Bahut bahut dhanyabad natak Khan diya r babe parile baiman natak Khan o dibo
@Frustratedmitu2 жыл бұрын
2016 চনত নলবাৰী ৰাস মহোৎসৱত প্ৰথম নিশা প্ৰথম দৰ্শনী চাইছিলো । কাহিনী ধুনীয়া আছিল । গান কেইটাইটো আজিও কপাঁই আছে ❤️💥💥
@gautambora4032 жыл бұрын
ইমান ধুনীয়া লাগিছে চাই কৱলে ভাষা নাই।দাদা
@user-ty6zv1ox3tАй бұрын
অতি সুন্দৰ ❤❤❤
@priyankagogoi41912 жыл бұрын
Mjjhh champok da😍..my fev❤❤❤
@girishdas84332 ай бұрын
আপোনাৰ নাটক বহুত আগৰ বন্ধু বাজি আদিৰ পৰা চাইছো
@nituldeka79582 жыл бұрын
Mja Dada apunar..... Wait kari asilu.... Apunar best Drama bor sabloi pare jadi Bhaigyadevi theater r বেইমান natak khan dib sun 10 times saisu moi aikhn
Пікірлер: 196
মহাকাল, দানৱ, আৰু বাদশ্বাহ নাটক কেইখন চাবলৈ কোনে কোনে অপেক্ষা কৰি আছে..? লাইক কৰিব।👍❤️💞💞💞
@digantadeka1993
2 жыл бұрын
👍👍👍👍
@rupambhagawati3393
2 жыл бұрын
Mahapaap khn o lge
@Kaushik632
2 жыл бұрын
@@rupambhagawati3393 heikhn agotei upload krise...
@digantadeka1993
2 жыл бұрын
mahakal lage
@sankardeka9129
2 жыл бұрын
Moi
Next level champak daa Champak dadak kune kune Val pai like kribo
বহুত ভাল লাগিল, চম্পকদাৰ লগতে সকলো কলা-কুশলীলৈ বহু মৰম, শুভেচ্ছা যাচিলোঁ...
ধন্যবাদ চম্পকদা , বহুত দিনৰ পিছত দিলে । বাকী সুন্দৰ নাটক এখন উপভোগ কৰিলোঁ । প্ৰতিটো চৰিত্ৰই ভাল পালো । আপোনাৰ কথা কৈ ধৃষ্টতা প্ৰকাশ নকৰোঁ , আজি আপুনি কৰা চৰিত্ৰই ভ্ৰাম্যমাণ জগতৰ আপুনি । য়ু আৰ গ্ৰেট.....
সুন্দৰ নাটক এখন উপভোগ কৰিলো চম্পক দাদা । সদায় আপুনি এইদৰে আগবাঢ়ি যোৱা ।
অৱশেষত বিচাৰি থকা নাটক খন পালো, ধন্যবাদ আপোনাক
Apunar natok sai buhut lage dada ❤... Apunar dore ovinai kunu nuware
সকলোৰে অভিনয় সচাঁই বহুত বেছি ভাল লাগিল, সকলোৱে ইমান সুন্দৰ দৃষ্টিভংগী সচাঁই বহুত বেছি ভাল লাগিল, এই খন থিয়েটাৰ ২০১৬ চনত আমাৰ ইয়াত অৰ্থাৎ লালুক ঢেকিয়াঁজুলিলে আহিছিল, আৰু সেই বছৰৰ গোটেই কেইখন নাটকেই উপভোগ কৰিলো। আপোনাৰ শক্তিশালী কলমেৰে আপোনি ইমান সুন্দৰ নাটক লিখে।
আপোনি KZread ত upload কৰা সকলো নাটক চাইছো, বহুত বহুত ভাল লাগে ।আপোনাৰ দৰে এজন মহান শিল্পীক লগ পাবলৈ হে মন যায় ।আৰু নাটক upload কৰি থাকিব ।
বহুত ভাল লাগিলে |বহুত দিনৰ পিছত এখন ভাল নাটক উপভোগ কৰিলো | এইহে চম্পকদা,পৰিচালক,প্রযোজক,অভিনেতা_অভিনেত্রী তথা সকলো কলা_কৌশলীলৈ হিয়াভৰা মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলো |
Jogesh kashyap 🔥🔥🔥🔥🔥 mja acting kore apuni xsai bhout val lage apnak
ভাগ্যদেৱীৰ মুখাগ্নী নাটকখন লাগে চম্পকদাৰ সকলোতকৈ ভাল নাটক
বহুত দিন এইখন নাটকৰ বাবে অপেক্ষা কৰি আছিলো
Bhut Val lagil, aru dibo sun natok
Bhut vl lge aikhn natk, mi saisu kin2 aji pai ako salu, rajmukut thiyetar khn amr gao re,
My fvrite actor chapmak Sharma
Mi bht bht vl paw Champak Da apunak. Theatre actor r vitort apuni a main xsakoi dada😊😊😊😊❤🤗🤗🤗🤗🤗🤗
5bosor agt Baihata chariali t saisilu thank you❤️🙏🏻 eman val natok khn upohar diyar bbe
@PinkuSaikia-wc4vp
3 ай бұрын
Mampi val na tumar,
@user-qi2sx6tw3m
3 ай бұрын
😂😂😂😂@@PinkuSaikia-wc4vp
নাটক খন চায় বহুত ভাল লাগিল ছাৰ। নাটক খনৰ সকলো চৰিত্ৰই অতি সুন্দৰ হৈছে। ইমান ভাল নাটক এখন উপভোগ কৰোৱাৰ বাৱে ধন্যবাদ জনালো। মোৰো নাটকত অভিনয় কৰা বহুত ইচছা আছে । যদিহে মই অলপমান সুবিধা পাওঁ তেতিয়া মইও অভিনয় কৰিব পাৰিম। সেয়ে আপোনালোকৰ পৰা অলপ সহায় সহযোগিতা পালে মোৰ অভিনয় কৰাত সুবিধা হʼব ।
Agot saisu bahut vl loga natok aikhn aru sai khub vl lagil ❤️
আৱহ সঙ্গীত বহুত ধুনীয়া হৈছে, অভিনয় ধুনীয়া
Natok khan pai bohut val lagil sir
Bht vl lgisil aikhn natok 😊🤗🤗🤗.aru apuni mr favourite theatre actor 😊😊😊
Bahut bahut dhanyabad natak Khan diya r babe parile baiman natak Khan o dibo
2016 চনত নলবাৰী ৰাস মহোৎসৱত প্ৰথম নিশা প্ৰথম দৰ্শনী চাইছিলো । কাহিনী ধুনীয়া আছিল । গান কেইটাইটো আজিও কপাঁই আছে ❤️💥💥
ইমান ধুনীয়া লাগিছে চাই কৱলে ভাষা নাই।দাদা
অতি সুন্দৰ ❤❤❤
Mjjhh champok da😍..my fev❤❤❤
আপোনাৰ নাটক বহুত আগৰ বন্ধু বাজি আদিৰ পৰা চাইছো
Mja Dada apunar..... Wait kari asilu.... Apunar best Drama bor sabloi pare jadi Bhaigyadevi theater r বেইমান natak khan dib sun 10 times saisu moi aikhn
Vll lagil xampurna drama Khan pai
Mohanlal of Assam.. you deserve the best ❤
বৰ ধুনীয়া।
Num khiyori othise, nakandi nuwarilu, bhut bhut besi vl lgil ❤
Ki drama no 1 love you so much champok daa ❤❤❤🙏🙏🙏
Bohut bhl lgil dei 🥺❤️
বহুত ভাল লাগিল দাদা কিন্তু দুখো বহুত লাগিল
@PinkuSaikia-wc4vp
3 ай бұрын
Val na tumar,
Bohut val lagil dada thank you so much
Mur jibonor khub bhal loga ai natok khon sai dhoinya holu.
Apunar obhiinoi sosake bhut Val lage
Bohut val lagil say
চাৰ নাটক খন চাই বহুত ভাল লাগিল..🙏🙏🙏🙏🙏🙏🙏🙏
Ajihe vl lgil dada
অপেক্ষাৰ অন্ত পেলাই আজি চাব পালো
Anekua natok aru lage❤❤❤❤❤❤❤
My favorite actor
Dada apunar tikhno kolomor sirsti ntok khon slo agte o saislo bhut bosor agte vl lgil bhut.aru akhon ntok. Honkle Pam buli akha thkil.
Moi natok sai bohut vl paw dada.... anekoi upload di thoka babe bohut bohut dhoinyobad
xasakoi bahut val lagil champak Da ❤🙏🙏🙏
Thanks for uploading
Wow mojja. Thnq dada
Baadshah natok please dinosun.bohut sabole mon goi ase
দাদা ধুনীয়া love u দাদা
মঞ্চত তো চালো।আজি ও চালো।কিৱা কবলে ভাষা নাই।সুন্দৰ
এখনি সুন্দৰ নাটক চাবলৈ পালোঁ
My favourite actor
Birat birat birat Val lagise ❤️
স্বাগতা বৰুৱা
2012-2013 Jobab Natokkhon Lagisil....
Very nice my best actor Champak Da
যোৰহাটৰ কল্যাণী খেলপথাৰত এই নাটকখন উপভোগ কৰিবলৈ গৈছিলোঁ, বৰষুণৰ বাবে আধাতেই নাটক বন্ধ হৈছিল। আজি নাটকখন সম্পূর্ণ উপভোগ কৰিলোঁ। খুব ভাল লাগিল চম্পকদা।
@akashprotimborah4743
Жыл бұрын
Same 😂😢❤😊
Champak Daa is only and only real hero .
বহুত ভাল লাগিল নাটক খন,আপোনাৰ অভিনয় বহুত ভাল লাগে
Khub hundor natok dei 🔥❤️❤️
ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা ভাল লাগিল দাদা
Aponak bohut val laga ..🥰🥰🥰❤️❤️❤️❤️💥💥💥
প্ৰীয় নাটক
বহুত ভাল লাগিল নাট খনি চায়
My favorite artist 🥰
Was waiting
ॐ गं गणपतये नमो नमः...
Legend ❤.. nostalgic
Tq u so muchh dadaa
The real lion of theater
Bhut besi vl lagile natok khon ❤❤❤❤❤
Thank you dada❤️❤️❤️❤️❤️
Hosai bohot val lagil dada
Maje maje sound to nai.... Xeibabe sai alop bya lgsi
২০১৬ চনৰ কথা.. এইখন নাটকৰ লগত মোৰ কাহিনী এটি আছে সেইবছৰ বেলবাৰীত ৰাজমুকুট থিয়েটাৰ আহিছিল মই তেতিয়া দশম শ্ৰেণীৰ ছাত্ৰ। মোক ঘৰৰ পৰা পৰীক্ষাৰ বাবে থিয়েটাৰ চাব যাব নিদিলে সেয়ে মই সিদিনা খঙত কিতাব নাচায় শুই আছিলোঁ তাৰপিছত ৰাতি ৯ টা বজাত মোক টোপনি পৰা জগায় দেউতাই দ্বিতীয় দৰ্শনী দেখুৱাব নিছিল। মনত পৰে দিনবোৰ.. তাৰপিছৰ দিনা বীৰা নাটখন ও চাইছিলো পিছে😅
এবাৰ লগ কৰিব মন আছে আপোনাক❤❤ লখিমপুৰ ৰ পৰা বহু মৰম
Music BGM ❤
Mojja😍😍😍
পাৰিলে বলি নাটক খন দিব ।।
Bhut val lagile sai
Jogesh kashyap 🤟❤️
চম্পক দা কি এ টিং... Mojaa - - - ❤️❤️❤️
Xosa koi bhut vl lgil sai
Val lagil
ভাল লাগিল দাদা
দাদা আপোনাৰ অভিনয় বহুত ভাল লাগে
ভাস্কৰ বৰ্মন জুই
Jogesh da side actor pora aji lead actor role paise ...🙌♥️
অৱশেষত বিচাৰি থকা নাটখন পালো !!
Aponar natok bor bahut vl lge dada,
Super hit
ভাল লাগিল
Moja dada
Dada hoklu salu moi apunar accting bbe pagol birat Val pau apunak ♥️ agoloi u ane dhornor thitar sam buli akha thakil ♥️
@PinkuSaikia-wc4vp
3 ай бұрын
Val na,
Excellent 👌
কবলৈ ভাষা নাই, অপূৰ্ব,,,,,