ৰাজহ সংগ্ৰহৰ বাবে মাটি বন্ধকত দিব কটন বিশ্ববিদ্যালয়ে

ৰাজহ সংগ্ৰহৰ বাবে মাটি বন্ধকত দিব কটন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লৈছে মাটি বন্ধক দিয়াৰ সিদ্ধান্ত। কাৰ্যবাহী পৰিষদৰ সভাত এই সন্দৰ্ভত হৈছিল আলোচনা।
#PratidinTime #Assam #CottonUniversity

Пікірлер: 19

  • @bedantakakati4153
    @bedantakakati415316 күн бұрын

    হিমন্ত বাবে অসম খন শেষ কৰিলে। আদানীক দিলে বিমান বন্দর।

  • @janardanbora2803
    @janardanbora280316 күн бұрын

    অসমৰ শিক্ষা বিভাগ শেষৰ দিশে গৈ আছে

  • @tarjenboru8760
    @tarjenboru876016 күн бұрын

    পয়ালগা অসমৰ শিক্ষাখন্ড,,, ইয়াৰ বাবে দায়ী কোন ?

  • @latifali9650
    @latifali965016 күн бұрын

    মানুহৰ যেতিয়া ভেটি দখৰ ও বিক্ৰী হৈ যাব তেতিয়া হে অন্ধভক্তিৰ চচমা খুলিব।।।।

  • @Xxhxjxjx
    @Xxhxjxjx16 күн бұрын

    Cotton college ei abasta hole baki bilakar ki hobo

  • @pradipkalita3161
    @pradipkalita316116 күн бұрын

    লাউলোৱা অৱস্থা,গোতেই অসমেই বিক্ৰী কৰিব

  • @SD-ff1wc
    @SD-ff1wc16 күн бұрын

    আদানী নহ’লে আম্বানিক দি দিয়ক ৰাজহ বেছি পাব৷ব্যক্তিগতকৰণৰ দিশে ধাৱমান আমাৰ শিক্ষা ব্যৱস্থা৷

  • @palpaldilkepas3566
    @palpaldilkepas356615 күн бұрын

    এই ক্ষেত্ৰত গাতি বাসিয়ে বা কি কয় ।

  • @kangkansarmajyoti
    @kangkansarmajyoti15 күн бұрын

    Aru ki dekhibo bki ase??

  • @anoopgoswami1916
    @anoopgoswami191616 күн бұрын

    As a ex student of Cotton college we are always with the students, first ask the committee to resign,

  • @matalabhusain9236
    @matalabhusain923616 күн бұрын

    Jati, mati,Bheti......

  • @motheranddaughter135
    @motheranddaughter13516 күн бұрын

    Mama deoulia hol neki

  • @woman178
    @woman17816 күн бұрын

    Naam likpaw parisaw ne baperawr

  • @TCF573
    @TCF57316 күн бұрын

    Riniki r dau ahil akow . Bhai... Ha ha ha . Aikhon sorkaror dinot aibur hadharon. Kotha hol.... Feko modiei Bharoror sob hompotty bikri kori hundor udahoron dekhuwai ase. . 😅😅Atya aibur . Riniki rei bhuj hobo.. Si si ki nirlorjja. 😅😅😅Ami agotei koisu Akhomiya r Man honman swaviman sob hekh hol.. Himontor dinot.. 😅😅

Келесі