Shyamkanu Mahanta, Writer,Entrepreneur || Political Analysis || Assamese PODCAST

Ойын-сауық

Shyamkanu Mahanta, Writer,Entrepreneur || Political Analysis || Assamese PODCAST
Join Kamal Sinha and Shyamkanu Mahanta (writer,Entrepreneur &
Social influencer)in this engaging FFA podcast as they delve into the intricacies of the Zubeen Garg controversy, dissect the reasons behind Riyan Porag's exclusion from the World Cup team, analyze the electoral prospects of Gaurav Gogoi in Jorhat, and provide updates on the intense Guwahati Lok Sabha election battle between Mira Borthakur and Bijuli Kalita. Stay informed and entertained with insightful discussions on pressing regional and national issues.
Also discover the inspiring fitness journey of Shyamkanu Mahanta in this special segment of our FFA podcast. From initial struggles to breakthrough moments, Shyamkanu shares his transformative experiences, fitness tips, and the mindset shifts that propelled him towards a healthier lifestyle. Join us as we explore the highs, lows, and triumphs of his personal fitness journey, serving as motivation for all aspiring fitness enthusiasts.
#fitnessmotivation #fitnessjourney #election2024 #rongalifestival #northeastfestival

Пікірлер: 131

  • @silverberry973
    @silverberry973Ай бұрын

    Jorhat'r Ahom manuh bilak murkho nohoi. Ahom buli Gaurav Gogoi'k vote dia nai. Teu ajon capable MP buli vote dise. Nohole dekhun Tapan Gogoi u Ahom hoi.

  • @latifali9650
    @latifali965013 күн бұрын

    Shyamkanu Brother's তেওঁলোক বহুত বেছি উচ্চ শিক্ষিত বংশৰ মানুহ আৰু নিজেও বহুত ডাঙৰ ডাঙৰ পদত অধিষ্ঠিত।।। কিন্তু তেওঁলোক sake অসমৰ সবতকৈ বেছি ক্ষমতা লোভী।। তেওঁলোকে কেতিয়াও অসমৰ জ্বলন্ত সমস্যাৰ উপৰত মাত নিদিয়ে আৰু চুপ চাপ চৰকাৰ ক indirectly চাপৰ্ট কৰি বহি থাকে। Overall গোটেই ককাই ভাই কেইজন ক্ষমতাৰ খকুয়া আৰু তেওঁলোকে ৰাইজৰ কাৰণে বহু নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছে।। So এইবোৰ মানুহক seriously লৈ একো লাভ নাই।।।।।

  • @mysticassam102

    @mysticassam102

    5 күн бұрын

    Te apuni u same korok

  • @kandarpa2622
    @kandarpa262224 күн бұрын

    Mahanta is 100% wrong. Perhaps he is a BJ P. He has no more knowledge about politics.

  • @MagneticShock-me5kk
    @MagneticShock-me5kk24 күн бұрын

    ভোটাৰৰ পাৰচেনটেজ চালে গৌৰৱ গগৈ জিকিব। মই এনেকুৱা ভোটৰৰ বিষয়ে গম পাইছোঁ ২৫০/৪০০ দৰৰ পৰা গৈ গগৈক ভোট দিছে আৰু এনেকুৱা ভোটৰো পাইছোঁ বস্তুৰ দাম বুলি বিজেপি সমৰথকে ভোট দিবলৈ যোৱা নাই।

  • @user-ui2fq8hf8y
    @user-ui2fq8hf8y25 күн бұрын

    Gaurav gogoi sir jikibo

  • @Xxhxjxjx
    @Xxhxjxjx25 күн бұрын

    Gaurav Gogoi Assamar Ratna

  • @Swapnashreee
    @Swapnashreee15 күн бұрын

    এক সুন্দৰ অনুষ্ঠান ৷ সঁচা কথা ক’লে বিজেপিৰ এজেণ্ট বুলি কোৱা কেইটা সঁচা বিশ্লেষক নহয় ৷

  • @dhusarjyotiborah5383
    @dhusarjyotiborah538329 күн бұрын

    Ai Channel tur Owner youtuber jon Gumutrar supporter jen lagise.

  • @Hemantaphukan-xo7dc

    @Hemantaphukan-xo7dc

    7 күн бұрын

    Absolutely, he seems to be.....

  • @tonmoyphukan
    @tonmoyphukan26 күн бұрын

    Very balanced views!

  • @jayantabaruah2361
    @jayantabaruah236124 күн бұрын

    Gourab gogoi jekebo. Himantor balor hahoh nai gourab gogoi horuwa boloi.

  • @rajensarma7291
    @rajensarma729121 күн бұрын

    Very nice illustration. Knowledge full discussion.

  • @bulbulibuli1795
    @bulbulibuli1795Ай бұрын

    Amguri t lead lobo.aru lgte lakhpoti baidew ye thogily.

  • @birajngate365

    @birajngate365

    26 күн бұрын

    Abaki bar 400 paar BJP Narendra Modi zindabad

  • @bulbulibuli1795

    @bulbulibuli1795

    25 күн бұрын

    Andhavikta u nhoi u lakhpoti u nhoi.but g g jika tu final bulj hunisu hunamote silent voter vote dse g g k dol buli nhoi..Ami jihatu jorhat r voter gotike jnu jikibo buli .raije vote dse g g k

  • @anurangoesvlogging9914

    @anurangoesvlogging9914

    22 күн бұрын

    Gourav gogoi 50-80 hajar vote t Haribo

  • @user-tn3yu4ue2g
    @user-tn3yu4ue2g19 күн бұрын

    এই জনৰ বিশ্লেষাত্মক বক্তব্য বোৰ ভাল নলগা হৈ আহিছো কাৰণ তেওঁৰ কথাবোৰ কিবা নিৰপেক্ষ নহয় ভাব হয় |

  • @ChakraKonwar-tj1bm
    @ChakraKonwar-tj1bm16 күн бұрын

    টি ভিত কৈ থকা কেইজনে নাজানিব পাৰে। গৌৰৱ -লুৰিন জিকিব ।

  • @dhimanbhagawati3456
    @dhimanbhagawati3456Ай бұрын

    I love his personality ❤

  • @Abhaypur12345
    @Abhaypur1234525 күн бұрын

  • @nanarongi
    @nanarongi25 күн бұрын

    ❤❤❤

  • @user-xg9ug5pn7x
    @user-xg9ug5pn7x25 күн бұрын

    Gourav Gogoi Jikibo

  • @tribaniabc4307
    @tribaniabc430724 күн бұрын

    O sir Samsung and all privatesector bur Assam or Logot nimile Assam ot kiman ta industry khulile he Kotha kobo aahe

  • @amritpritam3493
    @amritpritam349321 күн бұрын

    Mr. Mahanta can you tell us govt help towards your business so far

  • @user-zm8mv8tb4w
    @user-zm8mv8tb4w25 күн бұрын

    Jikibo.

  • @Adnant732
    @Adnant73226 күн бұрын

    সোনাৰিত BJPৰ অৱস্থা ভাল নহয়।

  • @aikhunlungshangbunboruah1a269

    @aikhunlungshangbunboruah1a269

    25 күн бұрын

    নতপ😂বেং

  • @ramench.saikia8470
    @ramench.saikia8470Ай бұрын

    কেৰেলাত হেজাৰ হেজাৰ অসমৰ ল'ৰা কাম কৰি আছে অসমৰ নেতা হৈ অসমত কাম কৰাৰ পৰিবেশ দিব নোৱাৰি ভোট ভিক্ষা কৰিবলৈ লাজ পাব লাগে।

  • @indprajit1590
    @indprajit159024 күн бұрын

    I am bjp but vote for gg

  • @r.p7883
    @r.p788314 күн бұрын

    Eai manuh Jon kotha bur bohut val lagae..eaou kotha bur amar lora suyali flow kori Kam kori jao

  • @Hemantaphukan-xo7dc
    @Hemantaphukan-xo7dc7 күн бұрын

    It seems he feels he is expert on everything and common people knows nothing about present scenario, now we know which party' he is supporting.

  • @dipokdutta3844
    @dipokdutta3844Ай бұрын

    Majulit aibr bjp,agp 50% manuhe gourav gogoik vote dise

  • @rajbongshirecipe833

    @rajbongshirecipe833

    24 күн бұрын

    Baki 50%bjp pabo

  • @user-vc3wd8lu2g
    @user-vc3wd8lu2g28 күн бұрын

    We have thinks so far Mr. Gourab gogoi easily come over the track Jorhat.

  • @Bhoirab__borah
    @Bhoirab__borah24 күн бұрын

    Aeponi baru BJP supporter naki?

  • @user-tk8bm3zv2v
    @user-tk8bm3zv2vАй бұрын

    মোডী চৰকাৰেযে মানুহক মিচা কথাকৈ আছে ৷ লগতে সাধাৰন মানুহে এমুঠি খাই জীয়াই থকাৰ সমস্যা হৈছে মুল্যবৃদ্ধি হোৱাৰ বাবে সেইবোৰ অলপ আলোচনা কৰক ৷

  • @rajensarma7291
    @rajensarma729121 күн бұрын

    A huge no of voters of Guwahati city votes for Congress.

  • @krishnasankarborah
    @krishnasankarborah19 күн бұрын

    Host জনৰ ভূমিকা সন্দেহজনক লাগিছে। বেয়া নাপাব কোৱা বাবে। গৌৰৱৰ বিজয়ৰ কথা কোনোপধ্যে মানি ল'ব বিচৰা নাই।

  • @upamanyukakoti9171
    @upamanyukakoti917125 күн бұрын

    That is why we can say unemployment is at is peak...

  • @its_avhi163

    @its_avhi163

    25 күн бұрын

    😂😂

  • @dwijenchoudhury7422
    @dwijenchoudhury742216 күн бұрын

    Wait for 4th June

  • @satyabaruah5400
    @satyabaruah540023 күн бұрын

    তৰুণ গগৈয়ে বৰ্তমানত আকৌ কেনেকৈ উন্নয়ন কৰিব গৌৰৱ গগৈয়ে কেনেকৈ উন্নয়ন কৰিব ?

  • @anupkalita5527
    @anupkalita552711 күн бұрын

    গৌৰৱ গগৈ হাৰিব,কাৰণ তেওঁৰ প্ৰথম পদক্ষেপ ভুল আছিল। তেওঁ এজন সাহসী নেতা হোৱা হ'লে কলিয়াবত কেতিয়াও ইলেকচন নেখেলিলেহেতেন। এইবাৰ হাৰা খাটাং।অহা ইলেকছনত জিকিব পাৰে,যদিহে যোৰহাটত লাগি থাকে।

  • @kimjennie5870
    @kimjennie587025 күн бұрын

    শিক্ষিত কাক কয়?

  • @dilipsaikia4922
    @dilipsaikia492223 күн бұрын

    I admire u Sir

  • @nitishdoley9288
    @nitishdoley928817 күн бұрын

    মাজুলীত গৌৰৱ গগৈয়ে প্ৰায় ১২ হাজাৰ ভোটত আগবাঢ়িব।

  • @dbhargab
    @dbhargab22 күн бұрын

    বিজেপি মিত্ৰজোট-ডিব্ৰুগড়,লক্ষিমপুৰ,কাজিৰঙা,শোণিতপুৰ,ডিফু,শিলচৰ,দৰং-ওদালগুৰি,বৰপেটা,কোকৰাঝাৰ কংগ্ৰেছ-যোৰহাট,নগাওঁ,কৰিমগন্জ,গুৱাহাটী,ধুবুৰী

  • @mintisaikia
    @mintisaikia15 күн бұрын

    ইমান হিচাপ নিকাচৰ প্ৰয়োজন নাই। ৪ জুনলৈ আমি অপেক্ষা কৰিম।

  • @user-se1vm4xb2q
    @user-se1vm4xb2q29 күн бұрын

    গৌৰৱ জিকিব😊

  • @pranjal1393
    @pranjal139320 күн бұрын

    The silent BJP worker

  • @manyatagogoi2427
    @manyatagogoi242720 күн бұрын

    we don't think that he is an itellectual.

  • @rabiulislam9042
    @rabiulislam904224 күн бұрын

    আপুনি বিজেপিক সমৰ্থন কৰিছে, । বস্তুৰ দাম বঢ়োৱা ভাল কাম নেকি, লাখ লাখ কৌটি টকা ঋণ লোৱা ভাল কাম নেকি, ভাৰতৰ কেইজনমান মানুহক ধনী কৰিব আৰু বাকিবোৰক দুখীয়া কৰাটো ভাল কাম নেকি, ঘৰে ঘৰে মদৰ দোকান দি যুৱচামক ধ্বংস কৰে, বাহিৰা দেশৰ পৰা দ্ৰাগচ আহিবলি সুবিধা দি যুৱচামক ধ্বংস কৰাটো ভাল কাম নেকি, প্ৰধান মন্ত্ৰী জনে মিছা কথা কোৱা ভাল কাম নেকি, । শেষত এটা কথা কও কংগ্ৰেছে দেশখন গঢ়ি থৈ যোৱা বোৰ বিজেপিয়ে বিক্ৰীহে কৰিলে গঢ়িব নোৱাৰিলে।

  • @ushakonwar8389
    @ushakonwar838913 күн бұрын

    Tapon Gogoi Mahanta ?

  • @dipankarparashar5761
    @dipankarparashar576127 күн бұрын

    Jorhat ৰ নাগৰিক হিচাপে সকলো যদি চাওঁ 10 টা বিধান সভাৰ সমষ্টিৰ অংকটো । গৌৰৱ গগৈ 30/40 হাজাৰ ভোটত হাৰিব , কাৰণ যোৰহাটৰ কংগ্রেছৰ ভেটি একেবাৰে দুৰ্বল সংগঠন নহলে অলপ জিকিবলৈ অসুবিধা হয় এজন প্ৰাৰ্থীক আৰু মানুহে কংগ্রেছ ক ভোট দিব টান পায় সেইবাবে সেইখিনি ভোট গৌৰৱ গগৈয়ে নাই পোৱা আৰু বিৰোধীৰ 3জন বিধায়কে lead দিব পৰা নাই । আৰু চিপৰাং মৰা খেল এটা আছে কংগ্রেছত

  • @RupokDas-ct1xm

    @RupokDas-ct1xm

    25 күн бұрын

    GG jua 10 yearsot koliyabor somostit ki kam kori le bjp zindabad

  • @jitudas7562
    @jitudas756211 күн бұрын

    মাত মাতি কি লাভ যদি কাম নহয়

  • @mriduldas5018
    @mriduldas5018Күн бұрын

    I am gourab goigoi but vote bjp

  • @bb3762398427
    @bb376239842715 күн бұрын

    Kerela t Himanta mama sukur alir nisina

  • @pahishorts569
    @pahishorts56929 күн бұрын

    Aijon sikshabidna political bapari

  • @babitahazarika6300
    @babitahazarika630020 күн бұрын

    এইবাৰ আপোনাৰ মতে Result nohobo , sai thakibo

  • @B.J93

    @B.J93

    17 күн бұрын

    Abegot rajniti nosole

  • @SandhanjyotiDutta
    @SandhanjyotiDuttaАй бұрын

    Assam ot private company nai emn ba job bhute mur dore bahirot jai koribo nware single son hosape vabi. Bdw moi lucky job ata kori valkoi soli asu. But sob emn o easy nhy..

  • @zayaborgohain6076
    @zayaborgohain6076Ай бұрын

    aidal bjp supporter hoi....

  • @anilboro4741
    @anilboro474125 күн бұрын

    গুৱাহাটীত বিজেপিৰ বাহিৰে আন দলৰ কাম নাই

  • @harekrishnabora6743
    @harekrishnabora674326 күн бұрын

    অনুগামী যে হয় সেইটো হয়

  • @user-ms7ig3pp3c
    @user-ms7ig3pp3c19 күн бұрын

    Gurob Gogoi 1000%

  • @Rubulgogoi209
    @Rubulgogoi20929 күн бұрын

    শ্যামকানু মহন্তৰ যোৰহাট লোকসভা সমষ্টিৰ ফলাফল সম্পৰ্কে দিয়া তথ্য ৪ জুনত ভূল প্ৰমাণিত হব । মই এজন শিৱসাগৰ সমষ্টিৰ ব্যক্তি হিচাপে কৈছো । যোৰহাট লোকসভাৰ ৮ টা মান সমষ্টিৰ বিজেপিৰ দখলত আছে । এই দিশটো মন কৰিব লাগে । অৱশ্যে আৰ্কষণীয় যুজঁ হৈছে যোৰহাট সমষ্টিত । জুবিন দাৰ বিষয়ে যি কৈছে ভাল কৈছে । তেওঁক আপোনাৰ দৰে ব্যক্তিয়েহে শুদ্ধ পথলৈ আনিব পাৰিব । যোৰহাটত মোডী জিকিব । জুবিন দাৰ স্বাস্থ্য ভাললৈ আনিবলৈ চেষ্টা কৰিবৰ বাবে আাপুনিহে পাৰিব ।

  • @Arup-fs9sz

    @Arup-fs9sz

    21 күн бұрын

    Jorhat lukohova homostyt titabor jorhat majuli tiyok sivasagor agor amguri lid lobo dekha jabo kn jike

  • @upangkarhazarika6051
    @upangkarhazarika605124 күн бұрын

    Mahanta bula Jon AGP hoi... Kot e gaurav r support koribo...

  • @mahendrasaikia8622
    @mahendrasaikia862215 күн бұрын

    ইমান লৰালৰি কিয় কৰিছে 4 তাৰিখে গম পাই যাব

  • @raghaworld2322
    @raghaworld232220 күн бұрын

    topon haribo oii bhai

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens629017 күн бұрын

    নিজিকে

  • @anilboro4741
    @anilboro474125 күн бұрын

    চাৰি জুনৰ পিছত ৰাহুল গান্ধী ক বোলে ভাৰতৰ পৰা খেদি দিয়া হ'ব 😂😂😂 গৌৰৱ গগৈ চুৰ 😂😂😂

  • @muktibaruah8400
    @muktibaruah840026 күн бұрын

    Kothabur mukolimuria napalo. Jika horar nisshiti di atyotkhahi dekhowa jen palo . Somaj aru rajnoitik jibonor logot marketingor somparka 100 percent dekhaboloi jatna kora palo

  • @pranabgogoi6283
    @pranabgogoi6283Ай бұрын

    Ghorial.

  • @mainiboruah4735
    @mainiboruah473526 күн бұрын

    Manujon kun cm o ,,

  • @mriduldas5018
    @mriduldas5018Күн бұрын

    Aeijon politican ne engeneering

  • @birajngate365
    @birajngate36526 күн бұрын

    Abaki bar 400 par BJP Narendra Modi zindabad ❤️❤️❤️

  • @bharatikalita6658
    @bharatikalita665819 күн бұрын

    তুমি এজেপি ৰ মানুহ

  • @tapansaikia5798
    @tapansaikia579824 күн бұрын

    Gourab Gogoi Parliament T goi Modiji K Somalusona kora bade beleg Function nai.10 years MP hoi Asomoli ki Ghotitu anise.

  • @P1997Dutta

    @P1997Dutta

    20 күн бұрын

    Tur koti tapan gogoi e ki baal korise... Nijor astito e nai. Modi r nam t vote khujibo aaye

  • @deepjyotiborah4708
    @deepjyotiborah4708Ай бұрын

    Dada apuni jati tur kothaw olp cinta koribo apunar kotha okol poisa komuwa gundho asa double ingine govt laga Apunak kam koribola hudbidha hoi buli kola south devlepnt huwa nai ni

  • @user-ms7ig3pp3c
    @user-ms7ig3pp3c19 күн бұрын

    Aapuni B J P

  • @P1997Dutta
    @P1997Dutta20 күн бұрын

    Ee rongali pati dhoni hoise. Noni gopal Himanta r khaas manuh. Eulukure bhal din hoise

  • @user-hu2ii1cz5b
    @user-hu2ii1cz5bАй бұрын

    Tiokor gaor votebur Gourav gogoi e paboi

  • @sunitgogoi2750
    @sunitgogoi2750Ай бұрын

    Nijor moujar Goan r rasta awastha nai

  • @Adnant732
    @Adnant73226 күн бұрын

    তপন-গৌৰৱ দুইজনেই আহোম ।

  • @arabindanath3582
    @arabindanath3582Ай бұрын

    Bjp samsa eijon,Eijonor ktha eman important di lav nai.

  • @RupkantaPathori

    @RupkantaPathori

    28 күн бұрын

    আজিকালি ৰাজনীতি মানেই টকাৰ খেল ।গতিকে গৌৰৱ গগৈ জিকিব নে নাই কব নোৱাৰি ।নগৰত পাব কিন্তু গাঁও বিলাকত বিজেপিয়ে পাব ।,কাৰণ বহুত ।

  • @bitulkakoti6763
    @bitulkakoti676327 күн бұрын

    100% তপন গগৈ ডাঙৰীয়া জিকিব

  • @HappyKnittingYarn-wx1pw

    @HappyKnittingYarn-wx1pw

    25 күн бұрын

    জিকিব নহয় হাৰিব

  • @priyajitkutum9865

    @priyajitkutum9865

    25 күн бұрын

    🤣🤣🤣

  • @priyajitkutum9865

    @priyajitkutum9865

    25 күн бұрын

    😂😂

  • @khemakantagogoi3281

    @khemakantagogoi3281

    25 күн бұрын

    দুয়োজনেই নিৰপেক্ষ সমালোচক ।

  • @mysticassam102
    @mysticassam1025 күн бұрын

    Bjp ahibo

  • @bharatikalita6658
    @bharatikalita665821 күн бұрын

    Kiman toka lutiso

  • @PushpaDevi-hg5eu
    @PushpaDevi-hg5eu14 күн бұрын

    Bjp. 13,+...

  • @rgmusicindia6311
    @rgmusicindia631124 күн бұрын

    Bjp ki jitt pakki hai

  • @user-cv9dp6je2w
    @user-cv9dp6je2w4 күн бұрын

    BJP

  • @user-vc9oo9th9m
    @user-vc9oo9th9m29 күн бұрын

    Gorob jikibo

  • @dipankarkalita6515
    @dipankarkalita651528 күн бұрын

    এইজন মস্ত তেলীয়া, চৰকাৰৰ চেলেকা, কিবা নিৰপেক্ষ কথা ক'ব বুলি নাভাবো।

  • @abdulrezak2132
    @abdulrezak21328 күн бұрын

    E ata BJP r manuh

  • @poketubegamer2998
    @poketubegamer299817 күн бұрын

    Ihotor khandan 2 bjpr samsa

  • @manyatagogoi2427
    @manyatagogoi242729 күн бұрын

    চৰকাৰে নিয়োগ বৃদ্ধিৰ কোনো ব্যৱস্থাই নাই।

  • @MaaBagalaEnterprise
    @MaaBagalaEnterprise20 күн бұрын

    dalal

  • @gayotrisensua6391
    @gayotrisensua6391Ай бұрын

    Desh hikhitor manuhe rokhatole nise 😂😂

  • @abhijitbokalial3137
    @abhijitbokalial313726 күн бұрын

    Electionor resultor Dina Sam anei eyat felfalai thakile nohobo kitu aitu bjpr manuh.

  • @anilbora2237
    @anilbora2237Ай бұрын

    Only BJP - 13/14 seats 👍

  • @Wrld.of_riki

    @Wrld.of_riki

    26 күн бұрын

    😂 in 🤡 your 😪 dreams mate

  • @mousumkonwar4973

    @mousumkonwar4973

    22 күн бұрын

    BJP will win 20 seats in Assam out of 14.

  • @latifali9650

    @latifali9650

    13 күн бұрын

    BJP ১০০ খন পাব।।।। Love dia youtuber tuyu ata moha লম্পত sake

  • @bkp9774

    @bkp9774

    10 күн бұрын

    ​​@@mousumkonwar4973অ অ থিক কথা 😊😊😊? বিছ পঁচিশ মান পাব 😊😊😊

  • @charitradowarahcharitradow106
    @charitradowarahcharitradow10628 күн бұрын

    mohudai.car tu asomor babe val ni ..jonabsun sakma arunachalor pora assamot aneb val hobo no apunar mote future val hobo sage assamor val beslakhon aounar

  • @polashchetia9099
    @polashchetia909928 күн бұрын

    brain wash !!

  • @rgmusicindia6311
    @rgmusicindia631124 күн бұрын

    Gurav gogoi haribo

  • @rgmusicindia6311
    @rgmusicindia631124 күн бұрын

    Assam bjp win 12 seat

  • @Arup-fs9sz

    @Arup-fs9sz

    21 күн бұрын

    6 taw napai niki jorhat diburghor nogaon korimgonj dhuburi kururajar kajironga guwahati dorong udalguri ataw napai

  • @Mridupabankonwar

    @Mridupabankonwar

    15 күн бұрын

    😂😂😂😂

  • @user-xg9ug5pn7x
    @user-xg9ug5pn7x29 күн бұрын

    Lurinjyoti Gogoi aru Gourav Gogoi jikibo

  • @jyoshreegogoi7958

    @jyoshreegogoi7958

    26 күн бұрын

    Good ❤❤❤

  • @apggg1534
    @apggg153420 күн бұрын

    গৌৰব গগৈ জিকিব জিকিব চিঞৰি থকা কেইটাৰ সন্তুষ্টিৰ কাৰণেই ধৰা হওক তেও জিকিব। জিকি তেও কি ফালিব কোৱা , বিগত ১০ বছৰ মিঞা লেণ্ড কলিয়াবৰত সংসদ হৈ থাকি কি কি ফালিলে বাৰু। এজন কাম নাইকিয়া বিৰুধীৰ সংসদ হৈ পাপ্পু মুৰ্খৰ ব্ৰিফ কেচ কঢ়িয়াই লেমটৌ হব।

  • @latifali9650

    @latifali9650

    13 күн бұрын

    আপুনি তেন্তে কাক উপযুক্ত বুলি ভাৱে পিছে ??? হিন্দু মুছলিম কৰি থকা কেইটাক sake আপুনি ভাল কব নহলে আপুনি sake Commision খোৱা কেইটাক ভাল বুলি কব??? নহলে আপুনি সৰু সৰু কথাত লোণ লৈ লৈ অসম চলোৱা কেইটাক উপযুক্ত বুলি ভাবিব sake????? আপোনাৰ সঁচাকৈ অলপ মানো একো নাই sake......... ত??? আপোনাৰ নিচিনা চকু মুদা কুলি বোৰৰ কাৰণে sake ইমান হুপা সমস্যাৰ চিষ্টি হৈছে????

  • @dilipsaikia4922
    @dilipsaikia492223 күн бұрын

    Gaurav Gogoi k Himanta eu harabo nuare

Келесі