চেঙাৰ ভিন্ন প্ৰান্তত কৃষকৰ হাহাকাৰ....

প্ৰলংকাৰী বানত বিস্তৰ ক্ষতিসাধন খেতিপথাৰৰ। কৃষিভূমি পানীত ডুব যোৱাত নষ্ট হৈছে বহু পাচলি। চেঙাৰ ভিন্ন প্ৰান্তত কৃষকৰ হাহাকাৰ।
#PratidinTime #assam #AssamNews

Пікірлер

    Келесі