| XOINDHYATORA | ABAHAN THEATRE | 2019-20 | PRASTUTI PORASOR | JOGESH KASHYAP |
Ойын-сауық
Drama: Xoindhyatora
Theatre: Abahan Theatre
Story: Avijit Bhattacharya
Cast: Prastuti Porasor
Jogesh Kashyap
Jivan Hatikakoti
Rituraj Mahanta
Latumani Bhuyan
Arun Bora
Moon Saikia
Anjali Hatibaruah
Music: Ajoy Phukan, Tarali Sharma
#prastutiporasor #memsahab #abahan #assam #mobiletheatre #jogeshkashyap #sandhyatora
Пікірлер: 411
*মুলাগাভৰু চাবলৈ মন কৰা সকলে Like কৰা*
@kaberidutta5242
4 жыл бұрын
Mula gavoru upload korele 2
@uddiptamedhi7794
4 жыл бұрын
@@kaberidutta5242 nai kora
@ankur.26
4 жыл бұрын
Mulagabharu dib baa
@bhupalichoudhurymusical_2228
4 жыл бұрын
মোৰ গীত বোৰ
@chandanakumar2141
3 жыл бұрын
Mula gavaru khn dyk
prostuti baa moi tmr bohut dangor fan hoi ,prostuti baak vl powa keijone like kora
বৰ সুন্দৰ নাটক দিলা ও বা,তোমাৰ আৰু জুগেশ দাৰ অভিনয়ে অভিজিত দাৰ কাহিনীৰে মন চুই গল।এইবাৰ তোমাৰ theatre চোৱাই নহল,পাৰিলে মূলগাভৰো খন দিবা
বহুত বহুত ভাল লাগিল নাটকখন।প্ৰস্তুতি বা ৰ অভিনয় অসমীয়া নাট্য জগতৰ ধ্ৰুৱতৰা।বা আপোনাৰ সুফল যাত্ৰা সদায় উজ্বলি ৰওক।
Jogesh daa mind blowing you are great apunar dore kono hobo nowaare ❤❤❤💕💕💕
বহুত বেছিকৈ কান্দি দিলোঁ ঐ প্রস্তুতি বা | বহুত বহুত বহুত Love you প্রস্তুতি বা ❤❤
সকলোৰে অভিনয় একদম সুন্দৰ পাই ❤😮 বহুত মৰম
@lokendranathsaikia5901
8 ай бұрын
M 2:16:36
প্ৰস্তুতি বা আপোনালৈ ধন্যবাদ.. আৰু এটা অনুৰোধ , ভগ্নাৱশেষ , লগন উগলি যায় , কথা ,সোণ সৰা সপোন আৰু বাৰ মাহ বাৰ দিন আদি নাট কেইখনও দিবচোন....
সচাকৈ প্ৰস্তুতি বা আপোনাৰ অভিনয় চাই বহুত ভাল পাওঁ... আৰু নাটক খন চাই চকু পানী ওলাই গল বা ...বহুত দুখ লাগিল অ বা ....
আপোনাৰ নাটক চাই বহুত ভাল পাওঁ। সন্ধ্যাতৰা বহুত ভাল লাগিল। ধন্যবাদ।
Waiting... মূলা গাভৰু খন দিব
@ripunjoyofficial4286
4 жыл бұрын
Olp derikoi upload dia hbh mulagabhoru...moi gm paisu
Prastuti baa apunar abhinaye punarbar kanduwai gl, Hriday sui gl apunalukar abhinaye. ❤❤❤
অদ্বিতীয় প্ৰস্তুতি পৰাশৰৰ অভিনয়,,নাটক চাই বহুত ভাল লাগিছে...অপূৰ্ব । অভিনয় বুলি ক'লেই প্ৰস্তুতি । ভ্ৰাম্যমান বুলি ক'লেই প্ৰস্তুতিৰ দুৰ্দান্ত অভিনয়।.
@bhupalichoudhurymusical_2228
4 жыл бұрын
মোৰ গীত চাব
@sanjibkashyap5646
4 жыл бұрын
@@bhupalichoudhurymusical_2228 umm saiso dya,,,, vl hoise
@bhupalichoudhurymusical_2228
4 жыл бұрын
@@sanjibkashyap5646 বহুত ধন্যবাদ জনাইছো 🙏
@sanjibkashyap5646
4 жыл бұрын
@@bhupalichoudhurymusical_2228 😍😍😊
Hosakoi buhute bhal lagil, prostuti bar abhinoi buhut bhal lage
Jogesh Kashyap , Prastuti baidew,and the co- actors rocks..
সচাকৈ প্ৰস্তুতি পৰাশৰ বাৰ অভিনয় অতুলনীয়।।
Jogesh kashyap ❤
সঁচাকৈ এনেকুৱা একেই পৰিৱেশ প্ৰাই ঘৰ তে চলি থাকে। নিজৰ লগত মিলাব পৰা কাহিনী বাবেই চাগে বেছি আপোন আপোন লাগিছে। প্ৰস্তুতি বাৰ অভিনয় ৰ ভাষা নাই। কাহিনী মন ভৰি যোৱা
মেমচাহাবতকৈ বেছি ভাল লাগিছিল সন্ধাতৰা। আকৌ চাবলৈ সুযোগ দিয়া বাবে ধন্যবাদ থাকিল আপোনালৈ বা। এতিয়া অনুগ্ৰহ কৰি মূলা গাভৰু খনো upload কৰক। লগতে জনালোঁ sound quality আৰু অলপ উন্নত কৰাৰ থল আছে।
Bohut vaal lagil....hodai enekoie dopdopai thakok monchot prostutiba....hodai apuni priyo hoi thakibo....
বহুত ভাল লাগে প্ৰস্তুতি বা আপোনাৰ অভিনয়। যোৱাবাৰ আৱাহন থিয়েটাৰ চাব নাপালো কিন্তু ইউটিউবত চাবলৈ পায় বহুত বেচি ভাল লাগিল আৰু আপোনাৰ চোৱা নাটক খনেই বহুত বাৰ চাও তথাপি হেপাহ নপলায় বা আৰু নতুন নতুন নাটক চাব পাম বুলি আশা কৰিলো বা। Love you ba ❤❤❤
অপেক্ষাৰ অন্ত পৰিল 😍😍
Jugesh sir .....friend....always,love ...nice acting.
@mridulkalita7959
2 жыл бұрын
Love you so much jogesh daa ❤❤❤🙏🙏🙏
REALLY ৬ বাৰ চাইছো এতিয়া আকৌ যেতিয়াই মন যায় চাব পাম।
প্ৰস্তুতি বাইদেউক বৰ্তমান ভ্ৰাম্যমানৰ ৰজা বুলি কলেও চাগে ভুল নহব, লাভ ইউ বা আপুনি আগুৱাই যাওক।
@rashmiborah7256
Жыл бұрын
ৰজা নহয় ৰাণী
@bhaskardasvlog9458
Жыл бұрын
@@rashmiborah7256 right
Prostuti baa Nd Mridul Bhuyan da mr fevrt..... ru apunr dui jnr pist vl lga manhu jn hoisa... jogesh kashyap Daaaa..... 3 oooo jn mr fevrt....
হৃদয় চুই যায় আপোনাৰ দুৰ্দান্ত অভিনয়ত।।
Bhut khundor eman dhunia thater khon dia baba khokoluka bhut dhoybad khodai soba vala thaka😍🥰😘😘😘😘😘🤩🤩 moi katiau anakoi comment nokoru kintu aji koribo badho hoi su tar baba khokoluka bhut dhynobad🙏🙏🙏🙏🙏🙏🙏🙏
সচাকৈ মন চুই যোৱা অভিনয়। সুন্দৰ কাহিনী 👏বহুত বহুত শুভকামনা জনালো। আগলৈ এনেকুৱা ভাল ভাল নাটক উপহাৰ দি যাওঁক
সচাই নাটকখন বৰকৈ হ্দয় চুই গ'ল। বহ্ত বহ্ত ভাল লাগিল।
বহুত ধন্যবাদ বা, মনৰ আশা পুৰন কৰা বাবে,,, চালেও চাই থাকিব মন নাটক খন
Ei Theatre khonr babe wait kori asilu
Aikhon saboi rokhi asilo.. finally ahil. Bhoirab da hit,,,
বহুত ভাল লাগিল, হৃদয় চুই গ'ল।
Thank you baa. Val lagisa. GOD BLESS YOU
Jogesh daa i konduaai dile o 😭😭😭 jogesh daa apuni mohaan ❤❤❤🙏🙏🙏
ৰৈ আছো ❤️
মঞ্চত চোৱাৰ পাছত আকৌ চাবলৈ পাম ভাল লাগিব
Bahut dinr akha2 pur hol aji ru bahut vl lagil sai.
হাহিঁ কান্দোনেৰে ভৰপূৰ এখন খুব সুন্দৰ নাটক❤❤
বৰ সুন্দৰ কাহিনী। অভিনয়,সংলাপ, সংগীত অপূৰ্ব।।
Jugash da jui .xosai bhut bhut val natok
প্ৰস্তুতি বা,অৰুণ বৰা,যোগেশ কাশ্যপ,জীৱন হাতিকাকতি অভিনয় মজা ৷মঞ্চ জগতৰ বাঘিনী হয় প্ৰস্তুতি বা ৷মাকৰ অভিনয় ও মজা হৈছে ৷
It's make me strongest, lots of lv u prastuti baa
Lots of love u Prostuti baa
Prasthuti baar theatre bulile pgola hoi thku..kin2 bad luck amr eat prasthuti baar theatr nanei..so eat saboloi py bhutei happy ba..apunr ntok bur youtubet upld diyar babe bhut bhut dhoynobad..
Yogesh da you are best ❤❤ ❤ Love you 🥰
Finally 🌼💖 sabo pm
সঁচাকে বহুত ভাল লাগিল । ধন্যবাদ ।
মূলাগাভৰুৰ বাবে মোৰ দৰে কোনে কোনে অপেক্ষা কৰি আছা like দি যাবা ??
Kheternak next level o, fata fati , guli guli, jui jui
বহুত ভাল লাগিল নাটক খন চাবলৈ পাই💟
এটা সুন্দৰ কাহিনীৰ সমভাগি হৈ ৰলো , সকলোৰে সুন্দৰ অভিনয়, ভাল লাগিল।
প্ৰক্ৰিতাৰ্থত সন্ধ্যাতৰা🙏🙏🙏 অভিনয় জগতত আজীৱন উজ্জ্বলি থাকক আপুনি আৰু আপনাৰ অভিনয়।
@bhupalichoudhurymusical_2228
4 жыл бұрын
মোৰ গীত চাব
বহুত ভাল লাগিল প্ৰস্তুুতি বা নাতকৰ কাহিনী টু বহুত ভাল
Mula gabhoru sabo bisora sokole like korok 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কোনে কোনে মোৰ দৰে আশাৰে চাবলৈ ৰৈ আছা Like comment কৰা।।
@sankardeka9129
4 жыл бұрын
Ketiya dibo nu
@ripunjoyofficial4286
4 жыл бұрын
@@sankardeka9129 di ase sawk
@susmitapriyaxnwl3882
4 жыл бұрын
,
Finally sabo pam..... ❤❤❤❤❤
Bhut vl pao aponar acting sai ..I love you baa
Ba wait kri asu... 😊😊 🤗🤗
Bhut akha kri asilu aji pura hl ...bhut vl lgil ..
বহুত ভাল লাগিল ,,,চকু পানী ওলাই গল 😭😭
বহুত ভাল লাগিল বা আপুনি শ্ৰেষ্ঠ অ প্ৰতিদন্দি ।
বহুত ধুনীয়া লাগিছে বা।।।love u baa
Aaponar obhinoi bohut vl lge ♥️
Mur maa nam meghali i miss you maa akakhot ase mur maa 😢
Love u baa. Apunar Abhinay khakhlo r mon jipal kare. Apunar ninisa next time aru ankua actress nulabo sage. Aru kuneo apur nisina Abhinay karibo nuare.love u soo much .my best actress.
সঁচাকৈ বহুত বহুত সুন্দৰ লাগিলে দেই চকু পানী ওলাই গৈছে 🥲
Sabo roi ASU..mor fav natok khan
Prastuti ba aponar video sai bor vhal paow..
চেপনত চালোঁ,, সাংঘাটিক মিছ কৰিম এইবাৰ ভ্ৰাম্যমাণক
বা আপুনাৰ নাটক বোৰ চাই বহুত ভাল লাগে
Bhut vl lgela Sai👌👌👌
bhut hundor akhon ntok baa..bhuttttt besii vl lgil.sokur pani rakhibo nuwarilu
Bohutt dhuniya hoise baa.....Mulagabhoru ketiyaloi pamm...Waite kori asu Joldi di diya....
বহুত বহুত ভাল লাগিল
OMG... finally... thnx baa... 😍
Can't wait 😊
Bht akhare roi asilu finally
jugeshdaa prastutibaa thkile natokru ❤️🔥🔥🔥🔥tu hboi
বহুত ভাল লাগিল। বাইদেউ ধুনীয়া লাগিল।
যোগেশ কাশ্যপ দাৰ অভিনয় বহুত বেছি প্ৰিয় 💓🥰
Bhut vl lgil dei
Bohut dhunia baa... Bohut👌👌
Hasai bahut val hoisil aikhan natok 2019
Baki Natok khin 4bar staget salo but aikhn Ganesh gurit aha nasil finnaly aji Sabo plo tq ba
Bohut dinr pora roi asilu sabole vl lagil sai
❤❤❤ Baa aru Deben Da loi Grand Saliut 🙏🙏🙏
I love u jugesh kashyp dada
❤❤❤
Khxai bhut vl paw apunak lv u ba 😘😘😘😘
Xosakoi bohut vl lagil sai.
Bahut val lagil sai prastuti baa
Thanks you ba bohot val lagise
ধুনীয়া বা বহুত বেছি ভাল লাগিলে।❤️❤️❤️❤️
Soooo heart touching.....
Xundor ba,aji natok khan sabloi pam
Mojja lagil ba....sokupani ulai gol
Jogesh daa .... Your performance....ufff
Ki durdanto avinoy o baa. Emn val lage ♥️