Assam News: প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ লেতেৰা অধ্যায়

ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত পূৰ্বে কেতিয়াও সংঘটিত নোহোৱা এক কলংকিত অধ্যায় সূচনা হ’ল। সংঘৰ মূল দায়িত্ববাহী বিষয়াই লুটিপুটি খালে ভকত-বৈষ্ণৱে সংঘৰ বাবে দান কৰা অৰিহণাৰ ধন। প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে সংঘৰ নিজা তদন্তত ওলাইছে বহু বিস্ফোৰক তথ্য।
#assam #nd24live #nd24news #nd24assamese #livenews #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZread channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 129

  • @pankajgogoi7617
    @pankajgogoi761715 күн бұрын

    অতি ভক্তি চোৰৰ লক্ষণ । জয় গুৰু শঙ্কৰ' ।।। জয় শঙ্কৰদেৱ সংঘ কি জয় ।।।

  • @hemantachangmai158
    @hemantachangmai15814 күн бұрын

    গাহৰি পুহিলে এঘৰীয়া কৰে ,এতিয়া এই বাবুল চোৰটোক কি কৰিব আমি চাম |

  • @probingogoi9774
    @probingogoi977415 күн бұрын

    একো নহয় বাপজনা। চিন্তা নকৰিব ১ বা ২ বছৰ মান এঘৰীয়া কৰিব। পিছলৈ নাম এভাগী পাতি সঙ্ঘৰ বৰমূৰীয়া কেইজনক অন্ন পান কৰাই দিলেই সকলো শুদ্ধ হৈ যাব। চালা গুৰুজনাৰ নামত তহত বোৰ মহা কলঙক। সঁচা নে মিছা নিজে নিজকেই সুধি চাব, ,,,😅😅😅😅

  • @digantadas862

    @digantadas862

    14 күн бұрын

    You are right.

  • @user-ue7es5jg6l

    @user-ue7es5jg6l

    12 күн бұрын

    Correct

  • @h1239640
    @h123964014 күн бұрын

    ই হাৰামি বুলি মই , লুৰিন ডাঙৰীয়া লগত তৰ্ক কৰোতে আৰু political leaders লগত বেছি সলি গলি কৰোঁতে জানিছিলো।।

  • @Putulbhuyan
    @Putulbhuyan8 күн бұрын

    ।। মুক্তিত নিস্পৃহ যিটো সেহি ভকতৰ নমো।। সংঘীয় পন্থাৰ হৈ অনেক নীয়মৰ ধৰ্মীয় বৰঙনীৰ উৎপীড়ন সহি নিজকে নীচ বুৰ্বক যেন লাগিছে । নেপায় দেই সংঘৰ নামত ধৰ্মৰ নামত আমাৰ কষ্টৰ টকা আত্মাসাৎ কৰিব । প্ৰভূ কৃষ্ণহে বুলিলো । বোলে কথাতে কয় নহয় অতি ভক্তি চোৰৰ লক্ষন।

  • @powerofalisa4325
    @powerofalisa432514 күн бұрын

    ধৰ্মৰ নামত কলংক সনা এইজনা বাবুল বৰাক নঙঠা কৰি ৰাইজৰ আগত আঠুকঢ়াই থওক ।এওঁৰ কাৰণে বহুত নিবনুৱাৰ অৱস্থা কি হ'ল দেখছিলে ।মোৰ দৰে কিমানে শঙ্কৰ সঙ্ঘ এৰিব লগা হ'ল ।আৰু কত কি আছে ।

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s9 күн бұрын

    এইজনৰ কাৰ্যকালতে শঙ্কৰ সঙ্ঘৰ মান যঠেষ্ট অৱনমিত হ'ল।

  • @hangsha5519
    @hangsha551915 күн бұрын

    মুখত যিহে হৰিৰ নাম । মস্ত চুৰ হে ওলাল । 😂😂😂😂

  • @user-lm3pt6ik8d
    @user-lm3pt6ik8d8 күн бұрын

    ৱাচিং মেচিনত সোমালে সকলো চাফা হৈ যাব

  • @kalpanaborah8745
    @kalpanaborah874514 күн бұрын

    শংকৰ সংঘৰ গুৰুৰ নামত এই কেইটা কলংক

  • @debadutta4066
    @debadutta406615 күн бұрын

    আৰু বাকি বোৰৰ কি হব এনেকুৱা কিমান এতিয়া বাচি যাব যে ৰাইজ সচেতন হওক ঘৰ বিভিষন বোৰৰ পৰা

  • @Ramraj13333
    @Ramraj1333315 күн бұрын

    ধৰ্ম নামত এই বোৰ দালাল

  • @bhaskarbora2668
    @bhaskarbora266815 күн бұрын

    Mojah val lagil

  • @DebojitkrboraBora
    @DebojitkrboraBora9 күн бұрын

    ধৰ্ম তো ৰাজনৈতিক নেতা মন্ত্ৰী সকল সোমাই এনেকুৱা হয়।।

  • @achutananadabasumatary34
    @achutananadabasumatary3414 күн бұрын

    মহাপাপে চুব

  • @tirthajyotigogoi9942
    @tirthajyotigogoi994215 күн бұрын

    আমিও শংকৰদেৱ সঙ্ঘৰ পৰা আতৰিম আমাৰ কষ্ট পইছা খাবলৈ দিয়া নাই

  • @rebadas.88

    @rebadas.88

    14 күн бұрын

    Eku vul comments dia nai. Anekua bilakor karne val nalagea.

  • @dulumonigogoi3311
    @dulumonigogoi331115 күн бұрын

    কৃষ্ণ কৃষ্ণ উঠি অহা চামক কি শিক্ষা প্ৰদান কৰিছে।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml14 күн бұрын

    কাম, কোৰ্ধ, লোভ, মোহ নৰকৰ দ্বাৰ। হেন জানি ইহাকে কৰিও পৰিহাৰ।। এয়া গীতা শাস্তৰ মহান বাণী। ভকতি ঠিকেই কৰিলে কিন্তু লোভে সকলো বৰবাদ কৰি পেলালে। পাৰি বনে পুনৰ ঘুৰি বলে ?

  • @HemantaHazarika-pd7zb
    @HemantaHazarika-pd7zb15 күн бұрын

    লাচ নাইকিয়া

  • @keshabhazarika1815
    @keshabhazarika181514 күн бұрын

    চবকে টকা ক্ষমতা লাগে - সেয়ে ৰাজনীতি , ধৰ্ম বা আন ঠাইত থাকিব লাগে।

  • @bipinkonwar6673
    @bipinkonwar667314 күн бұрын

    লোভ মোহ বেয়া কথা আইন ৰ মজিযালৈ

  • @TithoBoro
    @TithoBoro10 күн бұрын

    Bahut val korise,

  • @bitukonwar2116
    @bitukonwar211614 күн бұрын

    অতি ভক্তি চোৰৰ লক্ষ্যণ ,,আজি কথাষাৰৰ সত্য প্ৰমাণিত হ'ল

  • @dipankardeka3110
    @dipankardeka311014 күн бұрын

    লুৰিণজ্যোতি গগৈ দাদাক গালি পাৰোতেই গম পাইছিলো এখেতৰ নাটক

  • @ritubora4782
    @ritubora478214 күн бұрын

    Mojja 👏👏

  • @Rana-hg8hg
    @Rana-hg8hg15 күн бұрын

    RSS ৰ শৰণাপন্ন হৈ ৰাজনৈতিক নেতা হোৱাৰ সপোন ৰচি আছে

  • @khargeswarkalita4630
    @khargeswarkalita463014 күн бұрын

    CBI ED ক দিব লাগে।

  • @aparajitatamuli7273
    @aparajitatamuli727312 күн бұрын

    বাবুল বৰা ডাঙৰীয়াই জেলত গৈ ভাগৱতৰ আচল তত্ত্ব উপলব্ধ কৰক, জয় গুৰু শংকৰ,কৃষ্ণ❤

  • @madhurjyadeka5248
    @madhurjyadeka524814 күн бұрын

    ধৰ্মত কলংক ।ভাল মাছেই মিৰিকা ।

  • @arupkumarnath2993
    @arupkumarnath299313 күн бұрын

    Morigaon

  • @abhijitgoswami9583
    @abhijitgoswami958312 күн бұрын

    গছৰ গুৰিত বেছিকৈ পানী ঢালিলে নেকি 😂

  • @diliphazarika8581
    @diliphazarika858114 күн бұрын

    এই জন ৰাজনীতিৰ মানুহ টকাৰ লোভ বেছি

  • @Sutmaroni-vu8vt
    @Sutmaroni-vu8vt14 күн бұрын

    Aru ase aru ulab

  • @birenkonwar9666
    @birenkonwar966614 күн бұрын

    আমাৰ সমাজত কথা এশাৰী আছে নহয়,বোলে মহন্তৰ চিন মাহনিত।

  • @anupomborah2582
    @anupomborah258213 күн бұрын

    হোম পুৰি ছোৱালী বিয়া দিব বুলি শুনিলেই বহিস্কাৰ কৰা সংঘৰ সংবিধানে এই বোৰক অপৰাধ কি বিচাৰ কৰিব৷ সমাজৰ পৰা বহিস্কাৰ কৰিলে অলপ দিনৰ পাচত অন্য অনুস্থান সোমাই যাব৷লেঠা খতম

  • @kushalsaikia3561
    @kushalsaikia356114 күн бұрын

    অতি ভক্তি চুৰৰ লক্ষণ।আজি কথাৰ নহয়।

  • @user-jc3jv7nh1p
    @user-jc3jv7nh1p14 күн бұрын

    Vokotr namot sutia aitu

  • @hemantamahanta5578
    @hemantamahanta55788 күн бұрын

    কৃষ্ণ কৃষ্ণ‌ বাবুল বৰাই নিয়া টকাখিনি তেখেতৰ ঘুৰাই লব লাগে আৰু তেখেতক সংঘৰ পৰা বহিষ্কাৰ কৰিব লাগে ।😊

  • @debaprasadborah1329
    @debaprasadborah132911 күн бұрын

    Think about you

  • @user-cr6cx5rj5o
    @user-cr6cx5rj5o11 күн бұрын

    কৃঞ্চ, জয় গুৰু শঙ্কৰ,সংঘৰ পদবীয়েই নহয়,এনেকুৱা বাপৰ সংগী পদেই বাতিল কৰিব লাগে ,লুৰিণজ্যোতিৰ লগত লাগোতেই দুমূখীয়া চৰিত্ৰ ওলাইছিল ।

  • @debakantasaikia1937
    @debakantasaikia19377 күн бұрын

    যদি কথাবোৰ সত্য হয় তেন্তেহলে তেও নিশ্চয় হুলুকা হুলুকে তেজ বমি কৰিবই লাগিব । আগতে এনেকুৱা ঘটনা হৈছে কিন্তু ।

  • @BoraH932
    @BoraH93215 күн бұрын

    Axom sahitya sabha r pra Paramananda MLA hol eyabar Babul r pal MLA hua😮

  • @manjubarman1855
    @manjubarman185510 күн бұрын

    ঈশ্বৰ আছে

  • @rajibsaikia1261
    @rajibsaikia126115 күн бұрын

    Gaon or dukhia sadharan vabe jiban japan kori amuthi amuthi saul aru arihona poisa bur anekoi saradh kori sompoti pahar bonale. Sanghar mul or pora case file korok.

  • @anantamazumdar133
    @anantamazumdar1332 күн бұрын

    Eijon Babul Bora Assam Grameen Vikash Bank-or vikhoya asil neki ?

  • @pankajborah3616
    @pankajborah361610 күн бұрын

    Dkhiboi mn njai aijonak...

  • @villageblogger5m523
    @villageblogger5m52314 күн бұрын

    অপৰাধিৰ কোনো ধৰ্ম নাই, okl miyaa bea kam nkre

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v9 күн бұрын

    গাহৰি পুহিলে এঘৰীয়া কৰাবোৰক পাপে ছোব।‌

  • @Sankar_Jb
    @Sankar_Jb8 күн бұрын

    Nagaon r kot ghor aijon r😅😅

  • @nayanjyotideka6588
    @nayanjyotideka658815 күн бұрын

    Poisa bur recover hobone

  • @ankurdeka6250
    @ankurdeka625012 күн бұрын

    Kakai Bhai duyutai dhurandhar. Songhai chinipua deri hol.

  • @satyajitnicesonggogoi8514
    @satyajitnicesonggogoi85149 күн бұрын

    লোভ মোহ দোহো বাঘ সততে নচাৰে লাগ উদাহৰণ বৰা বাপ ?

  • @parishmitachoudhury930
    @parishmitachoudhury93015 күн бұрын

    Baap Jona sun mosto khokua😂😂😂 ......... 🙏🙏 Koi sob luti lole

  • @babusaikia7886
    @babusaikia788614 күн бұрын

    অতি ভক্তি চোৰৰ লক্ষ্যন

  • @BackToback-o9f
    @BackToback-o9f13 күн бұрын

    Johora aitu kula valuk Tu 😂😂😂

  • @jayadass2681
    @jayadass26818 күн бұрын

    ছিঃ ছিঃ ধৰ্ম নামত টকা ঘটি খাবলৈ লাজ নালাগেনে? বগা ভক্তি বস্ত্ৰ পিন্ধি ৰ চোৰৰ ধানদা।

  • @commenti5459
    @commenti545913 күн бұрын

    ই বৈকুণ্ঠত স্থান পাব

  • @souravmalakar5389
    @souravmalakar53896 күн бұрын

    বাবুল এ এইবাৰ মিনিষ্টাৰ হব

  • @ratulbordoloi2238
    @ratulbordoloi223815 күн бұрын

    Ehote Srimanta sankerdev xeh koril

  • @pranabgogoi6283
    @pranabgogoi628315 күн бұрын

    Bora bap , eiya ki ?

  • @BackToback-o9f
    @BackToback-o9f13 күн бұрын

    Johora aitu kula valuk Tu 😂😂😂 3:00 3:02 3:05 3:06 3:06 3:07 3:07 3:07 3:07 3:07 3:08 3:08 3:08 3:08 3:08 3:08 3:09 3:09 3:09 3:09 3:09 3:10 3:10 3:10 3:10 3:10 3:10 3:11 3:11 3:11 3:11 3:11 3:12 3:12 3:12 3:12 3:12 3:12 3:13 3:13 3:13 3:13 3:13 3:13 3:14 3:14 3:14 3:14 3:14 3:15 3:15 3:15 3:15 3:15 3:15 3:16 3:16 3:16 😅😅😅😅

  • @probinkumarkakati6151
    @probinkumarkakati615114 күн бұрын

    এই দুইনম্বৰী দেৱগৰাকীৰ অৱস্থা কি হৱ এতিয়া ?

  • @shristiyasultana2079
    @shristiyasultana207910 күн бұрын

    এয়া নেকি ধৰ্মৰ নামত বেপাৰী

  • @user-df9hk9rt7f
    @user-df9hk9rt7f14 күн бұрын

    bohut agote newsot nam ulaisil tatiai bibosta lob lagisil.

  • @rajumonibaruah8389
    @rajumonibaruah838912 күн бұрын

    ধৰ্মৰ নামত কলঙ্ক কেনেকৈ পাৰে ইমান বেছি তললৈ যাব। কৃষ্ণ কৃষ্ণ

  • @Assamesemix191
    @Assamesemix19113 күн бұрын

    Moi ata katha kob khuji apunal ok k karan jibilake comment bor likhise hoito mont duhk paise aikarane sri manta sankar dev r lgte amar Assamese manhu khiniu khakolu re abeg jorit hoi ase bora baap jonai jodi aito krise val kaam kora nai .. aiyar patifal adin paboi . Sankar dev sangha t kunuba ajon manhu ahile mana krib nuware koneu so bora baap jon ahute val bea gom powa najai .aru atia aito bea kaam krise but moi apunalok ata anurod krisu jate sankar dev r ai dharmo took bea koi nakoi ba sankar dev r bikhai bea koi nilikhe... Krishna

  • @dharmaphukon3166
    @dharmaphukon316610 күн бұрын

    এই বোৰ ধৰ্মীয় প্ৰতাৰক,।

  • @rajumonibaruah8389
    @rajumonibaruah838912 күн бұрын

    ঘৃণনীয় ভাষা নাই।কাম ক্ৰোধ লোভ মোহ নৰকৰ দুৱাৰ জানিও বিনাদ্বিধাই বেয়া কাম।

  • @hemantamahanta8384
    @hemantamahanta83849 сағат бұрын

    পাপে চুব ধৰ্মৰ নামন পইছা খোৱা এই পাপি মুখা পিন্ধা জনক

  • @upangkarhazarika6051
    @upangkarhazarika605110 күн бұрын

    Aitu sur hoi babul johoratur

  • @prasannatamuli699
    @prasannatamuli69912 күн бұрын

    Pisr hmoikhini jelt thakible diok

  • @HemantaKonch-fj6of
    @HemantaKonch-fj6of10 күн бұрын

    Babul sur

  • @assameser.c.devices3792
    @assameser.c.devices379214 күн бұрын

    Dhongkha habo

  • @pangkajdeka6510
    @pangkajdeka651014 күн бұрын

    Koli feti tu 🐍🐍🐍

  • @nabindas7409
    @nabindas740914 күн бұрын

    Bartaman dharma tu business hoise

  • @RidipKrBora
    @RidipKrBora14 күн бұрын

    চোৰ বিলাক এনেকুৱাই যদি কথাটো সঁচা

  • @basantabora1272
    @basantabora127214 күн бұрын

    Sobei lute sage, eu dhora pori gol, etia eghoria kori dilei hol

  • @haritj3915
    @haritj391514 күн бұрын

    😂😂😂😂 babul da Sur ha hol goi nii. Aghoriya kodok raija eyak

  • @PalashAadi
    @PalashAadi10 күн бұрын

    An example of Babul Bora's corruption: During the UGC visit, he assured us that we would receive a 20% refund of our tuition fees for the last semester of our M.A. program. However, despite completing our master's degree in 2022, we have yet to receive the promised refund.

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    8 күн бұрын

    গাহৰি কুকুৰা পুহিলে এঘৰীয়া কৰা বাবুল বৰাই এতিয়া কি উত্তৰ দিব ।সংঘৰ নামত লাখ লাখ অসমীয়া মানুহক এলেহুৱা কৰি পেলাইছে ।

  • @khanindranath1869
    @khanindranath186914 күн бұрын

    Moi aagor pora janu .himntar logot log lagi mla ticket lowa matha marsil

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j14 күн бұрын

    জেলত ভৰাই দিয়ক ইয়াক কেলা ৷ লেওৰা বাপ ৷

  • @gobindaborah9606
    @gobindaborah960614 күн бұрын

    Akol Babul Bora e i nohoi gutei khan gela. Poitek adhibekhanat bhal komai hoi.

  • @trinayanvlogs3128
    @trinayanvlogs31288 күн бұрын

    Mohan sur

  • @kabitabhuyan545
    @kabitabhuyan54514 күн бұрын

    Jail যাবনে

  • @Mridupabankonwar
    @Mridupabankonwar14 күн бұрын

    E dhankho korile.... Yak kio uliabo nuare re

  • @user-pm1gv4zv2h
    @user-pm1gv4zv2h14 күн бұрын

    Teolukor Family tuye letera 😂

  • @SatymevaJayate007
    @SatymevaJayate00715 күн бұрын

    বাপৰ পাপ ৷ সম্পত্তি বাজেয়াপ্ত কৰা নাই কিয় ? মূখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক ক’ত ? চৰকাৰ নিচুপ নিমাত কিয় ?

  • @abhinababora462

    @abhinababora462

    15 күн бұрын

    Toi bedeshi dalal hoi sai baba kotha sinta kor

  • @zeal6360
    @zeal636013 күн бұрын

    Dekhi a sudurvi lge politics jur dhanda mama ru BJP RSS r logt khub vl

  • @parikshitgogoi2649
    @parikshitgogoi264914 күн бұрын

    Jail nhb nki .....wah kla

  • @nibirkrbarua1394
    @nibirkrbarua139413 күн бұрын

    বাপজনা মানে চোৰ…কপৌচেলোৱা দুটামান দিব লাগে

  • @bhagabanbanikya5767
    @bhagabanbanikya576710 күн бұрын

    Surr basha😅

  • @ritubora4782
    @ritubora478214 күн бұрын

    😂😂😂😂

  • @chandanjyotikalita6229
    @chandanjyotikalita622915 күн бұрын

    Ihotor loikhoi khua

  • @user-pu8tz6oo6w
    @user-pu8tz6oo6w15 күн бұрын

    Bape xekh e korile,,,ai Bape aaru Lurinok somalosona kore. Bapok moi xeidinai ghrina korisilo. Bap eta boddhyo foruwa

  • @kusheswarmedhi3307
    @kusheswarmedhi33079 күн бұрын

    Oi gerua master bap kino lila tumar

  • @amritborah4276
    @amritborah427615 күн бұрын

    Bhandra Bhakat hoi. E bap nohoi beinami bhakat.

  • @user-gd1ng3bm7u
    @user-gd1ng3bm7u15 күн бұрын

    Sab misa.

  • @BimanChutia-c2m
    @BimanChutia-c2m7 күн бұрын

    Anjana moha papi

  • @user-ty1ij3eh5v
    @user-ty1ij3eh5v13 күн бұрын

    😂😂😂😂 অতি ভক্তি চোৰৰ ....

  • @BackToback-o9f
    @BackToback-o9f13 күн бұрын

    Sud iyak 😂

Келесі