প্ৰথমবাৰলৈ বিশাল আয়োজনেৰে মাঘ বিহু পাতিলে আলফা(স্বাঃ)-এ UNCUT

Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...

Пікірлер: 310

  • @dipanjoligogoi-lj3wd
    @dipanjoligogoi-lj3wd5 ай бұрын

    তোমালোক সদায় ভালে থাকা, ককাই হঁত , মাঘ বিহুৰ মেজিৰ জুইয়ে তোমালোকৰ দুঃখ, কষ্ট, বেদনা সকলো বোৰ পুৰি চাই কৰি তোমালোকৰ জীৱনলৈ অনাবিল সুখ সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক, তাৰে কামনা কৰি মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ককাই হঁত , সদায় ভালে থাকা তোমালোক ❤️❤️❤️

  • @monojdehingia3394
    @monojdehingia33945 ай бұрын

    সৰু ছোৱালীজনীয়ে সুধিছে এইয়া আর্মিয়ে গাইছেযে ৷ মই কলো এইয়া আর্মি নহয় এইয়া আলফা আমাৰ দৰে অসমীয়া ৷ বিহুৰ আপোনালোকলে শুভেচ্ছা থাকিল মেজিৰ জুইত আপোনালোকৰ দুখ-কষ্টবোৰ পুৰি ছাই হওক 'আপোনালোক সাদাই ভালদৰে ভালে থাকক এই কাম নাৰে ৷ "জয় আই অসম"

  • @pranatibora4166

    @pranatibora4166

    5 ай бұрын

    ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সংযুক্ত মুক্তি বাহিনী লৈ আশীৰ্বাদ জনাইছোঁ সকলোৱে যাতে সুস্থ শৰীৰে থাকি সপোনবোৰ বাস্তৱিত কৰে,😂

  • @user-nb3df4yd9n

    @user-nb3df4yd9n

    3 ай бұрын

    😢😢😢

  • @monjulahon7712
    @monjulahon77125 ай бұрын

    হিয়া ভৰা ওলগ জনালোঁ বীৰ সৈনিক সকললৈ , হৃদয় চুই য়োৱা গীত ।

  • @papariborah3393
    @papariborah33935 ай бұрын

    ককাই তোমালোকক এনেকৈ দেখি খুব কষ্ট পাইছোঁ । ভালে থাকা সদাই । কিবা এটা দুখে বুকু খন হেচুকি গৈছে । অসমীয়াৰ তেজৰ এইয়াই চিনাকি বিহু ।

  • @padyawatirajuwar77
    @padyawatirajuwar775 ай бұрын

    ধন্যবাদ মুক্তি বাহিনী আপোনাৰলোকে সুকে থাকক

  • @user-ft3qn5df6f
    @user-ft3qn5df6f5 ай бұрын

    বহুত ভাল লাগিল ককাইহত আপোনালোকৰ ভগৱানে মঙ্গল কৰক মই আশা কৰিছো আপোনালকে সদায় ভালে কুশলে সুখত থকা ।

  • @devikagogoi2898
    @devikagogoi28985 ай бұрын

    ককাই ভাই হতঁ তোমালোকৰ বিহুৰ দেখি মোৰ বুকুত কিবা এটাই খুন্দা মাৰি ধৰিছে । সদায় এনেকৈ হাঁহি থাকিবলৈ আশীৰ্বাদ কৰিছোঁ।

  • @pallabikonwar949
    @pallabikonwar9495 ай бұрын

    চকুলো। আই মাতৃ অসমী তুমি স্বাধীনতা যুদ্ধৰ বাবে আৰ্শীবাদ দিয়া।

  • @tulumonikonwar2623
    @tulumonikonwar2623Ай бұрын

    অন্তৰভৰা আশীৰ্বাদ জনালো ভালে থাকা সকলো৷গীতৰ ভাষাই কন্দুৱালে ৷জয় আই অসম৷

  • @kishordutta3449
    @kishordutta34495 ай бұрын

    জয় আই অসম সদাই ভালে থাকক আপোনালোকে

  • @kapil912
    @kapil9125 ай бұрын

    জয় আই অসম , সোনকালে অসমলৈ আহক আপোনাকে , আলোচনা কৰি আইৰ বোপাইৰ মূখত হাহি বিৰিঙাওক ,

  • @user-wy9lk9sg7e
    @user-wy9lk9sg7e5 ай бұрын

    সেইটোৱেই হ'ল এক আন্তৰিক আৰু সমাদৃত সম্ভাষণ! সুখ, সুস্বাস্থ্য, একতাৰ এনাজৰীৰে ভৰি থকা ভোগালী বিহুৰ আনন্দ-উল্লাসেৰে অসমবাসীক আপ্লুত কৰে। এই উত্সৱে জনসাধাৰণক একত্ৰিত কৰি শস্যৰ ঋতু উদযাপন কৰাৰ লগতে সম্প্ৰদায় আৰু সদ্ভাৱনাৰ ভাৱনাক উত্সাহিত কৰে।

  • @nurahmed6132
    @nurahmed61325 ай бұрын

    জয় আই অসম

  • @kakudas3887
    @kakudas38875 ай бұрын

    দদাই হত বিহুৰ শুভেচ্ছা থাকিল ৷ তোমালোকৰ বিহু বিলাকৰ ভাষাই সদায় হিয়া মন চুই চকু সেমেকি জায় ৷ দদাই হত মনত বৰ দুখ পাও ৷ তোমালোকক এবাৰ ওচৰৰ পৰা চাব বৰ মন জায় ৷ তোমালোকৰ ভনি হিচাপে এটুপি চাহ পানী যাচিব মন যায় ৷ এয়া আমাৰ অসমৰ অসমীয়া গিৰি ৷ দদাইহত জাতিও গল মাটিও গল ভাষাও গল ৷ ওলাই আহি সকলো বোৰ ৰক্ষা কৰা ৷ অসমতে অসমীয়াৰ ঠাই নোহোৱা হলছোন ৷ তোমালোক ভালে কুশলে থাকা ৷

  • @user-le7pq1wl9c

    @user-le7pq1wl9c

    5 ай бұрын

    Tomi thaiky koisa😊

  • @user-le7pq1wl9c

    @user-le7pq1wl9c

    5 ай бұрын

    Tomi khasa ktha koi sa

  • @SankarDas-kx4wc

    @SankarDas-kx4wc

    3 ай бұрын

    Give me link

  • @Sweety0_3.
    @Sweety0_3.5 ай бұрын

    অসমীয়াৰ তেজৰ এইয়াই পৰিচয়❤ সকলো ভালে থকা সদায়, ভগৱানে মঙ্গল কৰক 🙏🏻

  • @mondeepneelofficial
    @mondeepneelofficial5 ай бұрын

    আমি অসমীয়া হয় ককাইহত আমি যিমান য'তে থাকিলেও অসমীয়াৰ কৃষ্টি সংস্কৃতি পাহৰি যাব নোৱাৰো । ভোগালী বিহুৰ শুভেচ্ছা থাকিল তহঁতলৈ । মেজিৰ জুইত পুৰি ছাই হওক তহঁতৰ দুখ কষ্ট । ভালে থাক তহঁত।(তহঁতো অসম মাতৃৰে সন্তান, সেইকাৰণে তহঁত বুলিয়ে কৈছোঁ ককাইহত)।জয় আই অসম।

  • @bishnuborah6870
    @bishnuborah68705 ай бұрын

    বহুত ধুনীয়া হৈছে ককাইহঁত ❤

  • @mahadevpeguvlogs5815
    @mahadevpeguvlogs58155 ай бұрын

    জয় মুক্তি বাহিনী জয় আই অসম❤❤❤

  • @kobikonch1151
    @kobikonch11515 ай бұрын

    ভালে থাকিবলৈ আশিবাদ কৰিছু জয় আই অসম।

  • @kalpanadas9760
    @kalpanadas97605 ай бұрын

    বহুত দুখ লাগিছে দাদা 😭😭😭😭😭😭

  • @priyankabaruah1481
    @priyankabaruah14815 ай бұрын

    ভালে থাকা ককাইহঁত.জয় আই অসম ❤

  • @biswajyotiarandhara9402
    @biswajyotiarandhara94025 ай бұрын

    ককাইহত ঔ তোমালোক সদায় ভালে থাকা ,এইয়াই আমাৰ অসমীয়াৰ পৰিচয় বিহু ❤️ আবেগিক হৈ গলো 😢 শুভেচ্ছা সদায় আছে জয় আই অসম ✊

  • @ankurbarman7377
    @ankurbarman73775 ай бұрын

    বহুত কষ্ট পাইছোঁ অ ককাইহত,আজি আমাৰ ঠাইতে বিহুৰ বতৰত এনে কে থাকিব লগা হৈছে,বহুত কষ্ট পাইছোঁ শৈয্য কৰিব পৰা নাই, আপোনালোকক ভগৱানে ভালকৈ ৰাখে যেন তাৰেই কামনাৰে,,,,,,,,জয় আই অসম ।

  • @PoliDeka-rf4pm

    @PoliDeka-rf4pm

    5 ай бұрын

    Val Lagasse dada😢😢❤

  • @PoliDeka-rf4pm

    @PoliDeka-rf4pm

    5 ай бұрын

    😢😢😢

  • @Moinabaruah911
    @Moinabaruah9112 ай бұрын

    ভাল কৈ থাকিব আপোনালোকে ❤জয় আই অসম🇮🇳

  • @assamjobprostuti9436
    @assamjobprostuti94365 ай бұрын

    ভালকৈ থাকিব ।।।। জয় আই অসম

  • @MahadevSarma-zc7qn

    @MahadevSarma-zc7qn

    3 ай бұрын

    Jay aai axom 😢😢

  • @gunajitbarman9596
    @gunajitbarman95965 ай бұрын

    Joi aai axom❤❤❤❤❤❤❤❤❤

  • @user-xc4ot4kv9h
    @user-xc4ot4kv9h5 ай бұрын

    আৰু নকন্ধোৱাবা ককাই সত বৰ দুখ পাইছো দেই আমাৰ হাতত আশিবাৰ্দৰ বাহিৰে একো নাই ক'বলৈ

  • @mrigankaborah903
    @mrigankaborah903Ай бұрын

    ভাল নে বেয়া একো নকওঁ কব পৰা জ্ঞানো মোৰ নাই। কিন্তু গানটো শুনিলে গাৰ নোম হিৰ হিৰাই যায় । আৰু একো নকওঁ দে সকলোৰে ভাল হওঁক তাৰে কামনা কৰিছো । গান গাইও ভাল পাওঁ শুনিও ভাল পাওঁ , গান গাই থাকিবি দেই কেতিয়াও নেৰিবি 💖

  • @user-sx2mx1zn5o
    @user-sx2mx1zn5o3 ай бұрын

    Tumalok xodai vale thaka dada xokol ❤joi aii Akhom ❤Alfa swadhin jindabad ❤❤

  • @niharsaikia6502
    @niharsaikia65023 ай бұрын

    JOI aai axom❤❤❤❤

  • @Raghu1461
    @Raghu14615 ай бұрын

    Jai aai assam 😢

  • @user-ry8vu6ln3h
    @user-ry8vu6ln3h5 ай бұрын

    Dada hokol val lagil dekhi,val koi thakiba dada ❤❤❤.jai mokty bahini Assam

  • @nipjyotidas2150
    @nipjyotidas21505 ай бұрын

    বহু ত দুখ লাগিছে,দাদা হত ঘৰ এৰি 😢😢😭😭😭😭

  • @alpanarajkonwar5516
    @alpanarajkonwar55165 ай бұрын

    ককাই ভাই আপোনাৰ লোক সকলোঁ লৈ মাঘ বিহু শুভেচ্ছা থাকিল.....🤝 আপোনাৰ লোকে আমাৰ অসম খনৰ লগতে নিজৰ যত্নও লব.... 🫂

  • @user-eh7cr4oq9i
    @user-eh7cr4oq9i5 ай бұрын

    আপোনাৰ লোকক প্ৰনাম জনাইছো কুশলে থাকক জয় আই অসম 🙏

  • @ijubarman
    @ijubarman5 ай бұрын

    জয় আই অসম সকলোৱে ভালে থাকে যাতে

  • @user-pd5hq4lj1g
    @user-pd5hq4lj1g21 күн бұрын

    সকলো লৈকে বহুত বহুত মৰম থাকিল❤❤❤সকলো ভাল a থাকক h❤ গান টো শুনি কান্দি গলো গৈ বৰ ভাল লাগিল দেই কাহানেও পাহৰিবলৈ নোৱাৰোঁ☺️সদাই এ হুনু ❤ কিন্তু হেঁপাহ নপলাই 🙂শুভ হওঁক সকলোৰে তাৰে কামনাৰে💗 জয় আই অসম্ 💫🌍💐

  • @bahagi.changmaichangmai7371
    @bahagi.changmaichangmai73713 ай бұрын

    মাঘৰ বিহু শুভেচ্ছা জনালোঁ

  • @Anjucreations123
    @Anjucreations1235 ай бұрын

    Vedio to Dekhi like nakarake thkib nwrilo ..mnto Kiba nkle .. I m a defense person ...but asomiya r saviman ❤❤❤

  • @jaanmoinavlogs
    @jaanmoinavlogs5 ай бұрын

    Joi অই অসম 😢❤

  • @MintuGogoi-
    @MintuGogoi-5 ай бұрын

    জয় আই অসম সদাই ভালে থাকক সকলোঁ দাদ ভাইটি😭😭😭😭😭

  • @user-qx9kw4zv6w
    @user-qx9kw4zv6w3 ай бұрын

    U are Right Right Right Right 👍👍👍👍

  • @ankursonowal2829
    @ankursonowal28295 ай бұрын

    Mojaa❤❤❤❤❤

  • @pranjitkalita189
    @pranjitkalita1895 ай бұрын

    Dhuniya voice

  • @user-fb4qz2wj4n
    @user-fb4qz2wj4n4 ай бұрын

    দাদা হত ভালদৰে থাকিবাহক জয় আই অসম।

  • @LakhyadharChamua
    @LakhyadharChamua5 ай бұрын

    ভয় নকৰিব ,অসম আপোনালোকৰ.হাতত ! ,নহয় সকলো সজাগ অসমীয়া জাগিলেহে হব !ৰঙলাও..তলি হিচাবে অসমক কৰি ,আমাৰ ইয়াৰ পৰাই সদায় লৈ গৈ থাকিব ? আৰু ?

  • @nayanhaloi4502
    @nayanhaloi45024 ай бұрын

    Jai ai axom❤❤❤

  • @BTS75789
    @BTS757893 ай бұрын

    জয় আই অসম ❤️❤️❤️

  • @mantudas2152
    @mantudas21525 ай бұрын

    Jai aai assam

  • @_____sanjiv_kohli_____18
    @_____sanjiv_kohli_____185 ай бұрын

    Love forever❤❤❤ jai ai axom❤

  • @kalyanjitsaikia6810
    @kalyanjitsaikia68105 ай бұрын

    God bless you Brothers

  • @rinkimonisonowal7448
    @rinkimonisonowal74485 ай бұрын

    Apuni eman dhuk gan tu😢😢😢😢😢😢😢😢😢 sobey bohut miss korise ma k mur bohut dhuk lagese Kintu moi horu jodiew moi buji paw 😂😂😂😢😢😢😢😢😢

  • @rupalidas2052
    @rupalidas20524 ай бұрын

    জয় আই অসম ভালকৈ থাকিবা কৌশলে থাকা

  • @AbdulJalil-wo6cn
    @AbdulJalil-wo6cn5 ай бұрын

    কি লিখিম কোনো ভাষাই নাই মোৰ ভালে কুশলে থকাটোৱেই কামনা কৰো 9:13

  • @rubulsonowaleditor5001
    @rubulsonowaleditor50015 ай бұрын

    Jai aai Assam❤

  • @mridulgohain4587
    @mridulgohain45875 ай бұрын

    বিহুৰ মৰ্যদা এইয়াহে । বিহুৰ শুভেচ্ছা সকলোলৈকে জনালো ।

  • @bigantaborghain7941
    @bigantaborghain79415 ай бұрын

    Joy ayei Akhom❤

  • @martialartsdiganta9915
    @martialartsdiganta99155 ай бұрын

    Joi ai assam✊🏼✊🏼✊🏼✊🏼

  • @user-nz2dk1wc7x
    @user-nz2dk1wc7x5 ай бұрын

    Kookai hot oa bhalke thakibi 😢😢😢😢 jai Aai axom

  • @SumitaBaishya-ch5yx

    @SumitaBaishya-ch5yx

    5 ай бұрын

    😢😢😢 4:43

  • @hiramonigohain1486
    @hiramonigohain14865 ай бұрын

    জয় আই অসম

  • @chahjahangogoi6257
    @chahjahangogoi62575 ай бұрын

    Val lagise o.... Happy happy alfa

  • @sarojgogoi2685
    @sarojgogoi26855 ай бұрын

    Joi aai Assam

  • @tulumoniborahomgogoi4313
    @tulumoniborahomgogoi43135 ай бұрын

    জয় আই অসম।😢

  • @AlxBikram2.0
    @AlxBikram2.02 ай бұрын

    Moi dely sau vedio Tu 🥺bhut vl lge❤❤❤

  • @hemontasaikia6449
    @hemontasaikia64495 ай бұрын

    জয় আই অসম ........

  • @bikashroy2042
    @bikashroy20425 ай бұрын

    Joi ai axom

  • @brojenkhargharia15
    @brojenkhargharia155 ай бұрын

    Alfa god bless you

  • @user-qx7eg5wr9x
    @user-qx7eg5wr9x5 ай бұрын

    Joi hoboi❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas5 ай бұрын

    Very heart touching song. 💔. Happy bhogali bihu to all of you... ❤❤❤🎉

  • @pampidas6441
    @pampidas64415 ай бұрын

    Joi aii akhom

  • @jyotishmangogoi790
    @jyotishmangogoi7905 ай бұрын

    Joi ai akhom❤❤❤

  • @diteshdeka9640
    @diteshdeka96405 ай бұрын

    Bhal lagil video to dekhi bhagabane bhale rakhak

  • @kaberigogoi4607
    @kaberigogoi46075 ай бұрын

    Valke thakok dada hokol....vle thakok kukhole thakok tare kamonare Happy Bihu❤🎉

  • @hunmynagogoi7035
    @hunmynagogoi70355 ай бұрын

    Joi aai axom..... tuk bohu din r murot dekha pai val lagil.... bohut miss koru tuk... valkoi thakibi

  • @satyabratdevnath5085

    @satyabratdevnath5085

    5 ай бұрын

    sini pua nki

  • @user-yg7tl4bj8t

    @user-yg7tl4bj8t

    5 ай бұрын

    O abhilekh hoi vl lagil dekhi Nick name kochari

  • @bloggertapan02
    @bloggertapan025 ай бұрын

    Ufff❤❤❤

  • @JunaliBorgohain-xp2qh
    @JunaliBorgohain-xp2qh5 ай бұрын

    Jai aai Assam 😢😢😢😢😢

  • @DayalDas-gc3oh
    @DayalDas-gc3oh15 күн бұрын

    Dhunia gaiise ....geet tu....nice voice.....

  • @shibasaikia2636
    @shibasaikia26365 ай бұрын

    জয় আই অসম ,

  • @_gayatri_dutta
    @_gayatri_dutta4 ай бұрын

    Joi ai axom❤🥺🙏🏻

  • @pompikalita4531
    @pompikalita45315 ай бұрын

    Xundor gaise. Joi aai axom

  • @harakonwar4990
    @harakonwar49905 ай бұрын

    Joi aai axom ❤❤❤❤❤

  • @asokdas5859
    @asokdas58595 ай бұрын

    Joi sai axom ❤❤❤❤❤

  • @JintuKumarKalita-lo4ig
    @JintuKumarKalita-lo4ig5 ай бұрын

    Salite to you all. Be safe and healthy.

  • @user-qq1oh9sm6h
    @user-qq1oh9sm6h5 ай бұрын

    জয় আই অসম।🙏🙏

  • @user-hg8yi2lp7z
    @user-hg8yi2lp7z5 ай бұрын

    Kakai deo apuni kushale thakok.

  • @user-ev5od6hd9i
    @user-ev5od6hd9iАй бұрын

    Val lagil,joi I assam

  • @bhargabmixertube6397
    @bhargabmixertube63975 ай бұрын

    Jai aai axam❤

  • @hirakkalita8283
    @hirakkalita82835 ай бұрын

    জয় আই অসম !

  • @ritumoniborah-ht1cd
    @ritumoniborah-ht1cd5 ай бұрын

    Hosai dukh lagise❤ Aapunar Luk hodai hukhot thakok

  • @pratapborphukan6091
    @pratapborphukan60915 ай бұрын

    জয় আই অসম 🎉

  • @lakshyajyotinath2366
    @lakshyajyotinath23665 ай бұрын

    𝐉𝐨𝐢 𝐚𝐢 𝐚𝐱𝐨𝐦 ❤

  • @kamalpatir9255
    @kamalpatir92555 ай бұрын

    Jai ai assam.

  • @runubarman3428
    @runubarman34285 ай бұрын

    Aponar maa deata dhanya .ji a aponak janam dise.god bless you.

  • @Diserasatiyapriyanir
    @Diserasatiyapriyanir5 ай бұрын

    Joi aai asom 🇮🇳

  • @DipikaBorah-yo1cp
    @DipikaBorah-yo1cp5 ай бұрын

    Valkoi thakiba vaihut

  • @user-rp6eq5gc4u
    @user-rp6eq5gc4u5 ай бұрын

    Joi aai axom

  • @MosamodKhan
    @MosamodKhan2 ай бұрын

    Very good ❤❤

  • @user-zc1bh3wo1l
    @user-zc1bh3wo1l5 ай бұрын

    Bhal lagil

  • @user-hf3qp1cm7d
    @user-hf3qp1cm7d5 ай бұрын

    ❤❤❤❤ joi Aai axom

  • @Johnsarma-rn6qb3pf3e
    @Johnsarma-rn6qb3pf3e5 ай бұрын

    Val lagile ❤

Келесі