবাদ।আমাৰ আকৌ পাছখন গাওহে নালাগে ঘৰতে ঘৰতে B,J,P.........CONGRESS

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a26924 күн бұрын

    এইতো এতিয়া বিশ্ব দৰৱালৈ বিশ্ব ৰেকৰ্ডৰ বাবে ৰাজ্যচৰকাৰে প্ৰস্তুতি কৰিব লাগে😂

  • @digantajyotibordoloi5528
    @digantajyotibordoloi552824 күн бұрын

    ভাল কৰিলে তাত কৈ আৰু কি লাগে বিৰোধী ও দিব নালাগে বিৰোধী ক দিলে bjp লৈ ভোট যায়

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k24 күн бұрын

    ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য হয় অসম

  • @MaoBourah

    @MaoBourah

    24 күн бұрын

    Toi Lowe's hemont school the son admition Desa Kotha koboloi aaheso

  • @MaoBourah

    @MaoBourah

    24 күн бұрын

    Toi Lowe's hemont school the son admition Desa Kotha koboloi aaheso

  • @DadanobrchetiaChetia-cu6db
    @DadanobrchetiaChetia-cu6db21 күн бұрын

    এলোকৰ সিদ্ধান্তত এক মত ধন্যবাদ

  • @binudas8708
    @binudas870824 күн бұрын

    আপোনালোকক ধন্যবাদ জনালো।আপোনালোকে বেলেগ দলক ভোত দিয়ক।

  • @user-vj2kb1sb8k

    @user-vj2kb1sb8k

    24 күн бұрын

    জোনে দিয়ে তাক এঘৰীয়া কৰিব ৰাইজে

  • @KarishmaBoruah-di6qq
    @KarishmaBoruah-di6qq24 күн бұрын

    Mojja

  • @girishchandrasharma5023
    @girishchandrasharma502324 күн бұрын

    উচিত পদক্ষেপ /

  • @jyotishmansportschannel5948
    @jyotishmansportschannel594824 күн бұрын

    বিপৰীত দলত vote দিয়ক

  • @pranabkumardas6239

    @pranabkumardas6239

    24 күн бұрын

    Sobei ake Val decision

  • @BinkuSaikia-wv9sy

    @BinkuSaikia-wv9sy

    24 күн бұрын

    Moja losss ok thanks,

  • @user-ep3qh8wm1g
    @user-ep3qh8wm1g24 күн бұрын

    100, Right 👍

  • @indrajitbaruah1676
    @indrajitbaruah167624 күн бұрын

    পূতৌ লগা ৰাজনৈতিক চেতনা , গনতন্ত্ৰ এইয়া। ।।

  • @manuranjansaikia9260
    @manuranjansaikia926024 күн бұрын

    Very good

  • @srimantadutta1018
    @srimantadutta101824 күн бұрын

    উন্নয়নৰ প্ৰকৃত ছবি 👌

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n22 күн бұрын

    ভাল কথা কৈছে বাইদেউ

  • @novomipatir6463
    @novomipatir646324 күн бұрын

    Moja

  • @sanukalita8422
    @sanukalita842224 күн бұрын

    Dhuniya ❤❤❤

  • @sinhabiswakosh8448
    @sinhabiswakosh844824 күн бұрын

    Right decision salute to them

  • @missmystical6605
    @missmystical660524 күн бұрын

    থিকেই কৰিলে ।ইয়াৰ পৰা নেতা-পালিনেতাই শিক্ষা পোৱা উচিত ।ওপৰত থিকেই থাকে ।সৰু-সৰু চামচাবোৰৰ কাৰণেই আজি চৰকাৰৰ এই অৱস্থা হ'ল।ন বিজেপিয়ে লাজ পোৱা উচিত ।

  • @assamesepollysaikiavlogs1503
    @assamesepollysaikiavlogs150324 күн бұрын

    উচিত সিদ্ধান্ত

  • @user-lr6gh5kt8q
    @user-lr6gh5kt8q24 күн бұрын

    Val Lagise

  • @user-xk9nd7ml6i
    @user-xk9nd7ml6i24 күн бұрын

    ঠিকেই কৰিছে ই ভি এমৰো বিশ্বাস নাই

  • @2436BhaskaRSonowaL
    @2436BhaskaRSonowaL24 күн бұрын

    Great job 👍

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go24 күн бұрын

    সিদ্ধান্ত ৰাইজৰ,চৰকাৰ ৰাইজে বনায়,প্ৰতিনিধিএ অনুভৱ কৰক

  • @pabitranath4675
    @pabitranath467521 күн бұрын

    সৱকা সাথ সৱকা বিকাশৰ নমুনা। লাজ লগা নাই মন্ত্ৰী, বিধায়কৰ। আঁচনি বোৰলৈ আমুবাইছে ৰাইজৰ।

  • @user-je7sq8ze4d
    @user-je7sq8ze4d24 күн бұрын

    Moza❤❤❤❤❤

  • @rubikoch5083
    @rubikoch508324 күн бұрын

    মৌখিকভাৱে ভোট দীয়ক

  • @haribaruah9280
    @haribaruah928021 күн бұрын

    কাৰ আৰু কিহৰ কাৰণে এনে দূৰৱস্থা হৈছে বিচাৰ কৰা উচিত। যদি প্ৰলোভনৰ ৰাজনীতি চলি আছে তেন্তে উচিত প্ৰত্যুত্তৰ বুলি গণ্য কৰা হৈছে।

  • @hndekari8011
    @hndekari801124 күн бұрын

    "চবকা চাথ চবকা বিকাশ।" ৰ জ্বলন্ত বাস্তৱ । ফটাঢোল বাজি আছে। নেতা-পালিনেতাৰ ডিঙিৰ সিৰ ফাটি তেজ নিগৰিছে। গলাৰ ভিকাচন ভাগিছে। তথাপি আস্ফালনৰ অন্ত পৰা নাই । বৰ পৰিতাপৰ কথা ।।

  • @aratikalita4492
    @aratikalita449222 күн бұрын

    একতাই পৰম বল। উন্নয়নশীল দেশৰ কথা

  • @tumi28
    @tumi2822 күн бұрын

    Bohut val kam korise . Hoseton raij

  • @bishnuprasadnath1214
    @bishnuprasadnath121424 күн бұрын

    Very Good Decition......

  • @commenti5459
    @commenti545924 күн бұрын

    উন্নয়ন গৈ পোৱা নাই নেকি?

  • @LachitDeori-rf4lt
    @LachitDeori-rf4lt24 күн бұрын

    Mojjja

  • @PadnaSarania-bd7hu
    @PadnaSarania-bd7hu24 күн бұрын

    Buhut buhut dhonyabat dhukuwa

  • @shibeswarnath2525
    @shibeswarnath252521 күн бұрын

    সুন্দৰ সিধান্ত

  • @apurbadasdas9539
    @apurbadasdas953924 күн бұрын

    A মজা 🙏🏻 🙏🏻🙏🏻

  • @rintubordoloi7217
    @rintubordoloi721721 күн бұрын

    Jindabad raij

  • @girishchandrasharma5023
    @girishchandrasharma502324 күн бұрын

    ২৬ ৰ‌‌ নিৰ্বাচনৰ আগত দলঙ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা

  • @JayPegu321
    @JayPegu32124 күн бұрын

    এটিয়াতলৈকে উন্নয়ন আহি পোৱা নাইনে উঃ আমাৰ দেখোন গোটেই উৰণ সেতু।।।

  • @dipakbora4867
    @dipakbora486724 күн бұрын

    World record

  • @binitagogoibinitagogoi469
    @binitagogoibinitagogoi46924 күн бұрын

    বহুত ভাল কৰিলে

  • @sanjubaidya5447
    @sanjubaidya544724 күн бұрын

    Nice👍👍👍👏👏👏 super

  • @anjubegum6320
    @anjubegum632021 күн бұрын

    বহুত ভাল সেধান্ত

  • @gargigogoi2671
    @gargigogoi267124 күн бұрын

    amar powr full raij thank you

  • @prodipdeori9768
    @prodipdeori976824 күн бұрын

    Good news sir

  • @puspadhardowarah1932
    @puspadhardowarah193224 күн бұрын

    ৰাইজে বৰ ভাল কাম কৰিলে।বিজেপিয়ে ফুলজাৰী মৰা দাম্ভিকতাৰ বাবে তেওলোকৰ'ওপৰত তেনে পদক্ষেপ গ্ৰহণ কৰিলে।ইয়াৰ"বাবে আপোনালোকক অশেষ ধন্যবাদ।বিজেপিৰ নেতা আৰু অন্ধভক্তবোৰে শুনি লওক।কি কাম কৰিলে জন নেতা বোৰে এইয়াই তাৰ প্ৰমাণ।

  • @pratimasarma1737

    @pratimasarma1737

    24 күн бұрын

    যদি বিজেপিৰ প্ৰাৰ্থী জন নিৰ্বাচিত হৈ আহে তেতিয়া এই ভোট বৰ্জন কৰাৰ বাবে শাস্তি বিহিব পাৰে।

  • @pranabjyotigohain
    @pranabjyotigohain24 күн бұрын

    Mjah😂😂😂😂😂😂😂

  • @jamilahmed1304
    @jamilahmed130424 күн бұрын

    Very Very good

  • @ajitbora5587
    @ajitbora558724 күн бұрын

    Well done

  • @neelakshichakravarty5872
    @neelakshichakravarty587224 күн бұрын

    mojja

  • @assameseyogafromsimanta8088
    @assameseyogafromsimanta808824 күн бұрын

    E moja

  • @user-vw8so9ew6n
    @user-vw8so9ew6n24 күн бұрын

    হিতাধিকাৰী লৈ আঁচনি আজি দিছে অহা কালি বন্ধ হব, সেইকাৰণে স্থায়ী উন্নয়ন লাগে। কিন্তু এটা কথা মানিবলগীয়া ভা: জ: পা চৰকাৰৰ দিনত এই স্থায়ী উন্নয়ন প্ৰায় বোৰ অঞ্চলত এ হৈছে আৰু হৈ থাকিব পিছলৈ।

  • @papuldutta9971
    @papuldutta997124 күн бұрын

    Very nice 👏👏👏👏👏

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n22 күн бұрын

    ভোটৰ আগতে কেইটামান টকা চতিওৱা কোনো দলেই বিজয়ী হৈ কাম নকৰে।

  • @dilipgogoi1204
    @dilipgogoi120424 күн бұрын

    ভোট প্ৰদান কৰাটো প্ৰতিজন মানুহৰে গনন্ত্ৰন্তিক অধিকাৰ আছে এজন প্ৰতিনিধি বাচি পঠিওৱা হয় পাঁচ বছৰৰ বাবে কিন্তু সেইজন কাৰ প্ৰতিনিধি হব লাগে নিশ্চয় জনতাৰ বাবে কিন্তু যেতিয়া নিৰ্বাচন আহে তেওঁ বিভিন্ন ধৰণৰ আঁচনিৰ বিষয়ে প্ৰতিশ্ৰুতি দিয়ে জনতাক,সেইবিলাক কিন্তু বিজয়ী হোৱাৰ পিছত সকলো বিলাক আঁচনি ধোৱা চাঙত তুলি থব পুনৰ পাঁচ বছৰৰ মূৰত আকৌ একেই আঁচনি, একেই প্ৰতিশ্ৰুতি দিব, এই খন অসমৰ জনতাই আৰু কিমান অপেক্ষা আৰু ধৈৰ্য ধৰি থাকিব কওঁকচোন ? এইখন অসমৰ বিজেপি চৰকাৰেই হওঁক বা দিল্লীৰ বিজেপি চৰকাৰেই হওঁক যত দিল্লী চৰকাৰে দহ বছৰ আৰু অসম চৰকাৰে পাঁচ বছৰেহ মাত্ৰ কিছুমান মিচা কথা, কিছুমান ভুৱা আঁচনি, কিছুমান ভুৱা প্ৰতিশ্ৰুতি দি , জনতাক নানান ধৰণৰ প্ৰালোভন দি পতাৰণা কৰি আহিছে গতিকে ঢকুৱাখনা ঘিলাগুৰি গাওঁৰ ৰাইজে সময়ৰ শৰ সময়মতে মাৰিছে গতিকে ধন্যবাদ জনাইছোঁ পাঁচ খন গাওঁৰ ৰাইজলৈb

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te24 күн бұрын

    RIGHT 😢

  • @user-qe6pe5ph6f
    @user-qe6pe5ph6f24 күн бұрын

    সুন্দৰ

  • @user-vg3pf7fj8w
    @user-vg3pf7fj8w24 күн бұрын

    Thankyou

  • @babusengupta6891
    @babusengupta689124 күн бұрын

    Khub Val korise ... Basic need bur paboi lge

  • @champanath9768
    @champanath976821 күн бұрын

    Very very nice

  • @mbav7106
    @mbav710624 күн бұрын

    Great Post. ❤

  • @HaidarAli-sl7wk
    @HaidarAli-sl7wk24 күн бұрын

    Maja

  • @rosandevbarjo3048
    @rosandevbarjo304824 күн бұрын

    A good job done by the voters ever.👌👌👌👏👏👏

  • @SanjayDas-uy6dv
    @SanjayDas-uy6dv24 күн бұрын

    Majo ❤❤❤

  • @user-og1st6pt7b
    @user-og1st6pt7b24 күн бұрын

    Good news.

  • @user-sg6wk5hw3c
    @user-sg6wk5hw3c20 күн бұрын

    Nice moja Kam krise

  • @user-yu9hd2sq3v
    @user-yu9hd2sq3v24 күн бұрын

    ভাল পদক্ষেপ.....

  • @user-xc5le5ew4i
    @user-xc5le5ew4i24 күн бұрын

    Bhal Karisa

  • @nitugogoi8445
    @nitugogoi844524 күн бұрын

    Apunalukok bohut bohut dhoinyubad jonalu 🙏🏽

  • @user-js9tk6wr8v
    @user-js9tk6wr8v24 күн бұрын

    ৰাইজে ৰজা

  • @nijupuspapawepathori8971
    @nijupuspapawepathori897121 күн бұрын

    Bohut Val hidhant

  • @DigantaPathak-vn2wj
    @DigantaPathak-vn2wj24 күн бұрын

    Good

  • @JeutiRabha-np1es
    @JeutiRabha-np1es24 күн бұрын

    Bjp go back

  • @BuseGosai
    @BuseGosai24 күн бұрын

    Lakhpoti baido, arunodoi nalage, parile free saul nalage. Dolong lage,, Good 👍👍👍👍

  • @hadayatullaali7511
    @hadayatullaali751124 күн бұрын

    good

  • @KakuliKakulidas
    @KakuliKakulidas24 күн бұрын

    Moja korisise

  • @GaneshChetry-eh9ci
    @GaneshChetry-eh9ci23 күн бұрын

    Good Good

  • @MKDoley
    @MKDoley24 күн бұрын

    Right 👍

Келесі