মীৰা বৰঠাকুৰক ৰুধিবলৈ নতুন ৰণ কৌশল বিজেপিৰ, বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে

#Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...

Пікірлер: 2

  • @pgoswami5378
    @pgoswami537815 күн бұрын

    গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউ ইতিমধ্যে প্ৰচাৰত বহু আগবাঢ়ি গৈছে।প্ৰায় প্ৰতিটো বিধান সভা সমষ্টিৰ বিভিন্ন অঞ্চলত মাৰাথন প্ৰচাৰ অব্যাহত ৰাখিছে। জনতাৰ বিপুল সমৰ্থনো পাইছে।তেখেত এগৰাকী সুবক্তা আৰু জনতাৰ ওচৰত বিভিন্ন সমষ্যা সমূহ পুংখানুপুংখভাবে উপস্হাপন কৰাৰ উপৰিও তেখেতৰ নিজৰ পৰিকল্পনা সমূহ জনতাক বুজাই দিয়াত সফল হব পাৰিছে। যাৰবাবে দিনে দিনে জনতাৰ সমৰ্থন আদায় কৰিব পাৰিছে। অহা ছয়টি দিনত সমষ্টিটোৰ বাকী থকা অঞ্চল সমূহত প্ৰচাৰৰ গতি তীব্ৰতৰ কৰি তুলিব পাৰিলে অধিক ফলপ্ৰসূ হব পাৰিব। সমষ্টিটোৰ মেঘালয়ৰ সীমান্তৰ কাষৰীয়া অঞ্চলতো দুই/ চাৰিখন সভা অনুস্হিত কৰি তাৰ জনতাৰ মাজত প্ৰচাৰ চলালে মন আৰু মত আদায় কৰাত নিঃসন্দেহে সফল হব পাৰিব।

  • @rajdeeppayengofficial6095
    @rajdeeppayengofficial609515 күн бұрын

    Mira baideu zindabaad

Келесі