বসুন্ধৰা আঁচনিৰ নামত টকা ঘটাৰ নতুন কৌশল৷

বসুন্ধৰা আঁচনিৰ নামত টকা ঘটাৰ নতুন কৌশল৷ মাটি ম্যাদী কৰিবলৈ গৈ সৰ্বস্বান্ত হৈছে গুৱাহাটীবাসী৷ একচনীয়া মাটি ম্যাদীৰ নামত ৬০ লাখ টকাৰ প্ৰিমিয়াম ভৰিব লাগিব গুৱাহাটীৰ নাগৰিকে৷
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 194

  • @ranjitgogoi1031
    @ranjitgogoi103115 күн бұрын

    সছা কথা।অকল গুৱাহাটীতে নহয় সকলোতেই কৰিছে।ইয়াৰ বিবেচনা কৰিব লাগে।

  • @lakhinathnarah2591

    @lakhinathnarah2591

    11 күн бұрын

    Hoi .muru hoise

  • @monuwarabegam5708
    @monuwarabegam570814 күн бұрын

    BJP ক ভুত দিয়া খকলে ভাবক আপুনালোকে কাক ভুত দিছিল

  • @debajanisarma1673

    @debajanisarma1673

    11 күн бұрын

    Biggest mistake

  • @user-tl3yi5jn7x
    @user-tl3yi5jn7x15 күн бұрын

    নৰকখোৱা চৰকাৰ বিজেপি!

  • @harshajyotinath714

    @harshajyotinath714

    13 күн бұрын

    Xosai dai... Hagi hagi morok.

  • @debajanisarma1673

    @debajanisarma1673

    11 күн бұрын

    Smart meter re tej khaise

  • @neone4759
    @neone475915 күн бұрын

    আবেদন প্ৰত্যাহাৰ কৰিও লাভ নাই এতিয়া, চৰকাৰে আচলতে এইটো জৰীপ কৰিছিল ক'ত ক'ত ভাল ভাল চৰকাৰী মাটি কোনে কোনে দখল লৈ আছে , ভাল মাটিবোৰ তেওঁ লোকে নিজৰ আয়ত্তলৈ নিব বা খালী কৰিব । আধাৰ কাৰ্ডৰ লগত সংযোগ কৰি লোৱা এটা বুদ্ধিহে আছিল , বসুন্ধৰা আচনি । মোক চৰকাৰী মানুহ এজনেই কৈছিল

  • @lakhinathnarah2591

    @lakhinathnarah2591

    11 күн бұрын

    😮

  • @achintyabhuyan6891
    @achintyabhuyan689115 күн бұрын

    গুৱাহাতিতে নহয় লক্ষীমপুৰতো ।আমিও ভূক্তভোগী।

  • @lakhinathnarah2591

    @lakhinathnarah2591

    11 күн бұрын

    Dhemaji tu hoise

  • @plabitabora-nt4op
    @plabitabora-nt4op15 күн бұрын

    বসুন্ধৰাৰ কোনো ভেলু নাই ।

  • @ujjalkonwar2859
    @ujjalkonwar285911 күн бұрын

    বহুত পলমকৈ বাতৰি প্ৰচাৰ । হয়তো তথ্য সংগ্ৰহে পলম । এই বাতৰি আজিৰ পৰা চাৰি পাঁচ মাহৰ আগতেই প্ৰচাৰ হব লাগিছিল ।

  • @latifali9650
    @latifali965015 күн бұрын

    ভাল লাগিছে।।।।।। আৰু এনেকুৱা হব লাগে

  • @SatymevaJayate007
    @SatymevaJayate00716 күн бұрын

    ৰামদেৱক কি দৰত দিছিল ?

  • @jogeshboro1662
    @jogeshboro166210 күн бұрын

    অন্ধ ভক্ত সকলে সময় পাৰ হৈ যোৱা পিছত বুজিব

  • @bhabendoley6151
    @bhabendoley615115 күн бұрын

    Bhulte jodi bjp hare,50 bosorloi ghuri nahe.

  • @parashmonibhuyan9760
    @parashmonibhuyan976016 күн бұрын

    Moja, Ako aber modi sarkar....😊

  • @7gc970
    @7gc97015 күн бұрын

    বামুণে কলী গৰু গাখী এৰি নিদিয়ে এতিয়া টকাৰ কেনেকৈই ঘটিব পাৰি সেই কথাৰ শৰ্মাৰ ডাঙৰীয়া ভাল কৈ জানে ।

  • @johnwick-re8hu
    @johnwick-re8hu15 күн бұрын

    Aru vote di thaak gujrati party k!!!

  • @user-do5hg6vr7e
    @user-do5hg6vr7e16 күн бұрын

    ভয়ঙ্কৰ কথা চোন!!

  • @arunhatimuria9010
    @arunhatimuria901015 күн бұрын

    গুৱাহাটী উপৰি অসমৰ বাকী জিলা সমূহতো একেই ।শিৱসাগৰত আমগুৰি ৰাজহ চক্ৰৰ অন্তগত ১কঠা ১০লেচা মাটি প্ৰিমিয়াম ২৭০০০০ টকা আহিছে। বেংকৰ পৰা লোন লৈহে প্ৰথম প্ৰিমিয়াম দিছো । এই কথাবোৰ বিধায়ক সকলে বিধান সভা অধিবেশন কব নিবিচাৰে

  • @aruphazarika4717
    @aruphazarika47173 күн бұрын

    কেৱল বসুন্ধৰাই নহয়, NGDRS বুলি যিটো নতুন পঞ্জীয়ন ব্যৱস্থা চৰকাৰে আদৰি ললে তাতো দালালৰাজ সোমাল ।

  • @commenti5459
    @commenti545916 күн бұрын

    মামা তুমি জু‌ই

  • @hemantaborgohain4493

    @hemantaborgohain4493

    15 күн бұрын

    কিহৰ মামা ? এইটো কংস মামা । পৰিত্ৰাণৰ উপায় বিচাৰিব লগা হৈছে ।

  • @bhaskarborah4254
    @bhaskarborah42547 күн бұрын

    জয় হোক অসম

  • @jitensarma1210
    @jitensarma121015 күн бұрын

    110 percent correct.

  • @gks2331
    @gks233113 күн бұрын

    অসমীয়াই মাটি এৰিবলৈ বাধ্য কৰাবৈ,,,,,

  • @SujitKhanikor-hv6oe
    @SujitKhanikor-hv6oe15 күн бұрын

    বিজেপিৰ ভোট দিয়া ইয়াত ভাল

  • @berryncruz3876
    @berryncruz387614 күн бұрын

    ভালেই হৈছে আকৌ হেমন্ত চাৰৰ বিদ্যালয়ৰ মাটি খিনি মেদি কৰাত সহজে হল নহলে যে একচনীয়া হৈ থাকিলে হয়। আপোনাৰ নহলে কি ডাল হল। হে হে হে---------------।

  • @nanigopaldeb552
    @nanigopaldeb55215 күн бұрын

    Aru vote dia.

  • @madhurjyaborgohain4474
    @madhurjyaborgohain447415 күн бұрын

    aru diya BJP'k vote😂😂😂😂😂🙏🏻

  • @digantaboruah6458
    @digantaboruah64589 күн бұрын

    অন্ধভক্ত সকল , আপোনালোকেও চকু মেলক নহলে গম পাইছেই নহয় কি হবলৈ গৈ আছে !

  • @manikchandradas7057
    @manikchandradas705710 күн бұрын

    মামা তুমি দুখীয়া মানুহৰ কিমান নৰক খোৱা কোৱা? 😇

  • @banditatalukdar616
    @banditatalukdar61610 күн бұрын

    অন্ধ ভক্ত সকলে কি কয়

  • @mathiasnarzary8253
    @mathiasnarzary825316 күн бұрын

    Poor will be poorer n rich will be richer

  • @basantakalita5369
    @basantakalita536915 күн бұрын

    Ke ne palai? Moja 😀😀😀

  • @pulinjitdas8656
    @pulinjitdas865610 күн бұрын

    BJP ZINDABAAD 😁😁😁😁😁😁😁😁😁😁😁😁😁😁

  • @ashokdas8961
    @ashokdas896115 күн бұрын

    যদি এই প্ৰতিবেদন সঁচা তেন্তে মাটিৰ Premium দিব নোৱাৰিলে ও বিপদ নিশ্চিত । উচ্ছেদ ৰ বাবে সাজু হৈ থাকক ৰাইজ ....কাৰন আপোনাৰ মাটিৰ পৰিচয় এতিয়া চৰকাৰী শ্ৰেণীত পৰিণত হ'ল ...।।।

  • @DibakarJAB
    @DibakarJAB6 күн бұрын

    মিচলিয়া চৰকাৰ,, জনতাৰ মূৰত ৰাম তাঙন সধাইছে

  • @user-fc1tp1wm3w
    @user-fc1tp1wm3w10 күн бұрын

    হিমন্তক আসমীয়াৰ তেজপিয়া। পুলি পুখাই উঘলিব লাগে। একনায়ত্ব বাদ চলাই আছে। 5:53

  • @LakshmanKrRay
    @LakshmanKrRay16 күн бұрын

    উদাহৰন এটা দেখিলো Wine shop ৰ পৰা মালিকে Customer লৈ সুৰা নিকিনাৰ বাবে ফোন কৰি জোৰ কৰি সুৰা কিনিবলৈ কৈছিল ঠিক তেনেকুৱাকে এতিয়া মাটিৰ অফিচৰ পৰা ফোন আহিব আৰু মাটিৰ কাম খিনি কিয় নকৰা আমাক (চৰকাৰক) টকা লাগে নহয় ৰাইজে মাটিৰ কাম টকা দি কৰিবই লাগিব নহলে চৰকাৰ নচলিব নহয় ঠিক এনেকুৱাকৈ ফোন আহিব আৰু বেছি দিন নাই ?

  • @MohanGogoi-xq6yu
    @MohanGogoi-xq6yu15 күн бұрын

    টকা ঘটিব হিমন্ত বিশ্ব চাৰে

  • @himanshudas3130
    @himanshudas313015 күн бұрын

    ভেকোভাওনা, election গ'ল এতিয়া হায় হায় কৰি থাকিব লাগিব

  • @bodonlahon9667
    @bodonlahon966715 күн бұрын

    Kenekuwa ? Moza nohoine? Ur vi picture baki hein dosto..

  • @Tru527
    @Tru52715 күн бұрын

    Lets make new cm akhil gogoi ❤

  • @atowarrahman9169
    @atowarrahman91696 күн бұрын

    জিন্দাবাদ 😂😂😂😂

  • @mofidrohman6393
    @mofidrohman639316 күн бұрын

    এতিয়া গম পায়ছে।😁😁😁

  • @NijanAhmed
    @NijanAhmed15 күн бұрын

    Mojja moja akou abar modi sorkar

  • @sankarmitra1044
    @sankarmitra104415 күн бұрын

    It is not BJP govt.,but it is British govt.

  • @rotiboro5829
    @rotiboro582912 күн бұрын

    Cangrees aaniboi lagi bo

  • @Rajdeep798
    @Rajdeep79810 күн бұрын

    Aaa moja😂

  • @user-gi3go6qq7m
    @user-gi3go6qq7m15 күн бұрын

    Good discussion regarding govt. Land.batterment for the public

  • @bgassam8070
    @bgassam807015 күн бұрын

    Varey good

  • @apurbaborah123
    @apurbaborah12310 күн бұрын

    val hoise aru bjp sorkarok vote dibo.

  • @pranoysharma5275
    @pranoysharma527514 күн бұрын

    Morom r HBS Shakuni Mama Assam r. Public A Atiya Loi Sini A Napao.

  • @dipulboruah6686
    @dipulboruah668612 күн бұрын

    খিলঞ্জীয়াক মাটিৰ প্ৰট্টা দিম বুলি এইবোৰ হে টুপী দি আছে।

  • @Choudhury1474
    @Choudhury147415 күн бұрын

    আৰু বিজেপিক ভোট দি‌য়া

  • @rukmaRabha9887
    @rukmaRabha988711 күн бұрын

    নিজৰ মাটি পট্টা দিয়াৰ নামত আমাক মাটি বিক্ৰি কৰা হে হৈছে...আমি পট্টা লোৱা নাই যেন চৰকাৰৰ পৰা ..যুগ যুগ ধৰি বসবাস কৰি অহা ভিটা মাটি টুকুৰা চৰকাৰৰ পৰা কিনিব হে ওলাইছো। ...ৰাইজক মূৰ্খ ভাৱিছে নেকি?

  • @monosingh3818
    @monosingh381812 күн бұрын

    Myadi koratkoi...myadi mati kini thoka bhal dekhun😢😢😢

  • @abdulmannaf5519
    @abdulmannaf55193 күн бұрын

    Very good,it should really happen, because it our Government i.e.our BJP govt.and We should be to more vote.well done.

  • @arjun_madhav_chetry
    @arjun_madhav_chetry15 күн бұрын

    16 lessa matir babe aami 45800 toka dibo loga hoise 😢😢

  • @ankurnath64

    @ankurnath64

    15 күн бұрын

    Iman kom premium 16lesa t, ghyt sun lakh r ghrt loi ase ..apunar kot asil mati khini

  • @anilkumarkalita6774
    @anilkumarkalita677412 күн бұрын

    দা কুঠাৰ লৈ ওলাই আহিব লাগে ৰাইজে !

  • @Pani114
    @Pani11411 күн бұрын

    গুৱহাটীতে নহই হকলো জিলাতে

  • @dkphukan3773
    @dkphukan377312 күн бұрын

    হয় গুন্দা ৰাজ চলাই আছে. ইনকাম নাইকিয়া হৈ গৈ আছে চৰকাৰৰ জেপ ভৰাব লাগে. এই খন চৰকাৰ থাকিলেই অসমৰ মানুহ কংগাল হে হৈ যাব.

  • @Hirak_JT
    @Hirak_JT16 күн бұрын

    এনেকুৱা হব বুলিয়ে আমাৰ ককা হতে মাটি দখলৰ পৰা বিৰত আছিল। এতিয়া গম পাইছ নে 😂

  • @user-zc1bb6jl6d
    @user-zc1bb6jl6d16 күн бұрын

    ভালেই হৈছে

  • @BharatGaro
    @BharatGaro12 күн бұрын

    Majja disa.

  • @numaldoley1984
    @numaldoley198415 күн бұрын

    good

  • @rukmaRabha9887
    @rukmaRabha988711 күн бұрын

    কোনেও পট্টা ৰ কাৰণে আবেদন কৰিব নালাগে...কি কৰিব চাই ল ওক চোন

  • @lakhinathnarah2591
    @lakhinathnarah259111 күн бұрын

    Notun niyom koriboloi dibo Lage

  • @prabinkumardad536
    @prabinkumardad5368 күн бұрын

    Public kok tupi dise

  • @sbassamesecartoonvideos1783
    @sbassamesecartoonvideos178312 күн бұрын

    Right

  • @shsvlog6287
    @shsvlog628710 күн бұрын

    100% সচাঁ

  • @_Blexed._.wozzz_
    @_Blexed._.wozzz_16 күн бұрын

    moja lagise

  • @kalitakamal1859
    @kalitakamal185913 күн бұрын

    কণা হাঁহক পাতান। ৬০ লাখ টকা দিব পাৰিলে মাটি কিনিব এ পাৰিব।

  • @ratanbarman163
    @ratanbarman16316 күн бұрын

    Tarmane ji bujilu 2026 Congress sarkar ohatu sure

  • @rajdeephazarika6257
    @rajdeephazarika625710 күн бұрын

    Ram Ram 😮😮😮😮

  • @narenmorang1102
    @narenmorang110215 күн бұрын

    Mjja

  • @ndtech8170
    @ndtech817013 күн бұрын

    Vl e hoise...manhu bur buji nepai

  • @narenhazarika7663
    @narenhazarika766313 күн бұрын

    Asomiya manuhok, mohanagar't thoka odhikar karhi nise. Dibrugarh'tu korise. 1 kotha matit 7 lakh toka loike premium ahise.

  • @user-rq4lx1jd1x
    @user-rq4lx1jd1x13 күн бұрын

    Jati mati vetir sarkar, jai Himu mama..

  • @probinsaikia2641
    @probinsaikia264114 күн бұрын

    বিনা পয়চাত একোৱেই নহয় দেখোন।

  • @dhanurajapegu3121
    @dhanurajapegu312116 күн бұрын

    I think this system is not only in guwahati. Its may be spread in whole Assam very soon.

  • @bikibhai5241
    @bikibhai524113 күн бұрын

    Aji he gom pale neki?

  • @manojtalukdar6647
    @manojtalukdar664715 күн бұрын

    ইয়াকে কয় মামাৰ ৰামঠোগন @ কিছু লোকে কেতিয়াও ভাল কাম কৰিব নোৱাৰে 😋😋😋😋😋

  • @RkmBasumatary
    @RkmBasumatary16 күн бұрын

    Ako ekbar ,,,,,,,,😊😊😊😊🤭🤭🤭🤭🤭🤭

  • @AmiAxomiyaProduction
    @AmiAxomiyaProduction16 күн бұрын

    এইটো কাহিনী সকলোতে Town Country Planning t গাঁও বোৰো ভৰাই লৈছে তেহে Premium বেছি ভৰিব লাগিব

  • @ChongiGabur223
    @ChongiGabur22315 күн бұрын

    hosa kotha kuise

  • @kdgamingzone3529
    @kdgamingzone352913 күн бұрын

    Ai bur sorkare j koribo ai dore agote janu .moi nije ai sorkar r babe bohut dourisilu ontor khonr pora kintu ai bar hokolu bad disu .o aitu o janu j kunu dorkare amak nukhuai .nijor hat khonere khabo lagibo .kintu ai khon sorkare ahar pora manuh besi borbad hoise .ai khon sorkare bohut anekua korise j xoru manuh bure jiyai thakibo nuara hoise .ai khon sorkare hokolu nirakha kori dise manuh burok .manuhor bisakh vangi dise .

  • @bhadrakonwar6207
    @bhadrakonwar62078 күн бұрын

    Ki din ahil

  • @4u206
    @4u20616 күн бұрын

    Vote for bjp. good .

  • @kulenchpathak
    @kulenchpathak10 күн бұрын

    অন্ধভক্তৰ চকু মেল খাব কেতিয়া ?

  • @user-ul2fg4rk2h
    @user-ul2fg4rk2h16 күн бұрын

    Good News.

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    15 күн бұрын

    অসমৰ দল সংগঠন বিলাকে কিয় প্ৰতিবাদ নকৰে ।

  • @ApurbaKrBorah
    @ApurbaKrBorah15 күн бұрын

    This is actually true' I am also victim

  • @ajitsaikia1084
    @ajitsaikia108415 күн бұрын

    Sarkare bhale kame korisa......pa moja

  • @sarojgogoi2685
    @sarojgogoi268515 күн бұрын

    Akhil dai thike koisile

  • @jibanka87
    @jibanka8713 күн бұрын

    Aibur news election r agot dibo lagisil atia di ki lav… 5 bosor ru aku nhoi

  • @barkhabarman755
    @barkhabarman75514 күн бұрын

    Faltu Govt

  • @montalukdar40
    @montalukdar4016 күн бұрын

    Atia ha bugi Paisa...purona hol bahut...😅😅😅😅

  • @dipankartaid4129
    @dipankartaid412913 күн бұрын

    😂😂 aru vote de

  • @JunAliKumarAshique
    @JunAliKumarAshique9 күн бұрын

    Ako abar bjp sorkar

  • @SurjaBasumatary-yf2eu
    @SurjaBasumatary-yf2eu12 күн бұрын

    B J P sorkarok vot diyar fol buk korise

  • @user-sx7kr6oe2m
    @user-sx7kr6oe2m15 күн бұрын

    BJPk vote diyak

  • @kiyaansh2021
    @kiyaansh202116 күн бұрын

    মজা😅😅😅

  • @iveehazarika3737
    @iveehazarika373716 күн бұрын

    Bad ❤🎉❤

  • @Charompi
    @Charompi9 күн бұрын

    Guwahatir Janta nohoi...Guwahatit sarkari mati dokhol di thoka bharatiya...

Келесі