এগৰাকী মাতৃৰ কৰুণ গাথা

এগৰাকী মাতৃৰ কৰুণ গাথা #srimanta_motivator

Пікірлер: 116

  • @gitamanta9087
    @gitamanta9087 Жыл бұрын

    বহত দুখ লগা কাহিনী।মা সদায় মা হয়।মা সদায় চিৰ পূজনীয় লগতে পিতৃও🙏🙏

  • @bontisharma920
    @bontisharma920 Жыл бұрын

    বৰ দুখ লাগিল। মা দৰে আন কোনোৱেই হব নোৱাৰে....

  • @kunjadutta6911
    @kunjadutta69112 жыл бұрын

    দুখ লাগিল বহুত।মা সদায় মায়েই!!

  • @rinadutta7598
    @rinadutta7598 Жыл бұрын

    মা সদায় দানি হয়। কিন্তু পুত্ৰইলালসা কৰিলে।হদয় বিদাৰক কাহিনী।দূষ লাগিল

  • @juridoley1439
    @juridoley1439 Жыл бұрын

    বহুতো দুখ লাগিছে দেখিবলৈ বেয়া হ'লেও মা মা হয়

  • @kunjalatakalita4174
    @kunjalatakalita4174 Жыл бұрын

    বহুত দুখ লগা কাহিনী চকুৰ পানী ওলাই গ°ল।

  • @kalpanasaikia1154
    @kalpanasaikia1154 Жыл бұрын

    Maa সচাই মা তই আমাৰ মাজত জীয়াই থাকিবি বহুত দুখ লাগিল কোনো লৰা ছোৱালীয়ে জাতে মাকক বেয়া বেবহাৰ নকৰে

  • @dipikagoswami5315
    @dipikagoswami5315 Жыл бұрын

    মা তুমি অনন্যা মা শব্দকৈ মিঠা শব্দ আৰু নাই ।চকু পানীয়ে মিছা ঢাকিব নোৱাৰি

  • @onboardunit231
    @onboardunit231 Жыл бұрын

    বৰ সময় উপযোগী হৈছে গল্প টো, বৰ্তমান সমাজত নিজৰ কৰ্ম জীৱনৰ হেঁচাত পৰি মাক দেউতাকৰ কথা মনত নাৰাখে। পৰিয়ালৰ ধাৰণাই সলনি কৰি পেলালে। বিশেষত শিক্ষিত সমাজতে এই বিলাক বেছি হয়, যিতো সচাকৈ অতি নিন্দনিয়। "মা" ৰ তুলনা একোৰ লগত নহয় ।

  • @tutuborah4801
    @tutuborah48012 жыл бұрын

    বহুত দুখ লাগিল। মা অবিহনে সন্তানৰ জীৱন আধৰুৱা।

  • @hemkantaborah7434
    @hemkantaborah7434 Жыл бұрын

    এনেকুৱা ডাক্তৰ পৃথিৱীৰ মহাভাৰ। বহুবোৰ পশুও পিতৃ মাতৃ, সতি-সন্তানৰ সৈতে একেলগে ঘুৰি ফুৰে। সাধাৰণতে দেখা যায় যে কলা শাখাত পঢ়া মানুহ তকৈ বিজ্ঞান শাখাত পঢ়া মানুহৰ হৃদয় কিছু হ'লেও কম। অৱশ্যে শতকৰা এজন ইয়াৰ ব্যতিক্ৰম থাকে।

  • @lasudowarah1239
    @lasudowarah12392 жыл бұрын

    শুনি দুখ লাগি গ'ল,, মাতৃৰ অবিহনে সকলো সন্তানৰ জীৱনেই আধৰুৱা

  • @srimantamotivatoranushilan8846

    @srimantamotivatoranushilan8846

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ

  • @bhargobsonowal9428

    @bhargobsonowal9428

    Жыл бұрын

    😂b

  • @KhiraKonwar-tt4cp

    @KhiraKonwar-tt4cp

    Жыл бұрын

    ​@@srimantamotivatoranushilan8846❤❤❤❤❤5yt7

  • @joyshreelifestyle2575

    @joyshreelifestyle2575

    Жыл бұрын

  • @annalatasaikia2434
    @annalatasaikia2434 Жыл бұрын

    হৃদয় বিদাৰক কাহিনী।ধন্যবাদ।

  • @jurimonidutta7076
    @jurimonidutta7076 Жыл бұрын

    বহুত বহুত ভাল লাগিল

  • @ranitadevi3949
    @ranitadevi3949 Жыл бұрын

    শুনি দুখ হে লাগিল

  • @manashiborah9038
    @manashiborah90382 жыл бұрын

    বহুত ভাল লাগিল শুনি,সঁচা আইৰ সমান কোনো নহয়।

  • @trishapatgiri5241

    @trishapatgiri5241

    Жыл бұрын

    😭😭😭😭😭🙏🙏🙏

  • @aimonibaruah4255
    @aimonibaruah4255 Жыл бұрын

    বৰ দুখ লাগিল ৷মাক মাকেই ৷

  • @kripalibhuyan5326
    @kripalibhuyan53262 жыл бұрын

    বৰ দুখ লাগিল । মা সদায় অনন্য

  • @nibhakalita2093

    @nibhakalita2093

    Жыл бұрын

    Hundor

  • @bulugoswami2153

    @bulugoswami2153

    Жыл бұрын

    Bor Xundor Kahine 👌👌😭😭🙏

  • @nurjahankhatun2043
    @nurjahankhatun2043 Жыл бұрын

    বৰ ভাল

  • @bijayakalita8894
    @bijayakalita8894 Жыл бұрын

    বহুত দুখ লাগিল ,মা সদায় মায়ে হয়

  • @pronameesaikia7004
    @pronameesaikia70042 жыл бұрын

    বৰ দুখ লগা।আই সদায় অনন্য।

  • @niradadas3379
    @niradadas3379 Жыл бұрын

    মাতৃ মা..তৃ.. য়েই সৌন্দৰ্য আৰু সম্পতিৰ লগত কেতিয়াও তুলনা নহয় । .

  • @lachitkathar8573

    @lachitkathar8573

    Жыл бұрын

    Mm

  • @minuphukan372
    @minuphukan3722 жыл бұрын

    বহুত দুখ লগা কাহিনী , দেখিবলৈ বেয়া হলেও মা , মা য়ে হয় ।

  • @jyotiborah3825

    @jyotiborah3825

    Жыл бұрын

    Thanku bhut bhut dhano bad

  • @sikhadevi8524
    @sikhadevi8524 Жыл бұрын

    সঁচাকৈ বহুত বেয়া লগা কাহিনী ।মাতৃ গৰাকীৰ কাৰণে খুব বেয়া লাগিল।

  • @bobymuktiar4753
    @bobymuktiar4753 Жыл бұрын

    Very very nice story

  • @ilasaikia9077
    @ilasaikia9077 Жыл бұрын

    এনে সন্তান হোৱাতকৈ বা জী হোৱাই ভাল।

  • @jyotimalagoodjobborah928
    @jyotimalagoodjobborah928 Жыл бұрын

    ভাল লাগিল

  • @mallikasarmah5303
    @mallikasarmah5303 Жыл бұрын

    সঁচাকৈয়ে বহুত দুখৰ কাহিনী 🙏🙏

  • @bijusonowal9414

    @bijusonowal9414

    Жыл бұрын

    Very nice story

  • @bituponbora7597
    @bituponbora7597 Жыл бұрын

    ধন্যবাদ দাদা । এনেধৰণৰ ‌কাহিনী আগলৈকে দি থাকিব

  • @labanyasaikiamedhi128
    @labanyasaikiamedhi128 Жыл бұрын

    আপোনাৰ কাহিনীয়ে হৃদয়ত ভাবিবনোৱাৰাকৈ আঘাট কৰিলে ।উশাহ বন্ধ হৈ যোৱাৰ নিচিনা লাগিছিল ।

  • @bhaskarborah4254
    @bhaskarborah4254 Жыл бұрын

    যিকি নহঙক কিয় মাতৃ মাতৃয়ে ই। ধন্যবাদ ছাৰ

  • @davidgogoi5134
    @davidgogoi5134 Жыл бұрын

    Val lagil de.sir

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Жыл бұрын

    আপোনাৰ প্ৰতিটো অনুস্থানেই ইমান মূল্যবান। আগলৈ আশা কৰিলো।👌👌🙏🙏

  • @bijusonowal9414
    @bijusonowal9414 Жыл бұрын

    Very nice story

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Жыл бұрын

    সুন্দৰ সুন্দৰ মনোমোহা ।

  • @ranugogoi632
    @ranugogoi6322 жыл бұрын

    বৰ দুখ লাগিল

  • @lakhyamonihazarika5592
    @lakhyamonihazarika5592 Жыл бұрын

    বহুত বহুত ধন্যবাদ🌹🌹 🙏🙏

  • @pollabi46
    @pollabi46 Жыл бұрын

    Bohut hundar kotha kole dada apunar kothai ekebare antar sui goise akha koru ru Jen agoloi anekoi huni thakibo paru

  • @minusaikia5131
    @minusaikia5131 Жыл бұрын

    Hosai bohut val lagil.

  • @rumibaruah1555
    @rumibaruah15552 жыл бұрын

    শুনি বহুত দুখ লাগি গৈছে দাদা

  • @srimantamotivatoranushilan8846

    @srimantamotivatoranushilan8846

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ

  • @siddharthagogoi2178
    @siddharthagogoi21782 жыл бұрын

    বৰ দুখ লগা কাহিনী ......মা অনন্য

  • @bornalidevi2322
    @bornalidevi2322 Жыл бұрын

    বৰ দুখ লাগিল ।সচা মা সদায় মায়েই।

  • @BinaKalita-nd2og
    @BinaKalita-nd2og Жыл бұрын

    Very nice

  • @chinmoy1839
    @chinmoy18392 жыл бұрын

    বৰ দুখ লাগিল দাদা । "মা" সদায় অতুলনীয়, অনন্য ।

  • @bontigogoi7214
    @bontigogoi72142 жыл бұрын

    সঁচাকৈয়ে,বৰ দুখ লাগিল।

  • @akashihazarika8965
    @akashihazarika89652 жыл бұрын

    বৰ দুখ লাগিল।

  • @manalishagogoi8510
    @manalishagogoi8510 Жыл бұрын

    হয় ছাৰ

  • @niruburagohain3594
    @niruburagohain3594 Жыл бұрын

    Very very nice story and very sweet voice ❤️

  • @pinkinath3416
    @pinkinath3416 Жыл бұрын

    Ma❤️❤️❤️❤️❤️

  • @tilottamashyam6196
    @tilottamashyam6196 Жыл бұрын

    Bahut bhal lagil aaru huniboloi pam buli aakha thakil sir .

  • @VlogswithBBonti
    @VlogswithBBonti Жыл бұрын

    ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ।। কবিয়ে এইষাৰি কবিতা এনেই লিখা নাই। মাঁ- দেউতাৰ অবিহনে মই বৰ অকলশৰীয়া অ'। সকলোৱে মাঁ- দেউতাক শ্ৰদ্ধা কৰিব লাগে🙏🙏🙏

  • @rinkugogoi7761
    @rinkugogoi77612 жыл бұрын

    বহুত দুখ লাগিল ৷

  • @bulukalitaboruah5119
    @bulukalitaboruah51199 ай бұрын

    Nice

  • @gitanjalipatgiri9744
    @gitanjalipatgiri97442 жыл бұрын

    No life without mother

  • @jonalikalita5016
    @jonalikalita5016 Жыл бұрын

    vhal

  • @newpadumallvideo1507
    @newpadumallvideo1507 Жыл бұрын

    😭😭i love you maa

  • @kalpanamahanta1812
    @kalpanamahanta1812 Жыл бұрын

    Bor dukhor kahini bohut dukh lagil Maa r morom ki ajikali bohutei buji napai Maakor Ontorot dukh di knubai santi t thakibo paribone ,,,ketiau nuare,,,, ,

  • @bistrigogoi8810
    @bistrigogoi8810 Жыл бұрын

    বৰ দুখ লাগিল কথাখিনি ধন্যবাদ থাকিল

  • @barnalidutta5866
    @barnalidutta58662 жыл бұрын

    বৰ দুখৰ কাহিনী শুনালে দেই

  • @dhanadaphukan1931

    @dhanadaphukan1931

    Жыл бұрын

    By by by

  • @nirumonigayan3356
    @nirumonigayan33562 жыл бұрын

    হৃদয়স্পৰ্শী দাদা, বৰ দুখ লাগিল

  • @binudevi9121

    @binudevi9121

    Жыл бұрын

    কাহীনিটো সূনিবূহূত ডাললাগিল আমিও এগৰাীআই

  • @anjalideka5876

    @anjalideka5876

    Жыл бұрын

    Bohut dukh lagese sokulo rakhibo pora nai

  • @lakhyamonihazarika5592
    @lakhyamonihazarika5592 Жыл бұрын

    😭😭😭

  • @lakhyamonihazarika5592

    @lakhyamonihazarika5592

    Жыл бұрын

    বহত বহুত ধন্যবাদ🌹🌹 🙏🙏

  • @Jacoboey
    @Jacoboey Жыл бұрын

    kahani toh huni bahut dukh lagil sukur pani nigoril

  • @rashmibhuyan9500
    @rashmibhuyan9500 Жыл бұрын

    😭🙏

  • @jolysarmah7859
    @jolysarmah7859 Жыл бұрын

    মা শব্দটো কাৰো লগত তুলনা কৰিব নোৱাৰি মা সদায় মায়ে।

  • @minudihingia1921
    @minudihingia1921 Жыл бұрын

    Bohut dukh lagil hosakoi 🙏🙏🙏🙏😭😭😭

  • @ranjanagogoi531
    @ranjanagogoi531 Жыл бұрын

    Welcome. DA DA

  • @sunshine_14
    @sunshine_14 Жыл бұрын

    Bar Val lagial kahinitu,

  • @mainasharma9918
    @mainasharma99182 жыл бұрын

    Val lagil

  • @junmoniborah7443
    @junmoniborah7443 Жыл бұрын

    গাৰ নোম শিহৰী উঠা কাহিনী ।

  • @jyotigogoi3852
    @jyotigogoi3852Ай бұрын

    আই হল বিচলিত সময়ৰ আস্থাৰ থাপনা।

  • @nimnitamahanta7390
    @nimnitamahanta73902 жыл бұрын

    🙏

  • @ranupator8838
    @ranupator8838 Жыл бұрын

    Moi xuni bo nuwarilu aru dada

  • @Shahinkhan118
    @Shahinkhan118 Жыл бұрын

    Bohut dukh loga kahini,dada aru enekuwa vdo paly de thakibo

  • @ditulsaikia6929
    @ditulsaikia69292 жыл бұрын

    মা সমান কোনো নাই

  • @pinkidutta5031
    @pinkidutta50312 жыл бұрын

    এবাৰ শুনিছিলোঁ,লাইক ,কমেন্ট নোযোৱা হ'ল সেয়ে পুনৰ শুনিলোঁ বৰ দুখ লাগিল।

  • @mahindrikalita7291

    @mahindrikalita7291

    Жыл бұрын

    মাৰ সমান হ'ব কোন মা।নহ'লে কি হয় পিছত হে ওলাই

  • @jyotikadas9542
    @jyotikadas9542 Жыл бұрын

    গল্প আকাৰে পঢ়িছো।

  • @chandralekhagogoi4177
    @chandralekhagogoi4177 Жыл бұрын

    Hosakoi bor dukh lagi l o

  • @anjanagogoibordoloi9500
    @anjanagogoibordoloi95002 жыл бұрын

    শুনি বহুত দুখ লাগিল।

  • @srimantamotivatoranushilan8846

    @srimantamotivatoranushilan8846

    2 жыл бұрын

    বহুত বহুত ধন্যবাদ

  • @saibyachutia8690

    @saibyachutia8690

    Жыл бұрын

    বাস্তৱ জগত‌‌ ছলি আছে

  • @mirachakraborty5457
    @mirachakraborty5457 Жыл бұрын

    Matri soday matri kotha t soca kintu ji goraki matri santanor poh palo r daity lob noyar e teok ki buli kob

  • @bagoulla2442
    @bagoulla2442 Жыл бұрын

    মাতৃ গৰাকী দেবী আছিল , পিছে জন্ম দিছিল এটি জন্তু ।

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 Жыл бұрын

    Bor dukh lagil😂😂😂😂😂

  • @chandrapravachetia4710

    @chandrapravachetia4710

    Жыл бұрын

    আই সমান পৃথিবীত কোনো নাই ।আই তুমি চিৰ নমস্য।ওঁম ।

  • @sewalichangmai2695
    @sewalichangmai2695 Жыл бұрын

    মা, শব্দটোতকৈ আন কোনো শব্দ অতুলনীয় হ'ব নোৱাৰে |

  • @pradipkalita916
    @pradipkalita916 Жыл бұрын

    দেউতাকৰ কোনো কাম নাই নেকি ?

  • @gitanjalipatgiri9744
    @gitanjalipatgiri97442 жыл бұрын

    Bor dhokh lagil xanakua lora thakatkio nuhuya a val morijibo laga

  • @monjubora8633
    @monjubora8633 Жыл бұрын

    মা সদায় মায়েই,নৈৰ সমান বব কোন আইৰ সমান হ'ব কোন ?

  • @runmonihazarika8970
    @runmonihazarika8970 Жыл бұрын

    Mur not dhuk lagil kahiniti huni

  • @rinsharma7344
    @rinsharma7344 Жыл бұрын

    Ya í am too ugly for so don t like me

  • @runutahbildar8681
    @runutahbildar8681 Жыл бұрын

    MAAR PORAI PRITHIBI DEKHA PAISE

  • @purabisenchuwa3064
    @purabisenchuwa30642 жыл бұрын

    বহুত দুখ লাগিল কাহিনীটো।

  • @arjualam1179
    @arjualam11792 жыл бұрын

    বৰ দুখ লাগিল ।

  • @punabora1821

    @punabora1821

    Жыл бұрын

    very sad

  • @parbudhdas6137
    @parbudhdas6137 Жыл бұрын

    Very nice

  • @minaramborah4572
    @minaramborah45722 жыл бұрын

    বৰ দুখ লাগিল

  • @lakhipatangia4877

    @lakhipatangia4877

    Жыл бұрын

    সূনদৰ কাহীনিটোৰ পৰা সকলো সনতানে বুজি পাওক. মাক মাকেই কেতিয়াও সলনি নহয় আৰু মাকৰ কিমান অবদান থাকে।

Келесі