Naginir Amrit Dongkhan.... 2022..2023
Ойын-сауық
Theatre name.. Kahinoor Theatre
Drama name.. Naginir Amrit Dongkhan
Director ... Kishore Tahbilder
Writer... Kishore Tahbilder
Acting.... Siddhanta, Ankita, Krishmoni, dulumoni deka, Girija Mahanta, Rajshree ect
Пікірлер: 210
বেদেৰ মেয়ে জোসনা নামৰ এখন বেংগলী চলচ্চিত্ৰৰ পৰা এই কাহিনীটো লোৱা হৈছে। চিনেমা খন বহুত আগতে চাইছিলো DVD কেছডত। মূল কাহিনীটো একেই আছে মাথো দুই এটা দৃশ্য সাল সলনি কৰিছে। যি কি নহওঁক বহু দিনৰ মূৰত চিনেমাখন আকৌ নাটকৰ ৰূপত চাই ভাল লাগিল।
অন্তৰ চুই গল ইমান ধুনিয়া কাহানি❤️❤️❤️❤️❤️
নাটকৰ কাহিনীৰ পৰা শেষলৈকে বৰ ধুনীয়া finishing হৈছে,,,
বহুত ভাল লাগিল ।আৰু মাজে মাজে বহুত দুখ লাগিল। অন্তৰ চুই যোৱা কাহিনী।
বৰ সুন্দৰ নাটক এখন চাবলৈ পালো । কহিনুৰ থিয়েটাৰৰ জয়যাত্ৰা অখুণ্ণ থাকক
@Mayamoni-1432
Жыл бұрын
Agote soa nasila nki
জয়তু কহিনুৰ থিয়েটাৰ সঁচাকে বহুত ভাল লাগিল নাটক খন চায়😍😍😍😍😍😍😍
বহুত ধুনীয়া লাগিল নাটক খন চাই বিষ্ণুপ্ৰিয়া খন কেতিয়া দিব ..
@lomix6099
3 ай бұрын
😊😊😊😊😊😊😊😊😊😊
অন্তৰ চুই যোৱা কাহিনী।বহুত ভাল লাগিল।
Thanks for uploaded ❤️ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক পৰিচালক ৰ লগতে প্ৰতিগৰাকী শিল্পী কলা-কৌশলী কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ ❤️... সচাঁ অৰ্থত এখন সাংঘাতিক সুন্দৰ নাটক❤️❤️.. আগলৈ আৰু ভাল ভাল নাট পাম বুলি আশা ৰাখিলোঁ.... কহিনুৰ থিয়েটাৰৰ জয়যাত্ৰা অমৰ হৈ উঠক .. জয়তু কহিনুৰ থিয়েটাৰ...
বহুত বহুত ভাল লাগিছে ❤❤❤
Thank you ardhanari salu ❤ ❤ best drama aikhon salu bahut vl lagil next aru bishnu Priya dibo plz❤❤❤
কহিনুৰ থিয়েটাৰৰ আগৰ নাটক বোৰ আপলোড কৰিবচোন--- ৰাধা এবাৰ হাঁহি দে, ব্ৰেকিং নিউজ, অ' মই মুন্নাই কৈছোঁ, অনামিকা আজিও নুবুজিলো তোমাক, ৰাধাই নামানে বাধা, বেপৰুৱা প্ৰেম, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, বৰষা যেতিয়া নামে....... এইকেইখন নাটক আপলোড কৰিবচোন।
@prohladbhuyan8001
Жыл бұрын
Hoi aei hokolu bor natok sable aha krilu , br valpaw
Moja lagise Sai ❤❤❤
বৰ সুন্দৰ লাগিলে দেই ধন্যবাদ. কহিনুৰ থিয়েটাৰৰ আগৰ নাটক বোৰ আপলোড কৰিবচোন--- আটাইকেই জনলৈ অশেষ ধন্যবাদ। কহিনুৰ থিয়েটাৰৰ প্ৰযোজক পৰিচালক ৰ লগতে প্ৰতিগৰাকী শিল্পী কলা-কৌশলী কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ
Bohut bohut bohut bhalagise hobhinoy bur hundor hobhinoy sai dokhu Pani hulai goise
বৰ সুন্দৰ লাগিলে দেই ধন্যবাদ ধন্যবাদ upload কৰাৰ বাবে
বহুত সুন্দৰ লাগিব কহিনুৰ থিয়েটাৰ নাটক চাই ❤❤❤👌🏻👌🏻👌🏻👌🏻👌🏻bhaswati Bezbaruah
সুন্দৰ কাহিনী বহুত ভাল লাগিল আপোনালোক আগুৱাই যাওক❤❤❤❤
Great job tapan lahakar da
থিয়েটাৰ প্ৰেমী💚 কোন কোন আছে.....কমেন্ট কৰিব।
@ankubhatta1394
Жыл бұрын
মই
@altabvlogs
Жыл бұрын
Moi moi moi
@chimpihazarika7475
Жыл бұрын
Moi❤
@pranabvlogs6327
Жыл бұрын
Moi
@hemantadas552
Жыл бұрын
Moi
Bahut Val lagil natokkhan cai.xakalore avinoy moja hoise
কিছুমান দৃশ্যত চঁকু পানী উলাই গ'ল। এই নাটক খনে বহুত শিক্ষাই দি গ'ল😢😭😭😭।
@borahkaliabor413
Жыл бұрын
হয় দেই
@sobingogoi7170
Жыл бұрын
@@borahkaliabor413 u
Bohut val lagil, dukhu lagil❤
Bohut val lagil ... Thank you kahinur theatre.. from Thailand
Val lagil de
Bohut bohut dhaynoba ❤❤❤❤
Nice❤
Bohut val lgil sai...baki agor natok bur o dibo sun.. specially radha ebar hahi de natok khn dibo sun parile 🙏
বহুত বহুত বহুত ভাল লাগিল এইয়া হয়টো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম নুবুজিব
MADAM ANKITA SAIKIA PRANAM
Bht besi vl lagil
Bohut val lagile ❤❤❤
Bohut dhuniya lagise❤
বৰ সুন্দৰকৈ বনাইছে।আটাইকেই জনলৈ অশেষ ধন্যবাদ।
Hosakoi bohut hundor natok...
Bhut bhut dhonabade natok khon diya babe
🥰বহুত বহুত ভাল লাগিলে চাই ❤️
Natok premi moi ahi golu... theater buli kolei mon pogola hoi jai
Bisnupriya natok khono dibosun......
খুউব ভাল লাগিল ।
Bohut bohut val lagil
Bohut val lagil 💕
Bhut val lagil sai aru duk lagil
Mojja mojja mojja
Perfect hoise
বহুত ভাল লাগিল
Bhut val lagile
bahut bhal lagil
Thank you for uploading
Owww so super ♥️♥️♥️
বৰ ভাল লাগিল চাই
Bedar meye joshna .....r lgt same
বৰ ভাল লাগিল নাটকখন
Val lagil sai❤
Mjja👍👍👍👍👍.... Sdai anke aguwai jwa...aru anke ntk sab pam buli akha thkil...👍👍👍👍👍
ৰাধা এবাৰ হাঁহি দে নাটক খন দিবচোন
"ৰাধা এবাৰ হাঁহি দে" নাটক খন দিবচোন 🙏
Val lagil aji natak khon sai
Bor hundar lagil sai kahinur theateror hamuh kola kokhaliloi akheh dhoynyabad thakil.natokr porisalok mohudayoloi okhek dhynyabad.
Bahut dhuniya
Surjya theatre tejyaputra natok xn miss kru jodi upload dile hoi kiman xukhi holu hoi
Bht bht dhoinobad.hpy bht
Eihon natok saisilu Kharghuli t
বহু ত ভাল লগিল
Mojja❤❤❤
বৰ সুন্দৰ নাটক
Vl lagise sai
খুব সুন্দৰ
Bhut vl lgise
No copyright.... চাই ভাল লাগিল বহুত।
Val lagil
Bohut dhunia natok.
খুব সুন্দৰ নাটক । নলবাৰী ৰাসত নথকা বাবে চাব পৰা নাছিলোঁ
Mojja lagise de
Sundor ovinoy
Krishnomoni nath mur mama hoi ghor tezpur pithakhuat moja krisa
বহুত ভাল লাগিল নাটক খন চাই
এদিন তুমি আহিবা আৰু হিয়াত এপাহি গোলাপ । এই দুখনো দিবচোন। তপন দা আছিলে।
ৰাধা এবাৰ হাহি দে Lage
Hyderabad para sai aso val lagil
Nice Natok from Delhi
ভাল লাগিল চাই
Sundor natok
সুন্দৰ নাটক ❤❤❤❤😂
Salu, ekhon ogotanugotik natok. Bohu dinor murot val natok ekhon salu.
Very much impressed
বহুত বঢ়িয়া
❤❤ beautiful
Ardhonari jonor acting bahut Val lage mur
1st comment from Japan
Lovely day 🔥🔥🔥
নাটক খন চাই সচা বহত ভাল লাগিল।
ভাল লাগিল
🔥🔥🔥🔥
Hosakoi bahut dukh loga kahin
Thank you so much........And Ai natok khonor gan to upload koribo.......
Krishna Moni nath r acting tamam 🔥
So bountiful
Love from California
Krishna da 🔥🔥🔥🔥🔥