'১৪ৰ ১৩ই পাব বিজেপিয়ে!ধুবুৰীক লৈ অলপ চিন্তা আছে'-মুখ্যমন্ত্ৰী

#Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...

Пікірлер: 6

  • @LegendIshan
    @LegendIshan16 күн бұрын

    ইভিএম দেৱতাৰ কৃপাত, বিজেপি দলৰ নেতা কৰ্মী সকলেই ভোট দান নকৰিলেও হব ইভিএম দেৱতাৰ কৃপাত সকলোতে জয় হবলৈ গৈ আছে বিজেপি কোম্পানি

  • @LegendIshan
    @LegendIshan16 күн бұрын

    ভোট গ্রহণৰ দিনা মবাইলৰ নেট নাইকীয়া হৈছিল গম পাইনে,

  • @asomiaasom6008
    @asomiaasom600816 күн бұрын

    বিজেপি (বিদেশী জহৰা পাৰ্টী)ক বিদেশী বহিৰাগত অবৈধ সন্দেহজনক বদন জাতিদ্ৰোহী কেইটামানেহে বিজেপিক ভোট দিছে বিজেপিক কোনো অসমীয়া মানুহে ভোট নিদিয়ে আৰু মানুহে ভোট দিয়াও নাই তেনে ক্ষেত্ৰত বাজেইি জিকিব কেনেকৈ ?বিজেপিয়ে জিকিব ইভিএম জালিয়াতি কৰি ।ইতিমধ্যে ইভিএম ৰখা ষ্ট্ৰং ৰূমত চিচি কেমেৰা মণিটৰ বিকল হৈছেই পাঁচ ঘণ্টাৰ বাবে ।সেই পাঁচ ঘণ্টাত কিমান ইভিএম জালিয়াতি কৰিলে হিমন্ত ,উপায়ুক্ত আৰু কৰ্মী সকলেহে জানে ।ভোট গণনাৰ দিনা খেলিমেলি নিশ্চয় ওলাব ।যাৰ মুৰত মাল নাই তেনে লোকেহে লুটাৰু বিজেপিক ভোট দিব ।

  • @Metomdly9943
    @Metomdly994316 күн бұрын

    BJP=7-8 Congress=5-6 BpF=1 Aiudf=1

  • @anowarHussain-fs7ti
    @anowarHussain-fs7ti16 күн бұрын

    Evm rokha room r cctv beya kori pabo pare

Келесі