Vandya International School ৰ ৬০ বিঘা মাটি প্ৰকৃততে কাৰ; মুখ্যমন্ত্ৰীৰ নিজা নে চৰকাৰৰ?

🔴মুখ্যমন্ত্ৰীৰ সপোন VS সম্পত্তি
🔴মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ সম্পত্তিৰ তালিকাত নাই বন্দ্যা ইন্টাৰনেশ্যনেল বিদ্যালয়ৰ ৬০ বিঘা মাটিৰ কথা উল্লেখ নাই!
🔴৬০ বিঘা মাটি মুখ্যমন্ত্ৰীৰ, পত্নীৰ, কোনো ট্ৰাষ্ট, ব্যক্তিগত সংস্থাৰ নে চৰকাৰৰ?
🔴মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আয়োগত দাখিল কৰা শপতনামাত আছে কি?
🔴চৰকাৰী মাটিত স্থাপিত হ'ল নেকি মুখ্যমন্ত্ৰীৰ সপোনৰ "বিশ্বমানৰ ব্যক্তিগত খণ্ড"ৰ বিদ্যালয়?
#HimantaBiswaSarma #RinikiBiswaSarma #VandyaInternationalSchool
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - / nenownews
Twitter - / nenownews
Instagram - / nenownews

Пікірлер: 712

  • @poragkonwar1605
    @poragkonwar1605 Жыл бұрын

    জনতা আৰু কিমান মূৰ্খ হৈ থাকিব।সচাকৈ দূখ লাগে অসমৰ জনতাৰ মূৰ্খতা দেখি।

  • @haidangincomparable1993

    @haidangincomparable1993

    Жыл бұрын

    Akhomia je ami

  • @MridupawanSenchowa-ff2iy

    @MridupawanSenchowa-ff2iy

    2 ай бұрын

    bro hosa koisa bhut dukh lge aibur vbi 😢😢

  • @user-hg3di5bz7w

    @user-hg3di5bz7w

    2 ай бұрын

    থিক।

  • @kau5109

    @kau5109

    2 ай бұрын

    Koi eko luv nai.... Asomiya manuh 1000 taka palei vote di dibo😅😅😅

  • @JitenDusad

    @JitenDusad

    Ай бұрын

    E4tyo ​@@haidangincomparable1993

  • @dipmonisaikia5603
    @dipmonisaikia5603 Жыл бұрын

    আৰু ১০ বছৰত তেওঁলোক Mukesh Ambani ত কৈ ধনী হবলৈ গৈ আছে। ৰাইজ সময় থাকোতে সচেতন হওঁক।

  • @KulenGogoi

    @KulenGogoi

    2 ай бұрын

    দিপমণী আনক ধনী হোৱা দেখি তোৰ কিয় পোকৰ ফাটিছে ?

  • @tbay6480
    @tbay6480 Жыл бұрын

    মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমৰ উন্নতি কৰিব নোৱাৰিলে ও সম্পত্তি কিন্তু গুতাইছে আৰু wow 😲😲😲😲

  • @technicalvlockrock8259

    @technicalvlockrock8259

    Жыл бұрын

    কোনেনো নিজৰ শ্রাথ্ নোহোৱা কৈ ৰাইজৰ বাবে কাম কৰিব ।

  • @technicalvlockrock8259

    @technicalvlockrock8259

    Жыл бұрын

    এনেইনো সকলো সামগ্ৰী দাম বহুৱা পিছতো ইমান টকাৰ ধাৰ হয় নেকি । চৰকাৰৰ।

  • @BarnajitBoro

    @BarnajitBoro

    2 ай бұрын

    Hitu a main Target 🎯 politicsr

  • @RakibulIslam-eo9fd
    @RakibulIslam-eo9fd Жыл бұрын

    জাতি ৰক্ষা মন্ত্ৰী নে নিজৰ অস্তিত্ব ৰক্ষা মন্ত্ৰী।thank you দে মামা

  • @migangnabajitmili8207

    @migangnabajitmili8207

    Жыл бұрын

    Cbi investigate

  • @ankurnath9915

    @ankurnath9915

    Жыл бұрын

    5

  • @ankurnath9915

    @ankurnath9915

    Жыл бұрын

    Your

  • @ankurnath9915

    @ankurnath9915

    Жыл бұрын

    6

  • @ankurnath9915

    @ankurnath9915

    Жыл бұрын

    Uu

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi8763 ай бұрын

    লগত কোনেও নিব নোৱাৰে, লেংটা হৈ আহিছে লেংটা হৈ যাব লাগিব৷ তেওৰ লৰা ছোৱালীয়েও ভোগ কৰিব নোৱাৰে, লাগিলে অসম খনেই নিজৰ নামত লিখি লওক। ভগৱানৰ বিচার অলপ দেৰি হয়, কিন্তু সু বিচার হয়।

  • @bankimdeka8739

    @bankimdeka8739

    Ай бұрын

    Correct...

  • @vikramborgohain1910
    @vikramborgohain1910 Жыл бұрын

    দুৰ্নীতিৰ মহানায়ক

  • @sunuhazarika7868

    @sunuhazarika7868

    Жыл бұрын

    Mojja

  • @manikchandradas7057
    @manikchandradas70572 ай бұрын

    আমাক থাকিবলৈ একঠা মাটি নিদিয়ে কিন্তু চতুৰ হিমন্তই বৃহত্তম মাটি কেনেকৈ পায়? 😫

  • @dipkumardas2126
    @dipkumardas2126 Жыл бұрын

    Unbelievable, এইজন অসমৰ মুখ্যমন্ত্ৰী নে ডন।

  • @jimpeairabha2648

    @jimpeairabha2648

    Жыл бұрын

    🤣🤣🤣🤣no1

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    23 күн бұрын

    সাত পুৰুষলৈ গোটা ই লৈছে।

  • @jeetbaruah2964
    @jeetbaruah2964 Жыл бұрын

    ধুনীয়া নিউজ নিৰ্ভীক নিৰপেক্ষ হওক , শুভকামনা থাকিল ।

  • @RejekAli-ip7wr
    @RejekAli-ip7wr2 ай бұрын

    অসমৰ মানুহক কেৱল অৰুনোদই লাগে ।

  • @lakheswardeka2758
    @lakheswardeka2758 Жыл бұрын

    ৰাজ্যবাশীৰ উন্নতি হক বা নহক মুখ্যমন্ত্ৰীৰ উন্নতি নিশ্চিত

  • @samudradeka1830
    @samudradeka1830 Жыл бұрын

    অসম ত কি ED SBI নাই নেকি নে বিশ্ব গুৰু টো দেখা নেপাই ।BJP অন্ধ বোৰে উত্তৰ দিব পাৰিব ।

  • @produmnya9340
    @produmnya9340 Жыл бұрын

    অসমৰ সৰহসংখ্যক মানুহ মূৰ্খ আাৰু অন্ধভক্ত |

  • @user-hg3di5bz7w

    @user-hg3di5bz7w

    2 ай бұрын

    একদম সচা

  • @rahuldoloi5374
    @rahuldoloi5374 Жыл бұрын

    লংকা পালে সকলো ৰাৱণৰ

  • @bedantagoswami8237
    @bedantagoswami8237 Жыл бұрын

    আপোনালোকক ধন্যবাদ জনাইছোঁ

  • @kishordas2840
    @kishordas2840 Жыл бұрын

    কি কম হে ভগৱান তুমিয়েই সকলোবোৰ চলাই আছা তোমাৰ বিচাৰত সকলোবোৰ ঠিকেই আছে যদি আমি তো মানুহ ভগৱান শ্ৰীকৃষ্ণৰ তুমিও জানা

  • @inglishvlogs1015
    @inglishvlogs1015 Жыл бұрын

    বাহিৰত ভকত ভিতৰত শাপত, এইবোৰৰ বাবে মানুহৰ আগত ই ইমান মিঠা মিঠা কথা কয়,

  • @fazelali9080
    @fazelali9080 Жыл бұрын

    বেলেগৰ কাৰণে গাত খান্দিলে ,সেই গাঁতত পৰি নিজেই এদিন মৰিব লাগিব ।

  • @playme8150

    @playme8150

    2 ай бұрын

    Jimanei beya houk, kintu hosa kotha beya manuhe hodai jiyai thaka din keita hukhot thake..

  • @tankswargohain6701
    @tankswargohain6701 Жыл бұрын

    এই জনক অসমৰ কোনেও বলে নোবাৰে।

  • @user-nw7hg6bv5d
    @user-nw7hg6bv5dАй бұрын

    অখিল দা আগবাঢ়ি যোৱা বাৰেকুৰিবাসী আপোনাৰ লগত

  • @baruahp2496
    @baruahp2496 Жыл бұрын

    ভালপোৱা মামাৰ পৰা হিকক মামিয়ে বেচৰকাৰী স্কুল খুলিছে , মামাই চৰকাৰী স্কুল বন্ধ কৰি আছে

  • @dipulaxom
    @dipulaxom Жыл бұрын

    ইয়াকে কয় পৰিৱৰ্তন 🤗😃😃 এতিয়া আৰু জ্বলি লাভ নাই, ভোগ কৰাৰ হে কথা ।

  • @abdulkadir4451
    @abdulkadir4451 Жыл бұрын

    এইখিনি বেলেগৰ হব লাগিছিল। তদন্ত আৰম্ভ হৈ গল হয়। CID, ED,............ Encounter. etc

  • @romenbora2408
    @romenbora2408 Жыл бұрын

    চৰকাৰ যাব মামা জেললৈ যাব সেইটো নিশ্চিত কেন্দ্ৰত থকালৈকে বাহিৰত থাকিব চাগে যদি সচা হয়

  • @loknathborah183
    @loknathborah183 Жыл бұрын

    এই তদন্তৰ বাবে E D আহি বনে প্ৰধান মন্ত্ৰীক সুধিব লাগে

  • @basantadas6485
    @basantadas64852 ай бұрын

    CBI ক'ত মৰি আছে, তদন্ত নকৰে কিয়? চব ওলাই পৰিব, সাহস আছে নে কোনোবা মায়কেলালৰ?

  • @user-cs6vp6wh7t
    @user-cs6vp6wh7t Жыл бұрын

    ভাল লাগিল শুনিবলৈেএকোকৰিবনোৱাৰেকোনেও

  • @dipmonisaikia5603
    @dipmonisaikia5603 Жыл бұрын

    ইয়াকে কয় ৰক্ষকে ভৈক্ষক।

  • @janardonbora2795
    @janardonbora2795 Жыл бұрын

    উচ্চ পৰ্যায়ৰ তদন্ত লাগে।

  • @tarunchdeka1464
    @tarunchdeka1464Ай бұрын

    যি ৰাজ্যৰ ৰজা বেপাৰি সেই ৰাজ্যৰ প্ৰজা ভিখাৰী,যি খিনি পাহাৰৰ মাজৰ মাটিত স্কুল বনিছে আমিনগাওঁৰ বাফনা হস্পিতালৰ ওচৰত,চৰকাৰী স্কুল বন্ধ হব ধৰিছে,চৰকাৰৰ আগ্ৰহ নাই, লাগিব ইনটাৰ নেচনেল স্কুল,অন্য ব্যবসায় কিন্তু ৰাইজৰ ভোটেৰে হব নোৱাৰে সদায় ৰজা,আকৌ স লনি হব চৰকাৰ,তেতিয়া যদি আহে চিটফান্ডৰ কেচ যেনে সাৰদা??

  • @rashidulhassan4079
    @rashidulhassan4079 Жыл бұрын

    Good job news chanel

  • @JethalalGada23
    @JethalalGada23 Жыл бұрын

    হৈছে আৰু একো কবলৈ নাই ৬০ বিঘা চৰকাৰী মাটি মাৰি দিছে চৰকাৰী মাটি ৰাইজৰহে মাটি তাত চৰকাৰী প্ৰতিষ্ঠানহে খুলিব পাৰি কিন্তু কি কব ইমানসোঁপা অন্ধভক্ত আৰু বিনামূলীয়া পঁচা চাউল খোৱা হিতাধীকাৰী থাকোতে প্ৰশ্ন কৰিব কোন?

  • @gyanjyotikhanikar8295

    @gyanjyotikhanikar8295

    Жыл бұрын

    অন্ধ ভক্ত য়েই নহয়,গো মাতাৰ গু পুত্ৰ । ইহঁতক পচা চাউল নোখোৱাই আইজুঙ চাউল খোৱাব নে। গু পুত্ৰ সৱৰ কি চাউল দিছে চিনিব পৰা ক্ষমতা আছে জানো।হাঃ হাঃ হাঃ হাঃ 😁😁😁😁

  • @asomiyalorakabyanil7069

    @asomiyalorakabyanil7069

    Жыл бұрын

    👌👌

  • @migangnabajitmili8207

    @migangnabajitmili8207

    Жыл бұрын

    Akhil siror khta support koru .....aru cbi todonto kora.....

  • @KulenGogoi

    @KulenGogoi

    2 ай бұрын

    অন্ধভক্ত সকলে যেতিয়া তোৰ চকু আৰু ‌মুখত পেচাব কৰিদিব তেতিয়া তোৰো মুখ বন্ধ হৈ যাব আৰু অন্ধভক্ত হৈযাবি ।

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    23 күн бұрын

    অসমৰ অসমীয়া আৰু দল সংগঠন বিলাকে কিয় চকু মুদা কুলি হৈ থাকে।

  • @samudradeka1830
    @samudradeka1830 Жыл бұрын

    অন্ধ ভক্ত বোৰ দেখা নেপাই ।

  • @gintanjalikalita3339
    @gintanjalikalita3339Ай бұрын

    সজাগ হওক ৷ ৰাইজ ৷

  • @miganggegongolumpegu9669
    @miganggegongolumpegu9669 Жыл бұрын

    বেপাৰ ভালে হব

  • @kamalakantaroy3139
    @kamalakantaroy3139 Жыл бұрын

    স্কুল স্থাপন কৰা টকা খিনি কভিত 19 ৰ donation ৰ টকা।

  • @minutpal3025
    @minutpal3025 Жыл бұрын

    Borhiya Mama....Axomor Ambanii

  • @alangbarmchry7165
    @alangbarmchry71652 ай бұрын

    CBI

  • @BhabenNarzary-zb5no
    @BhabenNarzary-zb5no14 күн бұрын

    Good morning Akhil da bohut bohut Dhynabad.

  • @manojtalukdar6647
    @manojtalukdar6647 Жыл бұрын

    কৈ কৈ শেষ নহ'ব যেন পাওঁ 😋🤪😜 গতিকে পঢ়াহে কথা @ মন্ত্ৰী -বিধায়ক 👺👹👹👺👺👹 হোৱাৰ সুবিধা ভোগ কৰিব পাৰে 😋😋🥵

  • @humensaikia7914
    @humensaikia7914 Жыл бұрын

    দুৰ্নীতি ৰ সীমা চেৰাই গৈছে।। অনুসন্ধান হব লাগে।।।

  • @nptel_videos_neelarnabdutt5363
    @nptel_videos_neelarnabdutt5363 Жыл бұрын

    very true.. i have seen myself the area and the school. Very near to IIT Guwahati, infront of Narayana Hospital. it will take more than 100 crores to establish such a school. Everyone in the locality have the same thought. From where the money came? because it is not government sponsored, it is private property. Big question !! need investigation.

  • @dhritimandas171
    @dhritimandas171 Жыл бұрын

    দে আৰ আমিনো কি কম আৰু সাধাৰন মানুহ ৰজাই জি কৰে আৰু

  • @chandanramchiary9741
    @chandanramchiary9741 Жыл бұрын

    CBI inquiry

  • @tutumonidas5027

    @tutumonidas5027

    Жыл бұрын

    Hobo lage

  • @jahangirmondal3354

    @jahangirmondal3354

    Жыл бұрын

    @@tutumonidas5027 pp kitanu ?

  • @user-xc5jv6xi1t
    @user-xc5jv6xi1t2 ай бұрын

    CBI enquiry

  • @KarnajitRabha-hq4bo
    @KarnajitRabha-hq4bo2 ай бұрын

    Good news 👏 👍

  • @bijay7660
    @bijay76602 ай бұрын

    সকলো ৰাইজ মৰক মোৰ পেটতু ভৰক। আজী কালিৰ নেতাৰ সূত্ৰ এইটো। আমাক মামাই এটা চেনী গুটি পেলাই দিছে আৰু আমি খাবলৈ তাতে উফৰি পৰিছো । বাকী চেনীৰ বস্তা মামাই লৈ গৈছে। আমাক পৰুৱা বুলি ভাৱে মামাই। আৰু আমি ইমানেই বুৰ্বক হৈ আছো কিনো কম আৰু। মামাই ভাৱে প্ৰতিবাদ কিমান কৰিব আজি কৰিছে কালি কৰিব তাৰ পিছত ঠাণ্ডা হৈ যাব আৰু সেইটো এ হৈ আছে আজিলৈকে। প্ৰতিবাদ এনেকুৱা হব লাগে যে ৰাইজৰ কথা মানিবলৈ বাধ্য হব লাগিব নহলে মাৰিব লাগিব দৰকাৰ হলে মাৰিবও লাগিব আমাৰ অসম খনৰ কাৰণে।

  • @marcusekka5235
    @marcusekka52352 ай бұрын

    Right Sir

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te2 ай бұрын

    RIGHT

  • @jahirvlogs458
    @jahirvlogs458 Жыл бұрын

    Tarun gogoi sir a imn bosor rajotto kori u hoito imn hompotti gutabo nuwarile aru aijone xun keibata bosorot a imn hompotti kanekoi gutale.. Cbi todonto hobo lage.. Ohh cbi di u ki hobo sob to nijor a party

  • @VASTUGYANASSAMESE
    @VASTUGYANASSAMESE Жыл бұрын

    GREAT NEWS THANK FOR INFRAMATION GREAT NEWS CHENEL

  • @gyanjyotikhanikar8295
    @gyanjyotikhanikar8295 Жыл бұрын

    ইয়াত গু পুত্ৰ ডেকা আৰু মেধি ৰ কমেন্ট দেখা পোৱা নাই যে,নে কমেন্ট দিবলৈ জেগাই দেখা নাই,গো মাতাৰ সেই দুজন উৎকৃষ্ট গু পুত্ৰ ।

  • @abdulkhalequemondal9591

    @abdulkhalequemondal9591

    Жыл бұрын

    Hei dujon aji hohuror ghorot gol alohi khaboloi.

  • @sonuchoudhury7905
    @sonuchoudhury7905 Жыл бұрын

    Right kotha ta

  • @fitt2funn859
    @fitt2funn859 Жыл бұрын

    Lic আৰু পষ্টেল r পইচা মাহিলী থোৱা।।

  • @gabardharay3294
    @gabardharay3294 Жыл бұрын

    good akhil da

  • @trustgaminghub7670
    @trustgaminghub7670 Жыл бұрын

    Good news

  • @rihankalita8963
    @rihankalita8963 Жыл бұрын

    Good job

  • @apihmb4655
    @apihmb4655 Жыл бұрын

    God bless you aneke news bonai jauk

  • @longsingtimung5893
    @longsingtimung5893 Жыл бұрын

    N,C HILLS CORUPTION TOKA

  • @banjitchangmai4047
    @banjitchangmai4047 Жыл бұрын

    সম্পতি থাকিলে নহব...... সঁচা ধন ঘটি যি সম্পতি লয়.... সেইবিলাক সম্পতি.. ভগাবানে একু নকৰে... যদি আনৰ ধনে সম্পতি গোটাইছে হৈছে আৰু.. ভগবান আছে কোনো লৈ নাযায়..

  • @lalitgogoi1127
    @lalitgogoi1127 Жыл бұрын

    বেলেগ চৰকাৰ আহিলে এইবোৰ সকলো হিচাপ হব।

  • @lutforabraham7475
    @lutforabraham74753 ай бұрын

    Wow Mama Mami wah.....

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Жыл бұрын

    Very very very good news so welcome bjp and aakou abar mudi and hemanta sorkar .

  • @deepjyotihandique9915
    @deepjyotihandique9915 Жыл бұрын

    উন্নতি হৈছে আমি খিয়াল কৰিলে কিদাল হব। 😁

  • @romanempire6662
    @romanempire6662 Жыл бұрын

    Aru ase ,,,.Kaziranga kanchan jurit jongol Kati tea factory bonai ase

  • @ManojDas-fe9wp

    @ManojDas-fe9wp

    Жыл бұрын

    Mama zi, aibur comntot ki gom paixu, moi kintu sob coment porhu dai... 😎

  • @krhazarika5280
    @krhazarika5280 Жыл бұрын

    Circle Office ত inquire কৰিলেই হল| অথবা | RTI কৰিব লাগে | মাটি কাৰ নামত আছে |

  • @bimaldaimary5477
    @bimaldaimary54772 ай бұрын

    Right 👍👍👍

  • @hemkantaborah7434
    @hemkantaborah7434 Жыл бұрын

    সৰ্বানন্দইহে টকা নেমাৰিলে। থাকোতে, খাওাতে যি খৰচ সেয়াহে।

  • @darpandeka5141
    @darpandeka5141 Жыл бұрын

    আগৰ ৰজা মহাৰজাৰ দেখোন ২০০ৰ পৰা ,৩০০বিঘা মাটি আছিল ।আমাৰ মূখ্য মন্ত্ৰী ডাঙৰীয়াৰ মাত্ৰ ৬০ বিঘা হে । মন্ত্ৰী এম এল এই হৈ থাকোতে যদি সম্পত্তি গোটাই ল'ব নোৱাৰে , পিছত কি কৰিব । মন্ত্ৰী বা এম এল এ পাছ বছৰৰ কাৰণেহে ।

  • @ibrajvlogs

    @ibrajvlogs

    Жыл бұрын

    ৬০ বিঘা মাটি ডাঙৰ কথা নহই কিন্তু তেওঁ অসমৰ এগৰাকী শিক্ষা মন্ত্ৰী হৈ যে এইবোৰ কাম কেনেকৈ ভাবিব পাৰিলে। অসমৰ মানুহ কি মূৰ্খ নেকি। চৰকাৰী স্কুল বোৰ ভাল কৰাৰ সলনি নিজে স্কুল খুলি লৈছে। দুখীয় মানুহ বোৰে ভাল শিক্ষা কেতিয়াও নাপাব নেকি।।। এনেকৈ হলে ৰজা লৰা ৰজা আৰু দুখীয়াৰ খদাই দুখীয়া হৈ থাকিব।

  • @monumb4659
    @monumb4659 Жыл бұрын

    Gogoi Sir 15 bosor C.M hoi emn hompote gutabo nuwarela

  • @arindambharadwaz2189

    @arindambharadwaz2189

    Жыл бұрын

    Gogoi r u ase bhai..ehot sob eke.. BJP, Congress, AAP, aiudf eibur sob eke..amak chutiya bonai ase

  • @kandalelo3864

    @kandalelo3864

    Жыл бұрын

    @@arindambharadwaz2189 muk yat thakibo mon nujua hoisa...yat ka Dubai t goi cleaner Kam korai thik..no tax no corruption... monarch holou atleast nijor proja r dukh aru need khini Buji pai... democracy name t sala...imn ghatiya desh aikhon...koi u Baya laga..but korim ki

  • @krishaykoushik508
    @krishaykoushik508Ай бұрын

    ৰাইজ সকল এইবাৰ আকৌ এওঁকে ভটো দিব দেই, কাৰণ তেতিয়াহে এখেত Amabanit কৈ ধনী হব পাৰিব,

  • @digantadeka7201
    @digantadeka7201 Жыл бұрын

    A moza

  • @khagenburagohain5264
    @khagenburagohain5264 Жыл бұрын

    Good job .

  • @prabalbhattacharya8528
    @prabalbhattacharya8528 Жыл бұрын

    It's out of understandings of the people of Assam... actually we common people are treated as if idiots by the political leaders,as if people don't understand what's happening around us.unlimited money is only possible by the unfair means we call it corruption...but unfortunately the common people have no weapon to fight against corruption...roikkhok jodi bhoikkhok hoi...tente koribo pora atai thakibo...rojak khyomotar pora opkharon....but lolypop palei axomiya jonogon sob pahori jai...norendra modieu sage eman huge project bonabo nuwaribo being pm...amar cm is more talented than any big national leader...

  • @akashjyoti4227
    @akashjyoti4227 Жыл бұрын

    When the government don't have faith in government schools ✌🏼 ❤️U MAMA

  • @hiranyasaharia8930
    @hiranyasaharia8930 Жыл бұрын

    The source of the money through which the school is opened should be published.

  • @ibrajvlogs

    @ibrajvlogs

    Жыл бұрын

    Everyone knows but can't do anything

  • @nishant19871

    @nishant19871

    Жыл бұрын

    The school belongs to his wife who is an established businesswomen in state. All the sources has already been defined.

  • @nishant19871

    @nishant19871

    Жыл бұрын

    @@ibrajvlogs He is an asset to your state. Keep faith in him

  • @ibrajvlogs

    @ibrajvlogs

    Жыл бұрын

    @@nishant19871 she is established businesswoman because of CM. And any CM won't open any school or won't purchased anything by his name . Assamese people knows everything.

  • @nishant19871

    @nishant19871

    Жыл бұрын

    @@ibrajvlogs Money is not always earned through corruption. Stop holding this notion against successful people. Entire North east watches his wife's new and entertainment channels. You cant even imagine how much revenue these channels generate. Why should she not be expanding. She has not invested in some bar or brothel that she should be ashamed of. Any investment in school or hospitals should be appreciated. All this while CM is doing enough for the state. This is the first CM from NE whom the entire nation is fond of otherwise people were even aware of anyone from that region. Dnt try to pull him down. It will take another 50 yrs to come up with any other CM like him in the entire NE.

  • @labanyadevi3172
    @labanyadevi31723 ай бұрын

    Mojjaaa mojjaaa mojjaaa

  • @diptidevi4055
    @diptidevi4055Ай бұрын

    সম্পত্তিৰ পাহাৰ বনাবলৈ ৰাজনৈতিক নেতা সকলে ৰাজনীতি কৰে।

  • @jahangirmondal3354
    @jahangirmondal3354 Жыл бұрын

    thanks . biggest n luxurious school is in assam of north east.

  • @ibrajvlogs
    @ibrajvlogs Жыл бұрын

    Jot neki dukhiya r babe Sarkari school bhal koribo lagisil ..tat aibur he korise nije school khuli loise.....ganatantra ne Rajtantra .... uporor thoka nedekha jone Sai ase sage...adin khomoi ahibo sage sobore .........

  • @kishorhaloi5563
    @kishorhaloi5563 Жыл бұрын

    সোণোৱালে ডাঙৰীয়া কৈছে যে সদায়েই ক্ষমতা নাথাকে এদিন হিচাপ হব ধন্যবাদ

  • @gulzarhussain3461
    @gulzarhussain3461 Жыл бұрын

    মাএ ৬০বিঘা হে লৈছে গৰু খুটিত বাংলাদেশীৰ আকৌ উদ্দাৰ কৰিছে।

  • @BhabenNarzary-zb5no
    @BhabenNarzary-zb5no14 күн бұрын

    Bhalkoi check koribo lage. Xuna paise teologe Adani t koi dhoni hoi na.

  • @localgolu3386
    @localgolu3386 Жыл бұрын

    Akhil da jinda bad

  • @nipuchangmai9665

    @nipuchangmai9665

    Жыл бұрын

    Jindabad koi lav ni,,,sob akai roja ghrt jatea jai sob tatea rojai hoi

  • @prantik300

    @prantik300

    Жыл бұрын

    Akhil daro patnir namot bohut kiba kibi ase sabo lage

  • @tmff4973

    @tmff4973

    Жыл бұрын

    E sala ek number phaltu manu hoi eyar muk dekhibo nuwaru e miyar karone axomiyar dingi kati dibo pora manu

  • @bitupanaxom777
    @bitupanaxom7772 ай бұрын

    অসমীয়াক ঠগি ঠগি আম্বানি হ'বলৈ গৈ আছে।।।

  • @sunilray7469
    @sunilray7469 Жыл бұрын

    Joi Ai Axom

  • @trishnagogoiphukan5529
    @trishnagogoiphukan55292 ай бұрын

    আমি আকৌ শুনিব পোৱাত তাই বুলে ধিৰুবাই আম্বানীৰ সৰু জীয়ৰী । কথাতো কিমান সঁচা ইনকোৱাৰী এতা চলাব লাগিছিল ।😅😂

  • @paramanandabora1047
    @paramanandabora1047Ай бұрын

    Our CM and his wife are above laws The CM needs more, Otherwise what does an office of a CM is?

  • @24_AvInaSh
    @24_AvInaSh3 күн бұрын

    👍

  • @cyber9345
    @cyber93459 ай бұрын

    Mama apuni aru mami great ..bhal bohut bhal 🙏

  • @ainulali8020
    @ainulali8020Ай бұрын

    Very good

  • @shivampoultryfarmandhatche9580
    @shivampoultryfarmandhatche9580 Жыл бұрын

    সকলোৱে এবাৰ মামা শদ্ব ৰ মহত্ব টো বুজিবলৈ চেষ্টা কৰক আৰু একো নক ও

  • @AHMEDblogs-mf6qm
    @AHMEDblogs-mf6qm Жыл бұрын

    Great akil da

  • @u.k.b3215
    @u.k.b3215 Жыл бұрын

    NN 1s class gd and top news channel.

  • @SubasNath-pb4lz
    @SubasNath-pb4lzАй бұрын

    ইযাৰ বাবে অসমৰ জনতাযে এবাৰ চিন্তা কৰক?

  • @nkdas7082
    @nkdas7082 Жыл бұрын

    জাতি মাটি ভেটি লুটি পুটি লেটি পেটি

  • @amritborah914
    @amritborah914 Жыл бұрын

    Mama kun kot kiy bikhyat ketiya buji pabi assamiya. Jatir dalal kun hoi .jatir dalale jetiya assamiyak lolipop di nijoke Indiar bhitarorot sestha cm bonab bisare . Besidin nai Bhagabane uporale uthaiu sai aru tolole nomaiu sai . Besidin nai ex cm mohontra dangoriyar dore hob jati duhi corrupted dalalor.

  • @abulkalamlaskar5027
    @abulkalamlaskar5027Ай бұрын

    Mama hotao Assam Bachao Hindu Muslim Ekta zindabad

  • @magnifiedeye4670
    @magnifiedeye46702 ай бұрын

    Narayana speciality বনোৱাৰ সময়তে সেই মাটি খিনি চৰকাৰী অফিচ কাৰ্যালয় স্থাপন কৰাৰ বাবে অধিকাৰ কৰি পেলাই থৈছিল তাতে পৰবʼতী সময়ত দখলৰ কৰা যায় । তেতিয়া ইয়াৰ নেপথ্যত কোন আছিল জনাহোৱা নাছিল। তাত অধʼনিʼমিত কেইবাটাও বিল্ডিঙোও আছিল।

  • @dimpolsaikia9456
    @dimpolsaikia9456 Жыл бұрын

    Best channel

Келесі