কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি অসাৰ...

▶️ কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি অসাৰ। প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ বাবেই কৃত্ৰিম বানত ককবকাবলগীয়া হৈছে ৰাজধানীৰ বাসিন্দাই। বৃহস্পতিবাৰৰ নিশাৰ ভাগৰ পৰা অহা মুষলধাৰ বৰষুণৰ পিছতেই মহানগৰীৰ বিভিন্ন স্থান এতিয়া পানীৰ তলত। বিভাগীয় মন্ত্ৰী, মেয়ৰক বিচাৰি হাহাকাৰ গুৱাহাটীৰ বাসিন্দাৰ।

Пікірлер: 8

  • @SanjayKumar-td9um
    @SanjayKumar-td9um2 күн бұрын

    গাৱ এৰি গুৱাহাটীত থাকা ৷ সকলোকে গুৱাহাটীত মাটি ঘৰ লাগে এতিয়া কেনে মজা ৷

  • @gunjandeka3206
    @gunjandeka32063 күн бұрын

    2024 t April t sinta krib lgisile

  • @pradipsarma9199
    @pradipsarma91993 күн бұрын

    শিলসাঁকো খালি কৰাৰ পিছত কিয় এই বানপানী।

  • @merinaoegu5077
    @merinaoegu50773 күн бұрын

    Banpani hoi hejak borohun.

  • @merinaoegu5077

    @merinaoegu5077

    3 күн бұрын

    😁😁😁😁

  • @geetadas585
    @geetadas5853 күн бұрын

    Election r agot lolypop diye

  • @sibajisarkar1009
    @sibajisarkar10093 күн бұрын

    যত ভাৰতৰ প্ৰধান মন্ত্ৰী ভগবানৰ অৱতাৰ তাত এইবোৰ সাধাৰণ কথা, তাতে আৰু মুখ্যমন্ত্ৰী বৰ্তমান ঝাৰখণ্ড লৈ ব্যস্ত।

  • @desithugbaba9136
    @desithugbaba91363 күн бұрын

    Repoter keitai Pani khini gili de maksudai

Келесі