|| KHAGEN GOGOI TOKARI GEET 2021 || MUSIC - RUBUL BORA || টোকাৰী গীতৰ সম্ৰাট খগেন গগৈৰ এটি গীত ||
Ойын-сауық
#RUBUL_BORA_BIHU_SONG
SYMPHONY PRESENTS... BHAKTI SONG
SINGER - KHAGEN GOGOI
MUSIC - RUBUL BORA
LYRICS/TUNE - RUBUL BORA
KHOL/NEGERA - DEBESWAR SAIKIA
FLUTE - KAILASH RABHA
KEYBOARD - BHADRAKANTA DAS
RECORDED BY - JITU SHARMA AT DWIJA CHITRA, GUWAHATI
Пікірлер: 150
কৃষ্ণ কৃষ্ণ । সুন্দৰ , শুনি আনন্দ লভিলো । ❤❤ 😊
সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনাক কুশলে ৰাখক এই মানসেৰে ই,
সঁচাকৈয়ে ভাল লাগিল আপোনাৰ কণ্ঠ ❤
Bahut val lage dada apunar geet huni. Heart touching songs.
মানুহৰ জীৱন তো এনেকুৱা ভাল লাগিল শুনি।
আপোনাৰ সুৰ অনন্য ককাইদেউ ।ভগৱানে আপোনাৰ সুস্বাস্থ আৰু দীৰ্ঘায়ু দিয়ক
@RUBULBORA
2 жыл бұрын
ধন্যবাদ
আপোনাৰ কণ্ঠত ইমান ৰস ❤❤❤😢
🎉 Krishna Krishna Krishna. Nice.
Bor hundar nam👋👋👋
Ha krishna🙏🙏🙏🙏. Khub xundor.Khogen da.
পুণৰ বাৰ শুনি আপ্লুত হলো। কৃষ্ণ কৃষ্ণ।
Khagen da hasai bahut hundar haise
Gogoideor deh bisaror geetbur hunile asdhyatmic jagatkhanor bor gonhiroloi humanijaoe.Bhal lagil.Dhanyabad.
Krishna, bor dhunia hoise
Hundor lagil💘 🙏🙏🙏Krishna 🙏
Hosai ati hundor
কৃষ্ণ
বাৰে বাৰে শুনিলেও মন নভৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ 🙏🙏🙏❤❤❤👌👌🙏🙏🙏🙏
এই গীতটো শুনি মই খুব ভাল পাও,আৰু বহু কথাই কয় অথ্ওকয়,ভৱিষ্যত প্রজন্মই বা কি বুলি ভাবে লয়,,আপুনি এনে গীত পৰিৱেশন কৰিবচোন,,
Bor dhuniya , xeya lob,a
❤❤ সুন্দৰ গীতটো পুনৰ বাৰ শুনি আপ্লুত হলো। কৃষ্ণ কৃষ্ণ।
Rubul dak bohut val lage apuni amak eman puroni geet bur hunai..thanks
কৃষ্ণ, বহুত ভাল লাগিল শুনি।
khagen da bhal lagil.
Mojja
সচাকৈ এই সুন্দৰ গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে মই এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক চোন আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ আৰু ভালো লাগে শুনি,
Bipul da apunak dhonyabad disu
সচাকৈ দেই খগেন গগৈৰ এই গীতটো শুনি মই অতিকৈ সুখ অনুভৱ কৰো আৰু ভালো লাগে শুনি,
দেউতা বডি লেংগুৱেজ মানিবলগীয়া বহুত সুনদুৰ দেউতালৈ বহু বহু ধন্যবাদ জ্ঞাপন কৰিছো
Heart touching Tukari geetti huni bor bhal lagil .May God bless you .
ইমান সুন্দৰ কবলৈ ভাষা নাই ।🎉🎉🎉🎉
ইমান সুন্দৰ ভাষা নাই ৷
KhagenDa tukari pran very nice singing.
Krishna,nice song.
ধুনীয়া ধুনীয়া তোকাৰীগিতবোৰ এনেকৈ দি থাকীব
Bahut dhuniya
কৃষ্ণ কৃষ্ণ কৰ্ম ব্যয়স্ততাৰ মা😮জত সোমাই অৰ্থৰ অভাব আগ বাঢ়ি যাব পৰা আমি অভাজন কৃষ্ণ🙏🙏🙏🙏
সুন্দষৰ হৈছে ।
অতি সুন্দৰ
KhagenDa amaar axomar axmiar pran. Legend off singer. Lovely voice.
ভাল হৈছে ৰুবুল দা
খগেন দা আপোনাৰ গীত শুনি বৰ ভাল পাও৺ তোলন দাস।শদিয়া।
Nice song 🙏🙏🙏
হৰি নাম নুশুনো কিন্তু শুনিলে হিদয় সাত পৰি যায়
সচাকৈয়ে শুনি বৰ ভাল লাগিল।
গগৈ দেৱৰটোকাৰী গীত শুনি থাকিবৰ মন যায়।
Mour val lagal ❤❤❤❤❤❤❤❤
Krishna 🙏🙏 bap bor hundor hoise
সঁচা অৰ্থত গীতটিৰ সম্পূৰ্ণ বৰ্ণন সত্য। বহুত ভাল লাগিল শুনিবলৈ🙏🙏
Top voice
Dada moi pagol hoi goisu
Sundar
বহুত ভাল লাগে শুনি বহুত ৰাতিপুৱা সদায় শুনো ০৯/১২/২০২৩ আজিও শুনি আছোঁ ❤
namaskar,,, pueatey aeigeettu huniley monot bohu kothar prati monot pelai, heyey,,,,,
বিতোপন অসম❤️
Krishna Krishna Rubul kokaideu aapunaloi bohut bohut morom dilu 🙏🙏🙏
টোকাৰি গীত ভাল হৈছে ।
❤❤❤
Bohut Sundar 🙏🙏🙏
এই বয়সত সচাঁ অনুভৱ ধন্যবাদ
Ati hundar lagil
Hee krishna Ram Ram 👋👋👋🙏🙏🙏🙏🕉️🕉️🕉️
Nice
ভাল লাগিল
Bahut val lagil huni.....
অন্তৰ চুই গ'ল
Kokaidew bahut bhal lagil
Kiman bar je xunisu,xuni thakiboi mon jai ane hundor HARI r naam
Very. Nice
Zubin dar burhatur hokolu tukari geet huni thakiboloike mn jai....❣️❣️❣️
Bhal lagil
very good song
Xundor vall lagil xuni,
Krishna 🙏🏼🙏🏼
Bohut val lage de
Bohut bhal lage mur eibhagi geet hunie thakibo mon jai
শুনি মই খুব ভাল পাও,,, সচা মানৱজীৱনত এই কথা স্বীকাৰ কৰিবই,
🙏🙏🙏
Very good..
Please jadi pare 80-90 dashakar deh bicharor geet Dinabandhu Cassator geet keiti
Very sweet and instructive
Somoi. Upajugi. Nam
Krisna❤😂🎉😢
Ram ram ram Krishna Krishna prvo nmska
বহুত সুন্দৰ টোকাৰী গীত। শুনি বহুত ভাল লাগে ।
Bor val lagil
God gifted Amazing voice Khagen Da
বহুত ভাল লাগিল গীতটো।
@padminigogoi9533
2 жыл бұрын
Nice
@newtonbharali4039
2 жыл бұрын
Bohut vall lagell?
ইমান সুন্দৰ মই এইটো নহ'লে কি হ'ব বাৰু।
হৃদয় চুই যোৱা টোকাৰী গীত ।
সচাঁই কিমান চহকী অসমীয়া সংস্কৃতিৰ ভঁৰাল, ধন্য আপোনালোকৰ দৰে শিল্পী পাই আমি🙏🙏🙏
@puneshwarisingpho8357
Жыл бұрын
By vid in
@sonaramsonowal1312
Жыл бұрын
Eman Val Lage Huni Amani Nelage 3 Bar Hunu Mon Pura Hoi Jai Krishna Krishna Krishna
Fash to fash look that sing da
😮
Krishna Krishna Krishna🙏🙏🙏
Nice 👍👍👍👍
@chandranathpegu5498
2 жыл бұрын
Nice 👍👍👍
মই এইগীতটো শুনি শুনি থাকিলেও আমনি নাপাওঁ, সচাকৈ মানৱ জীৱনত সকলো কথা ঠিকেইথাকেই বাকী হে বিষাদ ৰসৈতে জড়িত হৈ থাকে,
@mukutlukhurakhon1411
3 ай бұрын
মানৱ জীৱনটোৱেই এনেকুৱা কিছুমান বিশেষ বিশেষ কথাই জড়িত হৈ থকা বাবেই মনুষ্য জীৱ সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পাও সেয়ে মই মোৰ ফালৰ এই কথাৰেই,,,,
বৰ ভাল লাগিল 🙏🙏🙏
Nice song rubul da
Muk lage khogen da ramayan rasile jogote janile eai geet tu .
Anil Saikia tukari git bhal lagose