মুখ্যমন্ত্রীয়ে নেদেখা বানত ককবকাইছে মহানগৰবাসীয়ে...

বৃহস্পতিবাৰৰ নিশাৰ মুষলধাৰ বৰষুণৰ ফলত মহাসাগৰলৈ পৰিণত হ’ল গুৱাহাটী মহানগৰ। কৃত্রিম বানত বুৰিল চানমাৰি, অনিল নগৰ, নবীন নগৰ, আমবাৰী, গণেশগুৰি, উলুবাৰীকে আদি কৰি মহানগৰীৰ বিভিন্ন অঞ্চল। বেদখল আৰু মহানগৰবাসীৰ অসচেতনতাৰ বাবেই কৃত্রিম বান হোৱা বুলি মন্তব্য মন্ত্রী অশোক সিংহালৰ। ইতিমধ্যে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি হেল্পলাইন নম্বৰ মুকলি কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে।
#pratidintime #guwahati #flood

Пікірлер: 33

  • @anirudhakalita4041
    @anirudhakalita40419 ай бұрын

    মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে পানী নেদেখে মাটিহে দেখে।

  • @pabitradas3785
    @pabitradas37859 ай бұрын

    ইয়াৰ মূল কাৰণ হ'ল,টকা নাই কিন্তু চাউল দিয়া,ঘৰ দিয়া, টকা দিয়া, হিতাধিকাৰিৰ সৃষ্টি কৰা আচল কাৰণ ।এই লাখ লাখ টকা কৰ পৰা আহিব? আচলতে মানুহক চৰকাৰে বুৰবক বনাই আছে। পাব্লিক মানে কেইজনমান বিধবা মাইকী মানুহ আৰু দিনহাজিৰা কৰা মানুহ । এতিয়া বুজি পাইছে?

  • @prince_babu_72
    @prince_babu_729 ай бұрын

    Mama atia padum pful rub 😂

  • @rakashdas9087
    @rakashdas908711 күн бұрын

    কিয় ৰাইজে মৰিলে মৰক মোৰ কি যাই মই হেলিকাপ্তাৰেৰে আহা যোৱা কৰিম লাগিলে গুৱাহাটিত নাথাকো কেইদিন মান দিল্লীত থাকিম

  • @manojtalukdar6647
    @manojtalukdar66479 ай бұрын

    গুৱাহাটীত বৰষূণ নৌহওঁতেই এনেকুৱা অবস্থা কেনেকৈ হ'ল @ হিবিশ। হে পৰভু এতিয়া হলুকেপতাৰ ক'ত ৰাখিম। ## এই সকলক কি শাস্তি দিলে উচিত হ'ব। মন্ত্ৰী, সংসদ ----লৈ ১) ঘৰ নিৰ্মাণ উনুমতি কোনে দিয়ে ❓ ২) প্লাষ্টিক বটল আদি সামগ্ৰী বনাবলৈ কোনে অনুমতি দিয়ে ❓ ৩) জাবৰ নিষ্কাষণ কৰাৰ দায়িত্ব কাৰ❓ ৪) গুৱাহাটীবাসীয়ে সঠিক ভাবে বৰ্দ্ধিত হাৰত কৰ দি আহিছে তাৰ পাছতো ৰাইজক জীয়াতু ভগোৱাৰ বাবে দায়ী কোন ❓❓❓❓ ❓ 🙏মন্ত্ৰী মহোদয় বিদেশৰ ভাল বিশেষজ্ঞ অনাই কাৰ্য্য ব্যৱস্থা লওক @ নেদাৰলেণ্ড এই ক্ষেত্ৰত আগবঢ়া আৰু উপযুক্ত।।

  • @pboroboro6837
    @pboroboro68379 ай бұрын

    মামাই নেদেখে। মামা ডাকক্তৰ তাত যা।

  • @babaschannel6099
    @babaschannel60999 ай бұрын

    মই কোনো শাসন পক্ষ ক সমথন বা অসমথন কৰিবলৈ কোৱা নাই। ইমান বছৰে আমি এই সমস্যা দেখি শুনি ভূগি আহিছো। আমি জনসাধাৰণৰ তাৰ বাবেও জগৰীয়া একপ্ৰকাৰৰ। নিজৰ কাম হলে অনৰ কথা নাভাব হও। কোন কোন দিশৰ পৰা পানী আহি জমা হৈছে আৰু কোন দিশে নলা দিলে ভাল হব এতিয়াই চিহ্নিত কৰী থৈ খৰালিত চৰকাৰক হেঁচা দিলেহে কাম হব। (মোৰ মনৰ ভাৱ প্ৰকাশ কৰিলোঁ।)

  • @CHINMOYGAMING-jr4of
    @CHINMOYGAMING-jr4of9 ай бұрын

    Val koreli aru vit debi

  • @madhurjyadeka5248
    @madhurjyadeka52489 ай бұрын

    শালি তলি ,বাও তলি ,বাৰি মাটিৰ শ্ৰেণী আছে ।চিটিত থাকিবৰ থাকাৰ হেঁপাহত যতে ততে ঘৰ সজাই আনক দোখিলে কি হব ।সাধাৰণ ৰাইজক উন্নতি আঁচনি দিয়াৰ বাবে চৰকাৰক দুখিলে কি হব ।

  • @utpaldeka5628
    @utpaldeka56289 ай бұрын

    Konai dekhai napai...

  • @rakashdas9087
    @rakashdas908711 күн бұрын

    পৌৰ কৰ্মচাৰীৰ কি হব চাৰ মৰি মৰি শেষ হল

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z9 ай бұрын

    ষ্কুল বন্দ্ব কৰখ

  • @bolinsaikia362
    @bolinsaikia3629 ай бұрын

    Moja dai aru BJP k vote dibo... smart city😂😂😂😂😂😂

  • @pritamkumar-wx5nj
    @pritamkumar-wx5nj9 ай бұрын

    Mama zindabad ..sakori kelenkari,mati kelenkari.. koto ze bipod

  • @phylungbarman8226
    @phylungbarman82269 ай бұрын

    Fly over upordi gari jbo aru toledi naw.....ki planing 😅😅

  • @babitatalukdar8541
    @babitatalukdar85419 ай бұрын

    Assamar mantri sakalar kathar kiba mulya ase buli nabhabu.

  • @debotoshchakraborty8865
    @debotoshchakraborty88659 ай бұрын

    Sreenagar and Tarun Nagar must be included

  • @sanjibsaikia747
    @sanjibsaikia7479 ай бұрын

    মিছা কথা । এইবোৰ পানী নহয় । H2O হে হয় ।

  • @pulakkonwar5082
    @pulakkonwar50829 ай бұрын

    Padumphul panit hoi

  • @bapibonik2091
    @bapibonik20919 ай бұрын

    Vh2 Abiar B G P Sorkar

  • @jbcreationofficial6135
    @jbcreationofficial61359 ай бұрын

    Eyat dux ghy r manuhore

  • @christymuchahari8819
    @christymuchahari88199 ай бұрын

    Very good mama loi......

  • @awalkazi1588
    @awalkazi15889 ай бұрын

    Aji Gaurav Roy r comment nai dekhon, beserar ghorot pani uthise sage..😂

  • @deepgogoi7923
    @deepgogoi79239 ай бұрын

    Eaijoni hangkhod pagoli hoi

  • @marketznews2516
    @marketznews25169 ай бұрын

    Ei panikhini mamai kina 50 bigha matit pothai dile hol

  • @Gaoliya208
    @Gaoliya2089 ай бұрын

    Pani dekha buli kole sangbadik a xudhibo nhy tente silsakot misate ghar bilak kio bhangile apuni ...jodi pani nejai a silsakore😂😂

  • @khagensaikia4492
    @khagensaikia44929 ай бұрын

    Mati dekha manuh he pani kot dekhibo

  • @daduamguri3054
    @daduamguri30549 ай бұрын

    Eigorakie etia he delhi se Ba ba election ahise j

  • @Lachit24
    @Lachit249 ай бұрын

    Aku ebar modi sorkar

  • @pankajpandit9050
    @pankajpandit90509 ай бұрын

    Metropolitan or ai obostha…😂😂😂😂

Келесі