মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াই ভূমিপট্টা পালেনে?

বসুন্ধৰাৰ জৰিয়তে ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে। প্ৰতিশ্ৰুতি মতে মাটিৰ পট্টাৰ বাবে আবেদনো কৰিছিল খিলঞ্জীয়া ভূমি পুত্ৰই। কিন্তু চৰকাৰী ভূমিৰ মাচুলৰ হেঁচাত এতিয়া পট্টাকৰণ প্ৰক্ৰিয়াৰ পৰাই আঁতৰিবলৈ বাধ্য হৈছে গুৱাহাটীৰ বহু ভূমিহীন পৰিয়াল।
#pratidintime #assam #missionbasundhara

Пікірлер: 6

  • @mustafaali89621
    @mustafaali8962116 күн бұрын

    Thtr km ni agila news atiya nhoi election r agt diba lgsil

  • @himangshuhibora1596
    @himangshuhibora159616 күн бұрын

    Misoliya BJP

  • @rupprasad4861
    @rupprasad486116 күн бұрын

    Mahanagari Guwahati matra nahai, Gotei Assam t E....////

  • @merinaoegu5077
    @merinaoegu507716 күн бұрын

    B, j, p news hejent.

  • @arjun_madhav_chetry
    @arjun_madhav_chetry16 күн бұрын

    Himanta sir hain to mumkin hai 😂😂😂

  • @rupprasad4861
    @rupprasad486116 күн бұрын

    Aibar BJP Haribo

Келесі