ম্যানমাৰৰ সামৰিক শিবিৰত আলফা স্বাধীনৰ বিহু

▶️ ম্যানমাৰৰ সামৰিক শিবিৰত আলফা স্বাধীনৰ বিহু
▶️ আলফা স্বাধীনৰ কেডাৰে জুৰিলে হুঁচৰি
▶️ ঢোল-পেঁপাৰ লগত হাতত মাৰণাস্ত্ৰ লৈ নাচিলে বিহু
▶️ হাতত অস্ত্ৰ লৈ যুৱতী কেডাৰেও ভাঙিলে কঁকাল

Пікірлер: 1 300

  • @TunesAsom
    @TunesAsom Жыл бұрын

    বেয়া লাগিল মনটো...কুঁশলে থাকক সকলো সেনা তথা আমাৰ ভাই-ককাইহত... জয় আই অসম

  • @jyotishkumarnath9101

    @jyotishkumarnath9101

    Жыл бұрын

    Join a kori diw nki

  • @user-ne9it9yk9q

    @user-ne9it9yk9q

    8 ай бұрын

    Assames মানু্হ ভয়াতুৰ হয়, কাৰণ একতা নাই

  • @user-ls2qb4nm7k

    @user-ls2qb4nm7k

    6 ай бұрын

    0😊😊)❤❤😂🎉😢😮😮😅😊​@@jyotishkumarnath9101

  • @dsvlog8750
    @dsvlog8750 Жыл бұрын

    তেওঁলোকৰ বিহুৰ নামবোৰৰ শব্দ বোৰ শুনি আবেগিক হৈ পৰিলোঁ সকলো ভালে থাকক।🥺🥺

  • @geetashreeborgohain6334

    @geetashreeborgohain6334

    Жыл бұрын

    Hovhaka❤

  • @dsvlog8750

    @dsvlog8750

    Жыл бұрын

    @@geetashreeborgohain6334 Hovhaka অৰ্থ কি হয়?

  • @geetashreeborgohain6334

    @geetashreeborgohain6334

    Жыл бұрын

    @@dsvlog8750 hochaka buli koisu

  • @msdhruabhira718

    @msdhruabhira718

    Жыл бұрын

    @@geetashreeborgohain6334 Hii

  • @dsvlog8750

    @dsvlog8750

    Жыл бұрын

    @@geetashreeborgohain6334 ok

  • @Danirojasfc6
    @Danirojasfc6 Жыл бұрын

    জয় আই অসম। আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে। Love you 💚 আলফা। সঁচাই গানত গভীৰ শব্দ সোমাই আছে লগতে মাতটো অতি সুন্দৰ। অসমীয়া ৰাইজে বুজিব লাগিব।

  • @bdas8539

    @bdas8539

    Жыл бұрын

    Yes

  • @sensepoint07

    @sensepoint07

    Жыл бұрын

    ULFA ❤ "জ়য় আই অসম"

  • @gyandeepsaikia6613

    @gyandeepsaikia6613

    Жыл бұрын

    Hói hósa koisa

  • @sensepoint07

    @sensepoint07

    Жыл бұрын

    এশ শতাংশ সঁচা আলফা আছে বাবেই বহুতেই শান্তিত আছোঁ ! আলফা নথকা হলে অসম খন 90% বাংলাদেশীৰেই ৰাজপাট চলিলে হেঁতেন ! "জয় আই অসম" আলফা জিন্দাবাদ ❣️

  • @sankarbaruah5968

    @sankarbaruah5968

    Жыл бұрын

    Ulfa jindabat

  • @bhairabdas3102
    @bhairabdas3102 Жыл бұрын

    বিহুৰ গীত শুনি আনন্দ তে চকুৰ পানী নিগৰী যায়‌।' জয় আই অসম ' ।

  • @debasis892

    @debasis892

    Жыл бұрын

    How?

  • @Ig_SimantaYT
    @Ig_SimantaYT Жыл бұрын

    স্বাধীন চিন্তাৰ উপৰত তেওঁলোক অসমীয়া সমাজ জীয়াই ৰাখিছে ❤

  • @ranadeeprobidas3974

    @ranadeeprobidas3974

    Жыл бұрын

    Ji dekht Alfa nai tat mane nijar homajor sadhin nai ne .??

  • @NewGovernmentJob-bg1fx

    @NewGovernmentJob-bg1fx

    Жыл бұрын

    Kam nai aru

  • @jaydebdas8552

    @jaydebdas8552

    Жыл бұрын

    Hoy moi assim

  • @MRRAHULGAMING100

    @MRRAHULGAMING100

    Жыл бұрын

    ​@@NewGovernmentJob-bg1fx If no

  • @bosubhai1848

    @bosubhai1848

    10 ай бұрын

    ❤😂 Oh buji. X😮😮

  • @kishorhaloi5563
    @kishorhaloi5563 Жыл бұрын

    এইবোৰ টো অসমীয়া লৰা ছোৱালী ইহঁতৰ কি মনত দুখ নাই ইমানবোৰ ত্যাগৰ পিছত মুখত বিহুৰ গীত কিবা অন্তৰ খুন্দিয়াই দিছো সচাকৈ অসমৰ অসমীয়া আমি অলপ গভীৰ ভাবে ভাবক সমুখত বহুত ঘাট প্ৰতিঘাত তাৰ পিছতে ইমানবোৰ আশাৰ সঞ্চাৰ কি কম ধন্যবাদ এইবোৰ লৰা ছোৱালীৰ অসমৰ অসমীয়া

  • @Doleypuneswar222

    @Doleypuneswar222

    Жыл бұрын

    🥲

  • @dipankarphukanofficial8902

    @dipankarphukanofficial8902

    Жыл бұрын

    Bohut dukh lagil sai dada tokt nij dada nholau 😭🙏👌♥️

  • @angcheng6562
    @angcheng6562 Жыл бұрын

    হৃদয় চুই যোৱা বিহু গীত........ আপোনালোকৰ সু স্বাস্থ্য কামনা কৰিলোঁ.....জয় আই অসম..... লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।।

  • @pk07status72
    @pk07status72 Жыл бұрын

    বেয়া লাগিল তেওঁলোকৰ বিহু নামৰ শব্দবোৰ শুনি🥺😥,ভালে থাকক তেওঁলোক 🙏❣️,জয় আই অসম।

  • @199gamerf.f8
    @199gamerf.f8 Жыл бұрын

    আপোনা লোকৰলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল ❤

  • @ontheway8555
    @ontheway8555 Жыл бұрын

    💝❣️জয় আই অসম✊❤বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 💝ভাই সকল❣️😘

  • @bhagabatjyotibora7509
    @bhagabatjyotibora7509 Жыл бұрын

    এক আবেগিক মূহুৰ্ত ❤️ তেওঁলোক সকলো লৈকে ৰঙালীৰ আন্তৰিক শুভেচ্ছা জাছিলো। জয় আই অসম ❤️🫂

  • @sewalisaikia643
    @sewalisaikia643 Жыл бұрын

    প্ৰকৃত অসমীয়া বিপ্লৱী বীৰ। প্ৰতিটো শব্দই হৃদয় স্পৰ্শী । সকলো ভালে থাকক । চৰকাৰ আগ বাঢ়ি আহিলে এই সকল তেজাল অসমীয়া ডেকা আপোন ঘৰখন শুৱনী কৰি থাকিব।

  • @dboyz6796
    @dboyz6796 Жыл бұрын

    আলফা স্বাধীন জিন্দাবাদ ❤

  • @jitulkalita4455
    @jitulkalita4455 Жыл бұрын

    আপোনালোকে যত আছে শুখ শান্তিৰ জীয়াই থাকক , ৰঙলীৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোকলৈ , বিহু গীততো শুনি বহুত ভাল লাগিছে ,

  • @mauchumibharali5063

    @mauchumibharali5063

    Жыл бұрын

    😂😂😂

  • @pabanborahmusicalpb683
    @pabanborahmusicalpb683 Жыл бұрын

    বিহু গীত গোৱা দাদা জনৰ মাত টো বহুত ধুনীয়া, গীত কেইটা শুনি বহুত দুখ লাগিছে , ভগবানে সকলোকে ভালে ৰাখে যেন , তাৰ কাৰণে পাৰ্থনা কৰিছোঁ , শুভ ৰঙালী বিহু দাদা সকল , মই অসমীয়া লৰা হৈ বিহু ক লৈ গৌৰব কৰোঁ ।

  • @bikulborah2100
    @bikulborah2100 Жыл бұрын

    আবেগিক হৈ পৰিলোঁ । সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ । ভগৱানে সকলোকে কুশলে ৰাখক ❤❤❤

  • @jayantasaikia2369
    @jayantasaikia2369 Жыл бұрын

    কুশলে থাক ককাই হত,,, 🤗🤗🤗🤗🤗🥳 ৰঙালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ 💕

  • @ranudas593
    @ranudas593 Жыл бұрын

    ভগৱানে তোমালোকক কুশলে ৰাখক 🙏🙏🙏🙏🙏

  • @PD-gj7ot
    @PD-gj7ot Жыл бұрын

    তেওঁ লোকৰ বিহু গীতৰ কথা বোৰে অন্তৰত কোনোবা এটা ঠাইত দ কৈ খুচ মৰিছে... মৰমৰ ককাইদেউ আৰু ভাইটী হতলৈ ৰঙালী আন্তৰিক শুভেচ্ছাঁ দিলো | নেদেখা জনে সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিলো |

  • @kalponakirankashyap5037
    @kalponakirankashyap5037 Жыл бұрын

    শ্ৰদ্ধাৰে নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈকে ।ককাই-ভাইৰ আৰু বাই-ভনী সকলৰ সদায় সকলো দিশতে কুশলতা কামণা কৰিলোঁ, জয় আই অসম ✊💐🙏

  • @user-in8ix8br5m
    @user-in8ix8br5m Жыл бұрын

    খাটি অসমীয়াৰ চিনাকি❤ বিহুটো সুন্দৰকৈ জীয়াই ৰাখিছে, দেখি ভাল লাগিল!! সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ!!🎉❤

  • @monujkumarkutum2077

    @monujkumarkutum2077

    Жыл бұрын

    ❤😂😂

  • @moondas8775
    @moondas8775 Жыл бұрын

    জয় আই অসম ভাই ককাই সকলক ভালে ৰাখিবলৈ ভগৱানক প্ৰাথ‌ণা জনাইছো জয় আই অসম

  • @rajkumarbarman2129
    @rajkumarbarman2129 Жыл бұрын

    বুজাব নোৱাৰা আবেগ অনুভৱ কৰিলোঁ দে। সকললৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। সকলোৱে যেন ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ। জয় আই অসম।

  • @nayanmanirajbongshi57
    @nayanmanirajbongshi57 Жыл бұрын

    ৰিনিকি ৰিনিকি গান ত কৈ বহু বেছি ভাল হৈছে। মন জুৰ পৰি গল। জয় আই অসম❤

  • @utpalnath123
    @utpalnath123 Жыл бұрын

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।

  • @raani443
    @raani443 Жыл бұрын

    দাদা জনৰ সুৰটো বৰ ধুনীয়া। কিছুমান সস্তীয়া গায়কতকৈ বহু ওপৰত। সকলোকে পলম কৈ হলেও বিহুৰ শুভেচ্ছা জনালোঁ ❤

  • @ratnagogoi4089

    @ratnagogoi4089

    Жыл бұрын

    Hosa kotha dada

  • @hemalatachetia3765
    @hemalatachetia3765 Жыл бұрын

    তোমালোকে য'তে আছা ভালে,কুশলে থাকা আমাৰ মৰমৰ পোনাহ'ত ।।মাতৃ হিচাপে বিহু গীতৰ অৰ্থ বোৰে 😭😭আবেগিক কৰিছে ।।

  • @minatirajkumari2410
    @minatirajkumari2410 Жыл бұрын

    সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো, ভগৱানে সকলোকে ভালে ৰাখক

  • @anirbanbaruah867
    @anirbanbaruah867 Жыл бұрын

    সুন্দৰ বিহু গীত জয় আই অসম

  • @pegurock421
    @pegurock421 Жыл бұрын

    বহুত বেয়া লাগিছে দেখি আজিৰ দিনত আমাৰ অসমীয়া ডেকা গাভৰু সকলে হাতত বন্ধুক লৈ বিহু পালন কৰিব লগীয়া হৈছে।

  • @rajibkumarnath5591

    @rajibkumarnath5591

    Жыл бұрын

    তেওঁ লোকে যে বাহিৰত থাকি বাপুতিখাহুন টো জীয়াই ৰাখিছে ভাল 😂লাগিছে। আমাৰ অসমত থাকি কিছুমানে আকৌ বিহুতো ............

  • @tanche9085

    @tanche9085

    Жыл бұрын

    2mi gandu

  • @Doleypuneswar222

    @Doleypuneswar222

    Жыл бұрын

    🥲🥲

  • @papariborah3393
    @papariborah3393 Жыл бұрын

    চকুৰ পানী ওলাই আহোঁতে হে গম পালো মই কান্দি আছোঁ । মনটো কান্দি উঠিল বিহু শুনি । ভালে থাকক আপোনালোক ।

  • @mantudas3746
    @mantudas3746 Жыл бұрын

    অন্তৰ চুই গৈছে মই আলফাত জাৱলৈ বহু চেষ্টা কৰিও জাব নোৱাৰিলো তথাপিও আলফালৈ মৰম শ্ৰদ্ধা ওঁ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো

  • @babuhaloi4942
    @babuhaloi4942 Жыл бұрын

    খাতি অসমীয়া ❤

  • @sanjibkonwar8717
    @sanjibkonwar8717 Жыл бұрын

    সকলোলৈকে অযোত মৰম আৰু বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল..

  • @matuuboruah9770
    @matuuboruah9770 Жыл бұрын

    জয় আই অসম আজি বিহু দিনা বহুত মিছ কৰিছো তোমালোকক আপোনালোকে গোয়া গানটোয়ে হিয়া ছুই গৈছে | ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন থাকিল জয় আই অসমী

  • @muninborgohain3452
    @muninborgohain3452 Жыл бұрын

    বহুত সুন্দৰ হৈছে। ভাল লাগিল, অন্তৰ চুই গৈছে।আপোনালোক যতে আছে কুশলে থাকক।জয় আই অসম।

  • @pranjalborahcreation9745
    @pranjalborahcreation9745 Жыл бұрын

    ভালে থাকিবি । ভগৱানে তহতঁক মঙ্গল কৰক। বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল।

  • @moinajaanyt

    @moinajaanyt

    Жыл бұрын

    Bhal lagiseda ja i assam

  • @vreeguchangmai3355
    @vreeguchangmai3355 Жыл бұрын

    অসমৰ বিপ্লৱ জোৱান সকল জিন্দাবাদ।।জয় আই অসম।।।

  • @Trends_only07
    @Trends_only07 Жыл бұрын

    বহুত বহুত শ্ৰদ্ধা থাকিল সকলোলৈ । মোৰ দেউতাও এজন প্রাক্তন আলফা আছিল.. তেওঁৰ মুখত সৰু পৰাই আপোনালোকৰ দেশপ্রেম, সাহসৰ কথা শুনি আহিছো। আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়াল ভালে থাকক লগতে সকলোলৈ ৰঙালী বিহুৰ উলগ যাচিলো। বহুত বহুত মৰম❤ জয় United liberation Front of Assam (ulfa) ❤

  • @zubeenboliyamoirinku
    @zubeenboliyamoirinku Жыл бұрын

    আমাৰ মৰমৰ ককাইদেউসকল ❤️ 🙏।।কূশলে থাকিবা,, হুঁচৰি ৰ পাঠক জনৰ শব্দ বোৰ বহুত বেছি ভাল লাগিছে ,, আপোনালোকৰ ইমান‌ কামত ব্যস্ত থকাৰ পিছতো অসমীয়া ৰ প্ৰানৰ বিহুতি আদৰাৰ‌ বাবে 🙏 অশেষ ধন্যবাদ জনাইছোঁ 🙏❤️

  • @priyam_borgohain2167
    @priyam_borgohain2167 Жыл бұрын

    ককাইহত ভালে থাক বিহু শুভেচ্ছা থাকিল😊

  • @Thelearning3
    @Thelearning3 Жыл бұрын

    মজা , ইমান কঠিন আৰু ব্যস্ততা মাজটো অসমীয়া পৰম্পৰাগত ৰীতি-নীতি প্ৰতি যি শ্ৰদ্ধা । ইয়াক সন্মান জনাই আপোনাৰ লোককো ৰাঙলী বিহুৰ শুভেচ্ছা জনালোঁ। জয় আই অসমৰ 🎉🙏🏾

  • @Debajitdr2ex
    @Debajitdr2ex Жыл бұрын

    বশুত সুন্দৰ হৈছে কি কৰিবা তোমালোক অসম দেশৰ বাবে ঘৰৰ সকলোককে এৰি আহি অসমী আইৰ বাবে ওলাই আহিছা ।। আৰু মই ও দেশমাতৃৰ বাবে ঘৰৰ সকলোককে এৰি আহিছো এই বিহুৰ সময়ত কিন্তু অলপ বেলেগ মই আৰ্মীত আশীৰ্বাদ কৰিছোঁ সকলোৱে ভালে থাকে জয় আই অসম

  • @morandiganta7173
    @morandiganta7173 Жыл бұрын

    সঁচাকৈ আবেগিক হৈ পৰিলোঁ। এটা দৰ্শক অতিক্ৰম কৰি অহা মনটোক খুণ্ডামাৰি দিছে । অতাইলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ। লগতে coment দিয়াবোৰ পঢ়ি ভাল লাগিছে।

  • @shivampoultryfarmandhatche9580
    @shivampoultryfarmandhatche9580 Жыл бұрын

    সুন্দৰ প্রদর্শন। ❤❤❤❤

  • @user-uq2te7wo7u
    @user-uq2te7wo7u Жыл бұрын

    জয় আই অসম🙏🙏🙏 ৰঙালী বিহু শুভেচ্ছা থাকিল। ইমান ধুনীয়া লাগিছে নহয় কবলে ভাষা নাই আৰু সঁচাই দেই। ভালে থাকক সকলো আশীৰ্বাদ কৰিছোঁ। বিহু গীত শুনি হৃদয় চুই গৈছে।

  • @bhubanchutia1142
    @bhubanchutia1142 Жыл бұрын

    নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক হীৰা ভৰা শুভেচ্ছা জাছিলো। আশাকৰোঁ আপোনালোক সকলোৱে সদায়েই যেন সুখত থাকে। তাৰেই কামনা কৰিলো।বিহুতি চাই বহুত ভাল লাগিছে।আৰু আগলৈকে আগুৱাই যায় যেন।

  • @jitenkonwar2942
    @jitenkonwar2942 Жыл бұрын

    মনতো বৰ দুখ পালো।। দাদা হতক ভগৱানে কৃপা কৰক।

  • @babulborah8602
    @babulborah8602 Жыл бұрын

    বিহুৰ শুভেচ্ছা থাকিল ভাই হত ❤ জয় আই অসম ✌️

  • @as02ranjuvlogs29
    @as02ranjuvlogs29 Жыл бұрын

    কোটি কোটি প্ৰণাম তোমালোকলৈ ককাইদেউ সকল। এই হেপা৺হৰ ৰঙালী বিহু টোত তোমালোকক এনেকে দেখি বৰ দুখ লাগিছে। ভগবানে কুশলে ৰাখক সকলোকে আৰু প্ৰতি জন তেজাল ডেকা লৈ মোৰ বিহুৰ শুভেচ্ছা থাকিল। যদি পাৰা ঘুৰি আহা তোমালোক ।

  • @rupamsutradhar6006
    @rupamsutradhar6006 Жыл бұрын

    জয আই অসম.সচাকৈ বহুত আপলুত হৈছো আমি.বহুত বহুত ভাল লাগিল.সঁচাইআমি অসমীয়া বুলি গৌৰৱ কৰো.

  • @jintuarandhara6724
    @jintuarandhara6724 Жыл бұрын

    সচাই অতি সুন্দৰ❤..জয় আই অসম

  • @simadeka8797
    @simadeka8797 Жыл бұрын

    ককাই হত আপোনালোকৰ চিন্তা মহান কিন্তু জংঘল ত থাকি সমস্যা সমাধান নহৈ ।আইফলে মীয়া অসম ভৰি পৰিছে ।অতাইলৈ বিহুৰ শুভেচ্ছা থাকিল ভাল কৈ থাকক । জয় আই অসম।

  • @ajoyrajkonwar1739
    @ajoyrajkonwar17399 ай бұрын

    তোমাৰ লোক থকা লৈকে অসমৰ ভাষা সংস্কৃতি ৰক্ষা হৈ থাকিব , ভাল লাগিল নিজৰ জাতি , ভাষা , সংস্কৃতিৰ ৰক্ষা বাবে নিজকে অৰ্পণ কৰি , বিনা নিজৰ স্বাৰ্থ নথকা কৈ উলাই গলা , ভালে থাকক সকলো❤❤❤ ❤

  • @Akah337
    @Akah337 Жыл бұрын

    ঘৰ ,,পৰিয়ালৰ মৰম চেনেহ,এৰি,,ম্যানমাৰ শিবিৰত থকা,সকলো ,,সেনা সকল বিহুৰ ,শুভেচ্ছা জাচিছো,,,🥺🥺🥺🥺💝💝,,, জাতি স্বাৰ্থ ত নিজকে ত্যাগ কৰা, বিপ্লৱী মহান ব্যক্তি সকল লৈ ,মোৰ পৰা বহুত শুভেচ্ছা।,, জয় আই অসম ❤️❤️❤️

  • @lohitrohitofficial5887
    @lohitrohitofficial5887 Жыл бұрын

    জয় আই অসম 😘😘😘😘😘। অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।ককাইহঁতৰ সু-স্বাস্থ্য, আৰু দীৰ্ঘায়ু আন্তৰিকতাৰে কামনা কৰিছোঁ।

  • @dadugogoi5548
    @dadugogoi5548 Жыл бұрын

    ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।🙏🙏

  • @biswajitgogoi7747
    @biswajitgogoi7747 Жыл бұрын

    চকু যুৰি সেমেকি গ'ল। সকলো কুশলে থাকা তাৰেই কামনা কৰিলোঁ...ভাই ককাই হত।😢😢

  • @JayantaBaruah-sg2pq
    @JayantaBaruah-sg2pq7 ай бұрын

    ঘৰ সংসাৰ এৰি এনেকৈ এখন অজান দেশত নিজৰ পৰম পৰা ৰক্ষা কৰি আছ গৈ তনহঁতে। কুখলে থাক। জয় আই অসম

  • @zgofficialassam7536
    @zgofficialassam7536 Жыл бұрын

    জয় আই অসম ❤

  • @deepnath8266

    @deepnath8266

    Жыл бұрын

    Zubin da love you 😍

  • @zgofficialassam7536

    @zgofficialassam7536

    Жыл бұрын

    @@deepnath8266 tq so much

  • @Evil._.Rider_07

    @Evil._.Rider_07

    9 ай бұрын

    Ami join koribo but kirokom korbo join

  • @devtaid2070

    @devtaid2070

    6 ай бұрын

    😂​@@deepnath8266

  • @MoinaBora-of2iv

    @MoinaBora-of2iv

    6 ай бұрын

    😊😊

  • @ranaborboruah4380
    @ranaborboruah4380 Жыл бұрын

    আলফলৈ নতুন বছৰটো ভালে থাকিবলৈ মোৰ আন্তৰিক মৰম জাচিলো জই আই অসম আলফা /আমাৰ অসম চৰকাৰৰ দুখত আমাৰ ধুনীয়া লৰা ছোৱালী ভোৰ হাতত অস্ত তুলি লৈ হাবি মাজলে গৈছে কিয় জানে নেকি নিজৰ আই মাটিক সুৰক্ষা দিবলৈ আৰু আমাৰ সমাজক আলফা নহলে আমাৰ অসম খন এদিন মুছলিম ৰাজ্য হল হলে আৰু বাংলাদেশী হল হলে /জয় আই অসম আলফা

  • @prabalhazarika3088
    @prabalhazarika3088 Жыл бұрын

    জয় আই অসম ককাইদেউ সকল সুখত থাকক ভগৱানে মঙ্গল কৰক তাৰে কামনা🙏

  • @dhan5717
    @dhan5717 Жыл бұрын

    সুন্দৰ পৰিবেশ ❤❤❤

  • @assamfirebase6892
    @assamfirebase6892 Жыл бұрын

    আপোনালোক আৰু আপোনালোকৰ পৰিয়াল সমূহক ভগৱানে কুশলে ৰাখক | আৰু ভগবানক পাৰ্থনা কৰিছো সোনকালে যাতে এই সমস্যা সমাধান হয় | জয় আই অসম

  • @jd1963
    @jd196310 ай бұрын

    Bihu huni sokupani ulaise eman dhuniake gai#ebupaihot valethakok vhogobanor usorot pray jonaisu👌❤💘

  • @donsaloilifestyle5090
    @donsaloilifestyle5090 Жыл бұрын

    ভালদৰে কুখলে থাকা সকলো 😢❤❤❤❤

  • @bitupangogoi6353
    @bitupangogoi6353 Жыл бұрын

    খাটি অসমীয়া❤️❤️ জয় আই অসম❤️❤️

  • @gautomsarmah7782
    @gautomsarmah7782 Жыл бұрын

    বহুত দুখ লাগিছে।অসম ৰ কাৰণে ঘৰ দুৱাৰ এৰি থাকিব লগা হৈছে।😢😢

  • @darpandeka5141
    @darpandeka5141 Жыл бұрын

    আলফা স্বাধীনলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো। ভালে কউশলএ থাকক । সপোন বাস্তৱ হক ।

  • @munindradihingia
    @munindradihingia Жыл бұрын

    অতি সুন্দৰ । জয় আই অসম ।

  • @kobitadutta8960
    @kobitadutta8960 Жыл бұрын

    সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @abhijitphukon1968
    @abhijitphukon1968 Жыл бұрын

    সকলোলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। ❤ জয় আই অসম

  • @a.d119
    @a.d119 Жыл бұрын

    ❤ জয় আই অসম ❤ o God গা বিজ-বিজাই গল আৰু অলপ emotional hoi golu 😢😢😢❤জয় আই অসম❤

  • @likhongogoiofficialvlogs7455
    @likhongogoiofficialvlogs7455 Жыл бұрын

    সকলোৱে ভালে থাকক তাৰে প্ৰৰ্থনা জনাইছো।। জয় আই অসম।। ❤❤❤❤

  • @janmejayray2238
    @janmejayray2238 Жыл бұрын

    সচাকৈ অতি সুন্দৰ । সকলো কূশলে থাকক।

  • @kutibhai2.752
    @kutibhai2.752 Жыл бұрын

    ভগৱানক প্ৰাৰ্থনা কৰিম তোমালোকক সদায়ে মংগলৰে ৰাখক যেন । সদায়ে এই ‌দৰে থাকিবা জয় আই অসম 🙏🙏🙏🙏🙏🙏🙏🙏

  • @adityakalita5560
    @adityakalita5560 Жыл бұрын

    তেখেতসকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @bhupendas2426
    @bhupendas2426 Жыл бұрын

    ভালে ৰাখক সুখেৰে থাকক তাকে কামনা কৰিলো ভগৱানৰ উচৰত বিহুলৈ আটাইকে স্বাগতম

  • @mafiyvlog
    @mafiyvlog Жыл бұрын

    ভগবানো আপুনালুকক কুখলো ৰাখক 🙏🙏🙏🙏🙏🙏🔥🔥❤️❤️

  • @Dhasu-Gamer-----------6115
    @Dhasu-Gamer-----------6115 Жыл бұрын

    অন্তৰ খন খুন্দিয়াই গল।।।। প্ৰতিটো শব্দ এ মনটো ভাঙি পেলালে।।।।

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 Жыл бұрын

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল পৰেশ বৰ্তা আৰু আমাৰ বিপ্লৱী সেনা সকল। লগতে মুল সুতিলৈ ঘুৰি আহব বোলি আশা থাকিল।

  • @sonitsaikia1884
    @sonitsaikia1884 Жыл бұрын

    আজি ৰণাঙ্গনত নামিছে সূৰ্যৰ শকতি লৈ, অজেয় মুক্তি বাহিনী.....বিহুটি শুনি মন ৰাই-জাই কৰা আপোনালোক সকলোলৈকে ৰঙালী বিহু ও নৱ বৰ্ষৰ শুভেচ্ছা জনালো আৰু য'তে আছে ভগৱানে কুশলে ৰাখক।

  • @chandanbhuyan5174
    @chandanbhuyan5174 Жыл бұрын

    তহতলৈ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ, ভালে থাক তহতি 😢

  • @balidhardowarah4652
    @balidhardowarah4652 Жыл бұрын

    “জয় আই অসম” ৷বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল বিপ্লৱী সেনানীসকল ৷

  • @khargeswarkalita4630
    @khargeswarkalita4630 Жыл бұрын

    গাঁৰ নোম শিয়ৰি গল। ভগৱানে মঙ্গল ৰাখক।অসম আৰু অসমীয়াৰ হৈ তোমা লোকক বিহুৰ শুভেচ্ছা jaasilu

  • @manuramamoran5964
    @manuramamoran5964 Жыл бұрын

    শব্দবোৰ শুনি চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ 😭 আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ, ভগৱানে আপোনালোকক কুশলে ৰাখক 🙏 🙏🙏❤ জয় আই অসম

  • @junekoch2692
    @junekoch2692 Жыл бұрын

    ৰঙালী বিহুৰ শুভেচ্ছাৰে সকলোকে ,জয় আই অসম 👍👍👍

  • @krishnakantalahon6167
    @krishnakantalahon6167 Жыл бұрын

    পোন প্ৰথমে অসমীয়া বীৰ ককাইদেউ সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ ❤❤অতি সুন্দৰ হৈছে...আৱেগিক হৈ পৰিলো 🥺🥺চকুপানী ওলাই গ'ল ৷ ভালে থাকক সদায়🥺❤ জয় আই অসম ❤✊

  • @ridipbora946
    @ridipbora946 Жыл бұрын

    তেওঁলোকৰ গীতবোৰ শুনি সচাকৈ আবেগিক হৈ পৰিলোঁ। আশাকৰোঁ সকলো ভালে থাকক মংগলে থাকক।জয় আই অসম।

  • @B.C204
    @B.C204 Жыл бұрын

    আলফা জিন্দাবাদ❤️ জয় আই অসম🚩🚩🚩🚩🚩

  • @manashdutta1093
    @manashdutta1093 Жыл бұрын

    কুশলে থাকক আপোনালোকে আৰু ৰঙালি বিহুৰ আন্তৰিক সুভেচ্ছা থাকিল!!

  • @hbk..6107
    @hbk..6107 Жыл бұрын

    আপোনালোকৰ আতাইলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ।

  • @siddharthabaruah6933
    @siddharthabaruah6933 Жыл бұрын

    পলমকৈ‌‌ হ'লেও আপোনা লোক সকলো টিলৈ ৰঙালী বিহু তথা অসমীয়া নববৰ্ষৰ শুভেচ্ছা জনালো। কুশলে থাকক সকলো আৰু সোনকালেই যেন সমস্যা বোৰ ওৰ পৰে।

  • @nccevent7629
    @nccevent7629 Жыл бұрын

    আপোনালোকক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আশাকৰোঁ সকলো শান্তি আৰু সুৰক্ষিত হৈ থাকে। 😢

  • @akashborah208
    @akashborah208 Жыл бұрын

    ULFA jindabad

  • @user-vz8rd5lf6e

    @user-vz8rd5lf6e

    7 ай бұрын

    Bhag joker

  • @jiya995
    @jiya995 Жыл бұрын

    ভগবানে আপোনালোক সকলোকে সদায় ভালে ৰাখক ❤

  • @cmdaxom7776
    @cmdaxom7776 Жыл бұрын

    Dhuniya hoise...👌👌🙏🙏

  • @rekibulhoque1999
    @rekibulhoque1999 Жыл бұрын

    অসমীয়া জাতিৰ স্বাভিমান হেপাহৰ বিহুটি এনেকৈ ও কোনোবাই জীয়াই ৰাখিব পাৰে, ভাবিব নোৱাৰি, ককাই জনৰ কণ্ঠ বাৰুকৈ এ মূহিছে । যতে আছা কুশলে থকা । ৰঙালীৰ বহুত বহুত ওলগ জনালোঁ (অসমী আইৰ ডেকাহত) 😊

  • @user-dv1yr4ru1n
    @user-dv1yr4ru1n3 ай бұрын

    জয় আই অসম 🙏 ৰঙালী বিহু শুভেচ্ছা থাকিল ককাইহঁত।

  • @arunkumardas6158
    @arunkumardas6158 Жыл бұрын

    Gan2 khuni ga num jikar khai goise mojjjaaa joy ai axom ❤❤❤❤❤❤ happy rangali bihu kakai hot kukhale thakok 🙏🏽🙏🏽🙏🏽🙏🏽

Келесі