Jati Matir Gaan | Bipin Chawdang | Arup Dutta | New Assamese Lyric Video Song

Музыка

#BipinChawdang, #ProtibadiSong2020, #LatestAssameseSong2020
♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
iTunes/Apple Music - itunes.apple.com/album/id1492...
Spotify - open.spotify.com/album/5qy9iV...
Deezer - www.deezer.com/album/124253952
Gaana - gaana.com/song/jaati-maatir-gaan
JioSaavn - www.jiosaavn.com/song/bohu-ba...
Google Play Music - play.google.com/music/preview...
Wynk - wynk.in/u/oQsiuGNmF
Amazon Music - music.amazon.in/albums/B0831H...
● FOR DIALER TONES DIAL CODES ●
Vodafone - 53711826034
Idea - 53711826034
Airtel - 5432117336227
BSNL (S-E) - 11826034
♬ AUDIO CREDITS ♬
Song - Jati Matir Gaan
Singer - Bipin Chawdang
Lyrics & Tune - Bipin Chawdang
Music, Mix & Mastered by - Arup Dutta
Disclaimer- The views and opinions expressed in the lyrics of this song are those of the lyricist's and not of the youtube channel where it is uploaded.
MUSIC LABEL - DHWANI RECORDS
© 2019 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR KZread CHANNEL - / dhwanirecords

Пікірлер: 2 900

  • @Anzel-l7i
    @Anzel-l7i11 ай бұрын

    হৃদয় চুই যোৱা এটি গীত বিপিন দাৰ কণ্ঠত, এইয়া হৈছে প্ৰকৃত প্ৰেম, জয় আই অসম ❤️✊

  • @assameseflutersaikia6807
    @assameseflutersaikia68074 жыл бұрын

    ককাইদেউ অ....আপোনালৈ প্ৰণাম আপোনাৰ কথা সুৰ এই বিলাকে তেজ গৰম কৰি দিয়ে । আশা কৰো আগলৈ আপুনি এনেকৈ গীত বিলাক গাই যাওক মোৰ ফালৰ পৰা তাৰে কামনা কৰিলো ।

  • @gyanashreegogoi5801

    @gyanashreegogoi5801

    4 жыл бұрын

    সচাঁকৈ আপোনাৰ কথা সুৰ বিলাকে তেজ গৰম কৰি দিয়ে ৷

  • @TumanPhukan-ti5jp
    @TumanPhukan-ti5jp10 ай бұрын

    জয় আই অসম ✊✊✊সকলোকে অভিনন্দন জ্ঞাপন কৰিছো ।সছাই বিপিন চাউদাঙ ককাইদেউ এই গীতটি শুনি বৰ ভাল লাগিল ।

  • @polvlogs6741
    @polvlogs67412 жыл бұрын

    জয় আই অসম ❤️🥺.. আপোনাৰ এনেধৰণৰ গীত বোৰ শুনিলে শৰীৰৰ নোম আপুনা আপুনি হিয়ৰি উঠে ককাইদেউ... আকৌ এবাৰ জয় আই অসম ✊✊

  • @anupjyotiduwarah6567
    @anupjyotiduwarah65674 жыл бұрын

    বিপিন দা আপোনাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো । বীৰত্বৰ গীত গাই আমাক উচ্চাৰিত কৰাৰ বাবে । মই ভাবিছিলো আপোনি এনেকোৱা বিপ্লৱী গীত গাই আমাক আগবঢ়াই দিব বুলি ।

  • @pritomphukan1027
    @pritomphukan10274 жыл бұрын

    প্রনাম জনাইছো বিপিন দা,,,বহুত সুন্দৰ হৈছে গীতটো,,, জাতি সংকটৰ সময়ত আমি সকলো এক হৈ আগবাঢ়ি যাম এনেদৰে,,,জয় আই অসম

  • @jibeswardeka133

    @jibeswardeka133

    4 жыл бұрын

    অসমীয়া সংস্কৃতি ##pritom phukan ffoiki

  • @atulkalita2057
    @atulkalita20574 жыл бұрын

    গানে ৰে অসমীয়া জাতি ক বিপিন দাই বৰ ধুনীয়াকৈ বুজাই দি লে জয় আই অসম

  • @amiaxomiya2423
    @amiaxomiya24233 жыл бұрын

    আজি কেইদিনমানৰ পৰা বহুত শুনিচো গানতো মই ইউটিবত বিচাৰি।অনুভৱ কৰিছো। মই ছিপাঝাৰৰ পৰা কৈছো।ছিপাঝাৰ এতিয়া অনা অসমীয়াৰ কৱলত……

  • @babulchutia-jv9un

    @babulchutia-jv9un

    Ай бұрын

    O

  • @user-ox8ie4ep2s

    @user-ox8ie4ep2s

    Ай бұрын

    Bipin sawdangr got buli search kolai ahib

  • @user-ox8ie4ep2s

    @user-ox8ie4ep2s

    Ай бұрын

    Git

  • @konoujnirmoliaworld9424
    @konoujnirmoliaworld94244 жыл бұрын

    বিপিন দা প্ৰণাম। আপোনাক কি কৈ ধন্যবাদ জনাম মোৰ ভাষা নাই। আগলৈও বহু আশা ৰাখিছোঁ আপোনাৰ পৰা এনেধৰণৰ বিপ্লৱী গান শুনিবলৈ পাম বুলি।

  • @utpalkumarnath9596

    @utpalkumarnath9596

    4 жыл бұрын

    Khosa kotha ke koise

  • @monujgogoi2727

    @monujgogoi2727

    4 жыл бұрын

    Good soing dhak pram I love my bipen,

  • @mizanurdxx3248

    @mizanurdxx3248

    4 жыл бұрын

    Thanks you so much ❤️💕💕

  • @dipalibaruah6294

    @dipalibaruah6294

    4 жыл бұрын

    Thnx nice song

  • @niropama7744

    @niropama7744

    4 жыл бұрын

    Good luck

  • @Chandanbhai1
    @Chandanbhai14 жыл бұрын

    সুন্দৰ গান, গানৰ কথা বোৰ সচাকৈ গাত লাগি গৈছে.. জাতিৰ হৈ মই মৰিব কুণ্ঠাবোধ নকৰো. জয় আই অসম

  • @rebotaye5276
    @rebotaye52764 жыл бұрын

    সচাকে বিপিন দা আপোনাক মই বহুত ভাল পাওঁ। আপোনাৰ স্বদেশৰ গানবোৰ মোৰ অন্তৰত সোমাই। জয় আই অসম

  • @ChaoMoSengphukinmung871

    @ChaoMoSengphukinmung871

    2 жыл бұрын

    জয় আই অসম ,,,,,,,

  • @rajibgogoi672
    @rajibgogoi6722 жыл бұрын

    হৃদয় চুই যায় বিপিন ককাইদেউ গান শুনিলে ❤️🔥

  • @nayanjyotigogoi8548

    @nayanjyotigogoi8548

    2 жыл бұрын

    K i. H nkki

  • @junjunak2436
    @junjunak24364 жыл бұрын

    ধুনীয়া গান মিলিছে বতমান পৰিস্থিতি লগত।।।। ।

  • @ankurdeka2367
    @ankurdeka23674 жыл бұрын

    সাম্প্রতিক অসমীয়া সমাজৰ প্রতি এটা অতি দৰকাৰী আৰু শ্রুতিমধুৰ গীত ।ভাল লাগিল 👌👌👌👌জয় বিপিন দা 🙏🙏🙏🙏

  • @mizanurdxx3248

    @mizanurdxx3248

    4 жыл бұрын

    Thanks you so much ❤️ ❤️❤️❤️❤️

  • @bhaitipegu240

    @bhaitipegu240

    4 жыл бұрын

    ❤❤❤❤

  • @user-hh7mm2bu6h
    @user-hh7mm2bu6h Жыл бұрын

    বঙালী ভাষা অসমত চলিব নিদিওঁ 💪💪

  • @duttabijit7347

    @duttabijit7347

    4 ай бұрын

    Right 👍

  • @mirakalita3715

    @mirakalita3715

    4 ай бұрын

    Bongalir obodan bharat a dekhise swadhinar xomoyot gotike kebol bidekhik he obohela korok bongalik nohoi

  • @jazzygaming8695

    @jazzygaming8695

    3 ай бұрын

    Axom khon bengali nohoi bangaldesi pra bochaok, bharotor Bengali jiman ase axomiyak bhal pay, bangaldesi e napay, ami ek hoi bangaldesi khedabo lage, Joi ai Axom

  • @Jaiaiaxom12

    @Jaiaiaxom12

    22 күн бұрын

    Right

  • @rupjyotisivasagar2702
    @rupjyotisivasagar27022 жыл бұрын

    Bipin da love❤️❤️❤️❤️❤️❤️❤️.......

  • @pulinbora3083
    @pulinbora30834 жыл бұрын

    দাদাৰ প্ৰায়বোৰ গান অকলে অকলে শুনি উপলদ্ধি কৰিব চেষ্টা কৰোঁ।দেহ,মন শিহৰি উঠে।

  • @JantuChetia
    @JantuChetia4 жыл бұрын

    নিজানত একলে এবাৰ শুনি চালে গানটো তেজ গৰম হৈ যায় জয় আই অসম৷

  • @dimbakantadas2203

    @dimbakantadas2203

    4 жыл бұрын

    Hoi

  • @dreamyboy4867

    @dreamyboy4867

    3 жыл бұрын

    Same

  • @dishabora436
    @dishabora4362 жыл бұрын

    আপোনাৰ গান শুনিলে তেজ গৰম হৈ যায়। জয় আই অসম।

  • @lohitbblogs6690
    @lohitbblogs66904 жыл бұрын

    বিপিন দা ধন্যবাদ ইমান সূুন্দৰ গীত ওপহাৰ দিয়াৰ বাবে। জয় আই অসমী।

  • @gautamkonwar5931
    @gautamkonwar59314 жыл бұрын

    হ্নদয় ছুই যোৱা গীত।জয় আই অসম।

  • @dipgogoi8978
    @dipgogoi89784 жыл бұрын

    জয় আই অসম। গাৰ নোম শিয়ঁৰি উঠি গৈছে। সুন্দৰ কণ্ঠ লগতে পৰিস্থিতি লগত খাপ খোৱা এটি গীত।

  • @ranjitaboruah1927

    @ranjitaboruah1927

    4 жыл бұрын

    VeryNiceSongJoiYIAssom

  • @tikusarmah1910

    @tikusarmah1910

    2 жыл бұрын

    @@ranjitaboruah1927 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

  • @dipuchetia4920

    @dipuchetia4920

    Жыл бұрын

    @@ranjitaboruah1927 qq

  • @rahulvlogs7520
    @rahulvlogs75203 жыл бұрын

    Love frm Tripura ❤️❤️❤️.. northeast are united ❤️❤️.. northeast zindabaad...jay hind

  • @mousumsonowal5983

    @mousumsonowal5983

    2 жыл бұрын

    Kela Bangladeshi

  • @samirprabhagogoi9027
    @samirprabhagogoi90273 жыл бұрын

    এইয়াহে প্ৰকৃত দেশ, জাতিৰ প্ৰেম।

  • @nabajyotimedhi8765
    @nabajyotimedhi87654 жыл бұрын

    অসম অসম অসম জয় আই অসম ✊✊✊

  • @nlpbhukhan6495
    @nlpbhukhan64954 жыл бұрын

    আপোনাৰ গান শুনি আটাইতকৈ ভাল লাগে ভৱিষ্যতে এনে ধৰণৰ গান কামনা কৰিলো

  • @puma3924
    @puma39243 жыл бұрын

    দাদাৰ এই গীত অসমখৰ বাবে অমৰ সৃষ্টি...

  • @tonmoyjyotigogoi2222
    @tonmoyjyotigogoi22223 жыл бұрын

    অসমীয়াৰ গৌৰৱ আপুনি #ককাইদেউ💕.......জয়✊_আই_অসম✊

  • @jayantagoswami128
    @jayantagoswami1284 жыл бұрын

    হৃদয় চুই যোৱা এটা গান।জয় আই অসম।।✊✊

  • @devianita8593
    @devianita85934 жыл бұрын

    গাৰ নোম শিয়ৰি উঠিল। কাণ দুখন গৰম হৈ গৈছে ।বিপিন দা গানটো কেনে হৈছে কব ভাষা নাই । জয় আই অসম ।।

  • @gopalsaikia4469

    @gopalsaikia4469

    4 жыл бұрын

    Moj

  • @mrrajxaikia4541

    @mrrajxaikia4541

    4 жыл бұрын

    Xosai 🙏

  • @weepingneedle8752

    @weepingneedle8752

    3 жыл бұрын

    Aru hello API jkkjgggjkkdgjkd

  • @jotingogoi2059

    @jotingogoi2059

    3 жыл бұрын

    @@weepingneedle8752 JoiB

  • @riturajdas5779

    @riturajdas5779

    3 жыл бұрын

    Joy aai Axom

  • @moranpuwali836
    @moranpuwali8363 жыл бұрын

    বাস্তৱ জীৱনৰ লগত খাপ খোৱা এক জীয়া গীত___ হৃদয় স্পৰ্শ কৰি গল।। "জয় আই অসম"

  • @__w4r.m4chin3__
    @__w4r.m4chin3__4 жыл бұрын

    জয় আই অসম✊✊সদৌ অসম ছাত্ৰ সন্থা ✊✊✊অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ✊✊✊

  • @user-qs9yp7du9y

    @user-qs9yp7du9y

    8 ай бұрын

    Joi aai axom❤❤❤

  • @hariprashadsarma987
    @hariprashadsarma9874 жыл бұрын

    বিপিন দা বহুত ধন্যবাদ। আমাৰ ভাষা, সংস্কৃতি, ভূমি, জাতি সকলো নিঃশেষ কৰিব এতিয়া অসমৰ বদন হতে। জয় আই অসম।।

  • @bobeeborah3225
    @bobeeborah32254 жыл бұрын

    গাৰ প্ৰতিডাল নোম শিঁয়ৰি উঠিছে গীত টো শুনি।❤️❤️❤️

  • @rahuldeka7887
    @rahuldeka78873 жыл бұрын

    দেহত তেজ থকা লৈ অসমত থকা বহিৰাগত মানুহৰ লগত যুদ্ধ দি যাম ,,বিপিন দা আপোনাৰ গান টোত যে কৈছে ,,,ভাষা যায় ,,,ঘৰ,, যায় যায় মোৰ বুকু খন বহুত কিবা কিবি হৈ গৈছে কি কম আৰু কব ভাষা নাই

  • @BidyutDeka-wh6gp

    @BidyutDeka-wh6gp

    7 ай бұрын

    😊😊😊😊😊

  • @nilnitomofficial7292

    @nilnitomofficial7292

    6 ай бұрын

    A😊aq

  • @pradipsingha8926

    @pradipsingha8926

    6 ай бұрын

    Toi misa koiso

  • @pradipsingha8926

    @pradipsingha8926

    6 ай бұрын

    Toi misa koiso

  • @pradipsingha8926

    @pradipsingha8926

    6 ай бұрын

    Honghothon khuliso vage vage korii rati rati goru sur korim buli

  • @sangitasaikia2927
    @sangitasaikia29272 жыл бұрын

    Love this song ❤️❤️ jai aai akhom🙏🙏🙏

  • @navajyotigogoi7967
    @navajyotigogoi79674 жыл бұрын

    গাৰ নোম শিয়ৰী ওঠা এটা দেশপ্ৰেমমূলক গীত। বহুত ভাল লাগিল শুনি

  • @pranjalgogoi7894
    @pranjalgogoi78944 жыл бұрын

    অসমৰ বিপ্লবী উদাত্ত কণ্ঠ | সহস্ৰ প্ৰণাম বিপিন দা

  • @chittaranjan2024
    @chittaranjan20243 жыл бұрын

    মোৰ আটাইতকৈ ভাল লগা প্রিয় শিল্পী বিপিনদাক প্রনাম । আপোনাৰ অৰ্থপূৰ্ণ গীতবোৰ অসমী আইৰ বুকুত চিৰদিন জীপাল হৈ থাকিব। দেশমাতৃৰ প্ৰতি থকা শিল্পীসত্তাৰ এজন প্ৰকৃত শিল্পী হিচাপে সদায় সত্যৰ কথা গাই যাওক তাৰেই কামনা কৰিলো🌹

  • @jobinnatialgc7126

    @jobinnatialgc7126

    2 жыл бұрын

    Good good

  • @dhanjyotigogoi88
    @dhanjyotigogoi883 жыл бұрын

    শ্ৰদ্ধেয় বিপিন দা লৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো। আজিৰ তাৰিখত অসমীয়া কোন দিশত। জয় আই অসম।

  • @binandajyotimech6483
    @binandajyotimech64834 жыл бұрын

    সছাই ধুন‌ীয়া ছৈছে বিপিন দা জয় আই অসম !!!!!!

  • @bhuyandjx803
    @bhuyandjx8034 жыл бұрын

    Akhomor handhikyanot apuni eman dhunia gaan rosshi jaati tuk upohar diye.... Hosakoi bohut bhal lagise.... #Joi Ai Akhom

  • @crinstondeacock2232
    @crinstondeacock22323 жыл бұрын

    জাগিলে অসম থাকিব দেশ ন’হলে হব বাংলাদেশ।জয় আই অসম ✊🏻✊🏻✊🏻 #NoCAA

  • @girishbaishya6140
    @girishbaishya61403 жыл бұрын

    এনে কোৱা গানবোৰে হৈছে গাৰনোম শিয়ৰি উঠা মধুৰ গান । ধন্যবাদ ।

  • @rameshchelleng764
    @rameshchelleng7644 жыл бұрын

    Kune iman dhunia jatiwaadi gaan etak dislike dibo pare? JOI AAI AXOM.

  • @chaubhabeshborboruah6868

    @chaubhabeshborboruah6868

    4 жыл бұрын

    1kb dislike

  • @mainaali643

    @mainaali643

    4 жыл бұрын

    Jun kitai dise haikita bangladasi

  • @rameshchelleng764

    @rameshchelleng764

    4 жыл бұрын

    Hoi apuni thik koise.

  • @arupbarman8115
    @arupbarman81154 жыл бұрын

    বিপিন দাৰ গান মানেই হৃদয় কঁপাই তোলা গান , তাতে আকৌ আই মাতৃৰ বাবে গোৱা গান অতুলনীয় অৱদান , বিশেষকৈ বৰ্তমান সময়ৰ এক

  • @gitartharajguru4093

    @gitartharajguru4093

    4 жыл бұрын

    ❤️❤️

  • @gouravdihingia1698

    @gouravdihingia1698

    2 жыл бұрын

    Opioid lol on onion

  • @gouravdihingia1698

    @gouravdihingia1698

    2 жыл бұрын

    @@gitartharajguru4093 plopo L lo O

  • @milesorbordoloi7291

    @milesorbordoloi7291

    2 жыл бұрын

    Bb bb

  • @milesorbordoloi7291

    @milesorbordoloi7291

    2 жыл бұрын

    Hhbb

  • @prosantasarmah2460
    @prosantasarmah2460 Жыл бұрын

    অসমক লৈ বেয়া নজৰ দিয়া কাকো ৰেহাই দিয়া নহ'ব। জয় আই অসম ✊✊

  • @nsnayansil9289
    @nsnayansil92894 жыл бұрын

    আপোনাৰ গান শুনিলে শুনিএ থাকিৱৰ মন । জয় আই অসম 😘

  • @kiran14555
    @kiran145554 жыл бұрын

    তেজ গৰম হৈ যায় বিপিন দা তুমাৰ এই গানটো শুনিলে, বহোত ধুনীয়া হৈছে ,,, 😍😍😍👌👌👌জয় আই অসম,,,,,,, 👊👊👊

  • @rupahiproducation5119
    @rupahiproducation51194 жыл бұрын

    অসমীয়া মানুহৰ গান।অসমীয়াই এবাৰ উপলদ্ধি কৰা উচিত। ধন্যবাদ বিপিন দা।

  • @user-wn8kg1rj2k
    @user-wn8kg1rj2k3 жыл бұрын

    গীতটো শুনি চকুৰ পানী ওলাই গল |জয় আই অসম |

  • @sumgogoi6973

    @sumgogoi6973

    2 жыл бұрын

    Bul lagisa

  • @gaurangabora6317
    @gaurangabora63173 жыл бұрын

    হৃদয় চুই যোৱা গীত 😪💪 জয় আই অসম🙏

  • @momindas119
    @momindas1194 жыл бұрын

    জাতিৰ চেতনা জগোৱা গীত...🙏👌👍 💙জয় আই অসম💙

  • @adityakalita5560
    @adityakalita556010 ай бұрын

    জাগি উঠ জাগি উঠ অসমীয়া। নহ'লে আজি হ'বি ভগনীয়া। জাতিও যাব, মাটিও যাব, হবি নিজৰ ভেটিতেই মগনীয়া।

  • @gogoibijoy257
    @gogoibijoy2574 жыл бұрын

    কবলৈ ভাষা নাই, আশা কৰোঁ আগলৈও পাম এনে গান শুনিবলৈ, আপোনাক অশেষ ধন্যবাদ বিপিন দা ।

  • @ushalimbu5595

    @ushalimbu5595

    3 жыл бұрын

    Kahahmahha Hank ahkki

  • @pallabkashyap2266
    @pallabkashyap22664 жыл бұрын

    অসমীযাৰ সুখে-দুখে থকা এজন গাযক ,,,, 👍👍👍👍

  • @rikumonirikumoni3714

    @rikumonirikumoni3714

    4 жыл бұрын

    Jai aai axom

  • @samudrabharali1835

    @samudrabharali1835

    4 жыл бұрын

    Really good

  • @jumideka3271

    @jumideka3271

    4 жыл бұрын

    Right

  • @ratnaphukan7789
    @ratnaphukan77893 жыл бұрын

    অতি সুনদৰ গভীৰ অথ/পূন/ জাতিয়চেতনাৰে ভৰপুৰ শ্ৰুতিমধুৰ গীত

  • @lipikadas5954
    @lipikadas595411 ай бұрын

    Jetiyaloi jiyai thkim tetiyaloi juji jam..jai hind... Bharat Mata ki Jai.....🙏🙏

  • @krishnakantalahon6167
    @krishnakantalahon61674 жыл бұрын

    সুন্দৰ গীত....অসমৰ বৰ্তমান পৰিস্থিতিৰ লগত খাপ খোৱা সুন্দৰ গান, জয় আই অসম ✊✊

  • @babamonidas3809

    @babamonidas3809

    4 жыл бұрын

    Ok

  • @babamonidas3809

    @babamonidas3809

    4 жыл бұрын

    Lik

  • @abanigogoi313

    @abanigogoi313

    4 жыл бұрын

    Joi aai aokhom

  • @gouravsaikia6818

    @gouravsaikia6818

    4 жыл бұрын

    Nice

  • @user-qs9yp7du9y

    @user-qs9yp7du9y

    8 ай бұрын

    Joi aai axom❤etai upai krmo kra beboxai kra apun mtit

  • @orjifabegum7845
    @orjifabegum78452 жыл бұрын

    অতি সুন্দৰকৈ বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ অসমীয়া জাতিয়ে গ্রহণ কৰা উচিত।

  • @BTcreationsMusic1
    @BTcreationsMusic12 жыл бұрын

    Proud To Be A ASSAMESE 😎 Joi Aai Axom..

  • @ankurgogoi9942
    @ankurgogoi99424 жыл бұрын

    বিপিনদা ,,,,এতি সুন্দৰ গীতৰ উপহাৰ দিলে,, ধন্যবাদ ।জয় আই অসম

  • @munbaruah656
    @munbaruah6564 жыл бұрын

    সুন্দৰ চিন্তা চেতনাৰে অসমীয়াৰ জয়গান গোৱা সুনি অপ্লুত হলো।

  • @caryreaction9947
    @caryreaction99472 жыл бұрын

    সঁচাকৈ এই গীতটো মিলি গৈছে এই দুখন ৰাজ্য, বৰ সুন্দৰ।

  • @abinashkolita9264
    @abinashkolita926411 ай бұрын

    জয় আই অসম ❤

  • @abinashdas9088
    @abinashdas90884 жыл бұрын

    Lit kobita আবৃত্তি কৰিছা দাদা।❣️

  • @Hellohirak
    @Hellohirak4 жыл бұрын

    সুন্দৰ ❣️ জয় আই অসম ✊✊

  • @lakheswarsaikia1169
    @lakheswarsaikia11693 жыл бұрын

    উজ্জ্বল ভবিষ্যত কামনাৰে আশা কৰো আৰু সুন্দৰ হওক কামনাৰে ধন্যবাদ

  • @lostspring7134
    @lostspring71342 жыл бұрын

    অসম আৰু অসমীয়া ইতিহাসৰ দিশে আগ বাঢ়ি আছে।।😔😔

  • @adigaming7396
    @adigaming73964 жыл бұрын

    সুন্দৰ গীত.....জয় আই অসম।।।

  • @sankargowala3091

    @sankargowala3091

    Жыл бұрын

    OM...R.C.M...OK...ALL...RAGYIEISTAYIR...OK...PORYIEBOIRTOIN...OM...

  • @pranjalkalita4540
    @pranjalkalita45404 жыл бұрын

    Bipin da karone ETA like 👍🤘

  • @sumphatipomia7130
    @sumphatipomia71308 ай бұрын

    জয় আই অসম ❤️

  • @udhabjyoti8364
    @udhabjyoti83648 ай бұрын

    হৃদয়ত বহুত কথাই ভুমুকি মাৰে

  • @worldgamedrivingchenel1327
    @worldgamedrivingchenel13274 жыл бұрын

    গান টো শুনি বহুত ভাল লাগিল। জয় আই অসম।

  • @mahanadarabha4236
    @mahanadarabha42364 жыл бұрын

    জয় আই অসম দা দা আপোনাৰ গানে আমাক জিয়ায় থকাৰ শাহক দিয়ে আৰু মা ধৰিত্ৰী জিয়ায় ৰখাৰ শাহক পাও জয় আই অসম

  • @ankurjyotichetia5987
    @ankurjyotichetia59874 жыл бұрын

    This song touches everyone's heart, love you brother, it will surely awaken entire Assamese community.Jai Aai Akhom.

  • @user-yu5sk9su9g
    @user-yu5sk9su9g13 күн бұрын

    Very Nice song dada❤🎉🎉

  • @anupamgohain7662
    @anupamgohain76624 жыл бұрын

    আগলৈ এনেদৰে জাতিটোক জীপাল কৰিব পৰাকৈ অসমীয়া কেচা মাটিৰ গীত পাম বুলি আশা কৰিলো। জয় আই অসম।

  • @user-yl6wq4vj6g
    @user-yl6wq4vj6g4 жыл бұрын

    বিপিনদা ধন্যবাদ আপোনাক জয় আই অসম✊

  • @rajbonshilorarathin3287
    @rajbonshilorarathin32878 ай бұрын

    Ai gan bor Or babe bipin da amr hidoy ot hdy thki jabo ❤ jay ai axom 🙏

  • @nabajyotiproduction6876
    @nabajyotiproduction68763 жыл бұрын

    সুন্দৰ গীত💚

  • @pritamgaming5184
    @pritamgaming51844 жыл бұрын

    Bohut vl gan gaise... Joi ai axom

  • @roktimgogoi6791
    @roktimgogoi67914 жыл бұрын

    জয় আই অসম

  • @durlovhazarika1272

    @durlovhazarika1272

    4 жыл бұрын

    Nice song

  • @mintuchandra9652

    @mintuchandra9652

    4 жыл бұрын

    Joi ai Assam ,

  • @rupongogoigogoi8794

    @rupongogoigogoi8794

    4 жыл бұрын

    জয় আই অসম

  • @anx57
    @anx572 жыл бұрын

    বুজিবলৈ ইমান সুন্দৰ কৈ কন্ঠ দান কৰিছে। তথাপি আমাৰ অসমীয়াৰ গাত লগা নাই নে ধন্যবাদ বিপিন দা আপুনাক লগ পোৱা আশাৰে ৰৈ থাকিম।

  • @niranjangogoi5330
    @niranjangogoi53304 жыл бұрын

    খুব ধুনীয়া গান৷জয় আই অসম

  • @NikuSimon
    @NikuSimon4 жыл бұрын

    কা(উৰী) নামানো ❌ জয় আই অসম ✔️❤️

  • @rajnathassamesevlogstar1072
    @rajnathassamesevlogstar10723 жыл бұрын

    জাতিৰ বাবে ইমান ধুনীয়া গীত উপহাৰ দিছে বহুত ভাল লাগিল

  • @sankardas3222
    @sankardas32223 жыл бұрын

    Oti xundor song ♥️♥️♥️ Bipin da ❤️❤️❤️❤️

  • @jugalbaishya5482
    @jugalbaishya54824 жыл бұрын

    জয় আই অসম।। জয় বিপিন দা।।।। জয় আই অসম।। মোৰ চকু চলচলীয়া হৈ গল অ"

  • @kakubaishya5901
    @kakubaishya59014 жыл бұрын

    জয় আই অসম Nice song Please Like বিপিন দাৰ বাবে

  • @kironsarmah1064

    @kironsarmah1064

    4 жыл бұрын

    Nice song Bipin da

  • @shambhubordoloi4585

    @shambhubordoloi4585

    4 жыл бұрын

    Nice

  • @northestgaming7382

    @northestgaming7382

    4 жыл бұрын

    জয় আই অসম

  • @assamgaming1523

    @assamgaming1523

    4 жыл бұрын

    Nice 🙏🙏🙏👌👌👌👌👌👌👌👌👌

  • @amarjyotimoran7113

    @amarjyotimoran7113

    4 жыл бұрын

    @@assamgaming1523 🤗🤗🤗🤗🤗🤗🤗🤗😇😇😇😇😇😇😇🤗

  • @lipikaray3592
    @lipikaray3592 Жыл бұрын

    xire xire loga dekhor geet....jowakali aponak nij sokure dekhi bohut val lagil....xosay ga mon hiyori utha geet🙏

  • @biswajitpegu2581
    @biswajitpegu25813 жыл бұрын

    Bor Hundor lagil

  • @niruprovaboraborah5282
    @niruprovaboraborah52824 жыл бұрын

    অসমীয়াৰ তেজ থকা হলে সিই দুজনৰ গাত মাতৃৰ বুকুত কুঠাৰাঘাত নকৰিলেহেতেন ৷ এদিন তওলোকৰ মাতৃ কেইগৰাকীৰ কথা ভাবি গৌৰৱ কৰিছিলো কিন্তু আজিকালি সেই মাতৃ কেইগৰাকিলৈ পুতৌ ওপজে কিমান ছাগে ধিক্কাৰ দিছে নিজৰ গৰ্ভ খনকে কিয় আমি আকৌ এবাৰ বদনক জন্ম দিলো বুলি ৷ মইও এগৰাকী মাতৃ অন্তৰৰ দুখ বুজি পাও জয় আই অসম৷

  • @anowarasultana1420

    @anowarasultana1420

    4 жыл бұрын

    Thinku

  • @achuyothira6237

    @achuyothira6237

    4 жыл бұрын

    .. . ,..

  • @lalitsaikia9246

    @lalitsaikia9246

    4 жыл бұрын

    Niruprova Bora Borah mogatumarcommment

  • @bhaskardeka6912

    @bhaskardeka6912

    4 жыл бұрын

    ভাষা নাই গৰম উঠি আহে দেহ

  • @luhitdas2594

    @luhitdas2594

    4 жыл бұрын

    Niruprova Bora Borah mojja

  • @ramdeepdas7861
    @ramdeepdas78614 жыл бұрын

    সাম্প্ৰতিক সময়ৰ লগত খাপ খাই পৰিছে ।অতি সুন্দৰ

  • @pradipvlogs1658
    @pradipvlogs16583 жыл бұрын

    মজা হৈচে বহাগট

  • @musical7417
    @musical74173 жыл бұрын

    জয় আই অসম দেশৰ বাবে প্ৰাণ দিবলৈ ও সাজু আছো

  • @user-qs9yp7du9y

    @user-qs9yp7du9y

    8 ай бұрын

    Joi aai axom ❤

  • @rkedts7408
    @rkedts74084 жыл бұрын

    দাদাৰ এই গীতটো মই দিনটোত 3 বাৰ কৈ হোনো গাৰ নোম থিয় হৈ যায়.... যদি আপোনালোক খিলঞ্জীয়া অসমীয়া তেতিয়া হলে মই ভাবো মোৰ দৰে আপোনালোকৰো গাৰ নোম থিয় হৈ উঠিব..... যদি মোৰ কথাত এ ক মত thn Akha কৰো নিচ্ছয় like ata মাৰিবই... 👍👍

  • @n.d.youtuber4375

    @n.d.youtuber4375

    3 жыл бұрын

    Very nice

  • @luckydevi974

    @luckydevi974

    3 жыл бұрын

    Right bro

  • @TENGANIDIBA83

    @TENGANIDIBA83

    3 жыл бұрын

    @@luckydevi974 😍😍

  • @niranjangogoi5330

    @niranjangogoi5330

    3 жыл бұрын

    মই ও সদাই শুনো

  • @invisibleeye4587
    @invisibleeye45874 жыл бұрын

    ভাল লাগিছে কাইদেউ । ৰাইজ জাগী ওঠক জাতি মাতি ভেটিৰ ৰক্ষাৰ্থে । জয় আই অসম

  • @ajitgogoi5047

    @ajitgogoi5047

    3 жыл бұрын

    S

  • @bengena1417
    @bengena1417 Жыл бұрын

    Every Single Line Give Me Goesbumbs ❤️

  • @bhadrachetia3661
    @bhadrachetia36618 ай бұрын

    jai ai axom ❤❤❤apunaloi bohut morom

Келесі