Assam News: শিক্ষয়িত্ৰীৰ গাড়ীৰ খুন্দাত নৱবিৱাহিত যুৱকৰ মৃত্যু

শনিবাৰে মহানগৰীৰ দিঘলীপুখুৰীৰ পাৰত সংঘটিত পথ দুৰ্ঘটনাই লৈছে নতুন মোৰ। ডিভাইদাৰত খুন্দিয়াই মৃত্যু হোৱা নাছিল সৰুপেটাৰ যুৱক ভাৰ্গৱজ্যোতি বৰ্মনৰ। এগৰাকী শিক্ষয়িত্ৰীৰ গাড়ীৰ খুন্দাতহে প্ৰাণ গৈছিল ভাৰ্গৱৰ।
#assam #livenews #nd24news #nd24live #nd24assamese #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZread channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 224

  • @Bi_RaaG_
    @Bi_RaaG_19 күн бұрын

    কেতিয়াবা অনাকাঙ্ক্ষিতভাৱেই দুৰ্ঘটনা হৈ যায়... কিন্তু, এনে মুহুর্তত পলাই নগৈ আঘাত পোৱাজনক সহায় কৰিব লাগে...

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    বদমাচ মানুহে তেনেকুৱা নকৰে নহয়।

  • @priyompriyabora5362

    @priyompriyabora5362

    16 күн бұрын

    Thike koise, Tau hspitlt loi jab lagisil lgalg , polai kyo goise.. val manuhe katyau anakua nkrili hoi.

  • @dipankarkalita1398
    @dipankarkalita139818 күн бұрын

    ৩০-৪০মিনিট ককবোকাই আছিল , মহানগৰ খনত এনেকুৱা এজন মানুহ নোলাল মেডিকেল নিয়াৰ বাবে 🥲। আমি গাঁৱলীয়াবোৰে গৰু গাড়ী উঠাই হলেও লৈ যাও 🙏 যান্ত্ৰিকতাত মানুহৰ মানৱতা হেৰাই গৈছে

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    চহৰৰ মানুহৰ পৰা আশা কৰে নে ?

  • @janardanbora2803

    @janardanbora2803

    16 күн бұрын

    আজিৰ যুগত সহায় কৰা মানুহ নু ওলাই কেৱল ওলাই ফটো মৰা ভিদঅ বনুৱা এই অৱস্থা অসমৰ এই মানুহ বোৰৰ

  • @shrutikashyap2691

    @shrutikashyap2691

    16 күн бұрын

    চহৰ তাকো গুৱাহাটীৰ মানুহৰ পৰা একো আশা নকৰিব । মানুহে চাই গুচি যায়।

  • @putusvlog5178
    @putusvlog517819 күн бұрын

    এতিয়া Hit And run Case হয় নে নহয় বা, কাৰণ আমাৰ বাইদেউ শিক্ষক আকৌ।

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    ৩০০ শাৰিৰ নিবন্ধ এখন লিখি দিলেই বোলে আমাৰ দেশত অপৰাধী মুক্ত হয় যায়😂।

  • @ultra8142
    @ultra814219 күн бұрын

    গুৱাহাতীৰ মানুহ গাল কিবা অভদ্ৰ Type ৰ, নিজকে London ত থাকো বুলি ভাৱে মই ও এবাৰ গুৱাহাতীৰ Traffic ত Bike চলাই গৈ আছিলোঁ, Traffic ত কিমান Speed দিব মানুহে আপোনালোকে নিজেই চিন্তা কৰক বগা Bollero চলাই অহা বুঢ়া এটাৰ মোক পিছফালৰ পৰা খুন্দা মাৰি পেলাই দিছে, ভাগ্য ভাল আছিল কাৰণে বাচিলো আৰু মানুহ টো অলপ টান আছিলোঁ মই, Bike খন অলপ Damage হল খুন্দা মাৰি সি নৰলেই, পলাই গুছি গল ফকতিয়া গেলা জেগা গুৱাহাটী

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    😂একদম ঠিক কথা

  • @nitindas3998

    @nitindas3998

    17 күн бұрын

    গুবাহাটী কিয় মৰব আহা গাও থাকি মৰ

  • @ultra8142

    @ultra8142

    17 күн бұрын

    @@nitindas3998 বাপেৰে গুৱাহাটী খন কিনি থৈছে নেকি তুৰ? হিমন্তক কবি তহঁতৰ গুৱাহাতীৰে মানুহ নহই জালুকবাৰীৰ, যে important office বোৰ, University বোৰ গুৱাহাতীৰ পৰা সৰু সৰু চহৰত Shift কৰিবলে তেতিয়া টোৰ গেলা গুৱাহাটী গচকিবলে কোনো নাহে

  • @popysaikia833

    @popysaikia833

    16 күн бұрын

    Jegat dise apuni ...bohut ovodro mnuh bur ..ami gawaliya hbo paru but tahatot ke besi val ke thku . tahotor fokotia lbl amar agot dekhai lav ny

  • @rupjyotisarma7434
    @rupjyotisarma743418 күн бұрын

    এইটো দুৰ্ঘটনা বুলি কব নে ইচ্ছাকৃতভাৱে কৰা বুলি কব!!! খুন্দা মাৰি সেই ঠাইত ৰখিলে ৰাইজৰ ৰোষত পৰিব পাৰে, বুজি পালো, কিন্তু তেওঁ থানালৈ অন্তত যাব লাগিছিল।।। বহুত বেয়া কাম হৈছে এইটো।।অতি দুখজনক।

  • @user-wv2jf8qh9c
    @user-wv2jf8qh9c19 күн бұрын

    বান্দৰী জনিৰ চাকৰি তো তেখেতৰ পত্নিক দিব লাগে আৰু বান্দৰী জনিক জেলত দি ভাল কৈ ফলা বাহেৰে কোব দিব লাগে

  • @Darkboygaming8

    @Darkboygaming8

    19 күн бұрын

    0

  • @kalpanadeka6201

    @kalpanadeka6201

    18 күн бұрын

    হয়

  • @user-wk7or7rv2m

    @user-wk7or7rv2m

    18 күн бұрын

    Right

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    😂একদম ঠিক কথা কেলা 👍

  • @SimiBegum-ew1lk

    @SimiBegum-ew1lk

    17 күн бұрын

    Khub val kotha koise

  • @Purbi102
    @Purbi10217 күн бұрын

    দুৰ্ঘটনা কৰো বুলি কোনেও নকৰে, কিন্তু দুৰ্ঘটনা কৰি সেই ঠাইৰ পৰা পলায়ন কৰাটো এটা বহুত ডাঙৰ অপৰাধ,

  • @rakeshchoudhury3768
    @rakeshchoudhury376819 күн бұрын

    মাইকী বিলাকে ভালকৈ গাড়ী চলাব নাজানে...

  • @chiranjibdeka66

    @chiranjibdeka66

    19 күн бұрын

    hosa kotha kobo napai

  • @krishnadas8189

    @krishnadas8189

    19 күн бұрын

    Hoi nk...agte mane mota manuh bure accident korai nasil...aji 1st accident hoise mane

  • @______________Ss23

    @______________Ss23

    19 күн бұрын

    ​@@krishnadas8189 এই হব মাইকী বোৰৰ কিহৰ ইমান পাখি গজিছে । গাড়ী চলাব আহে । মাল খাই চলাইছে নেকি সেই বনৰী জনী এ 🤬

  • @chiranjibdeka66

    @chiranjibdeka66

    19 күн бұрын

    @@krishnadas8189 mota bure accident korile komsekom nijur dux tu mani loi

  • @a2ztechandfun241

    @a2ztechandfun241

    18 күн бұрын

    আজি First Accident নহয়। ছোৱালী মানুহে আগতেও Accident কৰিছে কিন্তু ছোৱালীৰতো কেতিয়াও ভুলেই নহ'য় । দৰকাৰ হ'লে ভগৱানেই দোষী হ'ব😂😂😂 ​@@krishnadas8189

  • @stardust910
    @stardust91019 күн бұрын

    Mur logor sualir bhayek. Bohut dukh lagise.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411916 күн бұрын

    অতি দুখজনক খবৰ। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিলো আৰু শোকসনতপত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। দোষী ব্যক্তি শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিক্ষয়িত্ৰী বুলি ৰেহাই দিব নালাগে। দোষীয়ে শাস্তি পাব লাগে।

  • @parthapratimdas5047
    @parthapratimdas504719 күн бұрын

    এই বিলাক মাইকী যোধে মধে চলায় এই কাৰণে আজি এনেকুৱা হল

  • @Whatdoesthatmean11

    @Whatdoesthatmean11

    17 күн бұрын

    Maiki manuhotkoi mota manuhe 1000 gun besi accident kore

  • @karobisaikia3548
    @karobisaikia354815 күн бұрын

    এইজনিৰ মুখন ঢাকি দিছে কিয় নে তাই মহান কাম কৰিলে কাৰণে সেইটোহে বুজি নেপালো

  • @arunmixvlogs8065
    @arunmixvlogs806519 күн бұрын

    Mor class friend asil.... bhargob da

  • @dhantimedhi2021
    @dhantimedhi202119 күн бұрын

    মাইকীবিলাকৰ মুখখন কিয় নেদেখুৱাই।

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    জেলৰ হোৱাৰ পৰা বাছি যোৱাৰ পিছত আকৌ কাৰোবাক তেনেকৈ সুন্দিয়াবলৈ আইনে সুবিধা কৰি দিয়াৰ বাবে😂

  • @jayantasarmah5602
    @jayantasarmah560219 күн бұрын

    We want justice for that innocent couple.

  • @nirmalsartschool6295
    @nirmalsartschool629519 күн бұрын

    অতি দুখজনক খবৰ😥😥

  • @Hirakjyotideka-
    @Hirakjyotideka-19 күн бұрын

    এগৰাকী শিক্ষয়িত্ৰি হয় ও ইমান নিলজ্জ কাণ্ড । লগে লগে তেওঁ নিজৰ car খনৰে Hospital t Admit কৰিলে চাগে লৰা জন জীৱিত অৱস্থাত থাকিল হয় আৰু তেখেতৰ ও উপৰত Action নললে হল হয়।😢😢😢

  • @northeastassamesefoddie9664

    @northeastassamesefoddie9664

    19 күн бұрын

    Kintu koise je speed t solaisil bike t

  • @user-zh2md4oo8r

    @user-zh2md4oo8r

    18 күн бұрын

    তীব্ৰবেগত চলোৱা বুলি প্ৰাৰম্ভিক অৱস্থাত সন্দেহ প্ৰকাশ কৰিছিল; পিছত গম পালে আচল কথা । ​@@northeastassamesefoddie9664

  • @pankajrabha397
    @pankajrabha39718 күн бұрын

    এনেকুৱা ধৰণৰ teacher লৰা ছোৱালীক কি জ্ঞান দিব নিজে জিহেটোকে নিজৰ ভুল স্বীকাৰ কৰিব নোৱাৰে অকল ডিগ্ৰী টো থাকিলেই মানে সমাজত ভাল মানুহ বুলি স্বীকৃতি পাই নেকি

  • @ChandrikaChandrika-xg8lb
    @ChandrikaChandrika-xg8lb19 күн бұрын

    চলাব নাজানে .এনেই চাকৰি.আছে বুলি লেবেল দি গাড়ী চলাই তাই এটা জীৱন শেষ কৰিলে তাই হে মৰিব লাগিছিল 😢

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    আচল কথা সেইটোৱে

  • @ranasharma2302

    @ranasharma2302

    18 күн бұрын

    Women reservation t sakori di thake government a so

  • @hirakjyotidutta7515
    @hirakjyotidutta751518 күн бұрын

    তোমালোকক চৰকাৰে সম অধিকাৰ দিচে, ভগৱানে সেইকন কলিজা দিয়া নাইতো, উটক দেখি বন্দাই ডুব মাৰিলে এইয়ে আৰু, লৰাজনক খালে।

  • @dipanjalimohanta4800
    @dipanjalimohanta480019 күн бұрын

    উচিত তদন্ত হওক আৰু ক্ষতিপূৰণ লগতে শাস্তি বিহিব লাগে।শিক্ষক সকল সমাজৰ আদৰ্শস্থানীয় ব্যক্তি হোৱাৰ পৰিৱৰ্তে আজিকালি নীতিশিক্ষাবিহীন মানৱতা বা নুন্যতম সৌজন্যবোধকনো নোহোৱা অকল চাৰ্টিফিকেটৰ শিক্ষাগত অৰ্হতাৰে পৰিচয় দিয়া সকলেহে এনে বোৰ কৰ্ম চকুত পৰে।

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    একেবাৰে সঁচা কথাটি

  • @nirupoma5935
    @nirupoma593518 күн бұрын

    উচিত তদন্ত আৰু উচিত বিচাৰ হ'ব লাগে।

  • @jackjyoti4114
    @jackjyoti411419 күн бұрын

    Rip 🙏🙏

  • @JituKalita-fq2zc
    @JituKalita-fq2zc18 күн бұрын

    Om Shanti

  • @subharajgogoi7316
    @subharajgogoi731619 күн бұрын

    😢😢😢

  • @rantumoniborah2280
    @rantumoniborah228019 күн бұрын

    🙏

  • @Memesspicialist46789
    @Memesspicialist4678917 күн бұрын

    Sooo sad 😢😢😢

  • @deepjyotibrahma6404
    @deepjyotibrahma640418 күн бұрын

    Justice is a word that just remains in book.

  • @prince_babu_72
    @prince_babu_7216 күн бұрын

    Bhut dukh lgil 😢😢😢

  • @Rocky-be3vw
    @Rocky-be3vw19 күн бұрын

    😢😢

  • @basisthaacharya6590
    @basisthaacharya659019 күн бұрын

    আৰক্ষীয়ে বিজ্ঞান ভিত্তিক তদন্ত কৰক আৰু ফৰেনচিক পৰীক্ষাগাৰৰ সহায় ল‌ওক। সত্য তথ্য নাইকিয়া হৈ যোৱা নাই।

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    চব ফুচ হ'ব চাই থাকক কাৰণ এইখন ভাৰত হয় সেয়া পাহৰি নাযাব 😏

  • @vr6592
    @vr659219 күн бұрын

    Aku nohobo...amr law ekdm weak hoe...Paisa thakile apuni ji mon chae koribo pare

  • @raktimsaikia3402
    @raktimsaikia340218 күн бұрын

    this is very sad

  • @RikumaniSarania
    @RikumaniSarania18 күн бұрын

    😭😭🙏🙏

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo19 күн бұрын

    Ai teacher jnir lra suwali ase ne nai tair jdi lratok knubai khuniyai mri thoi Jai tair kene lgib

  • @SATYAJITLASKAR
    @SATYAJITLASKAR17 күн бұрын

    বাইদেউক শাস্তি দিয়ক ।

  • @champak8757
    @champak875719 күн бұрын

    Hit and Run.. 10 Lakh aru jail 10 years

  • @souravpaul2179

    @souravpaul2179

    18 күн бұрын

    O run kori dile no

  • @champak8757

    @champak8757

    18 күн бұрын

    @@souravpaul2179 ha sai lobi law khon

  • @zubeengarg2291
    @zubeengarg229119 күн бұрын

    গম পাব এতিয়া নতুন আইন আহিছে....৫-১০ বছৰ জেল হব ৰহ

  • @rajeshhazarika1663

    @rajeshhazarika1663

    18 күн бұрын

    😂আমাৰ দেশৰ আইনৰ ওপৰত ভৰসা কৰিছে নে কি ?

  • @bidishamech1736
    @bidishamech173619 күн бұрын

    Bor dukh loga kotha

  • @user-et4cg6bq9g
    @user-et4cg6bq9g16 күн бұрын

    Kiman asha aru sopun asil duijonore bohut beya lagil notun buwari jonir mukh khon dekhi

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx19 күн бұрын

    Hit and run case 304(A)

  • @natyarabha4243
    @natyarabha424318 күн бұрын

    😢😢😢😢😢😢

  • @ranasharma2302
    @ranasharma230218 күн бұрын

    Justice lage

  • @tejaswinin7936
    @tejaswinin793619 күн бұрын

    RIP bhargab da 😢 amar karate teacher asil teo

  • @Rupamdas-pw9rv
    @Rupamdas-pw9rv19 күн бұрын

    Baideur photo tu dekhaboloi voi korile naki .

  • @amlandeka3970
    @amlandeka397019 күн бұрын

    Tair mukh khon dekha

  • @chandandutta3186
    @chandandutta318619 күн бұрын

    Ihate gari salab najanakoi rastat gari ulai loi jai. Ihatak jail diok

  • @jonavlogs4927
    @jonavlogs492719 күн бұрын

    Hit and run case... May be teo hospital t khabar dile lora jon basile hoi.

  • @Jintuu1998
    @Jintuu199819 күн бұрын

    Aku law nai punishment pabo pabo karne , IPC r aku nhoi ,notun law to logabo lagisil , atiya ako andolon kora khini kot gol atiyaa, akol andolon kora tu ai nhoi ktha bur Jani he koribo Lage

  • @apurbadas1622
    @apurbadas162219 күн бұрын

    9ta bojat Sikha setu app ot present nidile absent howar bhoyot speed ot car solaisil jen paisu.

  • @user-cb7oj1yu7m
    @user-cb7oj1yu7m18 күн бұрын

    Ram ram

  • @user-hr4md8gh6o
    @user-hr4md8gh6o19 күн бұрын

    😢😢😢😢😢😢😢😢😢😮😮😮

  • @abhijitbaruah3664
    @abhijitbaruah366419 күн бұрын

    Hit and run case ki dukhiyar babe,Dhani bilakor babe nohoi niki?

  • @anamikanath2413
    @anamikanath241317 күн бұрын

    Khura 😢😢😢

  • @cosmos1675
    @cosmos167518 күн бұрын

    কেনে লেকচাৰাৰ ? আইনৰ সহায় ললে ন্যা়য় পাব টো।

  • @Rocky-be3vw
    @Rocky-be3vw19 күн бұрын

    Sorupeta gomurar😢😢

  • @ProdipBora-ec9jj
    @ProdipBora-ec9jj19 күн бұрын

    Bonori sudi mastoni sudaise bonori

  • @polashediting12k
    @polashediting12k17 күн бұрын

    আৰু চৰকাৰে নতুন নিয়ম উলিয়াব বিনা licence ত গাড়ী চলাবলৈ দিব মূৰ্খ চবক এতিয়া যি দেখিছোঁ পথ দুৰ্ঘনাত আৰু মানুহৰ মৃত্যু ।

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo19 күн бұрын

    Aijnik FSI db lge ru imnkhini property money ase bhargav r wife r nmt likhi db lge

  • @ramendas972
    @ramendas97219 күн бұрын

    Goribor kotha kune kobo baidok airest ho lage

  • @user-ip3bq3ry3b
    @user-ip3bq3ry3b18 күн бұрын

    Tair giriyekr jodi ane hol hoi tetiya tair kene lagil hoi .........tair giriyek morak Xon kale

  • @nayanroy9646
    @nayanroy964618 күн бұрын

    New criminal act mate case hbo lge.

  • @TukharTukhardeori-fc5nu
    @TukharTukhardeori-fc5nu19 күн бұрын

    Ari nidibo

  • @kaushikmazumder6632
    @kaushikmazumder663219 күн бұрын

    Tamuli noti

  • @parthabora503
    @parthabora50318 күн бұрын

    Give that culprit jail

  • @ndtech8170
    @ndtech817018 күн бұрын

    10 years jail dibo lage aru 7 lakhs fine. Hit and run case.

  • @h1239640
    @h123964019 күн бұрын

    নৱবিবাহিতা যুৱক মানে কি😢😢😂

  • @mustakimaliahmed5908

    @mustakimaliahmed5908

    19 күн бұрын

    7 months agot biya hoisile

  • @PatrickBatemanJr0007
    @PatrickBatemanJr000719 күн бұрын

    Mohila gari solale anekuae hobo

  • @hridoygogoi5278
    @hridoygogoi527819 күн бұрын

    Indiat tu Justice nupua

  • @madhurjyamoral-kb5fi
    @madhurjyamoral-kb5fi17 күн бұрын

    Helmet pinha nasil naki reply

  • @dhanjitrabha5809
    @dhanjitrabha580919 күн бұрын

    Rip Muthote moril

  • @pranabjaibajrangbalideka959
    @pranabjaibajrangbalideka95914 күн бұрын

    Accident hoise manilu..kintu polai juwa aru Misa kotha kuwa babe jail 20 basor hbo lge....

  • @raiden_0710
    @raiden_071018 күн бұрын

    Eijoni high secondary Assamese porhua mam hoi bohut lebel kiba hudhile koboi nibisarsil ami poha xomoit

  • @kidslife3180
    @kidslife318015 күн бұрын

    Accident koneo karo buli nokore hoi jai....so voi khowa2 savabik...sebuli news kribo nalage take...sei manuh janiro sage kiman dukh lagise...

  • @gitarthap.bhuyan3100
    @gitarthap.bhuyan310019 күн бұрын

    Eku justice napai. Essay likhibo dibo aru eri dibo. Eiyai amar Indian judiciary.

  • @ripanjyotikalita9069
    @ripanjyotikalita906913 күн бұрын

    Gari salabo najanilai gari solabo nalgai .....jar babai akhon ghar khek hoi gll ......dukhik khasti lagai🙏

  • @moramitamuli4250
    @moramitamuli425016 күн бұрын

    কিছুমান মহিলাক দেখিছো বৰ পাগলৰ দৰে গাড়ী চলায়। নিজৰ জীৱন মৰি যাৱ,জী থাক তহতৰ কথা কিন্তু উৎশৃংখল ভাৱে গাড়ী চলাই আনৰ জীৱন কিয় কাঢ়ে। কিছুমানে গাড়ীখন চলাব পাৰিলো মানে আৰু স্ব ৰ্গ ঢুকি পালে। যাহা তাহা চলালেই হল। উৎচিত ব্যৱস্থা হব লাগে। City ৰ ভিতৰত ইমান speed চলোৱাৰ কি প্ৰয়োজন আছিল।

  • @kamaleshwarkalita5755
    @kamaleshwarkalita575518 күн бұрын

    laj lagil ajoni teacher hoi. mahnu anekoi batot mari thoi jabo pare.. bohut dukh palu.

  • @anuborgohain9955
    @anuborgohain995512 күн бұрын

    borttaman etia AINE khon hoise dhoni dukhi hari jai .. dukhia nidukhi fosi mori jai .. ei durbhogia n buwari jonir life2 ki hobo .. hei memonie buji paisene nai .. teu jodi egoraki sikhiyati tente durghotona kori kio polai gol .. teu janibo lage je ejon manuhk khundiai ki kora usit .. eibur sikhiyatie anok ki sikha dib oo .. ghonta sikhiyati kore ...... gari solai dekhaise .. teu hoy2 agoteu enekua apiradh korithoise .. eibar bhogowane teuk hatelute dhorale .. soitya ketiau lukai nathake .. 100 goru marile baghoru mityu .......

  • @user-eb7du1be9e
    @user-eb7du1be9e14 күн бұрын

    Dui din pst poisa khuai olai aahibo aeitu ata apriyo xosa ktha

  • @bhaskarbsk600
    @bhaskarbsk60018 күн бұрын

    Fasi dibo lage baideu jonik😢😢😢

  • @NijuBarman-jj7mb
    @NijuBarman-jj7mb16 күн бұрын

    Tirota bilake kla xoha pohur kanor nisina kola sasma ajur pindhi ki gari solabo na nije jabo agot na karobak jabo dibo agote ...aru jodi agote kiba porise hoise aru fali Siri loi jabo😢😢

  • @manikadas6987
    @manikadas698718 күн бұрын

    Sakorito ase buli lebel dise neki arinidibo

  • @pikubora9865
    @pikubora986519 күн бұрын

    মুখ খন কিয় ধাকি দিয় কিয়

  • @bhaskarbsk600
    @bhaskarbsk60018 күн бұрын

    Fasi dibo lage baideu jonik 😢😢😢😢

  • @dhritimanbanikya4395
    @dhritimanbanikya439518 күн бұрын

    মুখ খন দেখুৱালে ভাল আছিল.. তাই তো মুকলি আকাশৰ তলত আহিবই.. কমচেকম তাইক দেখিলেই আমি আগতিয়াকৈ সাবধান হব পাৰিম..।

  • @umaruchan8828
    @umaruchan882818 күн бұрын

    300 words essay?

  • @ritudevi5207
    @ritudevi520716 күн бұрын

    Tirotai gari kio solai purukh hodai purukhei .

  • @souravmajumdar5374
    @souravmajumdar537419 күн бұрын

    Hit and run case..10 years jail

  • @SusilSarania-hi7qg
    @SusilSarania-hi7qg19 күн бұрын

    10yrs jel hobo na eta yar

  • @dipakalita9938
    @dipakalita993816 күн бұрын

    Khsai ghyr manuh bore nijoke ki buli vabe jano.. Emn dekhai mane. Bus j log pao tiri bilakak emn mukh soka

  • @ParthSarma-uz6op
    @ParthSarma-uz6op15 күн бұрын

    18bosor val pai biya patsil.bohut dhukh laga.

  • @himangshuhazarika4387
    @himangshuhazarika438716 күн бұрын

    সেইজনীৰ মুখ খন কিয় নেদেখুৱাই

  • @rotinsuoer5776
    @rotinsuoer577618 күн бұрын

    Cctv video thaki oh dhora nai Mane nodhore aru basi jabo.... Guwahati t okol powerfull manuh a basibo pare

  • @zeal6360
    @zeal636019 күн бұрын

    Maikee a gari solabo ple level bohut hoi maksudi sobr

  • @user-zi2cf8wz6u
    @user-zi2cf8wz6u16 күн бұрын

    দাৰেক কথা এইবোৰক শিক্ষয়িত্ৰীৰ বুলি নকয়✊ নিজৰ মূৰত মাল নাই লোকক কি শিক্ষা দিব😡

  • @upamadas75
    @upamadas7518 күн бұрын

    Ai tu hoi je ajikali kisuman ladies e gari solabo najane...ene solai lebel dibo r karone... actually najanile solabo nalage..

  • @gargidas7970
    @gargidas797012 күн бұрын

    Amr Gaur Hoy Loratu

  • @drubajitkalita8617
    @drubajitkalita861717 күн бұрын

    Usit sasti diok😊

  • @gituboom5093
    @gituboom509319 күн бұрын

    Mukh khon kio ni tair

Келесі