পল্লৱলোচন দাসৰ মন্তব্যই ক্ষোভৰ উদ্গীৰণ ঘটাইছে বিহালী সমষ্টিটোৰ পুৰণি বিজেপি নেতা-কর্মীৰ মাজত

বিহালীত উপ-নির্বাচন খেলিবলৈ তৎপৰ হৈ পৰা প্ৰাক্তন সাংসদ পল্লৱলোচন দাসৰ মন্তব্যই ক্ষোভৰ উদ্গীৰণ ঘটাইছে সমষ্টিটোৰ পুৰণি বিজেপি নেতা-কর্মীৰ মাজত। সম্ভাৱ্য উপ-নির্বাচনত কংগ্ৰেছ প্ৰার্থী হিচাপে ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি চর্চিত খবৰৰ মাজতে পল্লৱলোচন দাসৰ মন্তব্য- ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে মোৰ ট্ৰেক ৰেকর্ড ভাল হ’ব। এই মন্তব্যৰে ২০১১ৰ বিধানসভা নির্বাচনত তেতিয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক পৰাস্ত কৰাৰ কথা সোঁৱৰাই নৱ-নির্বাচিত সাংসদগৰাকীক অপমান কৰাৰ অভিযোগ একাংশৰ। বিপৰীতে বিহালীক লৈ জটিলতাৰ সৃষ্টি হৈছে কংগ্ৰেছ আৰু CPI(ML)ৰ মাজত।
#pratidintime #assam #bihali #byelections2024

Пікірлер: 123

  • @puspadhardowarah1932
    @puspadhardowarah193223 күн бұрын

    ঠিক আছে কংগ্ৰেছে মিত্ৰজোটৰ"প্ৰাৰ্থী ঠিয় কৰাওক।যাতে বিজেপিৰ দৰ্প চূৰ্ণ হওক।

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6mАй бұрын

    পল্লব লোচন দাস নিজে এজন এক নম্বৰ অপদাৰ্থ।

  • @dbhargab
    @dbhargabАй бұрын

    সেই পৰিৱেশ নাই এতিয়া ,ৰাইজে বিচাৰিলেহে জিকিব পাৰিব ,উদাহৰণ যোৰহাটৰ ৰাইজে ইতিমধ্যে দিছে ।

  • @khargeswarbaruah8139
    @khargeswarbaruah8139Ай бұрын

    অহংকাৰেই পতনৰ মুল।

  • @digantanath3121
    @digantanath3121Ай бұрын

    এই অভদ্ৰ বোৰৰ বাবেই বিজেপিৰ পতি অনিহা আহিছে ...

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zjАй бұрын

    এইটোএটা মাইকী হয় |

  • @theassamlunchbox

    @theassamlunchbox

    Ай бұрын

    Thik kole dei

  • @theassamlunchbox

    @theassamlunchbox

    Ай бұрын

    CM r pisohale gos ejupar nisinake roi thokaie iyar kam

  • @abhijitgoswami6937
    @abhijitgoswami6937Ай бұрын

    “কথাত কটা যায় কথাত বটা পাই” এই কথাষাৰ মনত ৰখা ভাল ৷

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2gАй бұрын

    ৰঞ্জিত দত্ত চাৰৰ ভৰি ধৰি ক্ষমা বিচাৰিব লাগিব পল্লৱলোচন দাসে।

  • @Sankarjitcreation
    @SankarjitcreationАй бұрын

    BJP ত গলেই মানুহ অহংকাৰী হয় নেকি ?

  • @rawandreal99
    @rawandreal99Ай бұрын

    দাদা বিগ্ৰেড কেইটা হাৰিব এতিয়া নিৰ্বাচন হ'লে... বেছি তেল ফাতিচে এহেতমখাৰ 😂😂😂

  • @Skyblue12319

    @Skyblue12319

    Ай бұрын

    Aji Kali mamak o biya poa manu ulale moi deki asu bjp candidate change Korok no pallab

  • @anonymous_assamese4838
    @anonymous_assamese4838Ай бұрын

    বিহালীৰ ৰাইজে ইয়াক উচিত শিক্ষা দিয়ক.....

  • @Kingcobra4090
    @Kingcobra4090Ай бұрын

    নতুন কেইজনৰ অহংকাৰ বাঢ়িছে।পূৰণাক সন্মান কৰাটো দৰকাৰী।

  • @nipendranarayanmedhi876

    @nipendranarayanmedhi876

    21 күн бұрын

    সন্মান কাক কয় সিহঁতে বুজিয়ে নাপায়, শিকায় নাই।

  • @rambalram2610
    @rambalram261023 күн бұрын

    প্ৰথম কথা এইবাৰ ২০২৬ ত এই দাদা ব্ৰিগেডৰ গুণ্ডা বিলাকক চিৰ দিনৰ বাবে অসমৰ ৰাজনীতিৰ পৰা মূচি নোহোৱা কৰি পেলাউক ৰাইজে.....!!! কেৱল ইয়েই এক মাত্ৰ আশা..!!! দাদা ব্ৰিগেড শব্দ টো নোহোৱা কৰিবলৈকে মুখ্যমন্ত্ৰী এ "মামাৰ" নাম লৈছে... ৰাইজক কিন্তু ধন্যবাদ... ৰাইজে আজিও পাহৰা নাই এই দাদা ব্ৰিগেডৰ সদস্য সকলক.... দাদা ব্ৰিগেডত এগৰাকী সদস্যা ও আছে কিন্তু...হেৰইন এগৰাকী...!!

  • @padmanathdoley3510
    @padmanathdoley351018 күн бұрын

    বিহালি ৰাইজে এখেতক গ্ৰহণ নকৰাই ভাল

  • @pabanpermey8121
    @pabanpermey812121 күн бұрын

    এইজন এজন গছৰ মূৰাহে।বিগত সংসদত ভৱনত কি ভূমিকা পালন কৰিছিলে ৰাইজে নজনাকৈ থকা নাই।

  • @sanjibbora1789
    @sanjibbora1789Ай бұрын

    মূৰ্খ লাজ লগা নাই।

  • @phanidharrabha8057
    @phanidharrabha8057Ай бұрын

    দাত নিকটাই নিকটাই দাদা ব্ৰীগেদৰ গুৰু জনক তেল মাৰিব কৰাটোৱেই যাৰ যোগ্যতা তেওঁ পুৰণি ৰাজনীতিক কৰ্মী সকলৰ মনৰ ভাৱ কতনো বুজি পাব ? দাদা চৰ্দাৰে তেওক টিকটৰ নিশ্চিতি দি তাত ঘূৰি থাকিবলৈ গোপন নিৰ্দেশ দিছে । কিন্তু সেই বুৰ্বকে নাজানে যে আমেথিত ৰাহুল গান্ধীক ৫৫ হাজাৰ ভোটত হৰুৱাই চূড়ান্ত অহঙ্কাৰী হৈ শালিনতাৰ সীমা পাৰ হোৱা দেখি সেই জনী স্মৃতিক সেইখিনি ভোটদাতাই ১লাখ ৬৬ হাজাৰতকৈও বেছি ভোটৰ ব্যৱধানত এজন পি এৰ হাতত পৰাজিত হ'ব লগাত পৰিল ।

  • @adritagogoi2088
    @adritagogoi208827 күн бұрын

    এইবোৰ পাবতগজা নেতাৰ নিজস্বতাা কি আছে ? কি ভাৱি জনসাধাৰনে এইজনক নিব্বাচিত কৰে লাজৰ বিষয়

  • @dilipmahanta8479
    @dilipmahanta8479Ай бұрын

    সৰ্বনাশ

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801Ай бұрын

    তোক কোনে ভোট দিব।কাম নাইকীয়াটো।

  • @jatinbaishha3540
    @jatinbaishha354026 күн бұрын

    বিহালি সমষ্টি বাসী আপোনালোকে বুজক আহুংকাৰে কিমান মূৰত ধৰিছে বিজেপি দলক ।যোৰহাট ৰাইজে যেনেকৈ শিক্ষা দিছে তেনেকৈ শিক্ষা দিব বুলি আশা থাকিল

  • @sadeksaikia8168
    @sadeksaikia8168Ай бұрын

    মানে সন্মান অলপ কমি আছে ।

  • @smritidevi5271

    @smritidevi5271

    Ай бұрын

    😂😂😂

  • @rambalram2610
    @rambalram261023 күн бұрын

    বহুৱা নম্বৰ ২...😅😅😂😂😂 এই বিলাকৰ ৰাইজৰ প্ৰতিনিধি হোৱাৰ কি যোগ্যতা আছে..?? ৫ টা কাৰণ কোনোবাই দিব পাৰে নেকি...????

  • @binabora5025
    @binabora502527 күн бұрын

    Good news 👍

  • @JoyfulPenguin-qj2gd
    @JoyfulPenguin-qj2gdАй бұрын

    MP hoi public karonay perform koribo nuwarilay atiya MLA hoi ki koribo sobai jana asay.. so vote for those who performs in his duty sincerely and are suitable for such responsibilies.. Joi Aai Axom.

  • @utpalgoswami1990
    @utpalgoswami1990Ай бұрын

    "পল্লব লোচন" যে মূৰ্খ টাৰ প্ৰথম প্ৰমাণ বেলেগে দিব নালাগে, খালী টিং বাজে বেছি । পল্লব লোচনে বেচি বাজিছে মনে ------ ? তেওঁ মাল গোটাব মানে এতেকে ৰজায় ক'ত এৰিব ?

  • @_i_am_animetuber2902
    @_i_am_animetuber2902Ай бұрын

    ভাল লাগিল দেই দাসৰ কথা শুনি

  • @ramdhenu578
    @ramdhenu578Ай бұрын

    Pallab দা মানুহ দিনে দিনে ওপৰত যাই কিন্তু আপুনি 😂😂😂😂

  • @AdvAltafhussain
    @AdvAltafhussainАй бұрын

    মাইকী😂

  • @anibro4162
    @anibro416227 күн бұрын

    Hahi chompa Palllab Lotion !Onoborot dat keita olai thake !😊😊😊😊😊

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh10 күн бұрын

    Congress zindabad Assam CM Gaurav Gogoi zindabad 💯🙏💪

  • @pranabdas7121
    @pranabdas712115 күн бұрын

    পল্লব লোচনে সচা কথা কৈছে

  • @hemantamahanta5578
    @hemantamahanta557827 күн бұрын

    বাৰে বাৰে দল সলনি কৰা নেতাবোৰৰ উৎপাতত এতিয়া কোনো নেতাকে মানুহে বিশ্বাসত লব নোৱাৰা পৰিস্থিতি হৈছে ।

  • @rajuassamvlog514
    @rajuassamvlog51429 күн бұрын

    ইয়াক গাওঁ বুঢ়াহে পাতি দিব লাগে।

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2gАй бұрын

    Pallab lochan go back

  • @lakshminarayansarmah4071
    @lakshminarayansarmah407110 күн бұрын

    এইটোৱে দাঁত চেলাই থাকি কথা কয় । কথা কব নাজানে বাবে তেনেদৰে কয় ।

  • @debasishbora7611
    @debasishbora7611Ай бұрын

    Aitu jodi mla utha bihalit tatia vote direct congress t dim sidha kotha

  • @Skyblue12319

    @Skyblue12319

    Ай бұрын

    Moi

  • @boikunthahazarika7168
    @boikunthahazarika7168Ай бұрын

    ঐ গৰু

  • @theworld4149
    @theworld4149Ай бұрын

    Borhia.

  • @user-vi6rf2wm4r
    @user-vi6rf2wm4rАй бұрын

    ই এক পাগল

  • @fumenhanse361
    @fumenhanse361Ай бұрын

    Mzaaa😂😂😂😂😂

  • @gamingwithjackol603
    @gamingwithjackol60322 күн бұрын

    Ses hbo aru aibur 2026 t

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn29 күн бұрын

    পলব লোচন দাস এজন পাথ’ীৰ শাৰীত পৰে যানো৷

  • @user-nw4xe8by9t
    @user-nw4xe8by9tАй бұрын

    😂😂😂😂 kam nai aijonor kune aiburok neta bonai jaanu

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco25594 күн бұрын

    দিনবোৰ সলনি হৈছে অ বোপাই।।

  • @gautamsuperpower4271
    @gautamsuperpower4271Ай бұрын

    হাঁহি ৰাম

  • @srigunajitsharma8282
    @srigunajitsharma8282Ай бұрын

    Kotha kuwate alop sinta koribo lage .

  • @as02vlog26
    @as02vlog26Ай бұрын

    Aidalok dekhile kiba Murtu gorom hoi jai

  • @raacharo1106
    @raacharo1106Ай бұрын

    Himantar samsà aijon

  • @bharatisaikia1388
    @bharatisaikia138812 күн бұрын

    এইটো অপদাথ

  • @Sutmaroni-vu8vt
    @Sutmaroni-vu8vtАй бұрын

    Thik koise bjp jindabad

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j8 күн бұрын

    এখন হাবিত দুটা বাঘ কেনেকৈ থাকিব ? পাচফালেদি চুৰি মৰা ৰাজনীতি বুলি কয় এইবোৰক ৷ পল্লৱ লোচন দালক ভোটহনিদিলেই হ’ল ৷ এইদালক জিকাই নেকি ?

  • @mrassam6542
    @mrassam6542Ай бұрын

    Bogali tu 😂

  • @tuleswargharphalia3866
    @tuleswargharphalia386619 күн бұрын

    Pallablusson Das is a quiet dal person. BJP should thrown out such so-called leaders.

  • @ritu57
    @ritu57Ай бұрын

    Mama k aibar haruabo lage

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2sАй бұрын

    Harim buli sekar korele

  • @monuranjanphukon8553
    @monuranjanphukon85537 күн бұрын

    Ahangkar

  • @dipunjoykalita4982
    @dipunjoykalita498224 күн бұрын

    Ek dukhu ETA tiri 😂😂😂

  • @thedevogramstory7483
    @thedevogramstory7483Ай бұрын

    Aito akai...

  • @BGMi-fi9yr
    @BGMi-fi9yrАй бұрын

    Jayanta moluwa aru ei tu Maiki lochon ihotor dombhali swa

  • @user-cy8lv7es5m
    @user-cy8lv7es5m9 күн бұрын

    ৰণজিৎ দত্ত ক পললবে হৰাইছিল নে ক গ্ৰেছে?

  • @dhanmonidas1174
    @dhanmonidas1174Ай бұрын

    Jayanta borah best

  • @humenkalita7173
    @humenkalita717322 күн бұрын

    2026 too mont rakhila holl

  • @chaorishi898
    @chaorishi898Ай бұрын

    Behali raijje eyak tata bye korok

  • @dipabhagawati2722
    @dipabhagawati2722Ай бұрын

    হয় হয়তো

  • @achyutsaikia8296
    @achyutsaikia8296Ай бұрын

    Borhia

  • @Devraaj32
    @Devraaj32Ай бұрын

    Confidence enekuae hobo lage..

  • @theassamlunchbox
    @theassamlunchboxАй бұрын

    Aborjona korbar

  • @pps4u84
    @pps4u84Ай бұрын

    He doesn't deserve any quality. Class less so called politician.

  • @PremBharali-dx5is
    @PremBharali-dx5is27 күн бұрын

    পুৰনা বি জে পিক কোনে ভাল চকুৰে চায়

  • @tridipneog3717
    @tridipneog371724 күн бұрын

    Aijonor expression aru body language akebare dekhun sanghatik 😂 moi haat sapori mora nedekhilu jeniba.

  • @kapil912
    @kapil912Ай бұрын

    CPIm k subidha nidibo

  • @BhabanBharali
    @BhabanBharali10 күн бұрын

    Rite

  • @BhupenGogoi-jp6ti
    @BhupenGogoi-jp6tiАй бұрын

    Tar.ciga.

  • @aidulaliali7088
    @aidulaliali708817 күн бұрын

    Maiky hoi dekhun😅

  • @gunjalkalita7187
    @gunjalkalita7187Ай бұрын

    😢

  • @sushilkonwar2519
    @sushilkonwar2519Ай бұрын

    গছত কঠাল উথত তেল,নো খাওঁতে চেল বেল

  • @bhogeswarsaikia1520
    @bhogeswarsaikia152021 күн бұрын

    Bihalit Himanta biswa sarmak kola potoka dekhuwabo lage

  • @kamal__22
    @kamal__2229 күн бұрын

    Pallab garu hara dibo ai dalok koney vote dibo

  • @shashigogoi7245
    @shashigogoi7245Ай бұрын

    Moi ki buli kom .Najanu rajai Jana jodi kiba kam asilu jodi Jana apunur luk .time ahebo ki kobo.

  • @biswajitdutta4032
    @biswajitdutta403226 күн бұрын

    NOTUN MANUH KITA BELEK DOLOR PORA AAHA KITA DOL TUK DHONKHO KORIBO

  • @user-of4yf2pu7w
    @user-of4yf2pu7w8 күн бұрын

    2026 or agote bjp nikita hobo

  • @prasantakumargogoi8972
    @prasantakumargogoi897211 күн бұрын

    Kukur P.Lusan.Garder He is a sweeper of

  • @gautambaruah9882
    @gautambaruah9882Ай бұрын

    Aitur mini kam nai..... khali mati kinile..... eyak parile houruwabo page......

  • @dipendas4650
    @dipendas4650Ай бұрын

    মাইকী

  • @kuladeepbarman6707
    @kuladeepbarman670723 күн бұрын

    🐂👈

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xxАй бұрын

    Pallab Lusan Das da ahankari byakti hoi. BJP dolor high common Himanta mama hoi, gotike BJP dolor bahut neta sakale ahankari aru lubhiya hol sage!

  • @user-lb1jf1wc6u
    @user-lb1jf1wc6uАй бұрын

    Prophit goes to congress.

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2iАй бұрын

    Bihalir raije dicision lobo

  • @user-oz7ec3ps1f
    @user-oz7ec3ps1f27 күн бұрын

    2nd angulota didi 😂😂

  • @rintuborah6756
    @rintuborah675629 күн бұрын

    Ai2a Jua 5 year ki ghynta dl korile Question krk hu Bihali Raije.

  • @bonomalipegu508
    @bonomalipegu508Ай бұрын

    Gado😢

  • @murchona2469
    @murchona246924 күн бұрын

    Luchon ajon nibuka mp

  • @user-wo5gg3no1c
    @user-wo5gg3no1cАй бұрын

    Eaw to hobidha badi akow kot ithah repit hob hei din nai

  • @dipalisonowal8842
    @dipalisonowal8842Ай бұрын

    Aito. Pagol hoi Kam. Nai

  • @nripenkamar2181
    @nripenkamar2181Ай бұрын

    Chup thak.

  • @deltanmirchadeori694
    @deltanmirchadeori694Ай бұрын

    Eyat kot Ranjit Dutta r kotha mentioned korise. Faki news kio diye

  • @SumiGamingGS
    @SumiGamingGS3 күн бұрын

    😅

  • @Kamaalhussain484
    @Kamaalhussain484Ай бұрын

    Pallav tur maat tu ladies or dore.

  • @khagenkakati6380
    @khagenkakati6380Ай бұрын

    এইটো এটা ফালটু

Келесі