ঘোচখোৰ, দুৰ্নীতিপৰায়ন অভিযন্তাই বজাৰ মেলিছে জনস্বাস্থ্য কাৰিকৰী বিভাগত৷

ঘোচখোৰ, দুৰ্নীতিপৰায়ন অভিযন্তাই বজাৰ মেলিছে জনস্বাস্থ্য কাৰিকৰী বিভাগত৷ বিভাগটোৰ কাৰ্যবাহী অভযন্তা জয়ন্ত গোস্বামীৰ পাছতে নাম উচ্চাৰিত হৈছে বিভাগটোৰ লখিমপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কুমুদ ৰঞ্জন হাজৰিকাৰ৷ টকা নিদিলে মূৰ তুলিয়ে নাচায় এইজন অভিযন্তাই৷ ঘোচ নিদিলে বিল লৰচৰ নকৰে কুমুদ ৰঞ্জনে৷ ইফালে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ক’লে- আৰু দুই-চাৰিজন অভিযন্তা পৰিব জালত৷
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 4

  • @ArupBora-td6wc
    @ArupBora-td6wc14 күн бұрын

    লাজ নালাগিলনে কথা বিলাক কওতে। কাৰণ কমিচনৰ ভাগ নোপোৱাৰ বাবে হে ধৰালে। কিছুমানক অভিযোগ দিয়াৰ পিছতু নধৰে।

  • @merinaenghipi7391
    @merinaenghipi739114 күн бұрын

    He seem so inocent

  • @anibro4162
    @anibro416214 күн бұрын

    Ultimately bhogai bitai khabo lage ! Nohole dhora khabo khatang ?

Келесі