কেনেকৈ আলফাৰ শিৱিৰৰ পৰা পলাই আহিছিল ২ আলফা(স্বাঃ) সদস্যই?

▶️কেনেকৈ আলফাৰ শিৱিৰৰ পৰা পলাই আহিছিল ২ আলফা(স্বাঃ) সদস্যই? একমাত্ৰ NKTVত আলফা(স্বাঃ) শিৱিৰৰ শিহৰণকাৰী বৰ্ণনা। কি হৈছিল প্ৰকৃততে, কিয় পলাই আহিল অসমলৈ?

Пікірлер: 240

  • @hemalatachetia3765
    @hemalatachetia37652 жыл бұрын

    দেশ প্ৰেম ,,স্বাধীন অসম বুলি যোৱা নাই সিহতৰ চেহেৰাই কৈছে ।।ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত শান্তি আলোচনা চলি আছে বাবে কিবা এটা সহায় চৰকাৰৰ পৰা পোৱা আশাত হে গৈছিল যেন অনুভৱ হয়।। স্বাধীন অসম বিচাৰিবলৈ গ'লে ,,শৰীৰত ৰ'দ ,,বৰষুণ ,,বতাহ ,,ধুমুহা ,,কাইট,,বনৰীয়া জীৱ জন্তু,,পানী,,আদিলৈ ভয় ,,কষ্ট এইবোৰলৈ ভয় কৰিব নালাগিব ।। ঘৰৰ মা -দেউতা ,,পৰিয়ালক কন্দুৱাই ছয় মাহতে ??????????

  • @bhabeshmili8352

    @bhabeshmili8352

    2 жыл бұрын

    Right

  • @dasbsf178

    @dasbsf178

    2 жыл бұрын

    Ekdom hosa kotha kole sir

  • @bkp9774

    @bkp9774

    2 жыл бұрын

    @@bhabeshmili8352 morai val aasil.

  • @lishagogoi2265

    @lishagogoi2265

    2 жыл бұрын

    Right 👍

  • @monujtaid5752

    @monujtaid5752

    Жыл бұрын

    Hi

  • @Dailylifestylechannel96
    @Dailylifestylechannel962 жыл бұрын

    যোৱা আগতে ভাবিব লাগে, নিজৰ ঘৰ খন ভঙা হ'লেও বহুত সুখত থাকিব পাৰি।হাবিৰ মাজৰ পৰা স্বাধীনতা বিচাৰি যোৱাতকৈ ইয়াতে কিবা কাম কৰা ভাল।

  • @agniban5102
    @agniban51022 жыл бұрын

    হ'ব হ'ব ইমান কথা নকব। ফোপাই ফোপাই একেখিনি কথা শুনি আছোঁ। বুজিছো অৰুণাচল আৰক্ষীৰ হাতত আছে তেওঁলোক

  • @happyboy4579

    @happyboy4579

    2 жыл бұрын

    🙄😁😁😁😂😂😂😂

  • @subhamchetia1383

    @subhamchetia1383

    2 жыл бұрын

    Hosakoi akekhini k kaivar j nkoi

  • @travellerajs9929
    @travellerajs99292 жыл бұрын

    এইবিলাক কথা আচলতে প্ৰকাশ কৰিব নালাগে। কাৰণ তেওঁলোক মূলসুঁতিলৈ উভতি আহিছে যদিও আলফা নেতৃত্বই তেওঁলোকক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিছে। গতিকে তেওঁলোকে ভৱিষ্যতে সাফল্য লাভ কৰাত হে গুৰুত্ব দিব লাগে। এইবোৰ TRP ৰ বাবে অযথা সাক্ষাৎকাৰ লৈ তেওঁলোকৰ বিপদ মাতি আনিব নালাগে।

  • @legendariya6957

    @legendariya6957

    2 жыл бұрын

    ঘণ্টা নিউজ চেনল একো নাজনে সকলোবোৰ দাতা প্ৰকাশ কৰিছে ইহঁতৰ কিবা হলে NKtv দায়ী হব ।।

  • @deltaone2882
    @deltaone28822 жыл бұрын

    হেৰৌ কমচে কম চাউল কেইটা দি থৈ আহিব লাগিছিল তহতে.. খোৱা বোৱাৰ লগত ধেমালি নহয় দেই

  • @putulgogoi5386

    @putulgogoi5386

    2 жыл бұрын

    হয় দেই 😁

  • @rajukalita6302
    @rajukalita63022 жыл бұрын

    একলোক আচলতে স্বাধীনতাৰ লক্ষ্য কৰি যোৱা নাছিল গৈছিল নিজৰ স্বাৰ্থ পূৰণৰ বাবে ভাবিছিল চৰকাৰৰ লগত আলোচনা হলে তেওঁলোকে ভাল পইচা পাব বা কিবা নিজৰ লাভ হব ভ।

  • @protimadutta2890

    @protimadutta2890

    2 жыл бұрын

    এইবোৰ বুৰবক কৰবাৰ

  • @rintumoran8846

    @rintumoran8846

    2 жыл бұрын

    Nibonua homoshya vuktovugi.....ehot...Swartho nhoi.....thti ki janibi ha....ST,SC hoi sorkarr domot uri fura tht

  • @rajukalita6302

    @rajukalita6302

    2 жыл бұрын

    @@rintumoran8846অসম খনত কেৱল এই দুজনে নিবনুৱা আছিল নে বাৰু

  • @rintumoran8846

    @rintumoran8846

    2 жыл бұрын

    @@rajukalita6302 Karubar bikhoa nojonake judge kora2 vul buli mare bapere nihikale tuk...

  • @rajukalita6302

    @rajukalita6302

    2 жыл бұрын

    @@rintumoran8846 tomar bebhare koi tumi kiman xikisa

  • @deepjyotiboruah9496
    @deepjyotiboruah94962 жыл бұрын

    ইহঁতৰ আওট নলেজ বোলা একোয়েই নাই । এই কেইটাৰ বিচাৰ - বিবেচনা বোকা ডেন্স কৰা জুবিনৰ অনুৰাগী নিচিনাহে লাগিছে !! যাকলৈ ভবিৎষ্যতে একো আশা কৰিব নোৱাৰি ।

  • @burulinavideos

    @burulinavideos

    2 жыл бұрын

    😂

  • @bahubalistarkusha3662

    @bahubalistarkusha3662

    2 жыл бұрын

    Zubeen da r katha kabloi ki haol ako . Toi o anekua .

  • @deepjyotiboruah9496

    @deepjyotiboruah9496

    2 жыл бұрын

    @@bahubalistarkusha3662 জুবিনৰ কথা কলে অপৰাধ আছে নেকি ?

  • @xomir_07

    @xomir_07

    2 жыл бұрын

    Oi sudurvai eat jubin ok kio taniso ...

  • @deepjyotiboruah9496

    @deepjyotiboruah9496

    2 жыл бұрын

    @@xomir_07 তোমালোকৰ ঘৰখনতো এনেকুৱা ব্যৱহাৰে চলে নেকি ? ভদ্ৰতা আৰু শিষ্টাচাৰ নথকা বা নজনাকৈ এজন শিল্পী অনুৰাগী হোৱাটো হাহিঁ উঠা কথা ।

  • @legendariya6957
    @legendariya69572 жыл бұрын

    পাগল নিকি কত আছে কিয় কব লাগে আৰু এইবিলাক সুধি সুধি তেখেত সকলক মাৰিব বিচাৰিছে নেকি ।।

  • @fitt2funn859
    @fitt2funn8592 жыл бұрын

    উদ্দেশ্য বিহীন তহতৰ দৰে বুৰ্বক উলাই আহি ভালেই কৰিলা।। আৱৰ্জনা।।

  • @jayantakrdas647

    @jayantakrdas647

    2 жыл бұрын

    Right

  • @thelifevlogzs7211
    @thelifevlogzs72112 жыл бұрын

    ২০২১ ত গৈ ২০২২ শেষ হোৱাই নাই ৷ লক্ষ্য নাই উদ্দেশ্য নাই ঘৰৰ মানুহক হাৰাশাস্তি কৰি স্বাধীন অসম লাগে সিহঁতক ৷

  • @basantahira8645
    @basantahira86452 жыл бұрын

    সাংবাদিক জনৰহে ভাগৰ লাগিল

  • @LakshmanKrRay
    @LakshmanKrRay2 жыл бұрын

    টিকিবই নোৱাৰে যদি যায় কিয় ? জংঘলত থকা ইমান সহজ নহয় আগতেই এই কথা ভাবিব লাগিছিল ॥

  • @protimpartha1mj
    @protimpartha1mj2 жыл бұрын

    আলফালৈ গৈ নিজৰ ভৰিত কুঠাৰ মৰাতকৈ ঘৰৰ বাৰীত শাক-পাচলি কৰি খাই থকাই শ্ৰেয়। আলফা অ- প্ৰাসংগিক আৰু অবাস্তৱ বৰ্তমান সময়ত

  • @putulgayan648

    @putulgayan648

    2 жыл бұрын

    Right

  • @rintuwannag6584

    @rintuwannag6584

    2 жыл бұрын

    Right

  • @loficave-g9t

    @loficave-g9t

    5 ай бұрын

    Right

  • @mitulkalita
    @mitulkalita2 жыл бұрын

    চাউল আনিব দিউতে জে পলাই আহিলি শিহতে এতিয়া কি খাব ভাত বনাবলে ৰ‌ইয়ে থাকিলে কিজানি

  • @uttamnath8314

    @uttamnath8314

    2 жыл бұрын

    A ma . . mata ji

  • @spydie4962

    @spydie4962

    2 жыл бұрын

    Dhunia

  • @surojitbora4284

    @surojitbora4284

    2 жыл бұрын

    😁😁😁😁😁

  • @funnylife3413

    @funnylife3413

    2 жыл бұрын

    Utha le re baba😜😜😜

  • @darkwarrior1608

    @darkwarrior1608

    2 жыл бұрын

    Toi johora nk burbok😂😂😂😂

  • @niponboruah1516
    @niponboruah15162 жыл бұрын

    সাধাৰণ জ্ঞানকনো নথকা লৰাকেইটাক আলফালৈ নিয়া সকলহে দুখী

  • @jibonbatorlogori323
    @jibonbatorlogori3232 жыл бұрын

    এই দুটা আলফা লৈই যোৱা চেহেৰাই নাই চোন ৷

  • @burulinavideos
    @burulinavideos2 жыл бұрын

    আকৌ আলফাৰ ওপৰত ৰাজনীতি, হাৰামীকেইটা যদি সোমাইছিল আক' কিয় ওলাই আহিল?

  • @manashgogoi3707
    @manashgogoi37072 жыл бұрын

    Good job

  • @chandanneog1965
    @chandanneog1965 Жыл бұрын

    🇮🇳eku shadhin nhy shadhin huwar pisot ki hb jona ase future....jenke ase tenkei thakok♥️jai hind 🇮🇳 jai aai oxom

  • @rajanewar3634
    @rajanewar36342 жыл бұрын

    God bless you..

  • @guninmili6714
    @guninmili67142 жыл бұрын

    মামা আৰু পৰেশ বৰুৱাৰ খেলা।

  • @putulgayan648
    @putulgayan6482 жыл бұрын

    এই জাৱৰ দুটাক গুলীয়াই মাৰক ।

  • @loficave-g9t

    @loficave-g9t

    5 ай бұрын

    Kio be

  • @satyajitboruahvlogs5266
    @satyajitboruahvlogs52662 жыл бұрын

    emn anke kio news tu prosar korise hoi apuni akhomya nhoi ni....ai news tu pai jdi lra dutak jdi guliai mare tetya ai reporter jone risk lobo nki

  • @kkkassam8352
    @kkkassam83522 жыл бұрын

    ভুৱা আলফা এই দুজন। দেখিলেই গম পাই, কথা ক'ব ই নাজানে , ইহঁত দুটা বোলে আলফা? সুধিলে আলফাৰ ফুল মিনিং কি ভালদৰে ক'ব নোৱাৰিব। অসমৰ পুলিচ আৰু মিদিয়াই বা কি চক্ৰান্ত কৰি ইহত দুটাক আলফা সজালে!

  • @jonjyoti1191

    @jonjyoti1191

    2 жыл бұрын

    Tenekuwa jene lagise

  • @user-uk6mv4zb7x
    @user-uk6mv4zb7x2 жыл бұрын

    Aikaijon ulfa nhoi Jan lagisa eman nervous hoi asa 😅

  • @nabakamalboruah5222
    @nabakamalboruah52222 жыл бұрын

    Moja

  • @jyotismanhazarika3524
    @jyotismanhazarika35242 жыл бұрын

    Army kaitai gun loi bea style disae 😘😘😍😍

  • @monikachari12

    @monikachari12

    2 жыл бұрын

    Hoi ne

  • @manjitbharali7730
    @manjitbharali77302 жыл бұрын

    Dekhate ehotk kiba ata blg jen lage..ulfa hbo nimile

  • @maotsetungboruah8398
    @maotsetungboruah83982 жыл бұрын

    Gogoi and boruah upadhi nohoi

  • @biswajitsaikia6925
    @biswajitsaikia69252 жыл бұрын

    Ghort ahise valei hol pise nuarile kio jab Lage age vabi Sai jab Lage

  • @techmack7852
    @techmack78522 жыл бұрын

    Val karila ghuri ahi Bhai

  • @User12414
    @User124142 жыл бұрын

    0:03 দাদাৰ কাঁহটো ভাল লাগিল😂

  • @user-tp2dp1ki9g
    @user-tp2dp1ki9g2 жыл бұрын

    Reportar jon alop biyamor poiyujon enam fupaise nahobo dei aneke....

  • @Bipulgogoi-ez7dt
    @Bipulgogoi-ez7dt10 ай бұрын

    সেই কেইটা কাটি কোটি খাই পেলাব লাগে আৰু ইয়াৰ লগত কথা পতা সাংবাদিক গৰাকী খেতি কৰি খা বুপা

  • @mrraja2887
    @mrraja28872 жыл бұрын

    Vlke kothai kobo najane hihot ako ulfa

  • @rabidaimary2668
    @rabidaimary26682 жыл бұрын

    Now ,their live is in danger .

  • @banjyotinathcreator7882
    @banjyotinathcreator78822 жыл бұрын

    Mojja 🔥

  • @gautomtamuly3972
    @gautomtamuly39722 жыл бұрын

    চোৰৰ looks এটাহে আছে ইহঁতৰ ।

  • @sumu1453
    @sumu14532 жыл бұрын

    news channel bu e asolote nijo asol daittyo pahori goise

  • @mainachutia6384
    @mainachutia63842 жыл бұрын

    দেখোঁতে চুৰ চুৰ লাগিছে।

  • @sanmiholi1256
    @sanmiholi12562 жыл бұрын

    এইকেইটা ফুৰ্টিতেই গুছি গৈছিল....

  • @lakshajitbora221
    @lakshajitbora2212 жыл бұрын

    এই দুজন পণ্ডিত নিজৰ স্বাৰ্থ পূৰণ কাৰণে ঘূৰি আহিল, বেছি নিজৰ স্বাৰ্থ পূৰণ কাৰণে নাভাবি নিজৰ প্ৰাণ ৰক্ষা কৰা চেষ্টা কৰি যোৱা, আঠ মাহ থাকিয়েই স্বাধীন অসম লাগে...

  • @loficave-g9t

    @loficave-g9t

    5 ай бұрын

    E sudur bhai axom ot kuni xakhon kri ase e kela

  • @lbsnaaanirbandeori4971
    @lbsnaaanirbandeori49712 жыл бұрын

    ohhh baiii ,ulfa meinn beiiiii😁😁

  • @pasantagogoi5463
    @pasantagogoi54632 жыл бұрын

    আপোন ঘাটি মৰ যমৰ বদনাম দিয়।।অন্তত চাউল কেইটা আনিবলে শিয়াল কেইটাক পঠিয়াইছে।।নাম সিহতৰ খেপৌ

  • @xrapat_official
    @xrapat_official2 жыл бұрын

    আমি নামত হে স্বাধীন 😇

  • @NikhilsVlogsUltimate
    @NikhilsVlogsUltimate2 жыл бұрын

    Emn jur d ru siyori koise sosoni khai goise ge kokaideu

  • @jantukoch7247
    @jantukoch72472 жыл бұрын

    কেলা কস্ত কৰিব নোৱাৰ আকৌ স্বাধীন অসম গঢ়িবলৈ যাৱ। এইকেইটাৰ বাল কথাই ঠিক নহয়। ‌ পইচাৰ লোভত গৈছিল এই হাল।

  • @mallavkonwar2556
    @mallavkonwar25562 жыл бұрын

    Oo

  • @axomiyaloramoi5225
    @axomiyaloramoi52252 жыл бұрын

    Jdi eahtok kiba kore te mediar mnhu jank maribo lgeee khi klhhh jah tah questions kri asei

  • @ripankordutta8254
    @ripankordutta82542 жыл бұрын

    Vlei korili bupai hot..aji Kali heiburot..najay..kiba ata income kor..maa deuta hukh..ghoror mnuh hukh..

  • @mixernlp6493
    @mixernlp64932 жыл бұрын

    Reporter jon dekhun manhu 2take dekhi naevus hoise🤣🤣🤣🤣🤣

  • @dipulaxom
    @dipulaxom2 жыл бұрын

    আলফাৰ চেহেৰাই নাই এই কেইটাৰ 😃😃 দেখাত চোৰৰ দৰে লাগিছে🤣🤣🤣

  • @absalam5061
    @absalam50612 жыл бұрын

    Kargil joi kori ahise buli kowa reporter e blg news napai neki

  • @chandandutta3186
    @chandandutta31862 жыл бұрын

    Kibake basili, ulfa ari valei Karisa. Ulfa kam nai. Gharat business Ba kheti Kora natuba govt job poar babe sesta kariba

  • @Amio.d5

    @Amio.d5

    2 жыл бұрын

    Knekoi basibo atia hosai jodi polai ahise...mora tu khatang....aru jodi alphai plan kri pothaise...karubaak maribo ahise

  • @darkwarrior1608

    @darkwarrior1608

    2 жыл бұрын

    @@Amio.d5 alpha maksudae randa... Coward... Terrorist...johora jiman gali asa kom

  • @jyotismanhazarika3524

    @jyotismanhazarika3524

    2 жыл бұрын

    @@Amio.d5 muru haituwai lagisae 😍

  • @loficave-g9t

    @loficave-g9t

    5 ай бұрын

    ​@@Amio.d5bl del o krba nore ulfa 😂

  • @AnisurRahman-vl9qc
    @AnisurRahman-vl9qc2 жыл бұрын

    চাউল থৈ আহিবো লাগিছিল ... বাকী বিলাক নাখাই মৰি যাব😀😀😀

  • @being_human181
    @being_human1812 жыл бұрын

    Sangbadik Dada, apuni CIGARETTE khuwa ari diyok, Apunar heart2 komjor hoise, Fefoni barhi goise.

  • @7gc970
    @7gc9702 жыл бұрын

    এনেকোৱা বোৰবক বিলাকে কেনেকৈই দেশ স্বাধীন কৰিব কাম নাই কিয়া বিলাক আলফাৰ লৈ যায় ইয়াৰ এটাৰ পমান ।

  • @alexdipu7560

    @alexdipu7560

    2 жыл бұрын

    Thike

  • @TUB07
    @TUB072 жыл бұрын

    Hoitu aeikitar blg kiba news pam nki 2 din man pasot

  • @jyotshnaboro2246
    @jyotshnaboro22462 жыл бұрын

    Reporter jonor sage pani piya lagose bohut gorom na

  • @bikashbora9998
    @bikashbora99989 ай бұрын

    ককাই কিয় ফেপাইছ এ চি ত বহি বহি ফেত বাহিছে

  • @manojrajbongshi5013
    @manojrajbongshi50132 жыл бұрын

    Reporter Jone sagali fefuwa dise jj 😜 😀

  • @rumihazarika4781
    @rumihazarika47812 жыл бұрын

    News koribole hikibo dei ........aaaa aaaa is enough beng......

  • @parbinsultana508
    @parbinsultana5082 жыл бұрын

    News reporter jn a ehot duijnr mritur dai hbo ,emn aiebur kbo lge nki,gom pai ase lora duta kmn risk t ase atea ,,

  • @rajibdeka8554
    @rajibdeka8554 Жыл бұрын

    Ksto ase bht..jnekoi koise Jen kiba job he kribo goisil..jdi eko uddassa a ni tenehole ghrr manhk bkr kio ksto dibo goisili..

  • @jetuki
    @jetuki2 жыл бұрын

    O chanchol yo hoise aamar , aatonkomoi poribexh hoise amar eyatu . Amar mama htr tatu chancholyo hoise.

  • @maotsetungboruah8398
    @maotsetungboruah83982 жыл бұрын

    Assame nohoi

  • @Kingcobra4090
    @Kingcobra40902 жыл бұрын

    যধামুৰ্খ কিটা।ইহত কোনো কামৰ মানুহ নহয় যে দেখাতেই জনা যয়।

  • @ranjoyadi5824
    @ranjoyadi58242 жыл бұрын

    Bhl korisa... ULFA kam ni ..nija kosta kori aru kosto kori ....aramt thaka

  • @air33-ias53
    @air33-ias532 жыл бұрын

    আলফাই নাখাই মৰিব এতিয়া।🤪🤪🤪

  • @nilutpalborah5814
    @nilutpalborah58142 жыл бұрын

    Hei aikeita kothai kobo nuware... Reporter jon excited huar karon nai...

  • @nitugogoi8133
    @nitugogoi813311 ай бұрын

    Atya korobar gahori farm sabo di diok

  • @munubora6927
    @munubora69272 жыл бұрын

    এই কেইটা চুৰ চুৰহে লাগিছে

  • @prantiksmelodyfactory943
    @prantiksmelodyfactory9432 жыл бұрын

    Kio sinaki korai dise...aami asomiya lora punor herabo nukhuju

  • @nababora2345
    @nababora23452 жыл бұрын

    Kothatuke valkoi kobo nuware shadhin asom koriboloi jai

  • @bidyutdekavlogs7695
    @bidyutdekavlogs76955 ай бұрын

    এইকেইটাক খেদি হে দিলে চাগে চেহেৰাই নাই চোন 😂😂😂

  • @anandasaikia7880
    @anandasaikia78802 жыл бұрын

    সকলো কথা খুলি কোৱা টো ভাল নহয়.বিপদ হব কিনতু

  • @kalyandey83
    @kalyandey832 жыл бұрын

    তেওঁলোকৰ মুক খন কিঅ blurr কৰি ৰখা নাই

  • @piyusvloger3547
    @piyusvloger35472 жыл бұрын

    Sudaru news...

  • @gagank.r.b7733
    @gagank.r.b77332 жыл бұрын

    কাপুৰুষ হত যদি থাকিবই নোৱাৰ কেলে গৈছিলি ?

  • @loficave-g9t

    @loficave-g9t

    5 ай бұрын

    Bir purukh toi ki bll del kriso

  • @babulray4471
    @babulray44712 жыл бұрын

    Faltu korba goisil faltu soli

  • @prastutikumar1339
    @prastutikumar13392 жыл бұрын

    Jom Rojar keraniye Ihotor naam r tolot ronga aach Taani thaise. Besi din nai aru...naam katibo.

  • @pulakjyotideka7248
    @pulakjyotideka72482 жыл бұрын

    ভালকৈ কথা কবই নোৱাৰে... ইহতে আৰু কি অসম স্বাধীন কৰিব😂

  • @abulali-eq6rx
    @abulali-eq6rx11 күн бұрын

    agota gom powa naseli ni tat gola dukh Kosta pahorbo Lage boli jde morebola Voi ASA Tanta kio goiseli ulfaloi ha

  • @kalyansingha2775
    @kalyansingha27752 жыл бұрын

    2 comedian interview.... Ha ha khepo axom...... Goru piton debo ateia police a.. pithe chaal nathake ateia..

  • @bickramdsa7870
    @bickramdsa78702 жыл бұрын

    Ktha2 koutai eman fapabo lge nki...

  • @bijoybhuyan3390
    @bijoybhuyan33902 жыл бұрын

    Rupam ulfa kon hota hain soot an sait ka ordar diyahai kay Ropam SC ka justice hai kay. Rupam dam hai to pangri tinsukiya me aake dikana

  • @jitupangogoi2592

    @jitupangogoi2592

    2 жыл бұрын

    Rupam axom golaghat r hoi...tinsukia dist ulfa commander hoi .... Tinsukia r hoiu aku nejano jdi ane cmnt nkribi

  • @sazidaparbin6401
    @sazidaparbin64012 жыл бұрын

    Ukhah Bondho hoi gol paiiiii

  • @aanali3453
    @aanali34532 жыл бұрын

    Muslim lots hle rajniti kribor moja hl heten

  • @akashdeepgogoi8690
    @akashdeepgogoi86902 жыл бұрын

    Reporter RIH

  • @dwithunbasumatary4359
    @dwithunbasumatary43592 жыл бұрын

    Alfaye attact korili ki hobo atia

  • @huntideka1067
    @huntideka10672 жыл бұрын

    হেৰৌ পানী বক বকাই পানী উতলি আছে চাগৈ , খোৱা বোৱা কথাত ধেমালি নহয় বাবা হত নাপায় দেই । চাবিচোন তহঁতৰ শেষটো বৰ বেয়াকৈ যাব ।

  • @natureover7360

    @natureover7360

    2 жыл бұрын

    haat mar toi kla ...tuk kuneu like diya nai kla johora

  • @basantachutiacreation6859
    @basantachutiacreation68592 жыл бұрын

    Ulfa na ki hoi Gmai pua ni aikita

  • @pranabborah7684
    @pranabborah76842 жыл бұрын

    News tu emn bea k pohise faltu

  • @poojapriya7635
    @poojapriya76352 жыл бұрын

    Aei Keita bole ULFA . Sehera saa pickpocketer Jen lage.

  • @rasingtisso366
    @rasingtisso3662 жыл бұрын

    chenel tu bhal puanai

  • @anuhborah82505
    @anuhborah82505 Жыл бұрын

    😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @runubaruah60
    @runubaruah602 жыл бұрын

    God bless you young boys

  • @Shutupnonsense
    @Shutupnonsense2 жыл бұрын

    Aku axom'r karone jua nai..... Kam koribole mon, kosto kribo mon nai akrne goisile...

  • @Upper_assam_delta_boy
    @Upper_assam_delta_boy2 жыл бұрын

    পলৰীয়া কেইটা

  • @Gogoifouji123
    @Gogoifouji1232 жыл бұрын

    Huno ht .....mribloi haju thkkkk....

Келесі