ৰাজ্যসভাৰ বাহিৰে-ভিতৰে যুযুধান ৰূপত শাসক-বিৰোধী

ৰাজ্যসভাৰ বাহিৰে-ভিতৰে যুযুধান ৰূপত শাসক-বিৰোধী। প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ভাষণ দি থকা সময়ত বিৰোধীৰ প্রতিবাদ। প্রধানমন্ত্রীয়ে অসত্য কথা কোৱাৰ অভিযোগ তুলি সদন ত্যাগ বিৰোধীৰ। ৰাজ্যসভাৰ বাহিৰতো প্রধানমন্ত্রীৰ বিৰুদ্ধে বিৰোধীৰ প্রতিবাদ। কিন্তু ৰাজ্যসভাৰ মজিয়াত বিৰোধীক তুলাধুনা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। সত্যৰ মুখামুখি হোৱাৰ সাহস বিৰোধীৰ নাই বুলি ক’লে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে।
#pratidintime #opposition #narendramodi

Пікірлер: 52

  • @pranjal1393
    @pranjal13935 күн бұрын

    তুলাকে ধুনি থাকিব নে কিবা কামো কৰিব? মুখৰ ফটোৱা কথাতেই ব্যস্ত, অসমৰ বানপানীৰ কথা কিবা ভাবিছে নে?

  • @tultulbora8932
    @tultulbora89325 күн бұрын

    মোডী মানে ফাঁকী

  • @jayantasonowalsonowal98

    @jayantasonowalsonowal98

    5 күн бұрын

    ঐ গৰু

  • @bishaldas3964

    @bishaldas3964

    5 күн бұрын

    ​​@@jayantasonowalsonowal98 bhakta

  • @musicworld676

    @musicworld676

    5 күн бұрын

    Congress manei bom phaki

  • @JogdishDutta
    @JogdishDutta5 күн бұрын

    যিজন ব্যক্তিক দেশৰ উত্তৰণৰ কাৰণে নিৰ্বাচিত কৰা হৈছিল তেওঁ আজি সমগ্ৰ ভাৰততে চতুৰালিৰে প্ৰভাৱ বিস্তাৰ কৰা উদ্দেশ্যেৰে এক দৌৰত নামি পৰিছে ,প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে পৰিগণিত ভাৰত আজি একনায়কতন্ত্ৰ প্ৰতিষ্ঠাৰ যো-জা চলিছে , সামাজিক মাধ্যমত চৰকাৰৰ প্ৰভাৱ, বিৰোধি দলৰ ওপৰত হস্তক্ষেপ, আনকি ন্যায়লয়, সংসদ, সাধাৰণ জনসাধাৰণৰ ওপৰত শোষণ আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা গৈছে গতিকে আমি জনসাধাৰণে এইসমূহ গুৰুত্বপূৰ্ণ ভাৱে লৈ দেশৰ গণতন্ত্ৰ,মান অটুট ৰখাৰ হেতুকে সকলোৱে চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা প্ৰয়োজন জয় হিন্দ! জয় ভাৰত! জয় আই অসম ✊ (বি:দ্ৰ - কোনো চৰকাৰকে(BJP,AGP,AJP, Congress) অন্ধভক্ত হৈ ভৰসা বা বিশ্বাস কৰিবলৈ এৰক, দেশৰ বিকাশ আৰু জনসাধাৰণৰ উন্নতিৰ বাবে প্ৰতিখন চৰকাৰকেই প্ৰশ্ন কৰক)

  • @arzedhussain387
    @arzedhussain3875 күн бұрын

    মোদী ক আমনি লগা হল এতিয়া

  • @madhabmiliofficial6251
    @madhabmiliofficial62515 күн бұрын

    13 বাৰ পানী খোৱা ভাষণক কি তুলাধূনা বুলি কব পাৰি জানো

  • @dipondas1098
    @dipondas10985 күн бұрын

    Abki bar .. 0par

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s4 күн бұрын

    প্ৰধান মন্ত্ৰীয়ে আগৰ কথা কৈ বৰ্তমানক বুজাব বিচাৰি ভাষণ দিয়াটো আমি শিকিবলগীয়া।

  • @user-dy3fr6mu7q
    @user-dy3fr6mu7q5 күн бұрын

    Misa khota Kone nu honibu

  • @ndas9029
    @ndas90295 күн бұрын

    Fekuji

  • @mofidrohman6393
    @mofidrohman63934 күн бұрын

    মোডীৰ কথা বোৰ ভাল নলগা হ'ল।

  • @kau5109
    @kau51095 күн бұрын

    Kharge ji ....😅😅😅

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx5 күн бұрын

    nice speach😂

  • @kalpanadeka6201
    @kalpanadeka62015 күн бұрын

    আমণি লগা কথা কোৱা শেষ হোৱা ই নাই। বানপানী। বানপানী আনক উদ্দেশ্যি ভাষণ দি লাভ নাই, মিছা কথা কোৱা উচিত নহয়।

  • @user-to1mm5yw7m
    @user-to1mm5yw7m5 күн бұрын

    Norendmodi misoliya.

  • @OkokayokOk
    @OkokayokOk3 күн бұрын

    Av recruitment ayega . 😂 Ishiliye opposition strong hona jaruri hain . 😂

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my5 күн бұрын

    Dalali eitu

  • @AmiKhatiAxomiya
    @AmiKhatiAxomiya5 күн бұрын

    এতিয়া বিৰোধীৰ কামে হৈছে বিৰোধ কৰা।এতিয়া বিৰোধিয়ে ভাৰতৰ উন্নতি হব নিদিয়ে।

  • @user-hw6ul5ut2j

    @user-hw6ul5ut2j

    5 күн бұрын

    বালৰ উন্নতি কৰিছে কেলা ৷

  • @AmiKhatiAxomiya

    @AmiKhatiAxomiya

    5 күн бұрын

    @@user-hw6ul5ut2j অন্ধ হোৱাৰ ভাও ধৰা বোৰে কোত দেখা পাব উন্নতি।

  • @sportsguruji2412

    @sportsguruji2412

    5 күн бұрын

    15oo chiye😅😅😅😅

  • @RaWPiZtoN
    @RaWPiZtoN5 күн бұрын

    Jai modi jai bjp jai bharat 🇮🇳💙

  • @kamalkalita338
    @kamalkalita3385 күн бұрын

    নৰেন্দ্ৰ মোদী মিচলিয়া ভাৰতৰ ৰাইজে ভালদৰে জনে লগতে তেওঁ এজন চাহ বেপাৰী হে বেপাৰীৰ কথাৰ কি মুল্য নাথাকিব তেওঁ পত্নী থকাৰ পিছতো বৰলা বুলি কোৱা মিচলিয়া

  • @bepositive5692

    @bepositive5692

    5 күн бұрын

    Xeikrne tu 3bar cm 3bar pm hoise. kun misoliya kun nijor sarthor krne politics kori ase dekhio nedekha bhao dhri thkate jabo tr. modi birodhi howate howate dekh birodhi hoi gisa

  • @deadlydrax2711
    @deadlydrax27115 күн бұрын

    Modi is not compare with other PM of country.

  • @gautambaruah9882
    @gautambaruah98825 күн бұрын

    Apunaluke khali anti kori thakok

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq5 күн бұрын

    Can you delibrate your speech in English language??

  • @bishaldas3964
    @bishaldas39645 күн бұрын

    Are juth bolna koyi modi ji che chikhe...

  • @chowlungjyotigogoi5755
    @chowlungjyotigogoi57555 күн бұрын

    Sah bepari olp asomr fale ahok banot buri ase asom

  • @SoneswarBarman-ht9kd
    @SoneswarBarman-ht9kd5 күн бұрын

    Pablikor lav kot.sai to kok altu faltu koi thky

  • @nirmalhazarika
    @nirmalhazarika5 күн бұрын

    তুলা ধুনা মানেনো কি ? অসত্য কথা এসোপাৰে আনক অভদ্ৰ ভাৱে গালি পৰাতোকে তুলা ধুনা বুলে নেকি ?

  • @TCF573
    @TCF5735 күн бұрын

    Aalor burhar futani hekh huwa nai . Efale Belie mar gol 😅😅😅

  • @arjundas3446
    @arjundas34465 күн бұрын

    মোদী মোদী

  • @RahulAamin932
    @RahulAamin9325 күн бұрын

    Desh ko bikne aya he

  • @bepositive5692
    @bepositive56925 күн бұрын

    Birodhir muikhyo bhumikat oxomor news chanele buro no1 ot ase.

  • @musicworld676
    @musicworld6765 күн бұрын

    😂Birodhi

  • @bitulphukan2812
    @bitulphukan28125 күн бұрын

    Modi is great

  • @shankarprasadchakraborty
    @shankarprasadchakraborty5 күн бұрын

    INDIout

  • @manojtalukdar6647
    @manojtalukdar66475 күн бұрын

    Who is great and biggest jumla man 👺 in the world ❓❓❓ juth ke baad kabhi sach nahi bola 😋😋😋👎🏿👎🏿👎🏿. First trying to speak truth @ SATYAMEV JAYATE!!!!!!

  • @user-wu3zl1od4x
    @user-wu3zl1od4x5 күн бұрын

    Faltu

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz5 күн бұрын

    ৰাহুল গান্ধীয়েহে সংসদৰ গৰিমা আৰু হিন্দু ধৰ্মৰ পবিত্ৰতাক আঘাট হানিছে... এই কথা লৈ গোটেই ভাৰতবৰ্ষতে হৈ চৈ লাগিছে ...

  • @DipankarBhuyan-dv7rd

    @DipankarBhuyan-dv7rd

    5 күн бұрын

    Moi hindu hoi Rahul Gandhi bhul kuwa nai. Whatsapp university adha kotha dekhai. Gutei tu sai lole bhal.

  • @digantadeka7201

    @digantadeka7201

    5 күн бұрын

    Watsapp university degree🎓 lole😂😂😂

  • @binashrabha9018
    @binashrabha90185 күн бұрын

    Bjp zindabaad

  • @m.ksaikia4229
    @m.ksaikia42295 күн бұрын

    Modi is great

Келесі