Dibrugarh Floods 2024: মহানগৰ ডিব্ৰুগড় নে মহাসাগৰ ডিব্ৰুগড়?

মহানগৰ ডিব্ৰুগড় নে মহাসাগৰ ডিব্ৰুগড়? প্ৰশান্ত ফুকনৰ ডিব্ৰুগড় প্ৰশান্ত মহাসাগৰ হ’ল। এনে এক ভয়াৱহ সময়ত জনতাৰ বাবে অহৰ্নিশে কাম কৰা বুলি দাবী কৰা বিজেপি চৰকাৰ আৰু প্ৰশাসনে ডিব্ৰুগড়ৰ বাবে কি কৰিছে? ব্ৰহ্মপুত্ৰ আৰু প্ৰকৃতিৰ ওপৰত দোষ দি দায়িত্ব সামৰাৰ অপচেষ্টা কিয়?
#dibrugarh #assamfloods #assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZread channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 144

  • @MainaKakati-hw1ti
    @MainaKakati-hw1ti6 күн бұрын

    হিমন্ত আহি আছে বাল্টিং লৈ

  • @sashibhatta5198
    @sashibhatta51986 күн бұрын

    প্ৰশান্ত মহাসাগৰ চাবলৈ ডিব্ৰুগড়ৰ বাসিন্দা সকল দূৰলৈ যাব নালাগে ৷

  • @pulakkonwar5082
    @pulakkonwar50826 күн бұрын

    নেতাসকলক ৰোদ স্বৌ কৰিবৰ বাবে আমন্ত্ৰণ জনাব লাগে

  • @DPffx
    @DPffx6 күн бұрын

    মহাসাগৰ নহ'লে কিহৰ মহানগৰ, বোপাই--- এই টোৱেই সত্য

  • @ushaburagohain6612
    @ushaburagohain66126 күн бұрын

    জাহাজ মন্ত্ৰী কত জাহাজ লৈ ডিব্ৰুগড়ৰলৈ আহিব লাগে নে কি কয় ৰাইজ 😅

  • @tumi28

    @tumi28

    6 күн бұрын

    জাহাজ ত ফুলদানি সজাইছে। কাৰণ তৰুন দদৌয়ে বাদ দিবলৈ কৈ থৈছে নহয় । আমেৰিকাতো বানপানী হয়😂😂😂

  • @Whatdoesthatmean11

    @Whatdoesthatmean11

    6 күн бұрын

    Apunaluke ako podum rule tat gotike ruok etiya hubidha kori dise aru podum rubole 😂

  • @IndrisTravel

    @IndrisTravel

    6 күн бұрын

    ব্ৰহ্মপুত্ৰৰ পানী টাউন তকৈ ওপৰত আছে গতিকে পানী ওলাই যোৱা নাই।

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm6 күн бұрын

    প্ৰশান্ত ফূকনৰ ডিব্ৰুগড় প্ৰশান্ত মহাসাগৰ হৈ ডিব্ৰুগড় অশান্ত হৈছে ।

  • @user-bc4pl3bb8j
    @user-bc4pl3bb8j6 күн бұрын

    আকৌ এবাৰ মোডী চৰকাৰ

  • @bhupensonowal-en9lo
    @bhupensonowal-en9lo6 күн бұрын

    ডিব্ৰুগড় চহৰৰ পানীত কৈয়ো ব্ৰক্ষ্মপুত্ৰৰ পানী ওপৰত আছে সেই কাৰণে ওলাই নাই জোৱা আপোনালোকে বুজিব চেষ্টা কৰা উচিত

  • @simsimagogoi9878

    @simsimagogoi9878

    6 күн бұрын

    Thk koise

  • @gourichamuah418
    @gourichamuah4186 күн бұрын

    সকলোৱে একেলগে কথা পাতি গোটেই টকাখিনি খালে।

  • @tumi28
    @tumi286 күн бұрын

    বাদ দিয়াহে। আমেৰিকাতো বানপানী হয়😂😂😂😂 ।অসম হে হবই

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl5 күн бұрын

    কোনো বাপেকৰ সাধ্য নাই পানীক বাধাদি ৰাখিবলৈ ৷জীৱ জন্তুৱে বুজি পায় ৷মানুহ শ্ৰেষ্ঠ প্ৰাণীয়ে কিয় বুজি নাপায় ৷ সকলো কাম চৰকাৰে কৰিব লাগে ? নিজৰ ৰাস্তাৰ সন্মুখৰ বোকা হোৱা ঠাইৰ পৰাযে পানী উলিয়াই দিব লাগে আজিৰ মানুহ তাকো অৱহেলা কৰা হল ৷ গতেকে চৰকাৰে ভাত মুঠিকেইটাকো খুৱাই দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷নহলে অসমত কেতিয়াও শান্তি নাহে ৷

  • @nilkamalsonowal1728
    @nilkamalsonowal17285 күн бұрын

    এইবাৰ পদূম ফূলিব যেন পাও, ডিব্ৰুগড় মহাসাগৰত 😅😅😅.....

  • @khagenborgohain5600
    @khagenborgohain56006 күн бұрын

    বিধায়কক ধন্যবাদ নিদি নোৱাৰিলো ! !

  • @abhijitborah5499
    @abhijitborah54996 күн бұрын

    মোৰ মতে town খন জেক লগাই 100 মিটাৰ মান উঠাই দিয়া উচিত।

  • @horensaikia3131
    @horensaikia31316 күн бұрын

    কৈ থকা জনে পাৰিব নেকি ?

  • @Santannu

    @Santannu

    6 күн бұрын

    Jonotar protinidhi aru sorkaror kortyobo ki?

  • @mrinalgogoi8584

    @mrinalgogoi8584

    6 күн бұрын

    Teu nijor kam korise,

  • @SubasonTaye-mo7qp
    @SubasonTaye-mo7qp6 күн бұрын

    Very good new

  • @AchiniBoruah
    @AchiniBoruah6 күн бұрын

    মোৰ মতে নলাবোৰত জাম হৈছে সেইকাৰণে বাৰিষাৰ আগত এবাৰ চফা কৰিব লাগিছিলে , আৰু টাউনখন বহুত চাপৰত আছে সেইকাৰণে পানী ওলাই যাব পৰা নাই

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n6 күн бұрын

    আপোনালোকৰ জাহাজৰ সবা মহোদয় কত গল

  • @DuttaPartha
    @DuttaPartha6 күн бұрын

    Dibrugarh town t jorhat r 1by 4 th size😮😮eneye Kiyo level diyo.eneye level diyo je.assam's second largest city is jorhat.😂😂😂

  • @stargamingchannel4526
    @stargamingchannel45266 күн бұрын

    Apunaluke ji manei news nokore kio moiu Dibrugarh manuh Nola nordoma burot manuhe bure jab pelai manuh bure letera dangor dangor ghr haje kintu Nola nordoma nobonai

  • @tumi28

    @tumi28

    6 күн бұрын

    Hoi sorkarokor or tu vul ase kintu jonohadharonoru vul ase bohut

  • @Handwovenclothes
    @Handwovenclothes6 күн бұрын

    এই মহানগৰ

  • @user-wg5bm2qx6g
    @user-wg5bm2qx6g6 күн бұрын

    Smart city Dibrugarh 👌

  • @user-pw7ul7pk3d
    @user-pw7ul7pk3d6 күн бұрын

    Hosai kotha

  • @kripalsaikia924
    @kripalsaikia9246 күн бұрын

    😮

  • @rajbaba2432
    @rajbaba24326 күн бұрын

    unfortunate situation

  • @HaruAhmed-mb8wi
    @HaruAhmed-mb8wi6 күн бұрын

    Waooo fantastic reaction, eane loog haday hamaj jatir babey Dibrugarh Raije aakou vote dibay laagib.

  • @tumi28

    @tumi28

    6 күн бұрын

    raije kak dibo koksun . Sobtu akei no na cingress na bjp . Congress or dinot bad diahe buli koi koi manuhok thogil aru atia tu koboi nalage . Kak dibo sob ake khanewala

  • @dilipsaikia2179
    @dilipsaikia21796 күн бұрын

    অন্ততঃ ডিব্ৰুগড়ৰ আৰক্ষী চাউনী বিলাক ওখ ঠাইত বনাব নোৱাৰিনে

  • @jadavgogoi944
    @jadavgogoi9445 күн бұрын

    এইটো চেলেপু কাম নাইকীয়া বিধায়ক। ই নিয়ম মতে আগতে আলু- পিয়াজৰ মালা পিন্ধা দি ,গৰু গাড়ীত যোৱাদি কলৰ ভূৰ চলাই দিশপুৰলৈ যাব লাগে।

  • @subhaborah3521
    @subhaborah35215 күн бұрын

    বিধায়কক কৈ কি লাভ, মানুহ বোৰেই যদি বুজি নাপায়

  • @user-wd5rg9gq9e
    @user-wd5rg9gq9e6 күн бұрын

    Moja😊

  • @TH7747
    @TH77476 күн бұрын

    Most iconic Headline 👏👏

  • @ParthaChowdhury-rz9wp
    @ParthaChowdhury-rz9wp6 күн бұрын

    So sad

  • @KIRANSAIKI
    @KIRANSAIKI6 күн бұрын

    Hosa kotha

  • @purnanandatahbilder9559
    @purnanandatahbilder95596 күн бұрын

    প্ৰশান্ত নে অশান্ত

  • @user-pl2ky1fd4n
    @user-pl2ky1fd4n5 күн бұрын

    2:24

  • @MaoBourah
    @MaoBourah6 күн бұрын

    Stir light theka dedeaase aafalorpora bondh hoigiaase ki kam

  • @nirugohain3692
    @nirugohain36926 күн бұрын

    সবে সবা ক'ত

  • @MaoBourah
    @MaoBourah6 күн бұрын

    Khotom strit light bty

  • @pranabgogoi6283
    @pranabgogoi62836 күн бұрын

    Bhalei hol. Prithibite aru ekhon moha sagor hol. Nam hol Dibrugarh moha sagor.

  • @buddhachoudhury3368
    @buddhachoudhury33686 күн бұрын

    Kebol sarkarok dosh dile nohobo nijor dokan baa ghoror aagote thoka nolatu nijei safa rakhibo laage .ayai hoise aajir shikhito somajor muekhor udahoron.

  • @dsaikia8980
    @dsaikia89805 күн бұрын

    এইবাৰ সকলোতে ভালদৰে পদুম ফুলিব ন ?

  • @mofidulkhan5740
    @mofidulkhan57404 күн бұрын

    Amar ake obosta moi nije grt jabo noyarilo 😢

  • @kallolhazarika1326
    @kallolhazarika13266 күн бұрын

    Smart City bonalei baan pani hoi

  • @pushparajan9084
    @pushparajan90846 күн бұрын

    Plane nhuake town hole enekwai hoi

  • @bhagyalokhisonowal76
    @bhagyalokhisonowal765 күн бұрын

    ব্ৰহ্মপুত্ৰ khanibo লাগে নহলে aru aku upai নাই

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c5 күн бұрын

    Prokhanto phukone nijor distrikt UN ata nam prokhanto Moha hagor Kori pelale ,bah bah disu de 😊😊😊😊😊😊😊😊😊😊😊😊😊😊 kune Parise hagor koribo ha😊😊😊

  • @sailenmedhi2684
    @sailenmedhi26846 күн бұрын

    খাজনত কে বাজনা বেছি হৈছে

  • @dharmeswarbrahma8226
    @dharmeswarbrahma82266 күн бұрын

    Dibrugarh new name is Dibrugarh sea.

  • @ghanashyamgogoi2877
    @ghanashyamgogoi28776 күн бұрын

    Hagor hoise ako ..Jate Sonowal e Port bonabo paribo ... development karone ...

  • @mf-xz6es
    @mf-xz6es5 күн бұрын

    সবা কত

  • @bimaltanti1563
    @bimaltanti15632 күн бұрын

    silender pys alu digiingit pindha manujon kot gol

  • @upenboro8825
    @upenboro88254 күн бұрын

    আমাৰ সবাৰ'দা কত

  • @sanjaysarma415
    @sanjaysarma4156 күн бұрын

    Mozza kana pisa atiya

  • @user-pl1zq1zo1q
    @user-pl1zq1zo1q5 күн бұрын

    চাংঘৰ বনাব লাগে

  • @nityanandadeka9351
    @nityanandadeka93516 күн бұрын

    😂ae mojjah

  • @aayangaao5635
    @aayangaao56356 күн бұрын

    পানী টো কোনে ৰকাৱ পাৰে বিধায়ক পানিটোক কাবনেকি 😂

  • @user-ej9mu3jk4q
    @user-ej9mu3jk4q4 күн бұрын

    আকৌ ভোট দি জিকাই দিয়া😅😅😅😅😅😅😅😅

  • @balendas4259
    @balendas42596 күн бұрын

    ৰাম মন্দিৰ হ'ল, নগাঁওৰ মহামৃত্যুঞ্জয় মন্দিৰ হ'ল । বানপানীত উটি ভাঙি গ'ল কি হ'ল । মন্দিৰটো হৈছে । জয় শ্ৰীৰাম ।

  • @tumi28

    @tumi28

    6 күн бұрын

    Dibrugarh ot ban mondir bonabo lagibo jai ban dewata jai pani dewata buli koi 😂😂😂😂

  • @bijukhatowal9575
    @bijukhatowal95756 күн бұрын

    আহাৰ মাহত বৰষুণ দিছে ।এই মাহত বৰষুণ দিয়ে সকলোৱে জানে । প্ৰকৃতি নিয়ম । গতিকে মন্ত্ৰী বিধায়কে কি কৰিব । ৰ'দ দিব পানী শুকাই যাব । এতিয়া ৰ'দ বৰষুণৰ দিলেও পানী শুকাই গ'লে ও চৰকাৰৰ দোষ । এই খন চৰকাৰে কিমান উন্নতি কৰিছে , সেইবোৰ হিচাপ ৰাখিব লাগে ।অকল চৰকাৰক দোষ দি থাকিব নপায় দেই ।

  • @NiponSaikia-xt7wq
    @NiponSaikia-xt7wq6 күн бұрын

    Posanto sagar . Sorbanondor dibrugarh .

  • @radhachura11
    @radhachura116 күн бұрын

    Port bonaise sonawalae 10 bosore . Fata fati development.. Aku ebar... Sarkar😅

  • @tumi28

    @tumi28

    6 күн бұрын

    Gogoie dekhun bad diahe buli koute gol .ki koril nu gogoie

  • @rajibroyroy-vr7dk
    @rajibroyroy-vr7dk6 күн бұрын

    Lazz nai ai sabor akhal poisa gathi thakhy khuthi khuthi thaka sab khot.

  • @user-pb1it4qw5s
    @user-pb1it4qw5s4 күн бұрын

    Municipal corporation ki galti

  • @jitendrarabha4660
    @jitendrarabha46606 күн бұрын

    ধেৎতেৰি ---- এই খণ্ডকাব্যবোৰ কেনেকৈ ভাবি পায়হে আপোনাকে---৷ধন্যবাদ ভাষা উদ্ধাৰকাৰীসকল৷ শাসনভাৰ নোপোৱালৈকে সকলোৱে একেদিনাই ৰাইজৰ অভাৱ,দুৰ্গতি আদি নোহোৱা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে,একেদিনাই দুখীয়াৰ দুখ নোহোৱা কৰি ধনী কৰাৰৰ প্ৰতিশ্ৰুতি দিয়ে--- পিছে,নিৰ্বাচনত জিকাৰ পিছত ফফৌ - ফফৌ৷

  • @budheswarsaikia3103
    @budheswarsaikia31036 күн бұрын

    Pasific ocean.

  • @bimaltanti1563
    @bimaltanti15632 күн бұрын

    mogoj many ki

  • @prabinmallabaruah8845
    @prabinmallabaruah88456 күн бұрын

    প্ৰশান্ত দাই ডিব্ৰুগড়ৰ হোটেল বোৰৰ কথাও বহুত চিন্তা কৰে দেই। প্ৰশান্ত দাই আগতীয়াকৈ হাফপেনট কিনোতেই বুজি পাইছিলো যে কিবা এটা হবলৈ গৈ আছে। আজি কালি দাদাৰ নামটো প্ৰশান্ত সাগৰ ফুকন কৰিলে হেনো। সৰ্বা দাই আকৌ কৃষ্ণগুৰু সেবাশ্ৰমত ধ্যান কৰি নিজৰ মানুহ খিনিক কেনেকৈ পানীত নুডুবা কৈ ৰাখিব পাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছেখৈ। বাণ মন্ত্ৰীয়ে আকৌ এইকেইদিনত ধৰ্ম চিন্তাত ব্যস্ত । কোনোবা এটা জনগোষ্ঠীৰ মানুহে হেনো নিজৰ মানুহ খিনিৰ ঝামেলা কৰিছে, তাৰে উদ্ধাৰত ব্যস্ত । মাতববৰ মন্ত্ৰীয়ে আকৌ ঝাৰখণ্ডতো দায়িত্ব পাইছে। তেও তালৈ গৈ মাথা মাৰি আছে কেনেকৈ অহা বাৰ দলক উদ্ধাৰ কৰিব পাৰে । সকলোৱে মাথো চিন্তা কৰি আছে ।

  • @IndrisTravel

    @IndrisTravel

    6 күн бұрын

    ব্ৰহ্মপুত্ৰৰ পানী টাউন তকৈ ওপৰত আছে, গতিকে পানী ওলাই যোৱা নাই।

  • @TCF573
    @TCF5736 күн бұрын

    Bina karonot toptopai thoka prokhanto ne ki heitu kot gol atya??? 😅😅😅

  • @sanjibbora9904
    @sanjibbora99046 күн бұрын

    Koi thaka jona Pariba na Pani Dhri Rakhi.

  • @NityaKonch-i5n
    @NityaKonch-i5n3 күн бұрын

    Jabo prasanto phukan sir hui dile pani nhbo jage

  • @louishahmedlouishahmed7076
    @louishahmedlouishahmed70764 күн бұрын

    Atya ha halicopter dorker.matro vote or homoit dekha Pau.

  • @Jaggu2983
    @Jaggu29835 күн бұрын

    Mahanagar holei 2 enekua hoi...😂

  • @hemantamech4584
    @hemantamech45846 күн бұрын

    Dibru nodiii

  • @RatneswarTaye-lz8te
    @RatneswarTaye-lz8te6 күн бұрын

    বেয়া উৱা নাই ছোৱালী চুটি কাপোৰ পিদিবলৈ হেনো মন জাই

  • @Jyotishmita41
    @Jyotishmita414 күн бұрын

    Translate. To english

  • @sonowalguwahativlog5320
    @sonowalguwahativlog53204 күн бұрын

    Kam ni aito ML

  • @molinadas9009
    @molinadas90096 күн бұрын

    Vot gol ..jikil .. Kha etia vimkoltu... Sariufale Aandhar light nai..vitorot pani.. Aakou ebar Modi sorkar..gai gai pani khisi Aasu.. ❤❤ Kunubai Jodi etia kiba koi .. Pani tuka gamlatu mari pothiam...mukhot mukh beka hoi juake...

  • @user-zk8eb1sx1w
    @user-zk8eb1sx1w6 күн бұрын

    Mohanogar pora Maha Hagor hol

  • @BhupenGogoi-jp6ti
    @BhupenGogoi-jp6ti6 күн бұрын

    Tal.tal.phukon.onion.phukon

  • @Axomi567
    @Axomi5676 күн бұрын

    Lachit borphukan Dekhat koi mumai dangar nohoi

  • @anilhazarika9323
    @anilhazarika93236 күн бұрын

    Modiji Modiji buli development development buli rajpat khai dibrugarhrmanuhok aei abostha.

  • @IndalulKhalong...
    @IndalulKhalong...6 күн бұрын

    Borokhun dile banpani hobo a..

  • @raktim.konwar

    @raktim.konwar

    6 күн бұрын

    Borokhunor rua pasot panibur kio roi thake baru, eman dangor dangor drain bonai dse, panibur bor jedi, nolaloi najai a.

  • @MaoBourah
    @MaoBourah6 күн бұрын

    Tele telor hagor

  • @rahulaxom2603
    @rahulaxom26036 күн бұрын

    Mojja... Oha bar ako vote tu BJP ke dibo dei.. 🙏🙏🙏

  • @tumi28

    @tumi28

    6 күн бұрын

    Upai nai kaknu dibo sobtu akei congrese jitu gelai thoise manuhor monot hukuai nai atia bjp e gelaise jodiu gela bilak uporote dekhi pua huagoi nai

  • @user-jv4go4vv8p
    @user-jv4go4vv8p6 күн бұрын

    Amar margheritat u pani hoise Jane apunar lukor n d news hang badik bur nahil je kiy

  • @udeshnasaikia7045
    @udeshnasaikia70456 күн бұрын

    Prasanto phukan c.m r ata moha gulam petokor bea dukhia raijor tokere kutetokia ke patele sorkaror toka khua jom aku kam 10 12 bosore nai kora aanki sarbanondo sunualeu aku kam nai kora udeshna saikia from jorhat dechoinagor

  • @barkhabarman755
    @barkhabarman7556 күн бұрын

    Smart city😂😂😂😂

  • @Sobiborrohman
    @Sobiborrohman6 күн бұрын

    Kot gol piyajor mala pindhajon

  • @mixmartialart744
    @mixmartialart7446 күн бұрын

    Prashanta maha sagar😂

  • @user-vq6ly9ud7z
    @user-vq6ly9ud7z6 күн бұрын

    😂😂assam 😂😂t sagar sab lagile dibrugarh gole hol ru guwahati

  • @mrinalhandique5217
    @mrinalhandique52176 күн бұрын

    okomoinnya mla.

  • @lalithazarika0110
    @lalithazarika01106 күн бұрын

    Vote datar upohar

  • @AmitPaul-fb4yk
    @AmitPaul-fb4yk6 күн бұрын

    Very sad

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko6 күн бұрын

    ফুকন দেবৰ দাঙৰ দাঙৰ কথা কামত নাই

  • @intajulzaman4393
    @intajulzaman43936 күн бұрын

    Pukhuri khandok barukhanar pani jama karok banpani nahoi, Amit Shah

  • @anusaikia2104
    @anusaikia21046 күн бұрын

    জ য় বিজেপি দলৰ জ য়।

  • @GuduSaikia-nw2kw
    @GuduSaikia-nw2kw6 күн бұрын

    Homobadona thakil

  • @tumi28

    @tumi28

    6 күн бұрын

    Tarun gogoie bad diboloi nukua hole aji anekua nohouei . Tarun gogoie bad diboloi kua babe Sarbanandoi fuldani sojai ase

  • @BackBenchers-l7t
    @BackBenchers-l7t6 күн бұрын

    Aru bjp voot diya

  • @tumi28

    @tumi28

    6 күн бұрын

    Congrese u ake gelai thoise gundho hekhei hua nai

  • @user-pl2ky1fd4n
    @user-pl2ky1fd4n5 күн бұрын

    B j p good

  • @thedevogramstory7483
    @thedevogramstory74836 күн бұрын

    Haha kukur to atia kot hui asa....

Келесі