দেৰগাঁৱৰ ব্যৱসায়ী তথা গোলাঘাট জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক ময়ুৰ ফুকনক মৃত্যুৰ ভাবুকি

▶️ দেৰগাঁৱৰ ব্যৱসায়ী তথা গোলাঘাট জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য ময়ুৰ ফুকনক মৃত্যুৰ ভাবুকি। নিজকে DGP ভাস্কৰজ্যোতি মহন্ত বুলি পৰিচয় দি ঘৰতে গুলীয়াই মৰাৰ ভাবুকি অচিনাক্ত দুৰ্বৃত্তৰ। আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে প্ৰাণৰ সুৰক্ষা বিচাৰিছে ব্যৱসায়ীজনে।

Пікірлер: 13

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar843312 күн бұрын

    ভাস্কৰ জ্যোতি মহন্ত নিচিনা লাগিছে

  • @ArpitSingh-nh7ir
    @ArpitSingh-nh7ir12 күн бұрын

    Voice actually matches like that of Bhaskar Jyoti Mahanta 😮

  • @rphukon3331
    @rphukon333111 күн бұрын

    Nija plan neki...!!

  • @janardonbora2795
    @janardonbora279512 күн бұрын

    Enquiry দিব লাগে

  • @dipankardutta4753
    @dipankardutta475312 күн бұрын

    hosa kotha.....

  • @user-yo9hn4md4j
    @user-yo9hn4md4j12 күн бұрын

    মিমিক্রী

  • @rajkamalgogoi
    @rajkamalgogoi12 күн бұрын

    Mimicry artist jon val

  • @Bassahom
    @Bassahom12 күн бұрын

    AI voice changer use korise

  • @thetuber4439
    @thetuber443912 күн бұрын

    Is he zubeen on the left 😮?

  • @pradipsarma1964
    @pradipsarma196412 күн бұрын

    Ki hoisa aibor axomat

  • @gouranga9471
    @gouranga947112 күн бұрын

    Mahanta dev a

  • @dilipmahanta8479
    @dilipmahanta847912 күн бұрын

    উ:

  • @bidyutsharmayoutubechannel4505
    @bidyutsharmayoutubechannel450512 күн бұрын

    Ai use korise

Келесі