গৌৰৱ গগৈ নে তপন গগৈৰ পক্ষত যোৰহাটৰ ভোটাৰ?
#Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...
Пікірлер: 77
এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াই বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব
তপন গগৈ আৰু গৌৰৱ গগৈৰ মাজত কোনো তুলনা নহয়। গৌৰৱ গগৈ অসমীয়াই গৌৰৱ কৰিব পৰা এক উজ্বল ব্যক্তিত্ব। তপন গগৈ সাংসদ হিচাপে একেবাৰে অযোগ্য বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। অযোগ্য লোকক যোৰহাটৰ মানুহে নিশ্চয় সমৰ্থন নকৰে।
যোরহাটত গৌরব গগৈ জিকিব । পদুম মরহিব ।।
গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ
ফুলত ধৰিলে মৰহি যোৱাৰ সম্ভাৱনা বেছি কিন্তু হাতত ধৰিলে আগুৱাই যাবৰ বাবে সুবিধা আছে।
যোৰহাটৰ শিক্ষিত জনতাই এইবাৰ কোনো কাৰণতে গৌৰবৰ দৰে নেতাক নেহেৰুৱাই 🎉🎉🎉 গৌৰব অসমৰ গৌৰব, অসমৰ সম্পদ, অসমৰ ভবিষ্যত। 🎉🎉🎉🎉❤❤❤
গৌৰব গগৈ বিজয় নিশ্চিত।
হাতে হাতে হাত ধৰি আগবঢ়াৰ ইচ্ছা যোৰহাটবাসীৰ😍
Gourab Gogoi 100% Win
গৌৰৱ গগৈ জিন্দাবাদ। আমি সকলোৱে লগ লাগি গৌৰৱ গগৈক জয়ী কৰামেই আৰু ১০০% জিকাটো খাটাং।
Gaurav Gogoi zindabad 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
Gourab Gogoi jikibo
গৌৰব গগৈ দেৱৰ নেতৃত্বত কংগ্ৰেছ ❤❤জিকিব ❤❤
হাত গৌৰৱ Gogoi ❤
Gaurav Gogoi zindabad ❤
গৌৰৱ গগৈয়ে জিকিব ১০০%
Only Gaurav Gogoi
Gaurav Gogoi jikiboi
Gaurav gogoi zindabaad
হাতত ধৰিম।
কমেন্ট চাই এনেকুৱা অনুভব হৈ তপন গগৈৰ চিকিউৰিটি হেৰুৱাৰ দিশে অগ্ৰগতি কৰিছে
@prabinmallabaruah8845
Ай бұрын
কমেন্ট বোৰ পঢ়িলে এনে লাগে যেন মানুহ বোৰ ৰাজনৈতিক চল - চাতুৰি বুজি পোৱা হল আৰু টকা পয়চাৰ প্ৰলোভন হেলাৰঙে ওফৰাই পাঁচ বছৰৰ মুৰত লাভ কৰা বিৰল সুযোগ অপব্যৱহাৰ নকৰে।
@AbulHussain-dl6og
Ай бұрын
@@prabinmallabaruah8845Moi o vabisu Topon Gogoi Election r pasot Gupon Gogoi hobogoi sage.....
এইবাৰ হাতে হাত ধৰি যাব লাগিব
Gaurav gogoi ❤
Gourov Gourov 🎉🎉🎉
Gaurav Gogoi
3g zindabad
Gourav gogoi
Gourav jikiboi kongresot katang
GG zindabaad
G gogoi
Congrass zindabad
গৌৰৱ গগৈ।
Gourov gogoi❤zindabaad
Hand to.hand
Hator sinot vote D Joy jukto kori Gourav Gogoi sir vote D joy Jukto Korok Congress party Zindabad....
।। গৌৰৱ গগৈ জিন্দাবাদ।।
Hatr sobi vut diyok❤❤❤ Gourav Gogoi ❤️❤️❤️
❤ g gogoi
পুদুম মৰহি যাবো
Jodi Gourov gogoik kunu vote nidiye prithibit moi okole vote dim hol to.
এতিয়া যোৰহাট বাসী ৰাইজক বিজেপিয়ে টকা দি ভোট কিনিব নোৱাৰে সকলো ৰাইজ সজাগ আৰু সচেতন কাক ভোট দিব লাগে ৰাইজে জানে।
আমি হাত হে ধৰিম পদুম ধৰিবলৈ হাত লাগিব ৰং ঘৰ তলাতল ঘৰ কোনে বিক্ৰী কৰিলে ৰাইজে গৌৰৱ ক ভোট দিব
Gourob Gogoi ❤
পদুম ফুল হুকাই যায়
G.g
G.p
Gg
✋
G.G🎉🎉🎉🎉
🤚
✋✋✋
GG
জাতিৰ প্ৰতি দায়িত্ব থকা স্বাভিমানী যোৰহটীয়াই গৌৰৱ গগৈক ভোট দিব। হিতাধিকাৰীৰ এটা অংশই বি জে পিক দিব।
Gaurav only
✊
হাতো নেমেলিবা ফুলো নিছিঙিবা বিষাক্ত পদুম ফুল মই😅
সৰুতে শিক্ষা মন্ত্ৰী/বনমন্ত্ৰী /শক্তি মন্ত্ৰী আদিৰ নাম মনত ৰখাটো গৌৰৱ আছিল। বৰ্তমান নাম ল'বলৈ লাজ লগা হ'ল। শেষ হৈ গৈ আছে।
Hate + Hate dhari, dhari aguwai jam .
ভুল কৈছে যেন পাওঁ আচলতে ৰাইজৰ মুখত শেষ হাঁহি
Only Gaurav govoi
Hat
Hat dharibo
B j p zindabad
Congressor dinot 15 tokia card khon uliotao 1000 toka dibo logia hoisil.atiya ghorota bahi ration card 5 lakh toka ayusman card paiso.gotika vote for b j p
@SurajitSharma-nh2un
Ай бұрын
Yess. Tuponi Gogoi k aami eibar jikamei. aahok raij. Teur matro theng tu vaal hoboloi diyok. Ghore ghore jabo. We Support CAA✊
PadumFulibo
@SurajitSharma-nh2un
Ай бұрын
Please support CAA. Support BJP. asomiyai CAA maaniboi lagibo. asomiya aru amar Bangla bhai-bhai.
খৰা হাতত ধৰি লাভ নাই বি জে পি জিণদাবাদ
@SurajitSharma-nh2un
Ай бұрын
Hoi. We support CAA. Asomiyai CAA maniboi lagibo. Support BJP.
BJP
@SurajitSharma-nh2un
Ай бұрын
Support CAA. CAA ami manimei✊💯 Support BJP🎉 Asomiya aru amar Bangla bhai-bhai.
Hat